Java/C2/Using-this-keyword/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 জাভাত this কীওয়ার্ড ব্যবহাৰৰ স্পকেন টিউটোৰীয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম
00:09 this কীওয়ার্ডৰ ব্যবহাৰৰ সম্পর্কে।
00:11 ফীল্ডৰ সৈতে this কীওয়ার্ডৰ ব্যবহাৰৰ।
00:14 কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে this কীওয়ার্ডৰ ব্যবহাৰ।
00:17 ইয়াত আমি

উবুন্টু সংস্কৰণ 11.10 jdk 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰছি।

00:28 এই টিউটোৰিয়ালটো অনুসৰন কৰিবলৈ
00:30 এক্লীপ্স ব্যবহাৰ কৰি জাভাত কন্সট্ৰকটৰ তৈয়াৰ কৰা সম্পর্কে জানা আবশ্যক।
00:34 নহলে, প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।

(http://www.spoken-tutorial.org)

00:40 এতিয়া আমি this কীওয়ার্ডৰ ব্যবহাৰ চাও।
00:44 কন্সট্ৰকটৰ এটাত, this'হল বর্তমান অবজেক্টেৰ ৰেফাৰেন্স।
00:48 this ব্যবহাৰ কৰি আমি কন্সট্ৰকটৰত বর্তমান অবজেক্টৰ যিকোনো সদস্য ৰেফাৰ কৰিব পাৰো ।
00:55 এতিয়া আমি ফীল্ডৰ সৈতে this কীওয়ার্ডৰ ব্যবহাৰ চাও।
01:00 this কীওয়ার্ডে আমাক নামৰ conflicts avoid মানে দ্বন্দ্ব এড়াত সাহায্য কৰে।
01:07 আমি ইয়াত এনেধৰনৰ উদাহৰণ চাব পাৰো।
01:10 তাৰ বাবে Eclipse খোলা যাওক।
01:17 আগৰ টিউটোৰিয়ালত তৈয়াৰ কৰা Student নামৰ ক্লাসটো খুলক
01:23 default constructorত কমেন্ট কৰক, 1টা প্যাৰামিটাৰৰ সৈতে constructor কমেন্ট কৰক।
01:40 আৰু প্ৰথম দুটা অবজেক্ট তৈয়াৰ কৰিবলৈ কোডটো কমেন্ট কৰক।
02:03 এতিয়া parameterized constructor লক্ষ্য কৰক।
02:11 the_roll_number আৰু the_name এইববোৰ আর্গুমেন্ট হয় যি কন্সট্ৰকটৰলৈ পাস কৰে।
02:20 roll_number আৰু name হল instance ভ্যাৰিয়েবল।
02:26 এতিয়া, আর্গুমেন্টক roll_number আৰু nameৰ লৈ সলনি কৰক
02:39 সেয়ে কন্সট্ৰকটৰত
02:42 roll_number = roll_number আৰুname = name আছে
02:55 এতিয়া ফাইল সংৰক্ষণ কৰি ৰান কৰক। সেয়ে Ctrl ,S আৰু Ctrl, F11 টিপক ।
03:04 আমি নিম্নৰুপে আউটপুট পাই:
03:07 I am a Parameterized Constructor 0 null
03:12 এতিয়া কোডলৈ আহিলো।
03:17 আমি কোডত দুটি সতর্কতা দেখো ।
03:20 মাউসটো ওয়ার্নিং সিম্বললৈ লৈ যাওক ।
03:23 আমি দেখিব পাৰো যে The assignment to the variable roll_number has no effect
03:29 আৰু The assignment to the variable name has no effect.
03:33 ইয়াৰ কাৰণ হল যে কন্সট্ৰকটৰ roll_number আৰু name হল লোকেল ভ্যাৰিয়েবল।
03:40 লোকেল ভ্যাৰিয়েবল বোৰ হৈছে ভ্যাৰিয়েবল যি মেথডত বা ব্লকত উপলব্ধ।
03:47 ইয়াত, roll_number আৰু name , 11 আৰুRajuলৈ ইনিসিয়েলাইজ কৰা হব।
03:54 কাৰণ আমি 11 আৰু Raju কন্সট্ৰকটৰ পাস কৰিছো ।
04:01 কিন্তু এবাৰ সিহতে কন্সট্ৰকটৰৰ বাহিৰত আহাত, ইয়াক এক্সেস কৰা সম্ভব নহয়।
04:06 তাৰপিছত আমি জানা roll_number আৰু nameবোৰ হল ইন্সট্যান্স ভ্যাৰিয়েবল (instance variables)
04:13 এবাৰ অবজেক্ট তৈয়াৰ হোৱা পিছত সিহতক ইতিমধ্যে 0 আৰু nullলৈ ইনিসিয়েলাইজ কৰা হৈছে।
04:18 আমি 0 আৰু null হিসাবে আউটপুট পাইছো ।
04:21 এতিয়া, কন্সট্ৰকটৰত এটা সৰু পৰিবর্তন কৰা যাওক।
04:29 সেয়ে লিখক this dot roll_number = roll_number.
04:37 আৰু this dot name = name.
04:44 এতিয়া ফাইল সংৰক্ষণ কৰে ৰান কৰক। সেয়ে Ctrl, S আৰু Ctrl, F11 কী টিপক।
04:51 আমই নিম্নৰুপে আউটপুট পাউ:
04:53 'I am Parameterized Constructor'11 আৰুRaju
04:58 ইয়াৰ কাৰণ হল this dot roll_number আৰু this dot name ইন্সট্যান্স ভ্যাৰিয়েবল roll_number আৰু name লৈ ৰেফাৰ কৰে।
05:12 আৰু ইয়াত roll_number আৰু name হল আর্গুমেন্ট যি মেথডত পাস কৰা হৈছে।
05:19 লোকাল আৰু ইন্সট্যান্স ভ্যাৰিয়েবলৰ মাজত থকা confliction মানে সংহৰ্শ অতৰুৱাবলৈ আমি this কীওয়ার্ড ব্যবহাৰ কৰো।
05:29 এতিয়া কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে আমি this কীওয়ার্ডেৰ ব্যবহাৰ হোৱা চাম।
05:34 অন্য এটা কন্সট্ৰকটৰক কল কৰিবলৈ আমি এটা কন্সট্ৰকটৰত this কীওয়ার্ড ব্যবহাৰ কৰিব পাৰো
05:39 কন্সট্ৰকটৰ একেই ক্লাসত হব লাগিব।
05:43 ইয়াক explicit constructor invocation বোলা হয়।
05:46 সেয়ে, আমি তৈয়াৰ কৰাStudent ক্লাসলৈ উভতি আহো।
05:53 এতিয়া কমেন্টবোৰ মুছি পেলাওক।
06:28 এতিয়া প্ৰথম দুটা কন্সট্ৰাকটৰত ইন্সট্যান্স ভ্যাৰিয়েবলক তাৰ মানলৈ এসাইন কৰিবলৈ এই অংশ কমেন্ট কৰক।
06:52 তাৰপিছয়ত সেই অংশটো কমেন্ট কৰক যি দ্বিতীয় আৰু তৃতীয় অবজেক্টক তৈয়াৰ কৰে।
07:08 এতিয়া প্ৰথমে প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্ৰকটৰলৈ আহা যাওক।
07:16 কাৰ্লী বন্ধনীৰ পিছত লিখক this প্ৰথম বন্ধনীত 11 আৰু সেমিকোলন।
07:28 দ্বিতীয় কন্সট্ৰকটৰত লিখকthis প্ৰথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিত Raju সেমিকোলন।
07:42 এতিয়া ফাইল সংৰক্ষণ কৰি ৰান কৰক। তাই Ctrl, S আৰু Ctrl, F11 টিপক।
07:49 আমই নিম্নৰুপে আউটপুট পাউ:
07:51 I am a Parameterized Constructor
07:54 I am a constructor with a single parameter
07:57 I am Default Constructor 11 আৰুRaju
08:02 এতিয়া, আমি আউটপুট ব্যাখ্যা কৰিম ।
08:08 যেতিয়াই অবজেক্টটো তৈয়াৰ হয়, তাৰ সম্বন্ধীয় কন্সট্ৰকটৰক কল কৰা হয়।
08:13 ইয়াত উপস্থিত কন্সট্ৰকটৰ হল no argument constructor.
08:20 কন্ট্ৰোল কন্সট্ৰকটৰত প্ৰথম লাইনলৈ আহে ।
08:24 this বন্ধনীত 11 স্টেটমেন্ট এনকাউন্টাৰ কৰে।
08:26 সেয়ে ই সেই কন্সট্ৰকটৰক কল কৰে যি একক ইন্টিজাৰ আর্গুমেন্টক গ্ৰহণ কৰে।
08:36 তাৰপিছত কন্ট্ৰোল this প্ৰথম বন্ধনীত 11 কমা Raju লৈ আহে।
08:44 সেয়ে কন্সট্ৰকটৰক কল কৰে যি 1 টা ইন্টিজাৰ আৰু 1 টা স্ট্ৰিং argumenত গ্ৰহণ কৰে।
08:53 সেয়ে এই কন্সট্ৰকটৰ এক্সিকিউট কৰা হৈছে আৰু আমি I am Parameterized Constructor হিচাবে আউটপুট পাও
09:02 এতিয়া আমি যিহেতু পাস কৰাইছো, ইন্সট্যান্স ভ্যাৰিয়েবল বোৰ 11 আৰু Raju লৈ ইনিসিয়েলাইজ কৰা হব।
09:11 এতিয়া, কন্ট্ৰোলে calling কন্সট্ৰকটৰৰলৈ উভতি যায়।
09:16 সেয়ে দ্বিতীয় কন্সট্ৰকটৰ এক্সিকিউট কৰা হয়।
09:19 আমৰা I am constructor with a single parameterহিচাবে আউটপুট পাই
09:25 তাৰপিছত, কন্ট্ৰোলে প্ৰথমে কন্সট্ৰকটৰলৈ যায় আৰু এক্সিকিউট কৰে।
09:30 সেয়ে আমি I am a default constructor হিচাবে আউটপুট পাও
09:36 তাৰপছিত studentDetail মেথড এক্সিকিউট কৰা হয়।
09:42 আমি 11 আৰু Raju পাও।
09:45 এতিয়া এটা সৰু পৰিবর্তন কৰো।
09:47 এই this স্টেটমেন্টক কন্সট্ৰকটত শেষত ৰাখক।
10:00 আমি এটা কম্পাইলাৰ এৰৰ পাই।
10:03 মাউসক এৰৰ চিহ্নলৈ নিয়ক।
10:06 আমি নিম্নৰূপে আউটপুট পাও:
10:07 কনস্ট্ৰাকটৰত প্ৰথম স্টেত মেন্ট কনস্ট্ৰাকটৰ কল হোৱা উচিত '.
10:12 সেয়ে আমি ইয়াক কন্সট্ৰকটৰেৰ প্ৰথম লাইন কৰা আবশ্যক।
10:16 সেয়ে ইয়াক কন্সট্ৰকটৰৰ প্ৰথম লাইন বনাওক
10:27 এতিয়া আমি চাব পাৰো যে এৰৰটো নাই।
10:31 এই টিউটোৰিয়েলত আমি শিকিছো
10:35 ফীল্ডেৰ সৈতেthis কীওয়ার্ডেৰ ব্যবহাৰ কৰা।
10:38 কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে this' কীওয়ার্ডৰ ব্যবহাৰ কৰা
10:41 কন্সট্ৰকটৰত কিভাবে this কীওয়ার্ড ব্যবহাৰ কৰা উচিত।
10:45 আত্ম মূল্যায়নৰ বাবে, আগতে তৈয়াৰ কৰা Employee ক্লাসত:
10:49 দুটা প্যাৰামিটাৰৰ সৈতে কন্সট্ৰকটৰ তৈয়াৰ কৰক।
10:52 ইন্সট্যান্স ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিবলৈ this কীওয়ার্ড ব্যবহাৰ কৰক।
10:57 1 ৰ সৈতে আৰু প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্ৰকটৰ তৈয়াৰ কৰক ।
11:01 টিউটোৰিয়েলত ব্যাখ্যা কৰাৰ নিচিনা this ব্যবহাৰ কৰে কন্সট্ৰাকটৰ শৃঙ্খলিত কৰাৰ চেষ্টা কৰক।
11:07 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ
11:09 তলৰ সংযোগত থকা ভিডিঅ’ চাওক। http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
11:12 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:16 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:19 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
11:23 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
11:26 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
11:30 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:40 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:46 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:55 আমৰা টিউটোৰিয়ালেৰ শেষে চলে এসেছি। ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে s
11:58 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble