Java/C2/Non-static-block/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
  00:02   জাভাত নন স্ট্যাটিক ব্লকৰ কথ্ন টিউটোৰিয়েললৈ আপনাক স্বাগতম ।
  00:06    এই টিউটোৰিয়েলত আমি শিকিম
  00:08 নন স্ট্যাটিক ব্লকৰ সম্পর্কে
  00:10   নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়?
  00:13   নন স্ট্যাটিক ব্লকে সহজ উদাহৰণ।
  00:16   আৰু  আমাক কিয় কন্সট্রাকটৰ প্রয়োজন হয় ?
00:18   এই টিউটোৰিয়েলত আমি

উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো।

00:26 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Eclipse ব্যবহাৰ কৰো
  00:29 জাভাত কন্সট্রাকটৰ তৈয়াৰ কৰা সম্পর্কে জানিব লাগিব
  00:33 যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক

(http://www.spoken-tutorial.org)

  00:38 এতিয়া আমি চাম নন স্ট্যাটিক ব্লক কি হয় ?
  00:42 দুটা কাৰ্ড়লী বন্ধনীত লিখা যিকোনো কোড হল নন স্ট্যাটিক ব্লক।
00:46  এতিয়া আমি সিনট্যাক্স দেখিব পাৰো ।
  00:51 নন স্ট্যাটিক ব্লক কেতিয়া এক্সিকিউট কৰা হয়?
  00:54 নির্মাণ (create) কৰা প্রতিটি বস্তুৰ বাবে নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।
  00:58 ই কন্সট্রাকটৰৰ এক্সিকিউশনৰ পূর্বে এক্সিকিউট কৰে
  01:04 ই ক্লাসৰ ইনস্ট্যান্স মেম্বাৰ ভ্যাৰিয়েবল আৰম্ভ কৰিব পাৰে
  01:08 গণনাৰ বাবে অন্য কোনো এক্সিকিউশনও ব্লকত দেখোৱাব পাৰে
  01:14 এতিয়া Eclipseলৈ যাও আৰু নন স্ট্যাটিক ব্লক ব্যবহাৰ কৰাৰ চেষ্টা কৰো ।
   01:22 মই  ইতিমধ্যে Eclipseত NonStaticTest নামৰ ক্লাস এটা খুলিছো ।
  01:28 মই A নামৰ এটা ক্লাসও তৈয়াৰ কৰিছো ।
  01:33 এতোয়া ক্লাস A ৰ ভিতৰত, মই প্রথমে int টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰিম।
  01:38 সেয়ে লিখক int স্পেস a সেমিকোলন, তাৰপিছত Enter টিপক ।
  01:46 কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Non static block of an instance of Class A সেমিকোলন।
  02:12 তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।
  02:32 এতিয়া আমি এটা কন্সট্রকটৰ ঘোষনা কৰিম ।
  02:35 সেয়ে লিখক public স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট, কাৰ্ড়লী বন্ধনী খুলক Enter টিপক ।
  02:51 তাৰপিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত Constructing object of type A সেমিকোলন।
  03:10 তাৰ পিছত লিখক System dot out dot println বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।
  03:35 এতিয়া এই ফাইলটো সংৰক্ষণ কৰক ।
  03:44 Eclipseত NonStaticTest ক্লাসৰ ভিতৰত A ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰা যাওক।
  03:53 সেয়ে লিখক A স্পেস a1=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন।
  04:08 পিছৰ লাইনত আমি A ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰোম।
  04:12 সেয়ে লিখক A স্পেস a2=new স্পেস A ওপেনিং আৰু ক্লোসিং ব্রেকেট সেমিকোলন।
  04:25 এতিয়া ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক। সেয়ে Ctrl &S আাৰু Ctrl &F11 কী টিপক।
  04:32 আমি নিম্নৰুপে আউটপুট পালো :
04:35 আমি যেনে দেখিব পাৰো যেতিয়া প্রথম অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।
  04:45   ক্লাস A ইনস্ট্যান্সৰ নন স্ট্যাটিক ব্লক আৰু ইনস্ট্যান্স ভ্যাৰিয়েবল A 0 ইনিসিয়েলাইজ কৰা হৈছে।
  04:53 তাৰপিছতহে কন্সট্রকটৰ এক্সিকিউট কৰা হয়। A  টাইপৰ অবজেক্ট কন্সট্রকট কৰা।
  05:02 আৰু ইয়াত ইনস্ট্যান্স ভ্যাৰিয়েবল আকৌ এবাৰ 0লৈ ইনিসিয়েলাইজ কৰা হৈছে।
  05:07 তাৰপিছত যেতিয়া দ্বিতীয় অবজেক্ট তৈয়াৰ কৰা হয়, নন স্ট্যাটিক ব্লক এক্সিকিউট কৰা হয়।
  05:16 এই প্রক্রিয়া পুনৰাবৃত্তি কৰা হয়।
  05:20    আমি এটা ক্লাসত একোধিক নন স্ট্যাটিক ব্লক পাব পাৰো।
  05:25 এইক্ষেত্রত সিহতে ক্লাসত প্রদর্শিত কৰা ক্রমানুসাৰে এক্সিকিউট কৰে ।
  05:30 আমি সেইটো  চেষ্টা কৰিব পাৰো।
  05:34 ক্লাস Aত প্ৰথম ব্লকৰ পিছত আৰু এটা ব্লক অন্তর্ভুক্ত কৰক ।
  05:43 সেয়ে আকৌ কাৰ্ড়লী বন্ধনীত লিখক ,
  05:47    System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত Second Non static block of an instance of Class A সেমিকোলন।
  06:08 তাৰপিছত লিখক System dot out dot println বন্ধনীত আৰু ডবল উদ্ধৃতি চিনহত The value of a is + a সেমিকোলন।
  06:30 এতিয়া এই ফাইলটো সংৰক্ষণ কৰক, Ctrl & S কী একলগে টিপক তাৰপিছত প্রোগ্রাম ৰান কৰিবলৈ Ctrl আৰু F11 টিপক ।
  06:44 আমি নিম্নৰুপে আউটপুট পাউ :
  06:48    আমি দেখো যে প্রথম ব্লক এক্সিকিউট হোৱাৰ পিছত, দ্বিতীয়  ব্লক এক্সিকিউট হৈছে।
  06:58   তাৰপিছত কন্সট্রকটৰ এক্সিকিউট কৰা হয়।
  07:07 এতিয়া আপনি মন কৰিব পাৰে যে আমাক কসট্রাকটৰৰ কিয় প্রয়োজন।
  07:10 ইয়াৰ উত্তৰটো হল যে আমাক ডিফল্ট কন্সট্রাকটৰৰ প্রয়োজন নাই।
  07:15 কিন্তু নন স্ট্যাটিক ব্লক parameterized হব নোৱাৰে।
  07:18 বাহিৰৰপৰা লোৱা মানৰ অবজেক্ট আপোনাৰ উচৰত থাকিব নোৱাৰে ।
  07:22 সেয়ে নন স্ট্যাটিক ব্লক কন্সট্রকটৰৰ বিকল্প নহয়।
  07:27 সংক্ষিপ্তকৰন কৰো ।
  07:29   এই টিউটৰিয়েলত আমি শিকিছো:
  07:32 নন স্ট্যাটিক ব্লকৰ সম্পর্কে আৰু কিভাবে ব্লকটো ব্যবহাৰ কৰা হয়।
07:35   আত্ম মূল্যায়নৰ বাবে,
07:36   B নামৰ এটা ক্লাস তৈয়াৰ কৰক।
07:39   টিউটোৰিয়েলত প্রদর্শিত কৰা দৰে নন স্ট্যাটিক ব্লক আৰু কন্সট্রকটৰ  তৈয়াৰ কৰক।
07:44   ইতিমধ্যে নির্মিত NonStaticTest ক্লাসত B ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰক।
07:49 আউটপুটতো চাওক
  07:51   spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ

তলৰ সংযোগত থকা ভিডিঅ’ চাওক।

07:53   এই লিঙ্কে উপলব্ধ ভিডিওটি দেখুন।  তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
07:56    কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:00   যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  08:03 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে 
08:06 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.


08:08   এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:12   অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
   08:18   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:22   ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:28  এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:37 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08:40  আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble