Blender/C2/Types-of-Windows-Outliner/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:03 নমস্কাৰ দৰ্শক সকল.ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত আউটলাইনৰ উইন্ডো সম্পর্কে।
00:16 মই অনামিকা মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:28 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি শিকিম
00:33 আউটলাইনৰ উইন্ডো কি;
00:36 আউটলাইনৰ উইন্ডোত Eye, এৰো আৰু ক্যামেৰা আইকন কি;
00:43 আৰু আউটলাইনাৰ উইন্ডোত ডিসপ্লে মেনু কি।
00:49 আমি ধৰি লও যে আপোনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পর্কে জানে।
00:54 নহলে আমাৰ আগৰ টিউটোৰিয়েলত Basic Description of the Blender Interface পড়ক।
01:03 ব্লেন্ডাৰত, আউটলাইন, তথ্যৰ ফ্লোচার্ট তালিকা হয়।
01:09 ডিফল্টৰুপে এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ উপৰৰ সো ফালৰ কোণত উপস্থিত।
01:15 আউটলাইনৰ উইন্ডোৰ আকাৰ পৰিবর্তন কৰো.
01:20 তলৰ প্রান্তত বাও ক্লিক কৰক আৰু এইটো তললৈ টানি আনক।
01:26 বাও প্রান্তত বাও ক্লিক কৰক আৰু এইটোক বাও ফালে টানি আনক।
01:36 এতিয়া আউটলাইনৰ উইন্ডোত বিকল্পবোৰ আৰু স্পষ্টৰুপে দেখিব পাৰি।
01:41 ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে সলায়, তাক শিকিবলৈ আমাৰ টিউটোৰিয়েলটো চাওক
01:47 ব্লেন্ডাৰত উইন্ডো টাইপ্স কিভাবে সলায়
01:59 View ত বাও ক্লিক কৰক।
02:03 এইটো বিভিন্ন ৰকমৰ বিকল্প, যেনে
02:06 Show restriction columns,
02:09 show active,
02:11 show or hide one level,
02:14 show hierarchy,
02:17 Duplicate area into New window আৰু Toggle full screen.
02:25 Show Restriction columns নিষ্ক্রিয় কৰক।
02:30 এইটোৱে আউটলাইনাৰ উইন্ডোৰ সো ফালৰ কোনত উপস্থিত সকলো দর্শনীয়, নির্বাচন যোগ্য আৰু প্রস্তুতীয় (viewable, selectable and renderable ) বিকল্প নিষ্ক্রিয় কৰে।
02:42 আকৌ, View ত বাও ক্লিক কৰক।
02:46 দর্শনীয়, নির্বাচন যোগ্য আৰু প্রস্তুতীয় বিকল্প সন্মুখলৈ অনাৰ বাবে Show restriction columnsক সক্রিয় কৰক।
02:56 আউটলাইনৰ উইন্ডোত কিউবৰ বাও ফালে প্লাস চিনহত বাও ক্লিক কৰক।
03:03 এটা ক্যাসকেড তালিকা প্রদর্শিত হয়।
03:05 এইটোৱে আপোনাক নির্বাচিত বস্তুৰ বৈশিষ্ট্যাবলীৰ তালিকা প্রদর্শন কৰে।
03:11 আমি এইটো পিছৰ টিউটোৰিয়েলত বিষদভাবে আলোচনা কৰিম।
03:16 Eyeএ আপোনাৰ অবজেক্টক 3D ভিউত দৃশ্যমান বা অদৃশ্য কৰি তোলে।
03:24 উদাহৰণস্বৰুপে কিউবৰ বাবে Eye ত বাও ক্লিক কৰক।
03:29 এতিয়া কিউব, 3D ভিউত আৰু দৃশ্যমান নহয়।
03:35 আকৌ কিউবৰ বাবে Eye ত বাও ক্লিক কৰক।
03:41 কিউব এতিয়া 3D ভিউত দেখা যায়।
03:48 অ্যাৰোএ 3D ভিউত আপোনাৰ বস্তু নির্বাচনযোগ্য বা নির্বাচনযোগ্য নহোৱা কৰি তোলে।
03:56 উদাহৰণস্বৰুপে, কিউবৰ বাবে অ্যাৰোত বাও ক্লিক কৰক।
04:02 3D ভিউত কিউবত সো ক্লিক কৰক। কিউব নির্বাচন কৰা নাযায়।
04:10 আকৌ আউটলাইনাৰ উইন্ডোত কিউবৰ বাবে অ্যাৰোত বাও ক্লিক কৰক।
04:17 3D ভিউত কিউবত সো ক্লিক কৰক।
04:21 কিউব এতিয়া নির্বাচন কৰা যাব।
04:28 ক্যামেৰাএ আপোনাৰ অবজেক্টক প্রস্তুতীয়(render-able) বা অপ্রস্তুতীয়(non-renderable) কৰি তোলে।
04:34 কিউবৰ বাবে ক্যামেৰাত বাও ক্লিক কৰক।
04:38 সীন( scene) প্রস্তুত কৰাৰ বাবে কীবোর্ডত f12 টিপক।
04:46 কিউব ৰেন্ডাৰত দৃশ্যমান নহয়।
04:51 3D ভিউলৈ উভতি যাবলৈ আপোনাৰ কীবোর্ডত esc টিপক।
04:56 আকৌ, আউটলাইনৰ উইন্ডোত কিউবৰ বাবে ক্যামেৰাত বাও ক্লিক কৰক।
05:03 সীন প্রস্তুত কৰাৰ বাবে f12 টিপক।
05:09 কিউব এতিয়া ৰেন্ডাৰত দেখা যাব পাৰে।
05:15 3D ভিউত উভতি যাবলৈ esc টিপক।
05:21 আউটলাইনৰ উইন্ডোত থকা Search বাৰত বাও ক্লিক কৰক।
05:28 যদি আপোনাৰ সীনত একাধিক বস্তু থাকে, তেনেহলে এই সার্চ টুলে অনুৰুপ বর্গৰ বস্তু বা এটা নির্দিষ্ট বস্তু খুঁজিবলৈ সাহায্য কৰে।
05:40 আউটলাইনৰ উইন্ডোৰ উপৰৰ বাঁও কোণৰ সীনে, আপোনাৰ ব্লেন্ডাৰ সীনত সকলো বস্তু আৰু তাৰ সম্বন্ধিত উপাদান সূচীবদ্ধ কৰে।
05:51 All scenes ত বাও ক্লিক কৰক।
05:55 এই ড্রপডাউন তালিকা হল ডিসপ্লে মেনু।
05:59 ইয়াত আউটলাইনৰ প্যানেলৰ বাবে ডিসপ্লে বিকল্পবোৰ আছে।
06:04 current scene ত বাও ক্লিক কৰক।
06:08 আপোনি আউটলাইনৰ উইন্ডোত তালিকাভুক্ত সকলো বস্তু বর্তমান সীনত দেখিব পাৰিব।
06:18 ডিসপ্লে মেনু খুলিবলৈ current scene ত বাও ক্লিক কৰক।
06:26 visible layers ত বাও ক্লিক কৰক।
06:30 এক্টিভ লেয়াৰ বা লেয়ার্সত উপস্থিত সকলো বস্তু আউটলাইনৰ উইন্ডোত তালিকাভুক্ত হয়।
06:38 আমি লেয়ার্স সম্পর্কে বিষদভাবে পিছৰ টিউটোৰিয়েলত শিকিম।
06:44 ডিসপ্লে মেনু খুলিবলৈ visible layers ত বাও ক্লিক কৰক।
06:52 selected ত বাও ক্লিক কৰক।
06:55 আউটলাইনৰে মাত্র সেই বস্তু সূচীবদ্ধ কৰে যি 3D ভিউত নির্বাচিত আছে।
07:04 ডিসপ্লে মেনু খুলিবলৈ selected ত বাও ক্লিক কৰক।
07:09 Active ত বাও ক্লিক কৰক।
07:12 আউটলাইনাৰে মাত্র সেই বস্তু সূচীবদ্ধ কৰে যি 3D ভিউত অতি সম্প্রতি নির্বাচিত কৰা হৈছে।
07:22 ডিসপ্লে মেনু খুলিবলৈ Active ত বাও ক্লিক কৰক।
07:28 Same types ত বাও ক্লিক কৰক।
07:31 নামটোৰ পৰা বোঝা যায় যে, আউটলাইনৰ উইন্ডোত same type বিকল্পয়ে সেই সকলো বস্তু সূচীবদ্ধ কৰে, যি একেই শ্রেণীত পৰে।
07:41 উদাহৰণস্বৰুপে, ডিফল্টৰুপে 3D ভিউত কিউব নির্বাচিত আছে।
07:47 সেয়ে আউটলাইনাৰে সকলো মেশ অবজেক্টক (mesh objects) সীনত সূচীবদ্ধ কৰে।
07:51 এই ক্ষেত্রত, সীনত মাত্র কিউবেই মেষ অবজেক্ট হয়।
07:58 আমি মেষ অবজেক্টৰ সম্পর্কে বিস্তাৰিতভাবে ব্লেন্ডাৰত অ্যানিমেশনৰ উপৰত অধিক উন্নত টিউটোৰিয়েলত শিকিম।
08:08 ডিসপ্লে মেনু খুলিবলৈ Same types ত বাও ক্লিক কৰক।
08:14 groupsএ সীনত সকলো সমুহীত বস্তুক সূচীবদ্ধ কৰে।
08:20 ইয়াত কিছো অন্যান্য বিকল্প আছে, যি আমি পিছৰ টিউটোৰিয়েলত দেখোৱাম।
08:27 সেয়ে এইটো আউটলাইনাৰ উইন্ডোৰ বিশ্লেষণ।
08:32 ডাঙৰ সীনৰ সৈতে কাম কৰাৰ সময়ত, যত একাধিক বস্তু থাকে, সীনত প্রতিটো বস্তুৰ সম্পর্কে অবগত থকাৰ বাবে আউটলাইনৰ উইন্ডো এটা খুবেই দৰকাৰী টুল হৈ যায়।
08:45 এতিয়া এটা নতুন ফাইল তৈয়াৰ কৰক, আউটলাইনৰত নির্বাচিত বস্তু সূচীবদ্ধ কৰক আৰু কিউবক অপ্রস্তুতীয় (un renderable) বনাওক।
08:58 এই প্রকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
09:07 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ।
09:12 oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro
09:28 কথ্য টিউটোৰিয়েল প্রকল্প দলে,
09:30 কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:34 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট ) ও দিয়া হয়।
09:38 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক।
09:45 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
09:46 আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi