Inkscape/C3/Design-a-CD-label/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 নমস্কাৰ দৰ্শক সকল. Inkscape ব্যবহাৰ কৰি Design a CD label এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 এটা CD label টেমপ্লেট তৈয়াৰ কৰা।
00:11 CD label ডিসাইন কৰা।
00:13 PNG ৰুপত ফাইল সংৰক্ষণ কৰা।
00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো:
00:18 উবুন্টু লিনাক্স 12.04 OS
00:21 Inkscape সংস্কৰণ 0.48.4
00:25 Inkscape খুলো।
00:27 File ত টিপক আৰু তাৰপিছত Document properties ত।
00:32 প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425 পিক্সেলত সলাওক।
00:37 ডায়ালগ বাক্স বন্ধ কৰক।
00:40 Rectangle টুল ব্যবহাৰ কৰি এটা বর্গক্ষেত্র বনাওক। ইয়াৰ ৰঙ ৰঙা কৰক।
00:45 selector টুলত টিপক।
00:47 Tool controls bar ত প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425 ত সলাওক।
00:54 ইয়াৰ পিছতEllipse টুল ব্যবহাৰ কৰি এটা বৃত্ত আঁকক।
00:58 আৰু এবাৰ, selector টুলত টিপক।
01:01 Tool controls bar ত প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425 ত সলাওক।
01:07 উভয় বৃত্ত আৰু বর্গক্ষেত্র নির্বাচন কৰক।
01:11 Object মেনুত যাওক।
01:13 Align and Distribute ত টিপক।
01:16 Relative to বিকল্প Page ত সেট কৰক।
01:19 অবজেক্ট কেন্দ্রত বিন্যস্ত কৰক।
01:22 Path মেনুত যাওক। Difference নির্বাচন কৰক।
01:26 এতিয়া আৰু এটা বৃত্ত আঁকক।
01:28 আৰু এবাৰ, selector টুলত টিপক।
01:31 উচ্চতা আৰু প্রস্থ প্যাৰামিটাৰ 85 ত সলাওক।
01:35 Align and Distribute ব্যবহাৰ কৰি এটা পৃষ্ঠাৰ কেন্দ্রত সাৰিবদ্ধ কৰক।
01:41 উভয় আকাৰ নির্বাচন কৰক।
01:44 যিহেতু এইটো এটা টেমপ্লেট, আমি ইয়াৰ ৰঙ সদায় সলাও।
01:49 সেয়ে এইটো এতিয়া দৃশ্যমান নহবও পাৰে।
01:51 Layer মেনুত যাওক আৰু Layers ত টিপক।
01:55 বর্তমান লেয়াৰৰ নাম CD টেমপ্লেটত সলাওক।
02:00 ভুলবশত, লেয়াৰৰ এলিমেন্টৰ গতিবিধি এড়াবলৈ লেয়াৰ লক কৰক।
02:05 এতিয়া, আৰু এটা লেয়াৰ তৈয়াৰ কৰো আৰু এইটোৰ নাম CD design দিয়ক।
02:10 এইটোক CD টেমপ্লেট লেয়াৰৰ তলত ৰাখক।
02:13 এতিয়া আমাৰ CD টেমপ্লেট প্রস্তুত।
02:16 আমি ভবিষ্যতত বিভিন্ন CD বনাবলৈ এইটো ব্যবহাৰ কৰিব পাৰো।
02:20 আমি SVG ফাইল সংৰক্ষণ কৰো।
02:23 File ত যাওক আৰু Save As ত টিপক।
02:26 আমি এইটো Desktop ত সংৰক্ষণ কৰিম।
02:29 আমি CD template হিসাবে ফাইলৰ নাম লিখিম আৰু Save ত টিপিম।
02:35 এতিয়া আমি CD design লেয়েৰত কাম কৰিম।
02:39 এতিয়া এটা ব্যাকগ্রাউন্ড ডিসাইন কৰো।
02:41 ইয়াৰ বাবে, Rectangle টুল ব্যবহাৰ কৰি এটা বর্গক্ষেত্র আঁকিম।
02:46 যিহেতু ৰঙ বগা হয়, এইটো দৃশ্যমান নহবও পাৰে।
02:49 ইয়াৰ ৰঙ হালকা নীলালৈ সলাওক।
02:52 Selector টুলত টিপক।
02:56 তাৰপিছত প্রস্থ আৰু উচ্চতা প্যাৰামিটাৰ 425ত সলাওক।
03:01 এইটোক কেন্দ্রত সাৰিবদ্ধ কৰক।
03:03 এতিয়া আমি সীমাৰ মধ্যে ব্যাকগ্রাউন্ডৰ ৰঙ চাব পাৰো।
03:08 এতিয়া এটা গ্রাফিক চিত্রণ ডিজাইন কৰো।
03:11 এটা সেউজীয়া গ্রেডিয়েন্ট আঁকক।
03:14 Bezier টুল নির্বাচন কৰক আৰু এটা বক্র চিত্রণ আঁকক।
03:19 ইয়াৰ পিছতSpoken tutorial লোগো ইম্পোর্ট কৰো।
03:23 লোগো কোড ফাইল লিঙ্কত দিয়া হৈছে।
03:27 File ত যাওক আৰু Import ত টিপক।
03:32 লোগোৰ আকাৰ সলাওক আৰু এটা চিত্রণৰ উপৰত ৰাখক।
03:37 লোগোৰ সোফালে Spoken Tutorial লিখক।
03:41 ফন্টৰ আকাৰ 20 ত সলাওক।
03:44 পিছৰ লাইনত লিখক "Partner with us...help bridge the digital divide".
03:51 ফন্টৰ আকাৰ 8 ত সলাওক।
03:54 আমি CD লেবেলৰ তলৰ অংশত যোগাযোগৰ বিবৰণ লিখিম।
03:59 আমাৰ আগত সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা যোগাযোগৰ বিবৰণ কপি কৰো।
04:05 এতিয়া এইটোক তলৰ এলাকাত পেস্ট কৰক।
04:08 Contact us বোল্ড কৰক আৰু এইটোক কেন্দ্রত সাৰিবদ্ধ কৰক।
04:13 টেক্সটৰ ৰঙ নীলালৈ সলাওক।
04:16 ইয়াৰ পিছত, আমি CD লেবেলৰ সোফালে কিছু ইমেজ যোগ কৰিম।
04:21 মই ইতিমধ্যে এটা ইমেজ কোলাজ বনায় ঠৈছো আৰু মোৰ Documents ফোল্ডাৰত সংৰক্ষণ কৰিছো।
04:26 একেই চিত্র আপোনাৰ কোড ফাইল লিঙ্কত দিয়া হৈছে।
04:30 সেই ফোল্ডাৰ ছেক কৰক যত এইটো সংৰক্ষণ কৰা আছে।
04:34 এতিয়া File ত টিপক তাৰপিছত Import ত আৰু অবশেষত Image1 নির্বাচন কৰক।
04:40 এতিয়া ইমেজ ইয়াতে ইম্পোর্ট হৈছে। আৰু এবাৰ ইমেজৰ আকাৰ সলাওক।
04:48 মই এইটো CD লেবেলৰ সোফালে ৰাখিছো।
04:51 এতিয়া File আৰু Save As ত টিপি SVG ফাইল সংৰক্ষণ কৰক।
04:57 আমি ফাইলৰ নাম ST CD label লিখিম আৰু Save ত টিপিম।
05:03 এতিয়া আমাৰ CD লেবেল প্রস্তুত।
05:06 এতিয়া PNG ফৰম্যাটত ফাইল এক্সপোর্ট কৰা শিকো।
05:10 File ত যাওক আৰু Export Bitmap ত টিপক।
05:14 এটা নতুন ডায়লগ বাক্স খুলিব।
05:16 Export area ৰ তলত Page ট্যাবত টিপক।
05:21 Bitmap size ৰ তলত dpi 300 ত সলাওক।
05:26 তাৰপিছত Browse বোতামত টিপক।
05:29 আমি ফাইল সংৰক্ষণৰ স্থান হিসাবে Desktop নির্বাচন কৰিম।
05:33 আমি ফাইলৰ নাম হিসাবে ST-CD-label লিখিম আৰু Save ত টিপিম।
05:42 অবশেষত, Export বোতামত টিপক।
05:46 এতিয়া Desktopত যাওক আৰু আমাৰ ফাইল ছেক কৰক।
05:50 আমাৰ CD label এইৰকমে দেখাত হয়।
05:53 সংক্ষিপ্তকৰণ কৰো।
05:55 এই টিউটোৰিয়েলত আমি শিকিছো এটা CD label টেমপ্লেট তৈয়াৰ কৰা।
06:00 CD label ডিসাইন কৰা।
06:02 PNG ফৰম্যাটত ফাইল সংৰক্ষণ কৰা।
06:05 ইয়াতে আপোনাৰ বাবে নির্দেশিত কাম আছে।
06:07 Inkscape এৰ বাবে এটা CD label তৈয়াৰ কৰক।
06:10 আপোনাৰ সম্পন্ন কাম এই ৰকমে হোৱা উচিত।
06:13 এই লিঙ্কত উপলব্ধ ভিডিওটা প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক।
06:19 স্পোকেন টিউটোৰিয়েলপ্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পরীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
06:27 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
06:29 স্পোকেন টিউটোৰিয়েলপ্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
06:35 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
06:39 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi