Java/C3/Static-Methods/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Static Methods ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 ইয়াতে আমি শিকিম: static methods কি, static methods ব্যাখ্যা কৰা।
00:12 instance methods আৰু static methods ইয়াৰ পার্থক্য আৰু static methods ইয়াৰ ব্যবহাৰ।
00:20 ইয়াতে Ubuntu 14.04, JDK 1 .7 আৰু Eclipse 4.3.1 ব্যবহাৰ কৰিছো।
00:31 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:38 java ত instance variables, methods আৰু static variables সম্পর্কেও জ্ঞান থাকিব লাগিব।
00:45 নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক।
00:50 static method এটা মেথড যি সম্পূর্ণ ক্লাসৰ সৈতে জুড়িত।
00:56 এইটোক class method ও বোলে আৰু এইটোক static কীওয়ার্ড দ্বাৰা ঘোষিত কৰা হয়।
01:02 Static methods সাধাৰণতে static variables পৰিচালনা কৰিবলৈ ব্যবহৃত হয়।
01:07 এতিয়া Eclipseত যাও আৰু StaticMethodDemo নামৰ প্ৰজেক্ট বনাম।
01:14 এই প্ৰজেক্টত Static methodsৰ ব্যবহাৰ প্ৰদর্শন কৰিবলৈ আবশ্যক classes বনাম।
01:21 StudentEnroll নামৰ নতুন ক্লাস বনাম।
01:25 এটা উদাহৰণ সহ static methods ইয়াৰ ব্যবহাৰ দেখো।
01:30 উদাহৰণটো তাৰ সমান হয় যি Static Variable টিউটোৰিয়েলত ব্যবহৃত হৈছে।
01:37 ইয়াতে আকৌ এবাৰ StudentEnroll ক্লাস প্ৰদর্শন কৰিছো।
01:42 ভ্যাৰিয়েবল name আৰু id, instance variable হিসাবে পৰিচালিত হয়।
01:48 ইয়াতে ভ্যাৰিয়েবল organization আৰু total count সকলো ক্লাসৰ বাবে একেই।
01:54 সেয়ে সেইবোৰক static variables হিসাবে গণ্য কৰিব পাৰে।
01:58 এতিয়া StudentEnroll ক্লাস প্ৰদর্শন কৰিবলৈ নিম্ন কোড লিখক।
02:03 ইয়াতে দুটা static ভ্যাৰিয়েবল count আৰু orgname আছে।
02:08 লগতে চাওক যে orgname, static constant নহয় কিন্তু এইটো সাধাৰণ static variable হয়.
02:15 static variable orgnameক, IIT Bombay হিসাবে ইনিসিয়েলাইজ কৰা হয়।
02:21 এতিয়া Sourceত ক্লিক কৰক আৰু Generate Constructor using Fields চয়ন কৰক।
02:27 নির্মিত কোড পৰা super কীওয়ার্ড মুছক।
02:32 Constructor ত, লিখক count ++ semicolon,
02:36 সেয়ে যেতিয়াই object এটা বনোৱা হয় count ভ্যাৰিয়েবল প্ৰতিবাৰে বৃদ্ধি পায়।
02:42 এতিয়া ভ্যাৰিয়েবোলৰ ভ্যালুক প্ৰিন্ট কৰিবলৈ এই ক্লাসত showData( ) মেথড জুড়িম।
02:48 লিখক public void showData( )
02:51 id, name আৰু organization name প্ৰিন্ট কৰিবলৈ বন্ধনীত নিম্ন কোড লিখক।
02:58 এতিয়া স্ট্যাটিক মেথড setOrgName জুড়িম।
03:03 নিম্ন কোড লিখক।
03:05 প্ৰদর্শিত setOrgName মেথড হল static মেথড যি orgname ইয়াৰ ভ্যালু সংশোধন কৰিব পাৰে।
03:13 যি কোনো মেথড যাৰ ব্যবহাৰ static variables পৰিচালনা কৰিবলৈ কৰা হয় তাক static method হিসাবে সংজ্ঞায়িত কৰা হয়।
03:19 এতিয়া instance method আৰু static method ইয়াৰ পার্থক্য চাও।
03:25 Instance methods, static variables অ্যাক্সেস কৰিব পাৰে।
03:29 যত static methodএ static variablesক মাত্ৰ অ্যাক্সেস আৰু সংশোধন কৰিব পাৰে।
03:35 Instance মেথড মাত্ৰ object দ্বাৰা লাগু হয়।
03:39 যত static মেথডক object নবনোৱাকে চিধাচিধি লাগু কৰাব পাৰে।
03:45 static methodত this আৰু super কীওয়ার্ড ব্যবহাৰ কৰিব নোৱাৰো।
03:50 কাৰণ এই কীওয়ার্ড এটা নির্দিষ্ট ক্লাসৰ উদাহৰণ উল্লেখ কৰে।
03:56 static context ত, আমি ক্লাসৰ উদাহৰণ উল্লেখ কৰিব নোৱাৰো।
04:01 চাও যে static methodত সৰাসৰি instance variableক অ্যাক্সেস কৰাৰ চেষ্টা কৰিলে কি হয়।
04:09 লিখক id= newid সেমিকোলন।
04:13 Eclipseত এটা এৰৰ দেখায়।
04:17 এইটোৱে ইঙ্গিত কৰে যে instance variableক সৰাসৰি static methodত অ্যাক্সেস কৰা নহয়।
04:23 এই লাইনটো কমেন্ট কৰি আৰু আগোৱাও।
04:27 এতিয়া আৰু এটা static method, showOrgData জুড়িম।
04:31 এই স্টেটমেন্টে orgname আৰু count ইয়াৰ ভ্যালু প্ৰিন্ট কৰে।
04:36 default packageত সো ক্লিক কৰক, New-> Classত ক্লিক কৰক আৰু তাৰপিছত Demo লিখক।
04:44 এই ক্লাসত আমাৰ উচৰত main মেথড আছে।
04:48 সেয়ে লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ Ctrl+space টিপক।
04:54 আমি শিক্ষার্থীৰ নামাঙ্কন দেখিবলৈ StudentEnroll ক্লাসত কিছু অবজেক্ট বনাম।
05:01 3 টা অবজেক্ট s1, s2 আৰু s3 বনাবলৈ নিম্ন কোড লিখক।
05:08 নামাঙ্কন বিবৰণক প্ৰিন্ট কৰিবলৈ showData মেথড লাগু কৰো।
05:12 s1, s2 আৰু s3 ত মেথড লাগু কৰিবলৈ নিম্ন কোড লিখক।
05:19 orgname আৰু count ইয়াৰ ভ্যালু প্ৰিন্ট কৰিবলৈ showOrgData মেথডও লাগু কৰো।
05:27 এইটো static মেথড হোৱাত ইয়াৰ classৰ নাম দ্বাৰা এইটোক সৰাসৰি লাগু কৰিব পাৰো।
05:31 এইটোক কৰিবলৈ, এই কোড লিখক।
05:34 ডেমো প্ৰোগ্ৰাম ৰান কৰক।
05:37 আমি দেখো যে s1 সম্পর্কিত ভ্যাৰিয়েবোলৰ ভ্যালু অর্থাৎ IT101, ADIL আৰু IIT BOMBAY প্ৰিন্ট হয়।
05:47 একেইভাবে s2 আৰু s3 সম্পর্কিত ভ্যালুও প্ৰিন্ট হয়।
05:53 উল্লেখ্য যে orgname অর্থাৎ IIT BOMBAY ইয়াৰ ভ্যালু s1, s2 আৰু s3 ইয়াৰ বাবে একেই।
06:02 orgname আৰু count, static method showOrgData দ্বাৰা পৃথকভাবে প্ৰিন্ট হয়।
06:08 organization ইয়াৰ নাম IIT Bombay হিসাবে প্ৰিন্ট হয়।
06:13 শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু 3 প্ৰিন্ট হয়, কাৰণ আগতেই 3 টা অবজেক্ট বনাইছো।
06:21 static methodক সৰাসৰি classৰ নাম দ্বাৰা লাগু কৰাব পাৰে।
06:26 এতিয়া static method setOrgName লাগু কৰো।
06:30 আমি প্ৰতিষ্ঠানৰ নাম IIT Bombay পৰা IIT Mumbai ত সলাও।
06:36 নিম্ন কোড লিখক।
06:38 আকৌ এবাৰ নামাঙ্কন বিবৰণ প্ৰিন্ট কৰিবলৈ s1, s2 আৰু s3 ত showData মেথড লাগু কৰক।
06:47 ইয়াৰ বাবে আকৌ এবাৰ নিম্ন কোড লিখক।
06:50 আকৌ এবাৰ, orgname আৰু count ইয়াৰ ভ্যালু প্ৰিন্ট কৰিবলৈ showOrgData মেথড লাগু কৰক।
06:58 এইটো কৰিবলৈ এই কোড লিখক।
07:00 আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক।
07:03 আমি দেখো যে সংস্থানৰ নাম IIT Mumbai ত সলনি হৈ গৈছে।
07:08 স্লাইডত উভতি আহো।
07:11 Object references ক static methodত পাস কৰা যায়।
07:15 এইভাবে static methodএ সেই নির্দিষ্ট objectৰ instance variables অ্যাক্সেস কৰিব পাৰে।
07:22 এইটোক আমি কোডত চেষ্টা কৰো। Eclipseত যাওক আৰু StudentEnroll ক্লাসত যাওক।
07:30 এতিয়া setOrgName মেথডত, অন্য argument ক StudentEnroll ক্লাসত object হিসাবে পাস কৰক।
07:38 String org ইয়াৰ পিছত, লিখক কমা StudentEnroll s
07:45 এতিয়া এই মেথডত, id = newid আনকমেন্ট কৰক।
07:50 id ইয়াৰ সলনি s.id লিখক।
07:54 Demo ক্লাসত যাওক।
07:56 StudentEnroll object s1 পাস কৰি function call ক setOrgName methodত সলাওক।
08:05 ইয়াতে, IIT Mumbai ইয়াৰ পিছত লিখক কমা s1.
08:10 আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক।
08:12 আমি দেখো যে s1 ইয়াৰ বাবে id ভ্যালু newid ত সলনি গৈছে।
08:19 সংক্ষেপে, ইয়াতে আমি শিকিছো:
08:24 static method কি আৰু এইটোক কেতিয়া ব্যবহাৰ কৰা হয়।
08:28 static methods আৰু instance methodsক কিভাবে পাৰথক্য কৰে আৰু
08:33 static methodsক কিভাবে বানায় আৰু লাগু কৰে।
08:37 এই অনুশীলনী Static variable ইয়াৰ অনুশীলনীৰ ধাৰাবাহিকতা।
08:42 নিশ্চিত কৰক Static variable ইয়াৰ অনুশীলনী সম্পন্ন কৰিছে।
08:47 ইয়াতে মাত্ৰ সংশোধন চিহ্নিত কৰিম।
08:50 ইয়াতে status প্ৰদর্শন কৰাৰ এটা ভ্যাৰিয়েবল আছে।
08:55 এইটোক নির্দেশ কৰিবলৈ ব্যবহৃত হয় যে গাড়ি পৰিষেবাৰ বাবে in নে পৰিষেবাৰ পিছত out আছে।****
09:01 ইয়াতে No of cars out after Service প্ৰদর্শন কৰিবলৈ আৰু এটা ভ্যাৰিয়েবল আছে।
09:08 মেথড service( Car c) সংজ্ঞায়িত কৰক যি outৰ স্টেটাস আপডেট কৰে।
09:13 সেইমতে পৰিষেবাৰ বাবে No of Cars in আৰু ******
09:17 পৰিষেবাৰ পিছত No of Cars out ইয়াৰ ভ্যালু সংশোধন কৰে।*****
09:21 গাড়িৰ বর্ণন প্ৰিন্ট কৰিবলৈ show( ) মেথডও সংজ্ঞায়িত কৰক।
09:26 আগৰ মতে, সূচীবদ্ধ অনুযায়ী নিম্ন কামটো কৰিব লাগিব।
09:30 উল্লেখ্য যে প্ৰয়োজন মতে static method সনাক্ত আৰু সংজ্ঞায়িত কৰিব লাগিব।
09:35 Demo ক্লাসও বনাওক।
09:38 main মেথডত, CarService ইয়াৰ কিছু অবজেক্ট বনাওক।
09:43 তাৰেই কিছুত service( ) মেথড লাগু কৰক।
09:47 সকলো অবজেক্ট দ্বাৰা show( ) মেথড লাগু কৰক আৰু ফলাফল চেক কৰক।
09:52 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়।
09:57 এইটোক ডাউনলোড কৰি চাওক।
09:59 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়।
10:08 অধিক জানোবলৈ আমালৈ লিখক।
10:11 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
10:18 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT- Intro
10:22 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো।
10:30 অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi