LibreOffice-Suite-Draw/C2/Create-simple-drawings/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. LibreOffice Drawত সহজ অঙ্কনসমূহ তৈয়াৰ কৰা সম্পর্কে এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতৰম
00:08 এই টিউটোৰিয়েলত আপোনি।
00:13 কিছু মৌলিক আকৃতি যেনে লাইন, এৰো আৰু ৰেকতেংগল।
00:17 মৌলিক জ্যামিতিক আকৃতি, চিহ্ন, স্তাৰস আৰু ব্যানাৰৰ সাহায্যে আকৃতি অঙ্কন কৰিবলৈ শিকিব ।
00:22 কীভাবে এটি বস্তুক নির্বাচন কৰা, পদক্ষেপ আৰু মুছি দিয়া হয়, তাকো আপোনি শিকিব ।
00:27 মার্জিন সেট কৰাৰ বাবে ৰুলাৰ আৰু বস্তুবোৰ স্থাপন কৰিবলৈ align টুলবাৰ ব্যবহাৰ কৰা হয় ।
00:33 ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 10.04 আৰু LibreOffice Suite version 3.3.4 ব্যবহাৰ কৰিছো
00:42 Object শব্দটোক সংজ্ঞা কৰা যাওক
00:44 "“Object” (অবজেক্ট)" শব্দটিয়ে ড্র-ত ব্যবহৃত হোৱা কোনো এটি আকৃতি বা আকৃতি সমুহ বোৰ, যেনে লাইন, বর্গক্ষেত্র, এৰো, ফ্লোচার্ট ইত্যাদিক বোজায় ।
00:55 এই স্লাইডত দেখোৱা সমস্ত আকৃতিবোৰ হল অবজেক্ট ।
00:59 ডেস্কটপত সংৰক্ষিত হোৱা "WaterCycle" ফাইলক খোলা যাওক ।
01:04 প্রথমে আমি কীভাবে এটি বস্তু নির্বাচন কৰো শিকিম।
01:08 ধৰা হওক, আমি cloud নির্বাচন কৰিবলৈ বিছাৰো, সেয়ে আমি ইয়াত ক্লিক কৰিম ।
01:13 এইটো কৰাত, eight handles দৃশ্যমান হব ।
01:16 Handles বোৰ হৈছে সৰু নিলা বা সেউজীয়া বর্গক্ষেত্র যি নির্বাচিত বস্তুৰ চাইদত দেখা দিয়ে ।
01:22 আপোনি পৰবর্তী টিউটোৰিয়েলত handles আৰু তাৰ ব্যবহাৰ সম্পর্কে আৰু জানিব পাৰিব ।
01:27 আমাৰ আঁকাৰতোলৈ কিছো আৰু বস্তু যোগ কৰা যাওক ।
01:30 groundৰ বাবে এটি rectangle যোগ কৰা যাওক ।
01:34 অঙ্কন টুলবাৰত "Basic shapes"ত ক্লিক কৰক আৰু তাৰ পিছত "Rectangle" ত ক্লিক কৰক ।
01:39 এতিয়া কার্সাৰটি পৃষ্ঠাৰ লৈ নিয়ক। আপোনি এটি ডাঙৰ হাতৰ অাক্ষৰৰ সৈতে এটি যোগ চিহ্ন দেখিব।
01:45 মাউসৰ বাও বাটনটো ধৰক অাৰু টানি আনি এটি rectangle আঁকক ।
01:50 এতিয়া মাউসৰ বোতাম এৰি দিয়ক ।
01:52 পিছত, water vapourৰ উর্ধগতি দেখিবলৈ groundৰ পৰা cloudৰলৈ, কিছু এৰো চিহ্ন আঁকা যাওক ।
02:00 লাইন এদাল আকিবলৈ Drawing টুলবাৰত "লাইন" ক্লিক কৰক ।
02:04 কার্সাৰদাল পৃষ্ঠাযলৈ নিয়ক ।
02:06 আপোনি slanting ড্যাসৰ সৈতে এটি যোগ চিহ্ন দেখিব পাৰে।
02:10 মাউসৰ বাও বাটনটোত ধৰক আৰু উপৰৰ পৰা তললৈ ধৰি নয়ক।
02:15 আপোনি এটি সৰল ৰেখা অঙ্কন কৰিছে ।
02:17 এটি লাইনত দুটা হ্যান্ডল আছে ।
02:20 এতিয়া, লাইনৰলৈ এটা আৰোহেদ যোগ কৰো ।
02:23 আমি লাইনটো নির্বাচন কৰিম ।
02:25 কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু "“Line” (লাইন)"ত ক্লিক কৰক ।
02:30 আপোনি "“Line” (লাইন)" ডায়লগ বাক্স দেখিব পাৰিব। এতিয়া Arrow styles টেবত ক্লিক কৰক আৰু তাৰপিছত Arrow styles" ড্রপ ডাউন বাটনত ক্লিক কৰক ।
02:39 এইটোৱে উপলব্ধ “Arrow styles” প্ৰদর্শন কৰে ।
02:43 প্ৰ্থম বিকল্পটো "Arrow " নির্বাচন কৰক ।
02:46 Okত ক্লিক কৰক ।
02:48 এইটোৱে লাইনৰ দোয়োৰ শেষৰ কোনত এৰো হেদ্চৰ নির্বাচিত স্টসইল যোগ কৰে ।
02:52 কিন্তু আমাক লাইনৰ মাত্র এটি প্রান্ততহে এৰোহেদৰ দৰকাৰ ।
02:57 সেয়ে প্রথমে CTRL + Z টিপি এই পৰিবর্তনটি আনডো কৰো ।
03:02 কনটেক্সট মেনু দেখিবলৈ সো ক্লিক আকৌ এবাৰ কৰক ।
03:05 এতিয়া "লাইন (“Line”)" ট্যাবত ক্লিক কৰক ।
03:09 এতিয়া "Arrow styles" ৰ অধীনত, আপোনি "“Style” (স্টাইল)" নামৰ ক্ষেত্র দেখিব পাৰে।
03:14 আপোনি দুটি ড্রপ ডাউন বাক্স বোৰ দেখে - এটা এটাকৈ প্ৰটিতো লাইনৰ প্রান্তৰ বাবে ।
03:19 বাও ড্রপ ডাউন বাক্সত ক্লিক কৰক আৰু "Arrow " নির্বাচন কৰক ।
03:23 সো ড্রপ ডাউন বক্সত নির্বাচন কৰক, "none ' .
03:26 OKত ক্লিক কৰক ।
03:28 লক্ষ্য কৰক যে, এটি এৰোহেদ লাইনৰ শীর্ষ বিন্দুত যুক্ত হৈছে ।
03:33 আমি “Lines আৰু Arrows” বিকল্পটি ব্যবহাৰ কৰি এৰো আঁকিবও পাৰো ।
03:38 এই এৰোৰ পিছত আৰু দুটি এৰো আঁকু ।
03:42 অঙ্কন টুলবাৰ (Drawing toolbar)পৰা "Lines and Arrows” ত ক্লিক কৰক আৰু Line Starts with Arrow নির্বাচন কৰক ।
03:48 কার্সাৰডাল ড্র পৃষ্ঠাৰ লৈ নিয়ক ।
03:51 মাউসৰ বাও বোতামটো ধৰি ৰাখি উপৰৰ পৰা তললৈ টানি আনক
03:56 এটি এৰো আঁকা এইটো এটি সহজ উপায়, নহয় জানো ?
04:00 একে ভাবে আৰু এটা এৰো যোগ কৰো ।
04:06 এই টিউটোৰিয়েলটি ইয়াতে ৰাখক আৰু এই অনুশীলনীটি সম্পূর্ণ কৰক ।
04:09 আপোনাৰ "MyWaterCycle" ফাইলত এটি লাইন আঁকক ।
04:13 লাইনটি নির্বাচন কৰক আৰু লাইন ডায়ালগ বাক্স খুলক ।
04:16 লাইন প্রোপার্টিস ক্ষেত্র-ৰ অধীনত, স্টাইল, ৰঙ, প্রস্থ আৰু লাইনৰ বাবে transparency মানে স্বচ্ছতা পৰিবর্তন কৰক ।
04:24 Arrow Styles ক্ষেত্রৰ অধিনত, এৰো স্টাইল পৰিবর্তন কৰক ।
04:28 পিছত , আমি এটি স্তাৰ অঙ্কন কৰো ।
04:31 অঙ্কন টুলবাৰলৈ যাওক আৰু" স্তাৰৰ পিছত সৰু কলা ত্রিভুজত ক্লিক কৰক ।
04:37 5-Point Star” নির্বাচন কৰো ।
04:41 এতিয়া cloudৰ পিছলৈ কার্সাৰ ডাল নিয়ক।
04:44 মাউসৰ বাও বাটন ধৰি ৰাখি বাও ফালে টানক ।
04:48 আপোনি এটি স্তাৰ অঙ্কন কৰক ।
04:50 এতিয়া আমি বস্তু বোৰ move আৰু delete কৰা শিকিম।
04:54 এটি বস্তু move কৰিবৰ বাবে, ইয়াক নির্বাচন কৰি আকাঙ্ক্ষিত অবস্থানলৈ টানি আনক।
04:59 এতিয়া মাউসৰ বোতামটো এৰি দিয়ক ।
05:02 আপনি এটা object মোভ কৰিবলৈ, কীবোর্ডত up, down আৰু side arrow keys ব্যবহাৰ কৰিবও পাৰে।
05:08 এটি বস্তু মোভ কৰা বেচি সহজ, নহয় জানো?
05:11 এটি বস্তু মুছি পেলাবলৈ, ইয়াক নির্বাচন কৰক আৰু তাৰপিছত কীবোর্ডত ডিলিট কী টিপক ।
05:17 সেই objectটো মোছা গল. এইটো সহজ নহয় জানো?
05:20 এতিয়া আমি মৌলিক সহায়কবোৰৰ সম্পর্কে শিকো- ৰুলাৰ আৰু এলাইন টুলবাৰ ।
05:26 ৰুলাৰ page মার্জিন নির্ধাৰিত কৰিবলৈ আৰু পৰিমাপৰ একক নির্দিষ্ট কৰিবলৈ ব্যবহাৰ কৰা হয় ।
05:31 এলাইন টুলবাৰ বস্তুৰ অবস্থান কৰিবলৈ ব্যবহাৰ কৰা হয় ।
05:35 ৰুলাৰ ড্র workspaceৰ উপৰত আৰু বাও ফালে দেখোৱা যায় ।
05:40 পৰিমাপ কৰাৰ একক নির্দিষ্ট কৰিবলৈ, উপৰৰ ৰুলাৰ সো ক্লিক কৰক ।
05:45 আপনি পৰিমাপ এককবোৰৰ এটি তালিকা দেখিব পাৰে ।
05:48 "সেনটিমিটাৰত (“Centimeter”)" ক্লিক কৰক।
05:50 এতিয়া শীর্ষ ৰুলাৰৰ বাবে পৰিমাপৰ একক সেনটিমিটাৰলৈ নির্দিষ্ট হৈছে ।
05:55 একেভাবে, বাও ফালৰ ৰুলাৰৰ বাবে পৰিমাপ নির্দিষ্ট কৰো।
06:00 বস্তুবোৰ সঠিক মাপত আঁকা হৈছে নে নাই, সদায় উভয় ৰুলাৰৰ বাবে পৰিমাপৰ একেই একক নির্দিষ্ট কৰক ।
06:08 লক্ষ্য কৰক যে সক্রিয় ৰুলাৰটি বগা ৰঙত আছে।
06:12 ৰুলাৰৰ শেষৰ বিন্দুৱে page marginsৰ মান দেখায় যি আমি "পৃষ্ঠা সেটআপ"(“Page Setup”) ত নির্দিষ্ট কৰো।
06:19 দেখা যাওক, কিভাবে ৰুলাৰে বস্তুৰ পৰিমাপ প্রদর্শন কৰে ।
06:23 cloud নির্বাচন কৰক ।
06:25 আপোনি ৰুলাৰৰ উপৰত small start আৰু end marks দেখা পাইচেনে?
06:29 এইবোৰে cloudৰ প্রান্ত দুটি নির্দেশ কৰে ।
06:32 আপোনি যদি এই ​​চিহ্নদুটিক ৰুলাৰৰ ওপৰত নিয়ে, চিত্রটি সেই অনুসাৰে পৰিবর্তিত হৈছে
06:38 ৰুলাৰে পৃষ্ঠাত এটি বস্তুৰ আকাৰ দেখায় ।
06:42 ই আমাক পৃষ্ঠাযত এটি বস্তুৰ উপস্থাপন কৰিবলৈ সক্ষম কৰে অাৰু পৃষ্ঠা সীমা প্রদর্শন কৰে ।
06:49 পৰবর্তী মৌলিক সহায়ক এলাইন টুলবাৰলৈ নিয়া যাওক,।
06:53 আমি নিৰ্বাচিত বস্তুটিক বাও,সো, উপৰ, তল আৰু কেন্দ্রত অবস্থিত কৰিবলৈ “Align” টুলবাৰ ব্যবহাৰ কৰো ।
07:01 "এলাইন"(“Align”) টুলবাৰক সক্ষম কৰিবল , "প্রধান মেনু" ( “Main Menu”)ত গৈ আৰু "View " ক্লিক কৰক ।
07:07 “View” মেনু অধিনত “Toolbars” ক্লিক কৰক.
07:11 আপোনি টুলবাৰবোৰৰ এটি তালিকা দেখিব পাৰিব ।
07:13 "“Align”" ক্লিক কৰক।
07:15 আপোনি "“Align”" টুলবাৰ দেখিব পাৰিব ।
07:18 এতিয়া দেখা যাওক, বিভিন্ন এলাইন বিকল্প ব্যবহাৰ কৰিলে object কিভাবে এলাইন হয় ।
07:24 cloud নির্বাচন কৰক ।
07:26 Align” টুলবাৰত left ক্লিক কৰক।
07:29 cloud টি বাওফালে এলাইন হৈছে।
07:32 এতিয়া “Centered” আৰু “Centre” এই দুটা বিকল্পৰ পার্থক্য বুজো ।
07:38 বৃত্তটিক প্রথমে “Centre” আৰু তাৰপিছত “Centered”লৈ এলাইন কৰা যাওক ।
07:43 প্রথমে বৃত্তটিক সো ফালে এলাইন কৰা যাওক ।
07:47 বৃত্তক নির্বাচন কৰক আৰু এলাইন টুলবাৰত ৰাইট ক্লিক কৰক ।
07:52 এতিয়া এলাইন টুলবাৰত, “Centre” ক্লিক কৰক ।
07:56 বৃত্তটি কেন্দ্র অৱস্হান লৈ এলাইন হৈছে ।
07:59 “Centre” বিকল্পে বস্তুটোক পৃষ্ঠাৰ উপৰৰ আৰু তলৰ মার্জিনৰ ঠিক মাজত আনি বহায়।
08:06 এইটোৱে বস্তুতোক page-widthৰ সাপেক্ষে নসলায়।
08:10 এতিয়া, Align টুলবাৰৰ পৰা “Centered” নির্বাচন কৰো ।
08:15 বৃত্তটি পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন হৈছে ।
08:18 “Centered” বিকল্পয়ে বৃত্তটোক পৃষ্ঠাৰ কেন্দ্রেলৈ এলাইন কৰে ।
08:23 এই বিকল্পয়ে উপৰৰ আৰু তলৰ মার্জিন আৰু page-widthৰ সাপেক্ষে বস্তুটোক সলায় ।
08:33 এতিয়া আমাৰ নমুনা অঙ্কনৰ মতে এই বস্তুবোৰক সিহতৰ সঠিক অবস্থানলৈ নিয়ে ।
08:40 ফাইলটি বন্ধ কৰাৰ আগত আপোনি সেইটোক সংৰক্ষণ কৰিবলৈ মনত ৰাখিব
08:43 ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে ।
08:46 মোৰ WaterCycle ফাইলত, এটি পৃষ্ঠা যোগ কৰক ।
08:50 এই দুটি আকৃতি তৈয়াৰ কৰক।
08:53 এৰো কিজ বোৰ ব্যবহাৰ কৰি আকৃতি-দুটিক নিয়ক।
08:55 আপোনি আঁকা যিকোনো বস্তুৰ নির্বাচন কৰক আৰু সেইটোক মুছি পেলাওক।
08:59 কিছো বস্তুৰ আকাৰ পৰিমাপ কৰাৰ বাবে ৰুলাৰ ব্যবহাৰ কৰক ।
09:04 তাৰপিছত "“Align” টুলবাৰ ব্যবহাৰ কৰি বস্তুটোক পৃষ্ঠাৰ কেন্দ্রলৈ এলাইন কৰক।
09:11 ইয়াতে LibreOffice ড্রৰ টিউটোৰিয়েলটি সমাপ্ত হল ।
09:15 এই টিউটোৰিয়েলত আপোনি
09:19 মৌলিক আকৃতি যেনে লাইন, এৰো , আৰু ৰেকটেঙ্ল,
09:24 মৌলিক জ্যামিত্ৰিক আকাৰ, প্রতীক, স্তাৰ আৰু ব্যানাৰ ব্যবহাৰ কৰি সহজ অঙ্কন ( simple drawings ) বনোৱা শিকিব ।
09:29 আপোনি এটি বস্তু নির্বাচন কৰা আৰু মুছি দিয়া শিকিব ।
09:32 ৰুলাৰ আৰু align টুলবাৰ ব্যবহাৰ কৰি বস্তুবোৰক অবস্থানলৈ ঠিক কৰক ।
09:37 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
09:41 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:44 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:48 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09:51 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:54 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:58 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
10:04 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
10:09 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
10:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:27 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble