Xfig/C2/Simple-block-diagram/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Timing Narration
0:00 নমস্কাৰ দৰ্শকসকল. স্পোকেন টিউটৰিয়েল লৈ (মৌখিক খম্পাদিতলৈ) স্ৱাগতম
00:07 এই টিউটৰিয়েলত আমি ইয়াত বাখ্য়া কৰিম যে কেনেকৈ ভিন্ন ধৰণৰ ব্ল্ক চবি প্ৰচ্টুত কৰিব পাৰি
00:17 আমি ইয়াৰ উদেশ্য়ৰ কাৰনে কি কি সামগ্ৰি লাগে চাউচুন.
oo:19 মই এক্স ফিগাৰ ব্য়বহাৰ কৰিম, এইতো এতা ব্ল্ক চবি হস্তচালন সামগ্ৰি.
00:24 মই ইয়াত ৩.২ অনুবাদ ( ৱাৰ্চন ) ব্য়বহাৰ কৰিচো, পাথ লেৱেল ৫
00:29 মই তাৰ্মিনেলো ব্য়বহাৰু কৰিম আৰু এতা পিদিফ ব্ৰাওচাৰ
00:37 মই এইতো খম্পাদিত মেক ওএচ এক্স সত স্ৰিস্তি কৰিচো
00:41 এক্স ফিগাৰ লিনাক্স আৰু ৱিনদৌচতো কাম কৰে
00:45 লিনাক্সত প্ৰতিস্থা কৰাতু সকলোতকৈ সহজ.
00:50 এক্স ফিগাৰ ব্য়বহাৰ কৰা নিয়মতু তিনিউতাতে একে (সমান)
00:56 এইতু উপদেশ দিয়া হয় যে এক্স ফিগাৰ কাৰনে তিনিতা বাটন থকা মাউচ ব্য়বহাৰ কৰিব লাগে
01:00 কিন্তু এতা বা দুতা বাটন থকা মাউচ কাম কৰা বাবেও গঠন কৰিব পাৰি
01:07 এক্স ফিগাৰ ব্য়বহাৰ প্ৰনালি ৱেবত পোৱা যায়
01:16 আহক আমি চাউ এতিয়া. আমি এই পাঠ্ত এক্স ফিগাৰ পৰিচয় চাব পাৰু.
01:23 আমি ইয়াত এই মেনুয়েলৰ টেবুল খনৰ সুচিপত্ৰ চাব পাৰু.
01:28 অমি ইয়াত ক্লিক কৰু.
01:31 আমি ইয়াত মানুহৰ সবিশেষ জানিব পাৰু যোনখকলে ইয়াত এক্স ফিগাৰ স্ৰিস্তি কৰিচে.
01:36 আহক আমি এই পাঠতি চাউ
01:40 এতিয়া মই এই সম্পাদিতৰ কাৰনে স্ক্ৰীনৰ বাহিৰাক্ৰিতি বাখ্য়া কৰিম.
01:46 ইয়াত স্লাইদচ, এক্সফিগাৰ, ইন্তাৰনেত ব্ৰাওচাৰ-ফায়াৰ ফক্স আৰু তাৰমিনেল আচে.
01:58 এইতোয়েই কমান্দ জি মই এক্স ফিগাৰ মেকত আবাহন কৰো
02:04 এইবোৰ উপৰা উপৰিকৈ লগাই বন্দবস্ত কৰা হইচে, এতাৰ পৰা আন এতালৈ সহজ ধালৰ কাৰনে.
02:10 শোনোতা জনে সহজে পৰিবৰ্তন হোৱাতু চাব পাৰিব - অনুমান কৰিব দৰকাৰ নাই
02:17 আহক এক্স ফিগাৰি আৰম্ভ কৰো
02:20 এক্স ফিগাৰ ৱৰ্কছীতৰ বাও হাতৰ ফালে "দ্ৰৱিঙ মদ পেনেল" আচে
02:26 এইতো পেনেলৰ উপৰৰ আধা বটন্স বুৰ বহুত ধৰণৰ বস্তু স্ৰিস্তি কৰিবলৈ ব্য়বহাৰ কৰিব পাৰে
02:33 বটমত থকা খামগ্ৰি খিনি একেলগে খিহতৰ লগতে কাম কৰে
02:39 এজনে উপৰত থকা বতমবুৰ ব্য়বহাৰ কৰি, ফাইল আৰু অপাৰেচন কাৰ্জ্য় কৰিব পাৰে
02:46 কেন্দ্ৰিয়ত থকা ঠাই খিনিক কেনভাচ বুলি কয়
02:50 ইয়াতে যি চিত্ৰ বুৰ স্ৰিস্তি কৰা হব.
02:53 এতিযা আমি চবি জৰিয়তে আৰম্ভ কৰো
02:55 প্ৰথমতে মই গ্ৰিড্চ্তু কেনভাচত থম
03:01 এতিয়া মই তলত থকা "গ্ৰিদ মদ" বত্তন তোক ক্লিক কৰিম .
03:05 আমি বহোত ধৰনৰ গ্ৰিদ আক্ৰিতি বাচি লব পাৰো. মই মাজৰ তো বাচি লম.
03:11 গ্ৰিদে বহোত ধৰনৰ বস্তু থিক কৰাত সহায় কৰে য়িবুৰ আমি বহোয়াম.
03:16 এইতো খম্পাদিতত, ক্লিক কৰি, মানে মাউচৰ বাও ফালৰ বত্তম টোত ক্লিক কৰি আৰু তাক এৰি দিম.
03:21 ঠিক তেনেকৈ, বত্তম এতা বাচি লুৱা মানে বুজা যায় যে তুমি এইতুত বাও ফালৰ মাওচ তোৰে ক্লিক কৰিব লাগিব.
03:29 যদি এটা বেলেগ ধৰনৰ কাৰ্জ্য় প্ৰয়োজন হয়, মই স্পস্ত ভাবে বৰ্ণনা কৰিম.
03:34 যিহেতু আমাৰ চবিত এতা বক্স হব লাগে, আমি এতা বক্স চিম্বল প্ৰখৰ চুকৰ লগত বাও হাতৰ পেনেলৰ পৰা বাচি লও
04:43 আমি যত বাকচতো ৰাখিবলৈ বিচাৰিচু আমি তাৰ লৈকে যাম.
03:50 আমি এইতো থাইত মাউচটো ক্লিক কৰিম.
03:53 এইখিনিয়ে বাকস্তুৰ উত্তৰ পচ্চিম চুকটো বাচি লয়.
03:57 মাউচটো বিপৰিত ফালে ঘুৰোয়াই থাকা যেতিয়ালৈকে বাকস্তু আমি বিচৰা আক্ৰিতি মতে নাহে.
04:12 এবাৰ যেতিয়া বাকস্তু শুধ্ধ আক্ৰিতিত হৈ যাব অমি আকৌ এবাৰ মাওচটু ক্লিক কৰিব পাৰিম.
04:16 এতিয়া বাকস্তু স্ৰিস্তি হল.
04:18 এতিয়া আমি বাখ্য়া কৰিম যে কেনেকৈ এক্স ফিগাৰৰ "সম্পাদনা (edit)" ফিছাৰতু ব্য়বহাৰ কৰা হয়. এইখিনি ব্য়বহাৰ কৰি আমি বাকচতুৰ গাৰ্হতা বৰ্হাব পাৰিম.
04:26 এতিয়া আমি বাও হাতৰ পেনেলতোৰ "এদিত বত্তন" প্ৰেচ কৰো.
04:31 আমি দেখিব পাৰিচো যে বাকচৰ সকলো কি পইন্টচ বোৰ প্ৰদৰ্শন হৈচে.
04:36 এতিয়া আমি কোনো এতা বিন্দুত ক্লিক কৰি আৰু তেনেধৰনেৰে বকচ তু বাচি লম.
04:41 এতা দাইলগ্চ বাকচ খুলিচে.
04:43 আমি মাউচ তু "ৱিদ্থ" বাকচলৈ লৈ যাম.
04:47 এইতু সঠিক কৰি লব যে মওচ পইন্তাৰ তু বাকচতুৰ ভিতৰতে থাকে.
04:51 এতিয়া অমি ১ কৰ আউকান মূল্য় তু নাইকিয়া কৰো.
04:55 এই বাকচতুৰ সুচিপত্ৰ সলাব নুয়াৰে যদি মওচ তু বাকচত নাথাকে.
05:01 মাওচ তু যদি বাকচতুত সুমায় যি কোনো সময়ত আতৰি আহে, অনুগ্ৰহ কৰি মনত পেলাই ইয়াক ভিতৰলৈ আনি টাইপিঙ কৰি থাকক
05:07 এতিযা ২ অন্তৰভুক্ত কৰো
05:13 আমি "দান" ক্লিক কৰিম. এইখিনি মই তুমালোকক দেখোৱাই দিম
05:17 দান টো ক্লিক কৰি আৰো দাইলগ্স বাকচতু এৰি দিয়ক.
05:20 আমি দেখিব পাৰো যে বাকচৰ গাৰ্হতা বাৰ্হি গৈচে
05:24 এতিয়া আমি ৰেখাৰ লগত কাৰ চিহ্ণৰে আৰম্ভ কৰিব বিচাৰিচু.
05:28 আমি বাউহাতৰ ফালে পেনেলৰ পৰা "পলিলাইন বত্তন বাচি লম
05:34 টলত থকা পেনেলক "এত্ৰিবিউট্চ পেনেল" বোলে.
05:40 এইতু পেনেলত থকা বত্তন বুৰ ব্য়বহাৰ কৰি, প্ৰতিতু সামগ্ৰিৰ পেৰামিতাৰ্চ সলাব পাৰি
05:45 বাচি লোৱা বস্তুৰ উপৰত নিৰ্ভৰ কৰি হে বত্তন বুৰ সলনি হয়
05:52 এতিয়া আমি "কাৰ চিহ্ণৰে মদ" বত্তন তু এত্ৰিবিউট্চ পেনেলৰ পৰা বাচি লম.
05:57 দাইলগ বাকচতোৰ দিতিয় নিৰ্বাচন বাচি লও, যিহেতু ই শেখৰ বিন্দুত কাৰ চিহ্ণ এদাল দিয়ে.
06:04 এতিয়া আমি "কাৰ চিহ্ণ তাইপ" বত্তন তু ক্লিক কৰিম.
06:08 ৱিন্দত যি খিনি উলাই, আমি কাৰ চিহ্ণ শিৰ্সা তু আমৰ মতে বাচি লম.
06:14 এতিয়া আমি এতা বিন্দুত ক্লিক কৰিম যৰ পৰা আমি ৰেখা দাল আৰম্ভ কৰিব বিচাৰো
06:23 এতিয়া মাউচতু ৰেখাদালৰ শেষ বিন্দুৰ লৈ ঘুৰাই লও .
06:31 আমি এতিয়া তাত "মিদ্দিল মাউচ" বত্তনেৰে ক্লিক কৰো
06:36 ৰেখা দাল এৰো ৰে স্ৰিস্তি হৈচে
06:39 মানত ৰাখিব, আমি সৰ দাল সম্পুৰ্ন কৰিবলৈ মাজৰ বত্তম তু প্ৰেস্স (হেসা) কৰিব লাগিব.
06:43 বাউ বা সো বত্তমটো নহয়
06:45 যদি কিবা ভুল কৰা হয়, অনুগ্ৰহ কৰি "এদিত" বত্তন তু ক্লিক কৰি আৰু "আন্দো" প্ৰেস্স কৰক.
06:52 বাকচৰ উত্পাদনত এতিয়া আৰু এদাল লাইন আকক, কপি কৰি
06:59 বাউ হাতৰ ফালৰ পেনেলৰ পৰা কপি বত্তন তু বাচি লম.
07:05 ৰেখা দাল বাচি লক
07:09 লখ্য়লৈ মাউচতু ঘুৰোয়াই আৰু ক্লিক কৰক.
07:15 ৰেখা দাল কপি কৰা হৈইচে.
07:18 এতিয়া আমি কিচুমান তথ্য় লিখো.
07:21 এতিয়া বাউ হাতৰ পেনেলৰ পৰা ট ৰে দেখুৱা "তেক্সট বক্স" তু ক্লিক কৰিম.
07:29 এতিয়া আমি তথ্য়ৰ ফন্ত চাইজ তু বাচি লম .
07:35 এতিয়া এট্ৰিবিউটচ পেনেলৰ পৰা তেক্সট(তথ্য়) চাইজ বত্তন তু ক্লিক কৰি এতা দাইলগ ৱিন্দো পুৱা যাব.
07:41 এতিয়া আমি মাউচতু ভেলু বাকচলৈ লৌ আৰু মাউচতু তাতে ৰাখিম.
07:46 এতিয়া আমি দিফল্ট ভেলু ১২ দিলিত কৰি ১৬ এন্তাৰ কৰিম.
07:52 এতিয়া"চেত" বত্তমতু বাচি লম.
07:56 ডাইলগ্চ বাকচতু ওচৰ চাপিচে আৰু "তেক্সট চাইজ" এতিয়া এট্ৰিবিউটচ পেনেলত ১৬ দেখাইচে.
08:05 আমি তথ্য় তু কেন্দ্ৰিয়ত ৰাখিম.
08:08 এট্ৰিবিউটচ পেনেলত থকা "তেক্স্ট যাস্ট" বত্তম তু ক্লিক কৰিম.
08:13 এতা ডাইলগ বক্স খুলিচে.
08:15 এতিয়া কেন্দ্ৰিয়ত কৰিবলৈ মাজৰ তু বাচিলু.
08:21 এতিয়া বাকচতুৰ কেন্দ্ৰিয়ত ক্লিক কৰিম.
08:29 মই "প্লেন্ত" টাইপ কৰি আৰু মাউচ ক্লিক কৰিম.
08:36 তথ্য় স্ৰিস্তি হল.
08:38 যদি লাগে, মই তথ্য় খিনি বাউ হাতৰ ফালৰ পেনেলত "মোভ কী" ৰে ঘুৰাব পাৰো ,
08:50 এতিয়া আক্ৰিতিতু জমা বা চেভ কৰিম.
08:52 এতিয়া এক্স ফিগাৰৰ উপৰত বাউ হাতৰ ফালৰ চুকৰ ফাইল বত্তন তু ক্লিক কৰি, তাৰ পিচত চেভ কৰিবৰ কাৰনে মাউচ তু দ্ৰেগ কৰি আৰু ৰিলিজ কৰা হয়
09:04 যিহেতু এইবাৰ প্ৰথম বাৰ হয়, এক্স ফিগাৰ ৰে ফাইলৰ নামতু সুধিব.
09:09 আমি দাইৰেক্তৰী বাচি লব পাৰো আৰু তাৰ পিচত ফাইলৰ নাম.
09:12 এতিয়া আমি নাম্তু "ব্লক" বুলি টাইপ কৰি আৰু "চেভ" কৰো.
09:27 ফাইল তু ব্লক.ফিগাৰ বুলি চেভ হৈচে.
09:30 অপুনালৈকে উপৰত নামতু দেখিব পাৰে.
09:34 এতিয়া আমি ফাইলতু এক্সপৰ্ত মানে ৰপ্তানি কৰিম.
09:36 এতিয়া ফাইল বত্তনটু আকৌ এবাৰ ক্লিক কৰিম, তাৰপিচত মাউচ তু ধৰি এক্সপৰ্তলৈ তানি নিউ.
09:47 লেন্গুয়েজৰ পিচত থকা বক্সতু ২ ক্লিক কৰক, আৰু মাউচতু ধৰি "পিদিএফ " দ্ৰেগ কৰক মানে তানি নিয়ক আৰু কিতু এৰি দিয়া হয় "পিদিএফ ফৰ্মেত" চিলেক্ট মানে বাচিব কাৰনে.
09:59 এতিয়া "এক্স্পৰ্ত" বত্তন ক্লিক কৰিম. আমি "ব্লক.পিদিএফ" ফাইল খন পাম.
10:05 এতিয়া তাৰ্মিনেলৰ পৰা আদেশৰ মতে "অপেন ব্লক.পিদিএফ" ফাইল খন খুলু
10:18 এতিয়া অমি বিচৰা মতে ব্লক চবি খন আমাৰ লগত আচে.
10:21 আমি আমৰ উদ্দেশ্য় তু সম্পুৰ্ন কৰিলো. আমি বিচৰা মতে ফিগাৰ মানে অক্ৰিতি তু আমাৰ লগত আচে.
10:30 আমাৰ উচৰত অপোনলুকৰ কাৰনে এতা এচাইনমেন্ত মানে হস্তান্তকৰন এতা আচে.
10:33 বাকচবুৰ বেলেগ বস্তুৰ লগত সলনি কৰোয়া.
10:36 পলিলাইন ব্য়বহাৰ কৰি এতা ছতুৰ্ভুষী স্ৰিস্তি কৰক. চবিতুত ৰেখা দালৰ অক্ৰিতি আৰু দিশা তু শলাই দিয়ক .
10:43 তথ্য়, ৰেখা আৰু বাকচ তু ঘুৰুৱাই বেলেগ এতা অবস্থানত নিয়ক.
10:48 ফাইল খন ইপিএচ ফৰ্মেতত এক্সপৰ্ত কৰি আৰু চাব পাৰে.
10:51 "ব্লক.ফিগাৰ " ফাইল খন খমপাদকত চাব পাৰে আৰু বহুত ধৰনৰ বস্তু বুৰ চিনাক্ত কৰক.
10:58 সম্পুৰ্ন ৰুপে বেলেগ ধৰনৰ ব্লক চবি স্ৰিস্তি কৰক.
11:02 এতিয়া আমি এই টিউতৰিয়েল ইয়াতে খমাপ্ত কৰিলো
11:06 শ্পকেন টিউতৰিয়েল এতা টক টু এ টিছাৰ এন এম ই আই চি টি অৰ্থাত (নেছনেল মিছন অন এদুকেছন থ্ৰ আই চি টি, এম এছ আৰ দি ভাৰত চৰকাৰৰ দোৱাৰা কৰা হৈচে)

ইয়াৰ উদেশ্য় বিষয়ে আৰু জানিবলৈ এই লিন্ক তুত চাব পাৰে

হ্ত্ত্প://স্পোকেন-তুতোৰিঅল.ওৰ্গ/ণংএঈছ্ট-ঈন্ত্ৰো

11:28 মই কেইতামান ৱেব পেজ দাওনলোদ কৰি থৈইচু
11:38 শ্পকেন টিউতৰিয়েল প্ৰজেক্তৰ কাৰনে ৱেবসাইত হৈচে http://spoken-tutorial.org.
11:48 ঐই প্ৰজেকতু যি ভিদিৱোৰে বুজুয়া হৈচে গোতেইখিনি এই লিন্কতু :"হুৱাত ইজ এ স্পোকেন টিউতৰিয়েল?" দিয়া হৈচে.
11:57 আৰু এই টিউতৰিয়েল ৱেবচাইত স্পোকেন-টিউতৰিয়েল.অৰ্গ/ৱিকি, আমি ফচ তূল্চ অৰ্থাত খামগ্ৰি খিনি দেখুয়া হৈচে
12:12 আমি এক্স ফিগাৰ থকা পাথখিনিউ চাউচুন
12:27 আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.

মই মৌচুমি মেধি চাইন অফ কৰিচু

সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi