Drupal/C3/Finding-and-Evaluating-Modules/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Finding and Evaluating Modules ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম: এটা module বিছৰা আৰু module মূল্যায়ন কৰা।
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো- উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:29 আগেই Modulesৰ দ্বাৰা website এক্সটেন্ডৰ সম্পর্কে কথা পাতিছিলো।
00:34 আমি Drupal ত Modules লৈ কামও কৰিছো।
00:38 আমি আগেই কোর্সত Module devel সংস্থাপনও কৰিছো।
00:43 এতিয়া আমি মূল্যায়ন কৰিম আৰু বিশিষ্ট Modules সম্পর্কে বুঝিম।
00:48 drupal.org/project/modules ত যাওক।
00:53 ইয়াতে Drupalত প্রায় 18,000 Modules উপলব্ধ।
00:58 Drupal Module মাত্ৰ Drupal ইয়াৰ সেই সংস্কৰনৰ সৈতে কাম কৰে যাৰ বাবে এইটো নির্ধাৰিত।
01:05 সেয়ে Drupal ইয়াৰ ব্যবহৃত সংস্কৰণত Core compatibility আপডেট কৰিব লাগিব।
01:12 এই টিউটোৰিয়েল Drupal 8 মুক্তিৰ পূর্বে ৰেকর্ড কৰা হৈছে। আমি Drupal 8ক বিছাৰিলে ইয়াতে মাত্ৰ 1000 মডিউলহে মিল খাই যাক আমি  সন্ধান কৰো।
01:23 ডেমো দিবলৈ মই Drupal 7 ত যাও, যত Modules সম্পর্কে কিছু বিশেষ বিষয়ক দেখাও।
01:30 Search টিপক। Drupal 7 ইয়াৰ বাবে 11,000 মডিউল আছে। ইয়াতে অনেক পার্থক্য দেখো।
01:38 সময়ৰ সৈতে দেখো যে Drupal 8 ইয়াৰ মডিউল সংখ্যা দ্রুত বৃদ্ধি পাইছে।
01:42 এতিয়া শিকো যে ভাল Modulesক কিভাবে মূল্যায়ন কৰে।
01:47 পৃষ্ঠাত, ব্যবহৃত Drupal সংস্কৰনৰ Core compatibility ফিল্টাৰ কৰো। এইটো Most installed বা Most popular দ্বাৰা সজোৱা হৈছে।
01:59 Chaos tool suite or ctools আৰু Views হল Drupal ইয়াৰ সবতচে জনপ্রিয় Modules.
02:07 Views ত টিপক।
02:09 ভাল Module মূল্যায়ন কৰাৰ সহজ 3টা ধাপ পদ্ধতি আছে।
02:14 ধৰক গাড়ি চলাবলৈ বা ৰেজিস্টাৰ কৰিবলৈ নতুন license ইয়াৰ বাবে licensing bureau ত যাও।
02:21 অধিকাংশ  US (মার্কিন যুক্ত) ৰাষ্ট্রত এইটোক dmv বা Department of Motor Vehicles বোলে। সেয়ে আমি d, m আৰু v মনত ৰাখিম।
02:34 d মানে documentation, m মানে maintainers আৰু v মানে versions.
02:42 Project Information আৰু Downloads ত দিয়া তথ্য দেখো।
02:48 d দি আৰম্ভ কৰো. Views হল দ্বিতীয় সবতচে জনপ্রিয় Module.
02:53 আৰু এইটো Drupal 8 এও অন্তুর্ভুক্ত আৰু আমি কোর্সত বহুবাৰ Views ব্যবহাৰ কৰিছো।
03:02 ওপেন সোর্সত কোনো শর্টকাট নাই এইটোক বুঝিবলৈ যে Module ঠিক হয় কি নহয়, ডকুমেন্টেশন পড়াৰ বাহিৰে।
03:11 Module কি কৰে জানিবলৈ সর্বদা documentation পড়ক।
03:16 documentation পড়ক সমস্যাৰ সম্পর্কে জানিবলৈ।
03:20 কি ভাবে জানিম যে তাত হেল্প উপলব্ধ আছে কি নাই? documentation পড়ক।
03:25 এবাৰ Module ইনস্টল হোৱাত, কোন অংশ অন কৰিব লাগিব জানিবলৈ documentation পড়িব লাগিব।
03:32 documentation পড়া অত্যন্ত গুৰুত্বপূর্ণ।
03:36 ওপেন সোর্সত Module সাইট নষ্ট কৰিলে কাৰোৰ উপৰত অভিযোগ কৰা নাযাব।
03:42 আপোনি documentation পড়ি চাব লাগিব, আৰু চাওক যে আপোনি সাইটত যি কৰিছে সেয়া সামঞ্জস্যপূর্ণ হয় কি নাই ।
03:50 এই সকলো তথ্য পড়িবলৈ ইয়াত যাওক:Documentation লিঙ্ক, issue কিউ আৰু bug ৰিপোর্টস
04:01 ইয়াত গৈ Moduleত কি আছে তাক চাওক, এইটো হল d.
04:06 m হল maintainers.
04:09 এই বিশেষ মডিউল merlinofchaos দ্বাৰা আৰম্ভ হৈছিল।
04:13 এতিয়া আমি তাৰ নামত টিপিলে এইটোৱে Drupal profile ত লৈ যায়।
04:19 ইয়াতে পিছত নিজস্ব Drupal profile বনোৱা সম্পর্কে শিকিম।
04:24 ইয়াতে দেখো যে Earl Miles, 6300 ইয়াৰ উপৰত কমিট সহ Drupal প্রকল্পৰ এজন ডাঙৰ কনট্রিবিউটৰ। তেখেত Chaos tools আৰু Views ইয়াৰ প্রধান স্রষ্টা।
04:36 এই বিশেষ Module ইয়াৰ বাবে অন্যান্য maintainers ও আছে।
04:42 Modules দি আপোনি চাব পাৰে মাত্ৰ এজন ব্যক্তিয়ে maintain কৰি আছে বা Moduleক একদল হৈ কেইজনমানে maintain কৰি আছে 
04:50 উভয় হল ঠিক।
04:53 Module mission-critical হব লাগিব আৰু maintainerএ তাক বজায় ৰাখিবলৈ অক্ষম হলে সমস্যাত পড়িব পাৰে।
05:00 এইটো বিবেচনা কৰিব লাগিব।
05:03 শেষলৈ তলত হল Project information আৰু Versions বা v.
05:09 v ইয়াৰ ৰক্ষণাবেক্ষণৰ(maintenance) স্টেটাস হল এইটোৱে সহ-ৰক্ষণাবেক্ষণকাৰী বিছাৰিছে। চিন্তা কৰিব নালাগে।
05:15 Views ইতিমধ্যে Drupal 8 ত অন্তর্ভুক্ত। সিহতে সম্ভব কিছু সাহায্য বিছাৰিছে।
05:24 এইটো under active development।
05:27 এইটো প্রায় এক মিলিয়ন sites ত আছে। পৰিসংখ্যানে(stats) দেখায়, ইতিমধ্যে 7 পয়েন্ট 6 মিলিয়ন ডাউনলোড হৈছে।
05:35 এইটো দৰকাৰী। যদি Project কয় যে abandoned বা I’ve given up. ইয়াতে মডিউলৰ ব্যবহাৰ বাতিল কৰক।
05:42 যদিও এইটো প্রায় দেখা নাযায়।
05:46 সর্বদা Module ইয়াৰ Version ব্যবহাৰ কৰক যি Drupal installation, Version ইয়াৰ অনুৰুপ।
05:52 Drupal 8 version সংস্কৰণ নাই কাৰণ Views ইতিমধ্যে core ত আছে।
05:57 কিন্তু এইটো Drupal 7 site ত ইনস্টল কৰা থাকিলে মই এই লিঙ্কত টিপিব নোৱাৰিম।
06:04 এইটোৱে নোডত লৈ যাব যি Module সম্পর্কে বিস্তাৰিত তথ্য দিয়ে।
06:09 ইয়াৰ সলনি, tar বা zipত সো ক্লিক কৰক, আৰু Copy Linkত টিপক।
06:15 এইটো আগেই devel সংস্থাপনৰ সময়ত উল্লেখ কৰা হৈছে।
06:19 Module সঠিক কি নাই কিভাবে নির্ধাৰণ কৰিম?
06:23 d m v হিসাবে।
06:26 এটা ঘন ঘন প্রশ্ন হল: এজন Module কিভাবে পাব?
06:31 এটা উপায় হল drupal dot org slash project slash modules ত যাওক।
06:37 Core compatibility দ্বাৰা ফিল্টাৰ কৰক - Categories ইয়াতে অনেক আছে।
06:42 অন্যথায়, drupal [dot] org ত Modules বিছাৰি পোৱা প্রায় অসম্ভব।
06:48 আপোনি এইটোত ভাল হলে আপোনি তাক পাব পাৰে। কিন্তু নতুন ইউসাৰে তালিকাভুক্ত Modules দেখি বিভ্রান্ত হব পাৰে।
06:57 আকৌ এবাৰ প্রশ্ন হল - মোৰ বাবে কোন Module সঠিক?
07:02 Google আপোনাৰ বন্ধু।
07:04 Date field সহ Drupal Module বিছাৰিলে drupal module date লিখক।
07:10 প্রথমে Date Module আহে।
07:13 আমি এইটো জানো কাৰণ URL হল drupal [dot] org slash project slash date.
07:20 Rating system বিছাৰিলে কি প্রয়োজন?
07:23 লিখক drupal module rating system
07:26 ইয়াত দুটা বিকল্প আছে -The Fivestar Rating Module বা The Star Rating Module.
07:34 আমাৰ উচৰত 2টা মডিউল আছে যাৰ পৰা ভালটো নির্ধাৰণ কৰিব লাগিব।
07:42 webform বিছাৰিলে কি কৰিব লাগিব?
07:45 লিখক drupal module webform.
07:48 আমি Webform নামেৰে প্রজেক্ট পাও।
07:52 এইটো আৰম্ভকাৰীৰ বাবে Modules বিছৰা সবতচে ভাল উপায়।
07:57 Drupal module আৰু Module দি কি কৰিব বিছাৰো বর্ণন কৰে।
08:02 আশা কৰি এইটো সহায়ক হৈছে। Modules পাবলৈ Googleএ সাহায্য কৰিব।
08:08 কোন Module আমাৰ বাবে শ্রেষ্ঠ, বুঝিবলৈ d m আৰু v মনত ৰাখক।
08:14 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:18 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি এটা module বিছৰা আৰু module মূল্যায়ন কৰা শিকিছো।
08:29 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
08:38 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
08:45 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
08:52 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
09:03 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi