QGIS/C2/Raster-Data-Styling/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 QGISRaster Data Styling ৰ টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম , কন্তিনিৱাচ raster এটাক ষ্টাইল কৰিবলৈ,
00:13 Raster Calculator ত সমীকৰণ এটা লিখিবলৈ
00:17 raster প্ৰপাৰতিচৰ বিষয়ে
00:20 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04,
00:28 QGIS ভাৰ্চন 2.18
00:32 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব
00:38 সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:43 প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰক
00:49 দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক আৰু ইয়াক ফ’ল্দাৰ এটাত ছেভ কৰক
00:56 এইটো হৈছে মোৰ Code files ফ’ল্দাৰ
00:59 দুবাৰ ক্লিক কৰক ফ’ল্দাৰটো খুলিবলৈ
01:02 এই ফ’ল্দাৰটোত আপুনি পাব Population Density grid files সম্পূৰ্ণ পৃথিবীৰ বাবে, বছৰ 2000 আৰু 1990 ৰ বাবে
01:12 তাত দুটা ফাইল আছে ASCII ফৰ্মেতত, with .asc file extension ৰ সৈতে
01:20 আহক এই ফাইলচক QGIS ত খুলো
01:24 Code files ফ’ল্দাৰক বন্ধ কৰক
01:27 ইয়াত মই QGIS ইন্তাৰফেচ খুলিছো । Layer মেনুত ক্লিক কৰক
01:34 দ্ৰপ-দাউনৰ পৰা বাচক Add Layer
01:38 চাব-মেনুৰ পৰা, বাচক Add Raster Layer
01:43 দাইল’গ-বক্স এটা আহিছে । মই Desktop ত থকা Code file ফ’ল্দাৰলৈ যাম
01:52 .asc file extension ৰ সৈতে থকা ফাইল দুটা চিলেক্ত কৰক
01:58 Ctrl কীটো টিপি ধৰক, দুয়োটা ফাইলত ক্লিক কৰক
02:04 Open বুটামত ক্লিক কৰক
02:07 Coordinate Reference System Selector আহিছে
02:11 কিছুমান চেতিংগচত, CRS স্বয়ংক্ৰিয়ভাবে নিৰ্বাচিত হ’ব
02:17 তেনেক্ষেত্ৰত এই উইন্দ’ হয়তু নাহিব পাৰে
02:21 যদি Coordinate Reference System Selector খোল নাখায়, এই ষ্টেপক এৰিব আৰু পাছৰ ষ্টেপৰ পৰা আগবাহিব
02:30 ইয়াত মই বাচিম WGS 84 EPSG 4326 লিষ্টৰ পৰা
02:39 OK বুটামত ক্লিক কৰক
02:42 যিহেতু আমি একে সময়তে দুটা লেয়াৰ যোগ কৰিছো, Coordinate Reference System Selector ইয়াত পুনৰ এবাৰ আহিছে
02:51 পুনৰ বাচক WGS 84 EPSG 4326
02:58 OK বুটামত ক্লিক কৰক
03:01 কেনভাচত আপুনি পৃথিবীৰ মেপ এখন দেখিব grayscale
03:07 পাতল pixels এ সূচাই উচ্চতম জনসংখ্যাক আৰু ডাঠ pixels এ সূচাই নিম্নতম জনসংখ্যাক
03:15 Layers Panel ত, আপুনি দেখিব দুয়োটা raster layers ল’ড হৈছে
03:21 raster ত থকা প্ৰতিটো pixel ৰ জনসংখ্যা ঘনত্বৰ এটা মান আছে সেই গ্ৰীদৰ বাবে
03:27 pixel ৰ মানটো চাবলৈ, টোলবাৰৰ ওপৰত সোফালে চুকত থকা Identify Features টোলত ক্লিক কৰক
03:35 মাউচৰ চকাটো ব্যৱহাৰ কৰক মেপখন জোম কৰিবলৈ
03:38 raster মেপত যিকোনো ঠাইত ক্লিক কৰক
03:41 pixel ৰ মানটো দৰ্শিত হ’ব Identify Results পানেলত
03:48 মন কৰিব যে পাতল pixel ৰ উচ্চতম মান আছে আৰু ডাঠ pixel ৰ নিম্নতম মান আছে
03:57 Identify Results পানেল বন্ধ কৰক
04:00 মেপখন জোম আউত কৰক । Pan Map টোলত ক্লিক কৰক আৰু কেনভাচত মেপখন মিলাওঁক
04:09 জনসংখ্যাৰ ঘনত্বৰ পেতাৰ্নক ভালকৈ দৰ্শিত কৰিব পাৰি ষ্টাইলিংৰ এটা সঠিক টাইপৰ সৈতে
04:16 Layers Panel ত থকা প্ৰথম লেয়াৰত ৰাইত-ক্লিক কৰক
04:21 কনটেকস্ত মেনুৰ পৰা বাচক Properties অপচনক
04:26 Layer Properties দাইল’গ-বক্স আহিছে
04:30 দাইল’গ-বক্সত Style টেবক বাচক
04:35 Band Rendering চেকচনৰ ভিতৰত, Render type ক সলাওঁক Singleband pseudocolor লৈ
04:42 InterpolationLinear হৈ থাকিব দিয়ক
04:46 Color দ্ৰপ-দাউনত, বাচক Spectral
04:51 তললৈ স্ক্ৰ’ল কৰক
04:54 Mode বাচক Continuous হিচাবে । Classify বুটামত ক্লিক কৰক
05:00 আমি দেখিম পাচটা নতুন কালাৰৰ মান বনোৱা হ’ল
05:05 দাইল’গ-বক্সৰ তলত সোফালে চুকত ক্লিক কৰক Apply বুটামত আৰু OK বুটামত
05:14 QGIS কেনভাচলৈ ঘূৰি আহক, আপুনি দেখিব যে raster মেপ স্পেকট্ৰেল কালাৰ সমৃদ্ধ পাচটা ক্লাচত দৰ্শিত হৈছে
05:24 প্ৰথম layer ৰ বাবে দেখুৱা একেখিনি ষ্টেপচ অনুসৰণ কৰক আৰু দ্বিতীয় layer ৰ বাবে raster style ক সলনি কৰক
05:45 আমাৰ এনালাইচিচৰ বাবে, আমি 1990 আৰু 2000 বছৰৰ মাজত আটাইতকৈ বেছি জনসংখ্যাৰ পৰিবৰ্তন হোৱা এৰিয়াখিনি বিচাৰিম
05:54 ইয়াৰ বাবে, আমি দুয়োটা layers ত প্ৰতিটো গ্ৰিডৰ pixel মানসমূহৰ মাজত পাৰ্থক্যটো বিচাৰিব লাগিব
06:02 এই গণনাৰ বাবে, আমি ব্যৱ্হাৰ কৰিম Raster Calculator tool
06:07 মেনু বাৰৰ পৰা Raster মেনুত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Raster calculator ত ক্লিক কৰক
06:16 Raster Calculator দাইল’গ-বক্স আহিছে
06:20 Raster bands চেকচনত, বেন্দসমূহৰ নামখিনি দৰ্শিত হৈছে
06:26 যিহেতু আমাৰ প্ৰতিটো rasters ৰ মাত্ৰ এটা বেন্দ আছে, আপুনি প্ৰতিটো raster ত মাত্ৰ এটা এনট্ৰি দেখিব
06:33 raster calculatorraster pixels ৰ ওপৰত গাণিতিক অপাৰেচনচ প্ৰয়োগ কৰিব পাৰে
06:40 এই ক্ষেত্ৰত আমি এটা সহজ ফৰ্মুলা দিব লাগিব যিয়ে 2000 বছৰৰ বাবে জনসংখ্যাৰ ঘনত্বৰ পৰা 1990 বছৰৰ বাবে জনসংখ্যাৰ ঘনত্বক বিয়োগ কৰিব
06:52 Raster bands চেকচনৰ ভিতৰত, layer ক নিৰ্বাচিত কৰক বছৰ 2000 ৰ বাবে raster layer ত দুবাৰ ক্লিক কৰি
07:00 সমীকৰণটো এতিয়া Raster calculator expression চেকচনত যোগ কৰা হ’ল
07:06 Operators চেকচনৰ পৰা, subtraction operator বুটামত ক্লিক কৰক
07:12 পুনৰ Raster bands চেকচনৰ পৰা, বছৰ 1990 ৰ বাবে raster layer ত দুবাৰ ক্লিক কৰক
07:20 গণনাটোৰ বাবে ফৰ্মুলাটো এতিয়া Raster calculator expression চেকচনত দৰ্শিত হৈছে
07:27 Result Layer চেকচনৰ ভিতৰত, আপুনি Output layer বক্সটো দেখিব
07:33 বক্সটোত, আপোনাৰ output layer ৰ নামটো লিখক pop-change.tif হিচাবে
07:41 Output format দ্ৰপ-দাউনত, বাচক Geo TIFF
07:47 Output CRS অপচনটো স্বয়ংক্ৰিয়ভাবে নিৰ্বাচিত হৈছে । ইয়াক তেনেদৰেই ৰাখক
07:54 Add result to project ৰ কাষত থকা বক্সটো চেক কৰক
08:00 দাইল’গ-বক্সৰ তলত থকা OK বুটামত ক্লিক কৰক
08:04 আপুনি Layers Panel ত নতুন লেয়াৰটো ল’ড হোৱা দেখিব
08:08 তৃতীয় লেয়াৰৰ বাবে মেপখন চাবলৈ, Layers Panel ত পপ-2000 আৰু পপ-1990 layers ৰ বাবে চেক বক্সক আনচেক কৰক
08:21 আমি এখন অধিক তথ্যগত মেপ বনাব পাৰো এই layer ৰ ষ্টাইলক সলনি কৰি
08:27 pop-change layer ত ৰাইত-ক্লিক কৰক । কনটেকস্ত মেনুৰ পৰা, বাচক Properties অপচনক
08:36 Layer Properties দাইল’গ-বক্স আহিছে
08:40 আমি layer টোক এনেদৰে ষ্টাইল কৰিব বিচাৰিছো যাতে, নিৰ্দিষ্ট ৰেঞ্জত থকা pixel মানসমূহে একেটা কালাৰ পাই
08:47 Metadata টেবত ক্লিক কৰক, তলত Properties চেকচনলৈ স্ক্ৰ’ল কৰক
08:55 maximum আৰু minimum মানসমূহ মন কৰক
08:59 Maximum মান হৈছে প্ৰায় 6000
09:02 Minimum মান হৈছে প্ৰায় -2000
09:06 Style টেবলৈ যাওঁক । Band Rendering, ৰ ভিতৰত বাচক Singleband pseudocolor Render type হিচাবে
09:14 Interpolation চেত কৰক Discrete লৈ
09:19 তললৈ স্ক্ৰ’ল কৰক । বিচাৰক Add Values Manually বুটামক
09:25 এইটো হৈছে Classify বুটামৰ কাষত অৱস্থিত এটা সেউজীয়া প্লাচ চিম্বলৰ বুটাম
09:31 Add Values Manually বুটামক চাৰিবাৰ ক্লিক কৰক চাৰিটা বিশেষ classes বনাবলৈ
09:39 এই মানসমূহ দৰ্শিত হ’ব মাজৰ পানেলত
09:43 ইয়াত আমি মানসমূহ সলাব লাগিব প্ৰতিটো ৰৌত
09:47 জনসংখ্যাৰ মানসমূহ এন্টাৰ কৰা মানতকৈ ক’ম হ’লে, সেই এনট্ৰিৰ কালাৰটো দিব
09:54 Values ক’লমত থকা প্ৰথম এনট্ৰিটোত দুবাৰ ক্লিক কৰক মানটো সলাবলৈ
10:00 আমি লক্ষ্য কৰিছো, আমাৰ metadata এনালাইচিচত নিম্নতম মানটো হৈছে প্ৰায় -2000 । লিখক -2000 প্ৰথম এনট্ৰিটোত
10:12 কালাৰ-বক্সত দুবাৰ ক্লিক কৰক আৰু কালাৰটো সলাওঁক
10:20 প্ৰথম ৰৌত থকা Label ক’লমত দুবাৰ ক্লিক কৰক । লিখক, No Data values
10:28 একেদৰে সকলোখিনি মান আৰু লেবেল ভৰ্ত্তি কৰক ইয়াত দেখুৱা দৰে
10:33 দ্বিতীয় ৰৌত, -10 দিয়ক Negative পৰিবৰ্তন সূচীত কৰিবলৈ
10:46 তৃতীয় ৰৌত, 10 দিয়ক Neutral সূচীত কৰিবলৈ
10:59 শেষত 6000 দিয়ক Positive পৰিবৰ্তন সূচীত কৰিবলৈ
11:03 কাৰণ আমাৰ মেতা দেতা এনালাইচিচৰ পৰা পোৱা উচ্চতম মানটো 6000 ৰ প্ৰায় সমান হয়
11:23 উইন্দ’খনৰ তলত সোফালৰ চুকত, ক্লিক কৰক Apply বুটামত আৰু পাছত OK বুটামত
11:30 এতিয়া কেনভাচত আপুনি জনসংখ্যাৰ দেতাৰ এটা অধিক শক্তিশালী দৰ্শন দেখিব
11:37 ইয়াত আপুনি স্পষ্টকৈ এৰিয়াখিনি চাব পাৰে য’ত জনসংখ্যা ঘনত্বৰ প’জিতিভ আৰু নিগেতিভ পৰিবৰ্তন হৈছে
11:46 নীলা ৰঙৰ এৰিয়াখিনিয়ে জনসংখ্যাৰ প’জিতিভ পৰিবৰ্তনক সূচাই
11:52 সেউজীয়া ৰঙৰ এৰিয়াখিনিয়ে নিগেতিভ পৰিবৰ্তনক সূচাই
11:56 গুলপীয়া ৰঙৰ এৰিয়াখিনিত অধিক জনসংখ্যাৰ পৰিবৰ্তন হোৱা নাই
12:02 আহক মূলভাব চাওঁ,
12:04 এই টিউট’ৰিয়েলটোত আমি শিকিলো,

কন্তিনিৱাচ raster এটাক ষ্টাইল কৰিবলৈ, raster Calculator ত সমীকৰণ এটা লিখিবলৈ, raster প্ৰপাৰতিচৰ বিষয়ে

12:17 এটা অনুশিলনী হিচাবে - Code files লিংকত দিয়া জনসংখ্যাৰ দেতাক ব্যৱ্হাৰ কৰি, এটা নতুন ৰাষ্টাৰ ফাইল বনাওঁক যিয়ে মাত্ৰ নিগেতিভ জনসংখ্যাৰ পৰিবৰ্তনক দেখাই
12:28 সংকেত: ব্যৱ্হাৰ কৰক Raster Calculator, সমীকৰণ এটা লিখক জনসংখ্যাৰ পৰিবৰ্তন 0 তকৈ কম হোৱাক চিলেক্ত কৰিবলৈ
12:36 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
12:41 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
12:49 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
13:00 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
13:04 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
13:16 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9