Avogadro/C2/Create-Surfaces/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search


Time
Narration
00:01 নমস্কাৰ । Create surfaces বিষয়ক টিউটোৰিয়েলটোত সকলোকে স্বাগতম।
00:07 এই টিউটোৰিয়েলত,আমি শিকিম: অণুৰ বৈশিষ্ট্যবোৰ দেখা
00:13 partial charge দি পৰমাণু লেবেল কৰা
00:17 Van der waals পৃষ্ঠতল তৈয়াৰ কৰা
00:20 electrostatic potential 'শক্তিবোৰৰ অনুযায়ী পৃষ্ঠতলৰ ৰঙ কৰা
00:25 ইয়াতে মই উবুন্টু লিনাক্স OS সংস্কৰণ 14.04 ব্যবহাৰ কৰিছো।

'Avogadro সংস্কৰণ 1.1.1

00:35 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত '।
00:41 যদি নাই, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইটত চাওক।
00:47 ইয়াতে মই 'Avogadroউইন্ডোটো খুলিছো ।
00:51 Insert Fragment Library পৰা butane -এৰ এটা অণু সোমাওক।
00:57 Build মেনুত ক্লিক কৰক আৰু তাৰপিছত Insert ->fragment ক্লিক কৰক।
01:04 alkanes ফোল্ডাৰ খুলিবলৈ ডাবল ক্লিক কৰক। butane.cml নিৰ্বাচন কৰক।
01:11 Insert বোতামটো ক্লিক কৰক।
01:14 ডায়ালগ বাক্সটো বন্ধ কৰক।
01:17 প্যানেলত n-butane -এৰ মডেলটো প্ৰদৰ্শিত হয়।
01:21 Select মেনুৰ পৰা Select none বিকল্পটো নিৰ্বাচন কৰি নিৰ্বাচনটো মুছি পেলাওক ।
01:26 অণুটোৰ আণবিক বৈশিষ্ট্য প্ৰদৰ্শন কৰা যাওক।
01:30 View মেনুত ক্লিক কৰক, Properties বিকল্প নিৰ্বাচন কৰক।
01:35 সাব-মেনু পৰা, Molecule Properties ক্লিক কৰক।
01:39 Molecule Properties উইন্ডোয়ে কিছু তথ্য জনায় যেনে ,

IUPAC Molecule Name, Molecular weight, Chemical Formula, Dipole moment 'ইত্যাদি।

01:54 উইন্ডো বন্ধ কৰিবলৈ OK' ত ক্লিক কৰক।
01:57 অনুৰূপভাবে Atom Properties চাবলৈ: properties মেনুৰ পৰা 'Atom properties বিকল্প 'ক্লিক কৰক।
02:04 অণুটোৰ প্ৰত্যেক পৰমাণুৰ বৈশিষ্ট্য যেনে Element, Type, Valence, Formal charge 'ইত্যাদিৰ মানবোৰৰ সহ এটা টেবোল খুল খায় ।
02:17 ডায়ালগ বাক্সটো বন্ধ কৰক।
02:20 তালিকাৰ পৰা Angle, Torsion আৰু Conformer নিচিনা অন্যান্য বৈশিষ্ট্যেৰ সন্ধান কৰক।
02:27 আহক এতিয়া মইpartial charge দি অণুত পৰমাণুবোৰক লেবেল কৰিবলৈ শিকো।
02:33 Display Types তালিকাৰ পৰা Display settings ত ক্লিক কৰক:  লেবেল এৰ ফালৰ বক্সটোত চেক কৰক ।
02:43 লেবেল চেক বক্স-এৰ সোফালৰ Spanner চিন্হত ক্লিক কৰক।
02:48 Label Settingsউইন্ডো খোলে।
02:51 atom labels' টেক্সট ড্ৰপ ডাউন পৰা Partial charge বিকল্পত ক্লিক কৰক। এতিয়া এই অণুৰ সকলো পৰমাণুই partial charge দি লেবেলযুক্ত হৈছে।
03:01 partial charge distribution 'কাৰ্বন পৰমাণুৰ প্ৰতিক্ৰিয়াশীলতাৰ পূৰ্বাভাস দিবলৈ সহায়তা কৰে।
03:07 পৰমাণুবোৰক partial charge' দ্বাৰা লেবেল কৰি Inductive effectক ব্যাখ্যা কৰা যাব পাৰে।
03:14 এটা হাইড্ৰোজেনক্লোৰিন দি প্ৰতিস্থাপন কৰক ।

কাৰ্বন চেইন-ত partial charge মানৰ পৰিবৰ্তন লক্ষ্য কৰক।

03:22 inductive effect এৰ বাবে, chlorine এৰ কাষৰ কাৰ্বোনবোৰ আৰো ধনাত্মক হৈ উঠিছে।
03:28 বন্ড লেবেল কৰাৰও এটা বিকল্প আছে। bond labels টেক্সট বক্সত ক্লিক কৰক।
03:35 ড্ৰপ ডাউন মেনুত বন্ডক লেবেল কৰাৰ বিকল্প আছে।
03:39 বন্ড লেন্থ ত ক্লিক কৰক। সমস্ত বন্ডনৰ বাবে বন্ড লেন্থ প্যেনেলত প্ৰদৰ্শিত হয়।
03:46 লেবেলবোৰৰ ৰঙ পৰিবৰ্তন কৰিবলৈ, ৰং দি ভৰা বাক্সত ক্লিক কৰক।
03:51 Select atoms label color 'উইন্ডো পৰা ৰং নিৰ্বাচন কৰক। OK বোতামটোত ক্লিক কৰক।
03:59 মই ' লেবেলবোৰক X, Y আৰু Z-এৰ ফালে স্থানান্তৰ কৰিব পাৰো।
04:04 label shift মেনু'ত' increment or decrement buttons ত ক্লিক কৰক।

ডায়ালগ বাক্সটো বন্ধ কৰক।

04:12 Avogadro এৰ অন্য এটা খুব দৰকাৰী বৈশিষ্ট্য হল, পৃষ্ঠতল তৈয়াৰৰ ক্ষমতা।
04:18 extensions মেনুত পৃষ্ঠতল তৈয়াৰৰ বিকল্পটো পোৱা যায়।
04:24 extensions মেনুত ক্লিক কৰক, তাৰপিছত create surfaces বিকল্পটোত ক্লিক কৰক।
04:30 এটা create surface ডায়ালগ বক্স পৰ্দাত খোলে।
04:34 সাৰফেস টাইপ ড্ৰপ ডাউন এৰ দুটা বিকল্প আছে: Van der waals আৰু electro-static potential
04:42 Avogadro electro-static potential সমৰ্থিত নহয় ।
04:48 Van der waals বিকল্পটো নিৰ্বাচন কৰক। 'Color By ড্ৰপ ডাউন-ত নিৰ্বাচন কৰক Nothing
04:55 ৰেজোলিউশন Medium সেট কৰক
04:58 Iso value শূন্য ত । Calculate বোতামটোত ক্লিক কৰক।
05:04 ডায়ালগ বাক্সটো বন্ধ কৰক।
05:07 van der waals পৃষ্ঠতল প্যানেলত প্ৰদৰ্শিত হয়।
05:11 van der waals পৃষ্ঠতল এনে এটা পৃষ্ঠতলক উপস্থাপনা কৰে যাৰ মাধ্যমেৰে এটা অণু, অন্যান্য অণুৰ সৈতে সংবাদ কৰে ।
05:19 পৃষ্ঠতলৰ সেটিংস পৰিবৰ্তন কৰিবলৈ: পৃষ্ঠতলৰ সৈতে সংশ্লিষ্ট স্প্যানাৰ প্ৰতীকটোত ক্লিক কৰক।
05:26 এটা পৃষ্ঠতল সেটিং ডায়লগ বক্স খোলে । opacity সমন্বয় কৰিবলৈ স্লাইডাৰ টানি আনক
05:34 ৰেন্ডাৰ ড্ৰপ-ডাউনত, পছন্দ কৰাৰ বাবে বিভিন্ন প্ৰদৰ্শন বিকল্প আছে যেনে:

Fill, lines and points

05:42 ডিফল্ট বিকল্প হল fill
05:45 পৃষ্ঠতলৰ ৰঙ পৰিবৰ্তন কৰিবলৈ: 'positive বিকল্পৰ ফালে ৰঙেৰে ভৰা বাক্সত ক্লিক কৰক।
05:52 ৰঙৰ উপৰত ক্লিক কৰি মৌলিক ৰঙৰ চাৰ্টৰ পৰা ৰঙ নিৰ্বাচন কৰক। OK' বোতামটোত ক্লিক কৰক।
06:00 তাৰপিছত, Create surface উইন্ডোৰ পৰা : Color by ড্ৰপ-ডাউনৰ পৰা Electrostatic potential' নিৰ্বাচন কৰক ।
06:07 ৰেজোলিউশনmedium ত সেট কৰক। 'Iso value0.02 ত সেট কৰক।
06:14 কম Iso value সেট কৰিলে এটা সূক্ষ্ম পৃষ্ঠতল পোৱা যায় ।
06:18 Calculate button ক্লিক কৰক।
06:21 প্যানেল ত আমি 1-chloro butane এৰ পৃষ্ঠতল দেখা পাইছো, যি পৰমাণুবোৰৰ electro-static potential values অনুযায়ী ৰঙিন হৈছে
06:31 'electro-static potential surfaceএ , অনুৰ charge distributionsক চিত্ৰাঙ্কন কৰে ।
06:37 সেইবোৰক অণুৰ আচৰণ-এৰ পূৰ্বাভাস কৰিবলও ব্যবহৃত হয় ।
06:42 ডিফল্টভাবে, বেশি electronegativity এৰ ক্ষেত্ৰবোৰ ৰঙা আৰু কম বোৰ নীলা ৰঙত ৰঙিন আছে।
06:49 ইয়াতে electro-static potential surfaces. এৰ সৈতে অণুবোৰৰ আৰো কিছু উদাহৰণ আছে।
06:56 Aniline আৰু cyclohexylamine.
07:00 cyclohexylamine এৰ Nitrogenelectron density, aniline এৰ তুলনাত বেশি lস্থানীয় ।
07:08 সেয়ে cyclohexylamine এটা শক্তিশালী ক্ষাৰ হয়।
07:12 ইয়াৰ সংক্ষিপ্ত বিবৰণ দেখা যাওক, এই টিউটোৰিয়েলত আমি শিকিছো:: অণুটোৰ বৈশিষ্ট্যবোৰ চোৱা।
07:20 partial charge দি পৰমাণু লেবেল কৰা
07:24 Van der waals পৃষ্ঠতল তৈয়াৰ কৰা
07:27 electrostatic potential ৰ শক্তি অনুযায়ী পৃষ্ঠতল ৰং কৰা
07:33 এটা অনুশীলনী হিসাবে: electro-static potential surface ব্যবহাৰ কৰি acetaldehyde আৰু formamide এৰ প্ৰতিক্ৰিয়াশীলতাৰ তুলনা কৰক ।
07:43 partial charge দি পৰমাণু লেবেল কৰক
07:47 আপোনাৰ সম্পন্ন কামটো নিম্নৰূপ হোৱা উচিত।
07:51 ৰঙাত নিৰ্দেশিত ঋণাত্মক চাৰ্জ, acetaldehyde এৰ oxygen পৰমাণুত কৈ আৰো বেশি স্থানীয় আছে ।
07:58 formamideত ঋণাত্মক চাৰ্জ আৰো বেশি অস্থানীয় হয়।
08:02 সেয়ে Acetaldehyde, Formamide ত কৈ বেশি প্ৰতিক্ৰিয়াশীল ।
08:07 এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায় । যদি আপোনাৰ ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে।
08:15 আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেট দিও । আমাৰ সৈতে যোগাযোগ কৰক ।
08:22 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
08:29 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।

যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi