Java/C3/Using-final-keyword/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Using final keyword ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 ইয়াতে final কীওয়ার্ড আৰু এইটোক কেতিয়া আৰম্ভ কৰিব লাগে সেই সম্পর্কে শিকিম।
00:11 আমি final variables, final methods, final classes সম্পর্কেও শিকিম।
00:18 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স সংস্কৰণ 12.04, JDK 1.7, Eclipse 4.3.1
00:30 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:36 Subclassing আৰু Method overriding সম্পর্কেও জ্ঞান থাকিব লাগিব।
00:41 নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক।
00:46 প্ৰথমে আমি শিকিম যে final কীওয়ার্ড কি।
00:50 final, জাভাত keyword বা সংৰক্ষিত শব্দ হয়।
00:55 এইটোক variables, methods বা classesত প্ৰয়োগ কৰিব পাৰে।
01:01 এতিয়া, শিকো যে final ভ্যাৰিয়েবল কি।
01:05 final variable এটা ভ্যাৰিয়েবল হয় যাৰ ভ্যালু সলাব নোৱাৰে। এইটো constant থাকিব।
01:13 এতিয়া Eclipse IDE ত যাও। মই ইতিমধ্যে আগৰ টিউটোৰিয়েলত MyProject নামৰ এটা প্ৰজেক্ট বনাইছো।
01:22 সেয়ে আমি প্ৰজেক্টৰ Employee classত যাও।
01:26 ভ্যাৰিয়েবল nameত আহক।
01:30 ভ্যাৰিয়েবল নামৰৰ আগত final কীওয়ার্ড জুড়ক। আমি ভ্যাৰিয়েবল নেম final ৰাখিছো।
01:40 আমি ভ্যালু sneha সহ ভ্যাৰিয়েবল নাম দি আৰম্ভ কৰিম।
01:45 আমি প্ৰোগ্ৰামটোক সংৰক্ষণ কৰি ৰান কৰিম।
01:48 কম্পাইলেশন এৰৰ পাও: The final field Employee.name cannot be assigned
01:55 ইয়াৰ কাৰণ হল ইয়াতে final ভ্যাৰিয়েবোলৰ নাম ইতিমধ্যে ঘোষিত কৰা হৈছে আৰু ইনিসিয়েলাইজ আছে।
02:05 final ভ্যাৰিয়েবলক মাত্ৰ এবাৰ ইনিসিয়েলাইজ কৰিব পাৰি।
02:08 আমি setName মেথডক কমেন্ট কৰিম যি name ভ্যাৰিয়েবলক সংশোধিত কৰে।
02:14 Class সংৰক্ষণ কৰক।
02:16 এতিয়া TestEmployee ক্লাসত আহক।
02:19 main মেথডত যাওক আৰু manager.setName("Nikkita Dinesh") লাইনক কমেন্ট কৰক।
02:26 এই লাইনটোক কমেন্ট কৰিছিলো কাৰণ এইটো setName মেথডৰ উদাহৰণ।
02:31 আমি ইতিমধ্যে Employee ক্লাসত setName মেথডক কমেন্ট কৰিছিলো।
02:35 এতিয়া ক্লাসক সংৰক্ষণ কৰি প্ৰোগ্ৰামটো ৰান কৰক।
02:38 আমি এই আউটপুট পাইছো: Name: Sneha Email: abc@gmail.com Manager of: Accounts
02:47 আমি এই আউটপুট পাইছো কাৰণ আমি ইতিমধ্যে TestEmployee classত আৰু Employee classত এই ভ্যালু সহ ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিছিলো।
02:58 Employee ক্লাসত final variable nameত আহক।
03:02 final variable name ইয়াৰ ইনিসিয়েলাইজেশনক অতৰাওক। অর্থাৎ sneha অতৰাওক।
03:08 setName মেথডক আনকমেন্ট কৰক।
03:12 প্ৰোগ্ৰামটো সংৰক্ষণ কৰি ৰান কৰক।
03:14 আমি এৰৰ পাও: The final field Employee.name cannot be assigned
03:20 ইয়াৰ কাৰণ, final ভ্যাৰিয়েবল ইনিসিয়েলাইজ নহলে, মাত্ৰ constructor এ ইনিশিয়ালাইজ কৰিব পাৰে।
03:28 এইটোক প্ৰোগ্ৰামত অন্য কত'ও সংশোধন কৰা যাব নোৱাৰে।
03:33 সেয়ে, Employee ক্লাসত constructor বনাওক। আমি আগতে শিকিছো যে constructor কি।
03:43 আমি জানো যে constructor নাম ক্লাসৰ নামৰ সমান।
03:47 সেয়ে লিখিম: Employee, প্ৰথম বন্ধনী, ওপেন আৰু ক্লোস কাৰ্লী বন্ধনী, কাৰ্লী বন্ধনীত name ভ্যাৰিয়েলবোৰক ভ্যালু sneha সহ ইনিসিয়েলাইজ কৰক, সেমিকোলন।
04:08 method setName কমেন্ট কৰক।
04:12 প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক।
04:15 আমি পছন্দসই আউটপুট পাও।
04:17 final variable সফলভাবে constructorত ইনিসিয়েলাইজ হৈছে।
04:22 এতিয়া final static variables সম্পর্কে শিকিম।
04:26 Employee ক্লাসত final ভ্যাৰিয়েবোলত আহক।
04:30 final কীওওয়ার্ডৰ আগত static কীওয়ার্ড জুড়ক। আমি final variable static বনাইছো।
04:38 প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰক।
04:40 আমি এৰৰ পাও: The final field Employee.name cannot be assigned
04:46 ইয়াৰ কাৰণ হল static final variables, constructorত ইনিসিয়েলাইজ নহয়।
04:53 সিহতে তাৰ ঘোষণাৰ সৈতে এটা ভ্যালু নির্ধাৰণ কৰা উচিত বা static blockত ঘোষণা কৰা আবশ্যক।
05:01 Static ভ্যাৰিয়েবল class ইয়াৰ সকলো অবজেক্টৰ লগত ভাগ কৰা হয়।
05:06 এটা নতুন object বনালে static variableক সলনি কৰি দিব। static variable, final হলে ইয়াৰ অনুমতি নাই।
05:14 Eclipse IDE ত উভতি যাওক।
05:17 এতিয়া আমি static block বনাম।
05:20 সেয়ে Employee ক্লাসত constructorত যাওক, যাক আমি বনাইছিলো।
05:26 ইয়াতে, Employee বন্ধনীৰ সলনি, static লিখিম। আমি এটা static block বনাইছো।
05:35 এতিয়া প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰিম।
05:38 আমি পছন্দ আউটপুট পাইছো। আমি সফলভাবে static final ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিলো।
05:46 এতিয়া method ইয়াৰ বাবে প্যাৰামিটাৰ হিসাবে final ব্যবহাৰ কৰো।
05:52 Employee ক্লাসত, setEmail মেথডত আহক।
05:55 String newEmail ইয়াৰ আগত final কীওয়ার্ড জুড়ক। আমি final হিচাবে প্যাৰামিটাৰ জুড়াইছো।
06:03 প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰক।
06:06 আমি পছন্দ আউটপুট পাও।
06:09 এতিয়া, setEmail মেথডত যাওক। মেথডত লিখক: newEmail is equal to abc@gmail.com semicolon
06:28 আমি final ভ্যাৰিয়েবল newEmail সংশোধন কৰিছিলো।
06:32 আকৌ এবাৰ প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰিম।
06:35 আমি এৰৰ পাও: The final local variable newEmail cannot be assigned.
06:42 ইয়াৰ কাৰণ হল method ইয়াৰ বাবে প্যাৰামিটাৰ হিসাবে final ভ্যাৰিয়েবল সেই method দ্বাৰা সংশোধন নহয়।
06:50 সেয়ে ভ্যাৰিয়েবল সংশোধনক অতৰুৱাই দিও।
06:54 এতিয়া final মেথড সম্পর্কে শিকিম। employee ক্লাসত method getDetailsত যাওক।
07:01 method getDetails ইয়াৰ আগত final কীওয়ার্ড জুড়ক। final হিসাবে মেথড বনাইছো।
07:08 প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক।
07:10 আমি এৰৰ পাও: class Manager overrides final method getDetails().
07:16 Manager ক্লাসত method getDetails()ত যাওক।
07:21 ইয়াৰ কাৰণ, আপো নি final হিসাবে method বনালে এইটোক override কৰিব নোৱাৰে।
07:29 Manager class method getDetails, Employee ক্লাসত getDetails মেথডক override কৰে।
07:36 final মেথড private হলে কি হব?
07:39 Private মেথড child ক্লাস দ্বাৰা ইনহেৰিট নাই।
07:43 সেয়ে child ক্লাসত getDetails() মেথড জুড়াব পাৰি। অনুশীলনী হিসাবে এইটোক চেষ্টা কৰিব পাৰে।
07:51 Eclipse IDE ত উভতি আহক।
07:54 Employee ক্লাসত getDetails মেথডৰ আগত final কীওয়ার্ডক অতৰাওক।
08:03 Final ভ্যাৰিয়েবল নামৰৰ আগত static কীওয়ার্ড অতৰাওক।
08:10 এতিয়া শিকিম constructor, final হিচাবে ঘোষিত কৰিব পাৰি কি নোৱাৰে।
08:15 ইয়াৰ বাবে আকৌ এবাৰ constructor বনাম। সেয়ে static ইয়াৰ সলনি লিখিম: Employee বন্ধনী
08:26 Constructor ইয়াৰ আগত final কীওয়ার্ড জুড়ক।
08:31 প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰক।
08:36 আমি এৰৰ পাও: Illegal modifier for the constructor in type Employee.
08:42 কাৰণ constructor, final হব নোৱাৰে যিহেতু constructors ইনহেৰিট নহয়।
08:50 আমি constructor ইয়াৰ আগত final কীওয়ার্ড অতৰাই দিম।
08:54 আমি final ক্লাস সম্পর্কে শিকিম।
08:57 এইটোক final বনাবলৈ Employee ক্লাসৰ আগত final কীওয়ার্ড জুড়ক।
09:03 প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক।
09:06 আমি এৰৰ পাও: The method setEmail is undefined for the type Manager.
09:12 প্ৰকৃত এৰৰ জানিবলৈ TestEmployee ক্লাসত যাওক আৰু এইটোক কমেন্ট কৰক।
09:21 manager.setEmail("abc@gmail.com"); manager.setDepartment("Accounts");
09:28 ক্লাস সংৰক্ষণ কৰি প্ৰোগ্ৰাম ৰান কৰক।
09:31 প্ৰকৃত এৰৰ হল: The type manager cannot subclass the final class Employee.
09:40 ইয়াতে, Manager ক্লাসে Employee ক্লাসক প্ৰসাৰিত কৰে।
09:45 Employee ক্লাসত উভতি আহো আৰু final কীওয়ার্ড অতৰাওক। ক্লাসক সংৰক্ষণ কৰক।
09:54 TestEmployee ক্লাসত আহক। লাইনক আনকমেন্ট কৰক manager.setEmail("abc@gmail.com"); manager.setDepartment("Accounts");
10:06 ক্লাসক সংৰক্ষণ কৰি প্ৰোগ্ৰামক ৰান কৰক।
10:09 আমি কাঙ্ক্ষিত আউটপুট পাইছো।
10:12 সংক্ষেপে, ইয়াতে আমি শিকিছো: final কীওয়ার্ড invoke কৰা, final ভ্যাৰিয়েবল, final মেথডস আৰু final ক্লাস কি।
10:27 অনুশীলনী হিসাবে, Bike আৰু Vehicle ক্লাসৰ বাবে Using final keyword টিউটোৰিয়েলৰ ধাপবোৰ পুনৰাবৃত্তি কৰক, যি আগৰ টিউটোৰিয়েলত ব্যবহাৰ কৰিছিলো।
10:37 জাভাত classes লিখক যি final ক্লাস হয়।
10:41 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়।
10:47 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক।
10:56 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য।

আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো।

Contributors and Content Editors

Mousumi