Ubuntu-Linux-on-Virtual-Box/C2/Installing-VirtualBox-in-Windows-OS/Assamese

From Script | Spoken-Tutorial
Revision as of 18:25, 25 July 2019 by Nancyvarkey (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 উইন্দ’জ অপাৰেতিং চিষ্টেমত (Windows Operating System) ভাৰচুৱেল বক্স ইনষ্টল (Installing VirtualBox) কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি ভাৰচুৱেল বক্স (VirtualBox) দাউনল’দ কৰিবলৈ আৰু উইন্দ’জ OSত ইনষ্টল কৰিবলৈ শিকিম
00:18 এই টিউট’ৰিয়েলটো উইন্দ’জ OS ভাৰ্চন 10,
00:24 ভাৰচুৱেল বক্স (VirtualBox) ভাৰ্চন 5.2.18,
00:29 ফায়াৰফক্স (Firefox) ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰি ৰেকৰ্দ কৰা হৈছে
00:32 তথাপি, আপুনি নিজৰ পচন্দৰ অন্য ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:38 আৰম্ভ কৰাৰ আগতে, আপুনি ইন্টাৰনেটৰ (Internet) সৈতে সংযুক্ত হৈ থকাতো নিশ্বিত কৰক
00:44 ভাৰচুৱেল বক্স (VirtualBox) কি হয়?

ভাৰচুৱেল বক্স (VirtualBox) হৈছে ভাৰচুৱেলাইযেচনৰ (Virtualization) বাবে এটা ফ্ৰি আৰু অ’পেন চৌৰ্চ চফতৱেৰ (open source software)

00:52 ই আমাক base machine i.e. (host)ত বহুতো OS ইনষ্টল আৰু ব্যৱ্হাৰ কৰিবলৈ অনুমতি দিয়ে
01:00 base machine টো Windows, Linux বা MacOS হ’ব পাৰে
01:07 ভাৰচুৱেল বক্সত (VirtualBox) OS ইনষ্টল কৰিবলৈ, base machineত তলৰ কনফিগুৰেচন থাকিব লাগিব
01:15 i3 processor বা অধিক,
01:19 RAM 4GB বা অধিক,
01:23 Hard diskত ফ্ৰি স্পেচ 50GB বা অধিক আৰু ভাৰচুৱেলাইযেচন (Virtualization ) BIOSত এনাব’ল হ’ব লাগিব
01:34 ই ভাৰচুৱেল বক্সএ (VirtualBox) সহজে কাম কৰাক নিশ্বিত কৰিব
01:40 যদি base machineWindows OS আছে, তেন্তে ই তলৰ ভাৰ্চন সমূহৰ এটা হ’ব লাগিব:
01:47 Windows 7,
01:49 Windows 8 বা Windows 10
01:53 আহক ইনষ্টল কৰিবলৈ আৰম্ভ কৰো
01:56 ভাৰচুৱেল বক্সৰ (VirtualBox) নতুন ভাৰ্চন দাউনল’দ কৰিবলৈ, ওৱেব ব্ৰাউজাৰত তলৰ লিংকটোলৈ যাওঁক

www dot virtualbox dot org slash wiki slash Downloads

02:14 মই মোৰ মেচিনত ইতিমধ্যে ফায়াৰফক্স (Firefox) ওৱেব ব্ৰাউজাৰত এই url টো খুলি থৈছো
02:21 এই পৃষ্ঠাটোৱে বিভিন্ন হ’ষ্টৰ (hosts) বাবে ভাৰচুৱেল বক্সৰ নতুন ভাৰ্চন দাউনল’দ কৰাৰ লিংক দৰ্শাইছে
02:30 এই ৰেকৰ্দিঙৰ সময়ত, ভাৰচুৱেল বক্সৰ নতুন ভাৰ্চনটো হৈছে 5.2.18
02:39 ই বেলেগ হ’ব পাৰে যেতিয়া আপুনি এই টিউট’ৰিয়েলটো ভবিষ্যতত চাব
02:44 এতিয়া Windows hosts লিংকত ক্লিক কৰক
02:48 Windows OSৰ বাবে ভাৰচুৱেল বক্স দাউনল’দ কৰিব
02:53 আপোনাৰ ইন্টাৰনেত স্পিদ অনুসৰি দাউনল’দটোৱে কিছু সময় ল’ব পাৰে
02:58 গুৰুত্বপূৰ্ণ ন’ত: ভাৰচুৱেল বক্স ইনষ্টল কৰাৰ আগতে, আমাৰ মেচিনত ভাৰচুৱেলাইজেচন এনাব’ল হৈ থকাটো নিশ্বিত কৰিব লাগিব
03:08 আহক Windows 8 বা 10 machine ত ভাৰচুৱেলাইজেচন এনাব’ল হৈ আছে নে নাই চাওঁ
03:16 উইন্দ’ৰ তলত বাওঁফালে Taskbarলৈ যাওঁক । ৰাইত-ক্লিক কৰক আৰু Task Managerক চিলেক্ত কৰক
03:25 Task manager উইন্দ’ খোল খাইছে
03:29 যদি আপুনি ইয়াক প্ৰথম বাৰ খুলিছে, এই উইন্দ’ৰ তলত More details ত ক্লিক কৰক । তাৰপাছত Performance টেবত ক্লিক কৰক
03:40 Performance টেবত, তলত সোফালে, ভাৰচুৱেলাইজেচনলৈ যাওঁক
03:46 ই আমাক ক’ব যে ভাৰচুৱেলাইজেচন আমাৰ মেচিনত এনাব’ল হৈ আছে নে নাই
03:53 যদি ই এনাব’ল নাই, অনুগ্ৰহ কৰি ইয়াক BIOS চেতিংগচত এনাব’ল কৰক
03:59 যিহেতু BIOS চেতিংগচ বেলেগ বেলেগ কম্পিউটাৰত ভিন্ন হয়, আমি ইয়াৰ এটা দেম’ (demo) দেখুৱাব নোৱাৰো
04:06 যদি আপুনি এজন কাৰিকৰি লোক নহয়, অনুগ্ৰহ কৰি ইয়াক এজন System Administrator ৰ সহায়ত কৰক
04:13 যদি BIOS ত ভাৰচুৱেলাইজেচন অপচনটো উপলদ্ধ নহয়, তেন্তে আমি সেই মেচিনত ভাৰচুৱেল বক্স ইনষ্টল কৰিব নোৱাৰো
04:22 মোৰ ক্ষেত্ৰত, ই ইতিমধ্যে এনাব’ল হৈ আছে
04:26 এতিয়া, ওপৰত সোফালে চুকত x আইকনত ক্লিক কৰি Taskbar টো বন্ধ কৰক
04:33 আহক ভাৰচুৱেল বক্স ইনষ্টল কৰো
04:37 VirtualBox.exe ফাইলটো দাউনল’দ হোৱা ফ’ল্দাৰটোলৈ যাওঁক
04:43 এতিয়া ফাইলটোত ৰাইত-ক্লিক কৰক আৰু Run as Administrator চিলেক্ত কৰক
04:49 প্ৰদৰ্শিত হোৱা User Account Control দাইল’গ বক্সটোত, Yes ত ক্লিক কৰক
04:56 ওৱেলকাম বাৰ্তাৰ সৈতে Oracle VM VirtualBox 5.2.18 Setup উইন্দ’ আহিছে
05:06 আগ বাহিবলৈ উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
05:12 পাছৰ স্ক্ৰিন (screen) হৈছে Custom Setup
05:16 যদি আমি ইনষ্টল হোৱাৰ স্থানক সলাব বিচাৰো, তেন্তে আমি কৰিব পাৰো
05:22 Browse বুটামত ক্লিক কৰক আৰু ইনষ্টল কৰাৰ উপযুক্ত স্থানক বাচক
05:29 মই ইয়াক বাদ দিম, যিহেতু মই ইয়াক দিফল্ট স্থানত ইনষ্টল কৰাক পচন্দ কৰো
05:35 আগ বাহিবলৈ উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
05:40 পাছৰ Custom Setup স্ক্ৰিনত, আমি নিজৰ আবশ্যকতাৰ ওপৰত ভিত্তি কৰি কিছু বৈশিষ্ট্য নিৰ্বাচিত কৰিব পাৰো ।

দিফল্ট ভাবে, সকলো অপচন নিৰ্বাচিত হ’ব

05:52 উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
05:56 পাছৰ উইন্দ’এ Networkৰ বিষয়ে কিছু সাবধানী বাৰ্তা দেখুৱায়
06:01 এই বাৰ্তাটোৱে কয় যে ইনষ্টল হোৱাৰ সময়ত Internet অস্থায়ীভাবে বন্ধ হ’ব
06:09 উইন্দ’ৰ তলত Yes বুটামত ক্লিক কৰক
06:13 এতিয়া আমাক Ready to Install স্ক্ৰিনলৈ ৰিদাইৰেক্ত কৰা হ’ল
06:18 ইনষ্টলেচন আৰম্ভ হ’বলৈ Install বুটামত ক্লিক কৰক
06:22 ইনষ্টলেচনটোৱে কিছু সময় ল’ব পাৰে
06:25 আপুনি Windows Security নামৰ প’প-আপ উইন্দ’ এখন পাব পাৰে
06:30 ই সোধে যে আমি চফতৱেৰটো ইনষ্টল কৰিব বিচাৰোনে । Install বুটামত ক্লিক কৰক
06:39 সম্পূৰ্ণ হোৱাৰ পাছত, আমি “Oracle VM VirtualBox installation is complete” বাৰ্তাটো দেখিছো
06:47 এই স্ক্ৰিনত, ইয়াত এটা “Start Oracle VM VirtualBox after installation” অপচন আছে ।

দিফল্টভাবে, ই নিৰ্বাচিত হ’ব

06:58 মই লগে লগে VM আৰম্ভ কৰিব নিবিচাৰো, গতিকে মই ইয়াক অনিৰ্বাচিত কৰিম
07:03 শেষত, Finish বুটামত ক্লিক কৰক
07:08 এতিয়া, Desktopত, আমি ভাৰচুৱেল বক্সৰ shortcut icon টো দেখিছো
07:16 এপ্লিকেচনটো আৰম্ভ কৰিবলৈ ভাৰচুৱেল বক্স আইকনত দুবাৰ ক্লিক কৰক
07:21 ভাৰচুৱেল বক্স এপ্লিকেচনটো খোল খাইছে । ই সূচায় যে ইনষ্টলেচনটো সফল হৈছে
07:28 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:34 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: ভাৰচুৱেলাইজেচনটো এনাব’ল হয়নে চাবলৈ আৰু
07:41 Windows 10 ৰ মেচিন এটাত ভাৰচুৱেল বক্স দাউনল’দ আৰু ইনষ্টল কৰিবলৈ
07:46 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:54 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
08:02 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:06 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?

অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক

08:12 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
08:23 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম (Spoken Tutorial forum) হৈছে এই টিউট’ৰিয়েলটোৰ বিশিষ্ট প্ৰশ্নৰ বাবে
08:29 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
08:34 ইয়াৰ দ্বাৰা অব্যৱ্স্থা কমোৱাত সহায় হ’ব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰীৰ ৰূপত ব্যৱ্হাৰ কৰিব পাৰিম
08:43 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
08:55 এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত আৰু ভিদিঅ’ NVLI আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Nancyvarkey