Inkscape/C2/Text-tool-features/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. Inkscape ব্যবহাৰ কৰি Text tool features এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম:
00:09 ম্যানুয়েল কার্নিং, স্পেল চেকিং
00:12 সুপাৰ-স্ক্রিপ্ট, সাব-স্ক্রিপ্ট
00:15 এই টিউটোৰিয়েল ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,
00:17 উবুন্টু লিনাক্স 12.04 OS
00:20 Inkscape সংস্কৰণ 0.48.4
00:24 আমি এই টিউটোৰিয়েল সর্বোচ্চ ৰেজল্যুশন মোডত ৰেকর্ড কৰিম। এইটো সকলো টুল অন্তর্ভুক্ত কৰাৰ বাবেই যি ব্যাখ্যা কৰা হব।
00:33 Inkscape খুলক।
00:35 এই শৃঙ্খলাৰ পূর্বে আমি Text টুল ব্যবহাৰ কৰি টেক্সট ফৰম্যাট আৰু বনোৱা শিকিছো।
00:40 এতিয়া, আমি Text টুলৰ কিছু গুৰুত্বপূর্ণ বৈশিষ্ট্য সম্পর্কে শিকিম। এইটোত টিপক।
00:45 Manual kerning দি আৰম্ভ কৰো।
00:48 Horizontal kerning, Vertical shift আৰু Character rotationmanual kerns কয়।
00:54 Spoken শব্দ লিখক।
00:58 অক্ষৰ S এৰ পিছত কার্সাৰ ৰাখক।
01:01 Horizontal kerning নির্বাচিত অক্ষৰৰ পিছত স্পেস যোগ কৰে।
01:05 অক্ষৰ S আৰু p এৰ মাঝৰ স্পেস হ্রাস আৰু বৃদ্ধি কৰিবলৈ আপ আৰু ডাউন অ্যাৰো কীত টিপক।
01:13 লক্ষ্য কৰক যে স্পেস মাত্র S আৰু pৰ মাঝত দেখা দিয়ে।
01:19 আমি Horizontal kerning প্যাৰামিটাৰ 3 ৰাখো।
01:24 পিছৰ আইকন হল Vertical shift যি নির্বাচিত অক্ষৰৰ পিছত অক্ষৰ আপ আৰু ডাউনত স্থানান্তৰিত কৰে।
01:30 আপ আৰু ডাউন অ্যাৰোত টিপক।
01:34 চাওক যে কার্সাৰৰ তলত অক্ষৰ উপৰত আৰু তলত স্থানান্তৰিত হৈ গৈছে।
01:39 এই প্যাৰামিটাৰ 15 কৰক।
01:42 ইয়াৰ পিছত আমি Character rotation ব্যবহাৰ কৰি আমাৰ অক্ষৰ ৰোটেট কৰিম।
01:47 এই আইকন মাত্র এটা অাক্ষৰ ৰোটেট কৰি যি কার্সাৰৰ পিছত সোফালে আছে।
01:51 সেয়ে, অক্ষৰ e এৰ আগত কার্সাৰ ৰাখক।
01:55 Character rotation এৰ আপ আৰু ডাউন অ্যাৰোত টিপক আৰু চাওক যে অক্ষৰ e ৰোটেট হয়।
02:02 একাধিক অক্ষৰত Kerns প্রয়োগ কৰিবলৈ প্রথমে অক্ষৰ নির্বাচন কৰক তাৰপিছত ভ্যালু দিয়ক।
02:09 আমি অক্ষৰ p আৰু o নির্বাচন কৰি আৰু Horizontal kerning প্যাৰামিটাৰ ক 5,
02:17 Vertical shift প্যাৰামিটাৰক 10 আৰু
02:21 Character rotation প্যাৰামিটাৰক ভ্যালু 20 দি।
02:24 পৰিবর্তন লক্ষ্য কৰক।
02:26 Kerns অতৰুৱাবলৈ Text মেনুত যাওক।
02:29 Remove Manual Kerns ত টিপক।
02:32 Manual Kerns এৰ ব্যবহাৰ মাত্র নিয়মিত টেক্সটত কৰা হয়।
02:35 Flowed টেক্সটত এই বিকল্প নিষ্ক্রিয় হব।
02:39 ছেক কৰিবলৈ এইটো টেক্সট বাক্স তৈয়াৰ কৰক।
02:43 চাওক যে Manual kerns বিকল্প এতিয়া নিষ্ক্রিয় হৈ গৈছে।
02:47 এই ক্রিয়া আনডু কৰিবলৈ Ctrl + Z টিপক।
02:51 ইয়াৰ পিছত আমি Spell check বৈশিষ্ট্য সম্পর্কে শিকিম।
02:54 Spell check বৈশিষ্ট্য বোঝাবলৈ আমি LibreOffice Writer পৰা টেক্সট কপি কৰিম যি আমি পূর্বে সংৰক্ষণ কৰিছিলো।
03:01 সম্পূর্ণ টেক্সট নির্বাচন কৰিবলৈ Ctrl + A টিপক আৰু তাৰপিছত এইটোক কপি কৰিবলৈ Ctrl + Cত টিপক।
03:08 এতিয়া Inkscape ত যাওক।
03:10 canvas ত টিপক আৰু টেক্সট পেস্ট কৰিবলৈ Ctrl + V টিপক।
03:15 Text menu ত যাওক আৰু Check Spelling বিকল্পত টিপক।
03:19 এটা নতুন ডায়লগ বাক্স প্রদর্শিত হয়।
03:22 সম্পূর্ণ টেক্সট নির্বাচিত হয়, এইটা নির্বাচিত থাকক বা নাথাকক।
03:27 যেতিয়া এটা (suspect) সন্ধিধ্য শব্দ পোৱা যায় তেতিয়া এটা ৰঙা বাক্সৰ সৈতে চিন্হান্কিত হব আৰু কার্সাৰ টেক্সটৰ পূর্বে থাকিব।
03:33 http শব্দৰ বাবে পৰামর্শৰ সূচী প্রদর্শিত হব।
03:37 যিহেতু বানান সঠিক আমি এই শব্দবোৰ ডিকশেনাৰীত জুড়াম।
03:41 এইটো কৰিবলৈ Add to Dictionary বোতামত টিপক।
03:45 ইয়াৰ কাৰণে spell checker সর্বদা সঠিক বানান যুক্ত শব্দ স্বীকাৰ কৰিব।
03:50 ইয়াৰ পিছতtutorial শব্দ চিন্হান্কিত হয়।
03:53 যিহেতু বানান ভুল, পৰামর্শ তালিকাৰ পৰা সঠিক শব্দ নির্বাচন কৰক যি হল tutorial.
03:59 এতিয়া Accept বোতামত টিপক।
04:02 আপোনি Ignore ত টিপিলে ডকুমেন্টত একেই বানানৰ সকলো শব্দ উপেক্ষা কৰা হব।
04:08 আপোনি Ignore once ত টিপিলে শব্দ মাত্র একেবাৰ উপেক্ষিত হব অর্থাৎ কেবল প্রথমবাৰ।
04:14 আপোনি যদি স্পেল চেকিং প্রক্রিয়া বন্ধ কৰিবলৈ বিছাৰে তেনেহলে Stop ত টিপক।
04:18 আমি Start বোতামত টিপি প্রক্রিয়া পুনৰায় আৰম্ভ কৰিব পাৰো।
04:22 স্পেল চেকিং উপৰৰ সোফালৰ টেক্সটৰ পৰা আৰু canvas ৰ তলৰ ফালৰ পৰা আৰম্ভ হব।
04:27 এতিয়া এই ডায়ালগ বাক্স বন্ধ কৰক আৰু এই টেক্সট অতৰুৱাই ৰাখক।
04:32 ইয়াৰ পিছতআমি Superscript আৰু Subscript লেখা শিকিম।
04:36 গাণিতিক সূত্র লিখক (a+b)2 = a2+b2+2ab' (a + b whole square is equal to a square plus b square plus 2ab)
04:44 আমি তিনটা স্থানত square হিসাবে সংখ্যা 2 পৰিবর্তন কৰিছো।
04:48 প্রথমে 2 নির্বাচন কৰক। Tool controls বাৰত যাওক। Toggle Superscript আইকনত টিপক।
04:56 একেইভাবে, বাকি 2 টা পৰিবর্তন কৰক।
04:59 ইয়াৰ পিছত আমি subscript ব্যবহাৰ কৰি এটা ৰাসায়নিক সূত্র লিখিম।
05:04 সেয়ে লিখক H2SO4
05:07 ইয়াতে 2 আৰু 4 subscripts হিসাবে লেখা উচিত।
05:11 প্রথমে 2 নির্বাচন কৰক। Tool controls বাৰত যাওক আৰু Toggle Subscript আইকনত টিপক।
05:17 একেইভাবে 4 পৰিবর্তন কৰক।
05:19 সংক্ষেপে,
05:21 এই টিউটোৰিয়েলত আমি শিকিছো:
05:24 ম্যানুয়াল কার্নিং, স্পেল চেকিং,
05:26 সুপাৰ-স্ক্রিপ্ট, সাব-স্ক্রিপ্ট।
05:29 ইয়াতে 2 টা নির্দেশিত কাম আছে।
05:31 টেক্সট How are you লিখক আৰু ফন্টৰ আকাৰ 75 ত সলাওক।
05:36 কার্সাৰ w এৰ পিছত ৰাখক আৰু Horizontal kerning প্যাৰামিটাৰ -20 ত সলাওক।
05:42 শব্দ are নির্বাচন কৰক. Vertical shift প্যাৰামিটাৰ 40 ত সলাওক।
05:47 শব্দ you নির্বাচন কৰক. Character rotation প্যাৰামিটাৰ -30 ত সলাওক।
05:52 Sub-script আৰু Super-script বিকল্প ব্যবহাৰ কৰি নিম্নলিখিত সূত্র লিখক:
05:57 Silver sulfate - Ag₂SO₄.
06:00 a2−b2=(a−b)(a+b)
06:06 আপোনাৰ সম্পন্ন নির্দেশিত কাম এইৰকমে হোৱা উচিত।
06:09 এই লিঙ্কত উপলব্ধ ভিডিওটা প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটো ডাউনলোড কৰি চাওক।
06:15 স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
06:22 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
06:24 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
06:30 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
06:34 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:36 মই মৌচূমি মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। যোগাযোগৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya