LibreOffice-Suite-Calc/C3/Images-and-Graphics/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত চিত্র যোগ কৰা সংক্রান্তৰ এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম |
00:06 এই টিউটোৰিয়েলত আমি শিকিম :
00:09 এটা ডকিউমেন্টত ছবিৰ ফাইল যোগ কৰা |
00:13 যেনে - JPEG, PNG বা BMP |
00:19 ইয়াত আমি উবুন্টু লিনাক্স সংস্ক ৰণ 10.04 আৰু LibreOffice সংকলন সংস্ক ৰণ 3.3.4 ব্যবহাৰ কৰিছো |
00:28 এটা স্প্রেডশীটত চিত্র যোগ ক ৰা যায়,

এটা ইমেজ ফাইল চিধা চিধা সন্নিবেশ কৰি এটা গ্রাফিক্স প্রোগ্রামৰ পৰা, এটা ক্লিপবোর্ডৰ সাহায্যে বা গ্যালাৰিৰ পৰা |

00:39 আমি এইবোৰৰ প্রতিটোকে বিষদভাবে আলোচনা কৰিম |
00:43 আমি আমাৰ “Personal-Finance-Tracker.ods” স্প্রেডশীট-টো খোলো |
00:48 প্রথমে, আমি শীট ২ নির্বাচন কৰিম |
00:51 আমি এই শীটত চিত্র সন্নিবেশ কৰিম |
00:54 প্রথমে এটা সেল নির্বাচন কৰি আৰু তাৰপিছত ছবি সন্নিবেশ কৰাতো এটা ভাল অভয়াস হয় |
00:59 যদি এটা ছবি ইতিমধেয় আপোনাৰ কম্পিউটাৰত সংৰক্ষন কৰা হৈ আছে তেনেহলে আপোনি "Insert " ত ক্লিক কৰি ইয়াক সন্নিবেষ কৰিব পাৰি |
01:06 আৰু তাৰ পিছত "Picture" আৰু “From File” নির্বাচন কৰক |
01:10 এতিয়া আপোনি সন্নিবেশ কৰিব বিচৰা সেই ছবিটো খুঁজক |
01:14 ইতিমধেয় মই ডেস্কটপত থকা “Images ” নামৰ এটা ফোল্ডাৰত কিছু চিত্র সংৰক্ষিত কৰি ৰাখিছো |
01:20 সেয়ে, আমি “Image1” নির্বাচন কৰিম |
01:24 আমি “Location” ক্ষেত্রত চিত্রৰ নাম দেখিব পাৰিম|
01:28 ““Open” ” বোতামত ক্লিক কৰক |
01:31 মন কৰক যে চিত্রটি স্প্রেডশীটত প্রদর্শিত হৈছে|
01:38 এইবাৰ ইয়াক লিঙ্ক বা সংযোগ কৰি অন্য এটা ছবি সন্নিবেশ কৰা যাওক |
01:42 প্রথমে এটা নতুন সেল নির্বাচন কৰা যাওক |
01:45 এতিয়া, “Insert” আৰু “Picture”ৰত ক্লিক কৰো আৰু “From File” নির্বাচন কৰক| এইবাৰ অন্য চিত্র এটা নির্বাচন কৰা যাওক |
01:55 "Image 2" ত ক্লিক কৰক |
01:58 আপোনাৰ ডকিউমেন্টত চিত্রটি লিঙ্ক বা সংযুক্ত কৰিবলৈ “Link”" বিকল্পতো ছেক কৰক আৰু “Open”ত ক্লিক কৰক ।
02:05 প্রদর্শিত ডায়লগ বক্সত, "“Keep Link” " বোতামত ক্লিক কৰক |
02:11 এতিয়া ছবিটো, ফাইলত সংযুক্ত হৈ গৈছে |
02:15 সংযোগ স্থাপন আসলতে কি?
02:17 যেতিয়া আমি স্প্রেডশীটত সংযোগ কৰো:

প্রথমতে, স্প্রেডশীট সংৰক্ষণ কৰাৰ সময়ত ইয়াৰ মাপ কমি যায়

02:23 কাৰণ আমাৰ স্প্রেডশীটত কোনো ছবি নাই।
02:27 দ্বিতীয়তে, ই আপোনাক দুটা ফাইলকেই পৃথক্ভাবে পৰিবর্তন কৰিবলৈ সক্ষম কৰে |
02:32 চিত্র থকা ফাইলত যি কোনো পৰিবর্তন হোৱাত, স্প্রেডশীটত সংযুক্ত ছবিত দেখা যাব |
02:39 আমি grayscale-ফাইলত সংযোগ হৈ থকা "Image 2" ৰ ৰঙ পৰিবর্তন কৰো |
02:46 আমি এই চিত্রটো সম্পাদক কৰিবলৈ চিত্র সম্পাদনা GIMP ব্যবহাৰ কৰিছো |
02:50 আপোনি আপোনাৰ মেশিনত ইনস্টল কৰিবলৈ যি কোনো সম্পাদক ব্যবহাৰ কৰিব পাৰিব |
02:54 প্ৰথমে "Personal-Finance-Tracker.ods" সংৰক্ষন কৰক আৰু বন্ধ কৰক |
03:01 ইয়াৰ পিছত, Images ফোল্ডাৰলৈ যাওক |
03:04 "Image 2" নির্বাচন কৰক |
03:06 এতিয়া, সো ক্লিক কৰক আৰু GIMPৰ সৈতে Open বিকল্পটো নির্বাচন কৰক |
03:10 GIMPত "Image 2" খোলে |
03:13 এতিয়া ছবিটো ৰঙিনৰ পৰা greyscaleলৈ পৰিবর্তন কৰা যাওক |
03:18 এতিয়া, ছবিটো সংৰক্ষণ কৰি বন্ধ ক ৰা যাওক |
03:22 Personal-Finance-Tracker.ods ফাইলটো খোলক |
03:26 Image 2 এতিয়া greyscaleত প্রদর্শিত হৈছে |
03:30 কিন্তু, ফাইল সংযোগ কৰাৰ এটা প্রধান অসুবিধা হল এই যে, যেতিয়াই আপোনি এটা ভিন্ন কম্পিউটাৰ বা ব্যবহাৰকাৰীক এই স্প্রেডশীট পঠাব বিছাৰে,
03:40 আপোনি, স্প্রেডশীট আৰু চিত্র ফাইল, দুইটায়েই পঠাব লাগিব |
03:44 যাৰ অর্থ হৈছে, আপোনি সকলো সময়তে ফাইল দুটা সংৰক্ষিত হৈ থকা অবস্হানক চাই থাকিব লাগিব.
03:52 এতিয়া এই ছবিটিক স্প্রেডশীটৰ সো ফালে লৈ যাওক |
03:58 এটা স্প্রেডশীটত ছবি ভৰোৱা আৰু এটা পদ্ধতি হল, আপোনি সেই ফোল্ডাৰ পৰা ছবিটিক টানি আনা .
04:05 যত আপোনি ছবিটোক সংৰক্ষণ কৰিছিলে আৰু আপোনাৰ স্প্রেডশীটত বহুৱাইছিলে|
04:09 আমি ছবি এটাক টানি আনি আৰু বহুৱাও |
04:12 এতিয়া ছবি ফাইলটোক প্রত্যক্ষভাবে টানি আনি আপোনাৰ স্প্রেডশীটত অাপোনি বিছৰা জেগাটোত বহুৱাওক.
04:19 আপোনি দেখিব যে, ছবিটো আপোনাৰ ডকিউমেন্টত যুক্ত হৈছে |
04:23 Ctrl আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক |
04:29 এতিয়া টানি আনি আৰু বহুৱাৰ পদ্ধতি (drag and drop method)ব্যবহাৰ কৰি এটা ছবি সংযোগ কৰা যাওক |
04:34 এইটো খুব সহজ!

ছবিটো স্প্রেডশীটত টানি আনাৰ সময়ত

04:40 “Control” আৰু “Shift” কী টিপি ধৰি ৰাখক
04:44 এতিয়া ছবিৰ ফাইলটো এই ডকিউমেন্টত সংযুক্ত হৈ গৈছে |
04:48 এই ক্যালক ফাইলটো CTRL আৰু S কি একেলগে টিপি সংৰক্ষণ কৰো |
04:54 এবাৰ এই ফাইলটি বন্ধ কৰক |
04:58 এতিয়া সেই ছবিটো থকা ফোল্ডাৰলৈ যাও |
05:02 আমি "“Image 3.jpg” নামৰ ফাইলটোক পূণনামাকৰন কৰো যি আমি “Image4.jpg লৈ ফাইলটোক সংযোগ কৰিছিলো
05:12 এতিয়া “Personal Finance Tracker.ods” ফাইলটোক আকৌ এবাৰ খোলক |
05:18 আপোনি দেখিব যে, সংযুক্ত কৰা ছবিটি আৰু নাই !
05:22 সংযোগ পথে এটা এৰৰ দেখাইছে !
05:25 এই সংযোগটি মুছি পেলাও |
05:28 এই টিউটোৰিয়েলটি এতিয়া কিছু সময়ৰ বাবে বন্ধ কৰক আৰু এই অনুশীলনীটি কৰক |
05:32 ক্যালক পৃষ্ঠাত এটা সংযোগ হিসাবে এটা চিত্র সন্নিবেশ কৰক, সংৰক্ষণ কৰক আৰু বন্ধ কৰক |
05:38 এতিয়া, সেই ফোল্ডাৰলৈ যাওক যত ছবিটি সংৰক্ষিত হৈ আছে আৰু ছবিটোক মুছি দিয়ক |
05:43 ক্যালক ফাইলটো খোলক আৰু চাওক ছবিটো যদি এতিয়াও দেখা পাই|
05:49 এতিয়া ইমেজ ফোল্ডাৰ পিছত ছবিটো পেস্ট কৰক |
05:53 ক্যালক ফাইলটো চাওক ছবিটো যদি এতিয়াও দেখা পাই|
05:57 " “Standard” টুলবাৰৰ তলত এটা নতুন টুলবাৰ আছে |
06:02 এইটো হল " “Picture”" টুলবাৰ |
06:04 ছবিৰ চেহাৰা পৰিবর্তন কৰিবলৈ "“Picture”" টুলবাৰৰ উপৰত বাও ফালে থকা "Filter" বোতামে বিভিন্ন বিকল্প উপলব্ধ দিয়ে.
06:13 CTRL আৰু Z টিপি ইয়াক পূর্বাবস্থানলৈ লৈ যাওক |
06:18 "“Graphics mode” " বোতামত, ছবিক grayscale, black-and-white বা watermark হিসাবে পৰিবর্তন কৰাৰ বিকল্প আছে |
06:26 "“Picture” " টুলবাৰত অন্যান্য বিকল্পবোৰ আছে যি আমি পিছলৈ আলোচনা কৰিম |
06:32 ইয়াৰ পিছত, এটা ক্লিপবোর্ডৰ পৰা চিত্র সন্নিবেশ কৰা শিকা যাওক.
06:37 আপোনি ক্লিপবোর্ডত সংৰক্ষিত ছবিটোক এটা LibreOffice স্প্রেডশীটৰ পৰা অন্য এটা স্প্রেডশীটলৈ প্রতিলিপি কৰিব পাৰি |
06:44 এটা নতুন স্প্রেডশীট তৈয়াৰ কৰক আৰু নাম দিয়ক "abc.ods" |
06:50 এইটোৱে আমাৰ উদ্দেশ্য ডকিউমেন্ট হয় |
06:53 ইতিমধেয় আমাৰ "“Personal-Finance-Tracker.ods” নামৰ ফাইলত এটা চিত্র আছে |
06:59 এইটো আমাৰ উৎস ডকিউমেন্ট হয় |
07:02 এতিয়া উৎস ফাইলৰ পৰা সেই ছবিটোক নির্বাচন কৰক যাক প্রতিলিপি কৰা হব |
07:06 ছবিটোক প্রতিলিপি কৰিবলৈ, "“CTRL” আৰু “C” কী একলগে টিপক |
07:11 এতিয়া ছবিটো ক্লিপবোর্ডত সংৰক্ষিত হৈ গৈছে |
07:15 এতিয়া উদ্দেশ্য ডকিউমেন্টলৈ যাওক যি "abc.ods"-হয়.
07:21 আপোনি "abc.ods" ত সংৰক্ষিত থকা ছবিটো আপোনি স্থাপন কৰিব বিছৰা জাগাতো নির্বাচন কৰক |
07:28 এতিয়া ডকিউমেন্টত ছবিটো সন্নিবেশ ক ৰাৰ বাবে "Ctrl" আৰু "v" কী দুটা একেলগে টিপক |
07:35 আমি দেখো যে, সেই চিত্রটো আমাৰ উদ্দেশ্য ফাইলত সন্নিবিষ্ট হৈছে|
07:42 এতিয়া ক্যালক গ্যালাৰি পৰা প্রত্যক্ষভাবে ছবি সন্নিবেশ কৰা শিকিম |
07:48 " “Gallery”" ত ছবি আৰু শব্দ থাকে, যি আপোনি স্প্রেডশীটত সন্নিবেশ কৰিব পাৰে |
07:54 দেখা যাওক, কিভাবে কৰা হয় |
07:57 স্ট্যান্ডার্ড টুলবাৰত " “Gallery” আইকনত ক্লিক কৰক |
08:01 অথবা, মেনু বাৰত থকা " “Tools” " বিকল্পত ক্লিক কৰক আৰু তাৰপিছত ফাইলটো খোলিবলৈ "“Gallery” ত ক্লিক কৰক |
08:09 এতিয়া "“Gallery” য়ে উপলব্ধ কৰা ছবিবোৰক চাওক আৰু আপোনাৰ ডকিউমেন্টত সন্নিবেশ কৰিব বিছৰা ছবিটোত আপোনি ক্লিক কৰক |
08:18 "Gallery"ৰ পৰা ছবিটো টানি আনক. আৰু আপোনি সন্নিবেষ কৰিব বিছৰা স্প্রেডশীটত বহুৱাওক.
08:26 আপুনি দেখিব যে, চিত্রবোৰ আমাৰ “Personal-Finance-Tracker.ods” ফাইলত সন্নিবেষ হয় |
08:34 ইয়াতেই আমাৰ LibreOffice ক্যালক'ৰ এই স্পকেন টিউটোৰিয়েল সমাপ্ত হল |
08:39 সংক্ষেপে, আমি শিকিলো কিভাবে বিভিন্ন উপায়েৰে এটা স্প্রেডশীটত ছবিৰ ফাইল ভৰাওক
08:46 যেনে

এটা ফাইলৰ পৰা ক্লিপবোৰ্ডৰ পৰা বা গ্যালাৰীৰ পৰা

08:52 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
08:55 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:58 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
09:03 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09:08 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09:12 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:19 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:23 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:31 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:41 এই স্ক্ৰিপ্টখন মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble