BASH/C2/Case-statement/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, কেচ ষ্টেটমেন্ত ইন বেচৰ (Case statement in Bash) স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত, আমি কেচ ষ্টেটমেন্তৰ (case statement) গুৰুত্ব আৰু কেচ ষ্টেটমেন্তৰ (case statement) গাঠণি এটা উদাহৰণৰ সৈতে শিকিম
00:17 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচিকচ অফ চেল স্ক্ৰিপতিঙৰ (Basics of Shell Scripting) জ্ঞান থাকিব লাগিব
00:23 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক
00:29 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) আৰু GNU BASH(বেচ) তাঙৰণ 4.1.10
00:39 অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউট’ৰিয়েলটো অভ্যাসৰ বাবে
00:47 বেচ চেলটোত (Bash shell) কন্ডিচনেল ষ্টেটমেন্তৰ (conditional statement) দুই ধৰণৰ গঠন আছে । ইফ ষ্টেটমেন্ত (if statement) আৰু কেচ ষ্টেটমেন্ত (case statement)
00:56 কেচ ষ্টেটমেন্তটো (case statement) ইফ-এলচ ষ্টেটমেন্তৰ (if-else statement) ঠাইত পৰিৱৰ্তনশীল ভাৱে (alternately) ব্যৱ্হাৰ কৰিব পাৰি
01:03 কেচ ষ্টেটমেন্তটো (case statement) উপস্থাপন কৰা হয় যেতিয়া বহুতো বস্তু নিৰ্বাচিত কৰিবলগা হয়
01:09 ইয়াক সচৰাচৰ স্ক্ৰিপ্ত এটাত মেনুচ (menus) সম্পাদন (implement) কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
01:14 আহক আমি গাঠণিটো চাওঁ
01:15 case(কেচ) space(স্পেছ) $(ডলাৰ)VARIABLE(ভেৰিয়েবল) space(স্পেছ) in(ইন) match_1 সামৰণি সৰু বন্ধনী space(স্পেছ) commands(কমান্ডচ) আৰু চেমিকলন (semicolon) দুবাৰ
01:27 match_n সামৰণি সৰু বন্ধনী space(স্পেছ) commands(কমান্ডচ) আৰু চেমিকলন (semicolon) দুবাৰ asterisk(এচতেৰিক্স) সামৰণি সৰু বন্ধনী space(স্পেছ) command_to_execute_by_default(কমান্ড তু এক্সিকিউত বাই দিফল্ট) আৰু চেমিকলন (semicolon) দুবাৰ esac
01:45 VARIABLE(ভেৰিয়েবল) টো match_1 ৰ সৈতে তুলনা হৈছে
01:48 যদি এইটো সদৃশ নহয়, ই পাছৰ কেচটোলৈ গতি কৰিব যি হৈছে match_n
01:54 ই পৰীক্ষা কৰিব যে এই ষ্ট্ৰিং সমূহৰ যিকোনো এটা VARIABLE(ভেৰিয়েবল)ৰ সদৃশ হয়নে
02:01 যদি হয়, তেন্তে দ্বৈত চেমিকলনটো (double semicolon (;;)) নোপোৱালৈকে সকলো কমান্ডচ কাৰ্যকৰী হয়
02:07 যদি VARIABLE (ভেৰিয়েবল)ৰ সদৃশ নহয়, এষ্টেৰিক্স(asterisk )ৰ সৈতে সংযুক্ত হৈ থকা কমান্ড সমূহ কাৰ্যকৰী হয়
02:14 এইটো হৈছে দিফল্ট কেচ(default case ) চৰ্ত কাৰণ এষ্টেৰিক্স(asterisk )টো সকলো ষ্ট্ৰিংচ(strings)ৰ সদৃশ হ’ব
02:21 esac য়ে কেচ ব্লকৰ (case block) শেষক দৰ্শায়
02:26 আহক আমি কেচ ষ্টেতমেন্ত(case statement ) এটা উদাহৰণৰ সৈতে বুজো
02:32 মই প্ৰোগ্ৰামটো আগতিয়াকৈ লিখি থৈছো । গতিকে,মই case.sh ফাইলটো খুলিম
02:38 প্ৰোগ্ৰামটোৱে এটা সাৱধানী বাৰ্তা ছপা কৰিব যেতিয়া দিস্ক স্পেছ(disk space )টো এটা নিৰ্দিষ্ট সীমা পাব
02:45 এইটো হৈছে চিবেং শাৰী (shebang line)
02:47 বেচৰ অৱস্থানটো বিভিন্ন লিনাক্স ফ্লেভাৰ(flavour) যেনে CentOS, RedHat(ৰেদ হেট) ইত্যাদিত বেলেগ হয়
02:55 পূৰ্বতে ব্যৱহৃত /bin/bash এ পোনপতিয়াকৈ বাইনেৰী ফাইল( binary file)টোলৈ নিৰ্দেশিত কৰে
03:01 env ইয়াত ব্যৱহৃত হয়, বেচটো য’ত থাকে তাৰ সঠিক অৱস্থান নিষ্কাশিত কৰে
03:07 এই চিবেং শাৰীটোৱে যিকোনো GNU/Linux(লিনাক্স) চিষ্টেমত স্ক্ৰিপ্তটোৰ বহনযোগ্যতা উন্নত কৰে
03:16 df -(হাইফেন)h এ মানুহে পঢ়িব পৰা গঠণত দিস্ক স্পেছ(disk space)ৰ ব্যৱহাৰ দৰ্শিত কৰে
03:22 আউতপুতটো sort(ছৰ্ট) -rk5 লৈ পাইপদ(piped) হয়, যি পঞ্চম ক’লমটো বিপৰীত ক্ৰমত সজায়
03:31 তাৰপাছত আউত্পুতটো awk 'FNR == 2 {print(প্ৰিন্ট) $5}' লৈ পাৰ হয়
03:38 যি দ্বিতীয় শাৰীৰ পঞ্চম স্থানটো নিষ্কাশিত কৰে
03:43 অৱশেষত, % চিহ্ন(sign)টো উলিয়াই আনিবলৈ আউত্পুতটো cut(কাত) -(হাইফেন)d “% -(হাইফেন)f1” লৈ পাৰ হয়
03:55 এইটো হৈছে কেচ ষ্টেটমেন্তৰ (case statement) প্ৰথম শাৰী
03:59 ইয়াত, আমি 0 আৰু 69ৰ মাজৰ স্পেছটো (space) তুলনা কৰো
04:04 যদি সদৃশ পোৱা যায়, ই ছপা কৰে "Everything is OK”
04:08 পাছত, ই 70 আৰু 89 বা 91 ৰপৰা 98ৰ মাজৰ স্পেছটো (space) তুলনা কৰে;
04:17 যদি সদৃশ পোৱা যায়, ই ছপা কৰে “Clean out. There's a partition that is $(dollar)space % full”
04:27 ইয়াত, ই 99ৰ সৈতে স্পেছটো (space) তুলনা কৰে
04:30 যদি সদৃশ পোৱা যায়, ই ছপা কৰে “Hurry. There's a partition at $(Dollar) space %!”
04:39 এইটো হৈছে দিফল্ট কেচ(default case ) চৰ্ত কাৰণ এষ্টেৰিক্স(asterisk )টো সকলো ষ্ট্ৰিংচ(strings)ৰ সদৃশ হ’ব
04:45 আৰু এইটো হৈছে কেচ ষ্টেতমেন্ত(case statement)ৰ শেষ
04:48 এতিয়া ফাইলটো এক্সিকিউটেবল বনাবলৈ টাৰ্মিনেলটোলৈ যাওঁক
04:52 লিখক chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) case(কেচ) দত(dot) sh
04:57 লিখক দত(dot) শ্লাচ(slash) case(কেচ) দত(dot) sh
05:02 Everything is OK মন কৰিব যে আপোনাৰ চিষ্টেমৰ দিস্কস্পেছৰ ওপৰত নিৰ্ভৰ কৰি আউতপুতটো পৰিৱৰ্তন হ’ব
05:10 মোৰ মেচিনত, যিহেতু সদৃশটো 0 আৰু 69ৰ মাজত পোৱা গৈছে, ই ছপা কৰে Everything is OK
05:18 আপোনাৰ মেচিনত ছপা হোৱা বাৰ্তাটো পৰীক্ষা কৰক
05:20 আপুনি কোনটো কেচ ষ্টেতমেন্ত(case statement) কাৰ্যকৰী হ’ল বুজিবলৈ সক্ষম হ’ব
05:27 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি. আহক আমি মূলভাৱ চাওঁ
05:31 এই টিউট’ৰিয়েলটোত আমি শিকিলো, কেচ ষ্টেটমেন্তৰ (case statement) গুৰুত্ব, কেচ ষ্টেটমেন্তৰ (case statement) গাঠণি, দিস্কস্পেছ উদাহৰণটোৰ সৈতে
05:41 এটা অনুশিলনী হিচাবে
05:42 গাণিতিক গণনাৰ বাবে এটা মেনু দ্ৰিভেন (menu driven) প্ৰোগ্ৰাম লিখক
05:47 ই ইউজাৰ ইনপুটচ a আৰু b ল’ব লাগিব
05:51 ই গাণিতিক অপাৰেটৰৰ বাবে সুধিব লাগিব (প্লাচ +, মাইনাচ -, ডিভিজন / আৰু মাল্তিপ্লিকেচন *) । গণনাটো কৰিব, আউতপুতটো ছপা কৰিব
06:02 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:06 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:08 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
06:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
06:16 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:23 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
06:31 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
06:35 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে এই মিচনৰ বিষয়ে অধিক তথ্য : http://spoken-tutorial.org\NMEICT-Intro ত উপলদ্ধ
06:48 স্ক্ৰিপ্তটো (script) FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে
06:53 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi