Filezilla/C2/File-Handling-and-Bookmarks/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 FileZilla ত  File Handling আৰু Bookmarks বিষয়ক  স্পোকেন টিউটোৰিয়েলত স্বাগতমম।
00:08 এই টিউটোৰিয়েলত মই ৰিমোট মেশিনৰ ফাইলবোৰ চোৱা, সম্পাদনা, পুনঃনামকৰণ আৰু মুছি পেলোৱা আৰু বুকমার্ক যোগ আৰু পৰিচালনা কৰিব শিকিম ।
00:22 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স OS - 14.04 ফাইলজিলা - 3.10.2 আৰু এটা কর্জক্ষম  ইন্টাৰনেটৰ সংযোগ।

00:39 এই টিউটোৰিয়েলটো অনুশীলন কৰাৰ বাবে, আপোনাৰ যিকোনো এটা অপাৰেটিং সিস্টেম সম্পর্কে জ্ঞান থাকিব লাগিব।
00:46 লিনাক্স অপাৰেটিং সিস্টেম সম্পর্কে জানিবলৈ, এই ওয়েবসাইটত লিনাক্স স্পোকেন টিউটোৰিয়েল বোৰ চাওক।
00:54 আহক আৰম্ভ কৰো। মই ইতিমধ্যেই ফাইলজিলা ইন্টাৰফেসত আছো।
01:00 অধিক বিস্তাৰিতত প্ৰবেশ নকৰাকে মই আপোনাক দেখাম কিভাবে দূৰবর্তী মেশিনত সংযুক্ত কৰা যায়  ।
01:07 Quickconnect bar এৰ  Quickconnect বোতামটো সিনাক্ত কৰক।
01:12 এতিয়া, ড্ৰপ-ডাউন এৰোটো নির্বাচন কৰক।
01:17 এইটোৱে দূৰবর্তী মেশিনৰ এটা তালিকা প্ৰদর্শন কৰিব যি আগৰটোৰ  সৈতে সংযুক্ত আছে ।
01:23 মই মাত্ৰ এটা  মেশিনৰ সৈতে যুক্ত কৰিছো  আৰু এইটোৱেই  ইয়াতে প্ৰদর্শিত হৈছে ।
01:31 ৰিমোট মেশিনৰ পাসওয়ার্ড প্ৰদান কৰক আৰু অনুৰোধ কৰা হলে OK টিপক।
01:37 যিহেতু মই আগেই এইটোক সংৰক্ষণ কৰিছিলো, এইটোৱে মোক ইয়াতে কৰাৰ অনুৰোধ নজনাই। আমি এতিয়া আমাৰ দূৰবর্তী মেশিন-এৰ সৈতে সংযুক্ত হয় ।
01:47 ৰিমোট মেশিনৰ   SpokenTutorial ফোল্ডাৰ' ব্ৰাউজ কৰক, যাক মই আগেই তৈয়াৰ কৰিছো।
01:54 এতিয়া, মোৰ স্থানীয় মেশিনৰ পৰা, মই এটা  ডকুমেন্ট আপলোড কৰিম। এইটো ইয়াত ইতিমধ্যেই ব্যাখ্যা কৰা হৈছে।
02:03 ইয়াতে লক্ষ্য কৰক-ডকুমেন্ট  sample.odt দূৰবর্তী মেশিনত আপলোড কৰা হৈছে।
02:11 মই এই ডকুমেন্টটোৰ  পুনৰায় নামকৰণ কৰিব বিচাৰো। এইটো কৰাৰ বাবে, ফাইলটোত সো-ক্লিক কৰক আৰু Rename '  বিকল্পটো নির্বাচন কৰক।
02:20 ফাইলৰ নাম এতিয়া সম্পাদনাযোগ্য।
02:24 মই script.odt হিসাবে পুনৰায় নাম দিম আৰু এন্টাৰ কী টিপক।
02:32 এতিয়া ফাইল sample.odt ক  script.odt হিসাবে  পুনৰায় নামাকৰণ কৰা হৈছে।
02:41 একেইভাবে, মই উভয় স্থানীয় আৰু দূৰবর্তী মেশিনত কোনো এটা ফাইল বা ফোল্ডাৰক  নামাকৰণ কৰিব পাৰো ।
02:48 দূৰবর্তী  অবস্থানৰ পৰা ফাইলবোৰ দেখা বা সম্পাদনা কৰা সম্ভব নেকি? হয়, এইটো সম্ভব!
02:56 আহক চাও কিভাবে সেইতো কৰে। script.odt ফাইলৰ উপৰত সো-ক্লিক কৰক ।
03:03 view/edit নির্বাচন কৰক ।
03:06 ফাইল script.odt ডাউনলোড হোৱা আৰম্ভ হৈছে। ই এটা স্থানীয় মেশিনৰ অস্থায়ী ফোল্ডাৰত সংৰক্ষিত হয়।
03:16 তাৰপিছত এইটোৱে তাৰ ডিফল্ট এপ্লিকেশন-ত  খোলে। যিহেতু  মই ৰাইটাৰ ডকুমেন্ট ডাউনলোড কৰিছো, এইটোৱে LibreOffice Writer খুলে ।
03:29 খোলা ডকুমেন্টত, প্ৰথম দুটা লাইন মুছি পেলাও  আৰু Save ক্লিক কৰক।
03:37 এতিয়া ৰাইটাৰ ডকুমেন্ট বন্ধ কৰক।
03:40 অবিলম্বে, এটা পপআপ ডায়লগ বক্স খোলে।
03:45 এইটোৱে  ফাইলৰ তথ্য সহ জনায় যে “A file previously opened has been changed”  । আৰো কয় যে  “Upload this file back to server?
03:59 আৰু তাত এটা চেক বক্স আছে,  “Finish editing and delete local file” । মই চেক বক্সটো নির্বাচন কৰিম আৰু  Yes   ক্লিক কৰক ।
04:10 এতিয়া স্থানীয়ভাবে সম্পাদিত ফাইলটো ৰিমোট মেশিনত আপলোড কৰা হৈছে।
04:16 সেয়ে দূৰবর্তী মেশিনত ফাইলবোৰ দেখা  আৰু সম্পাদনা কৰা বেশ সহজ। লক্ষ্য কৰক:

ফাইলটো দেখা / সম্পাদনা কৰাৰ বাবে প্ৰয়োজনীয়  সফ্টওয়্যাৰ আপোনাৰ স্থানীয় মেশিনত ইনস্টল থাকা  আবশ্যক।

04:31 আমাৰ ক্ষেত্ৰত, এইটো  হল LibreOffice Writer
04:36 file permissions  সেট কৰিবলৈ, ফাইলটোত সো-ক্লিক কৰক আৰু File Permissions নির্বাচন কৰক'।
04:44 Change file attributes ডায়ালগ বক্স খোলে।
04:50 আপোনাৰ প্ৰয়োজন অনুযায়ী  permissions পৰিবর্তন কৰক।  permissions   সম্পর্কে আৰু জানিবলৈ, লিনাক্স সিৰিজৰ  File attributes টিউটোৰিয়েলটো চাওক ।
05:02 মই permissions যেনে আছে তেনেকৈ ৰাখিম আৰু  OK ক্লিক কৰিম ।
05:08 দূৰবর্তী মেশিনৰ পৰা এটা ফাইল মুছি পেলাবলৈ, ফাইলটোত সো-ক্লিক কৰক আৰু Delete 'নির্বাচন কৰক।
05:15 Confirmation needed  ডায়লগ বাক্স খোলে।
05:21 Yes ক্লিক কৰক ।
05:23 এতিয়া ফাইল script.odt দূৰবর্তী মেশিনৰ পৰা মুছা গৈছে। দয়া কৰি লক্ষ্য কৰক:এই  মুছাটো হল স্থায়ী।
05:35 ফাইল ট্রান্সফাৰৰ বাবে কি নির্দিষ্ট স্থানটো ব্ৰাউজ কৰিব লাগিব নেকি? নহয়, আমি অবস্থানবোৰ বুকমার্ক কৰিব পাৰো আৰু এইটোক সহজে পিছলৈ এক্সেস কৰিব পাৰো ।
05:48 'বুকমার্কস যোগ কৰাৰ আগে, আমি সাইট ম্যানেজাৰ ত বর্তমান সংযোগটো কপি কৰিব লাগিব।
05:55 এইটো কৰাৰ বাবে, ফাইল মেনুত  ক্লিক কৰক ।  “Copy current connection to Site manager” '।
06:04 Site Manager'  উইন্ডো খুলে।
06:07 বাওফালে, New site ক  “my site” হিসাবে  পুনৰায় নামকৰণ কৰক ।
06:13 OK ক্লিক কৰক।
06:16 এতিয়া  Main menu bar ত, Bookmarks নির্বাচন কৰক '।
06:21 এইটোৱে ২টা  বিকল্প দেখায়  - Add bookmark আৰু  Manage bookmarks
06:29 Add bookmark নির্বাচন কৰক
06:32 New bookmark ডায়ালগ বক্স খোলে ।
06:36 ই দুই ধৰনৰ হয় -

'গ্লোবাল বুকমার্ক - এই বুকমার্ক সকলো সংযুক্ত মেশিনৰ বাবে । Site-specific bookmark - এইটো নির্দিষ্ট দূৰবর্তী  মেশিনৰ বাবে কাম কৰে ।

06:50 মই  “Site-specific bookmark” নির্বাচন কৰো ।
06:54 Name ক্ষেত্ৰত, মই টাইপ কৰিম - Spoken
07:00 পিছৰ অংশটো হল  Paths  । এইটোৱে স্থানীয় মেশিন আৰু দূৰবর্তী মেশিনৰ current path মানে বর্তমান পথ প্ৰদর্শন কৰে।
07:09 যদি আপোনি এইটোক পৰিবর্তন কৰিব বিচাৰে তেনেহলে ব্ৰাউজ'  ক্লিক কৰক। মই  মাত্ৰ  বর্তমান অবস্থানবোৰ  বুকমার্ক কৰিব বিছাৰো, সেয়ে মই এইটো এতিয়া নকৰো।
07:19 OK   ক্লিক কৰক।
07:21 এতিয়া এই অবস্থানবোৰ বুকমার্ক কৰা আছে।
07:25 বুকমার্ক' বোৰ পাবলৈ,মেনুবাৰ ত যাওক আৰু Bookmarks নির্বাচন কৰক ।
07:32 ইয়াতে আপোনি বুকমার্কৰ নাম দেখিব পাৰিব spoken, যাক আমি তৈয়াৰ কৰিছিলো। এইটোক ক্লিক কৰক
07:40 এতিয়া মই স্বয়ংক্ৰিয়ভাবে বুকমার্ক কৰা  অবস্থানৰ ফালে পুনঃনির্দেশিত হও।

মই  এই টিউটোৰিয়েলৰ শেষলৈ আহিছো । সাৰসংক্ষেপ কৰা যাওক ।

07:49 আহক সাৰসংক্ষেপ কৰা যাওক । এই টিউটোৰিয়েলত, আমি শিকিছো - দূৰবর্তী  মেশিনৰ ফাইলবোৰ দেখা, সম্পাদনা কৰা, পুনঃনামকৰণ আৰু মুছি পেলোৱা।  বুকমার্ক যোগ আৰু পৰিচালনা কৰা   ।
08:06 এইটোক ডাউনলোড কৰক আৰু চাওক।
08:14

আমি কর্মশালা পৰিচালনা কৰো আৰু যোনে আমাৰ অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকে সার্টিফিকেট দিয়া হয়। আৰো তথ্যৰ বাবে, আমালৈ লিখক ।

08:26

এই স্পোকেন টিউটোৰিয়েল সম্পর্কে আপোনাৰ কোনো প্ৰশ্ন আছে? দয়া কৰি এই সাইটটো চাওক।সেই মিনিট আৰু সেকেন্ডটো নির্বাচন কৰক যত আপোনাৰ প্ৰশ্ন আছে । আপোনাৰ প্ৰশ্ন সংক্ষিপ্তভাবে ব্যাখ্যা কৰক ।স্পোকেন টিউটোৰিয়েল দলে সেইবোৰৰ উত্তৰ দিব।

08:34

স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত সৰকাৰ দ্বাৰা পৰিচালিত হয়। এই মিশনৰ উপৰত আৰু তথ্য এই লিঙ্ক ত উপলব্ধ।

08:48 আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi