QGIS/C2/Installation-of-QGIS/Assamese

From Script | Spoken-Tutorial
Revision as of 18:17, 25 January 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


TIme Narration
00:01 QGIS ৰ ইনষ্ট‘লেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি QGIS ইনষ্ট’ল কৰিবলৈ শিকিম, উবুন্তো লিনাক্স,
00:15 উইন্দ’চ আৰু মেক অপাৰেতিং চিষ্টেমত
00:20 ইনষ্ট‘লেচনৰ বাবে, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স ভাৰ্চন 16.04
00:28 উইন্দ’চ 10
00:30 মেক OS X 10.10 আৰু
00:33 এটা কামকৰা ইন্তাৰনেত কানেকচন
00:36 টাৰ্মিনেল খোলক Ctrl, Alt আৰু T কীচ একেলগে টিপি
00:43 প্ৰমপ্তত লিখক, sudo space su আৰু এন্টাৰ টিপক
00:52 মেচেজ এটা আহিছে যিয়ে আপোনাক চিষ্টেম পাচৱৰ্দটো এন্টাৰ কৰিবলৈ কৈছে
00:58 পাচৱৰ্দটো লিখক আৰু এন্টাৰ টিপক
01:02 এতিয়া আমি ইনষ্ট’লেচনৰ বাবে কিছু কমান্দচ এক্সিকিউত কৰিব লাগিব
01:08 ইয়াত মোৰ ফাইলটো আছে প্ৰয়োজনীয় কমান্দচৰ তালিকাৰ সৈতে
01:13 এই ফাইলটো দিয়া হৈছে ক’ড ফাইলচ লিংকত QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ নামৰ সৈতে
01:21 আহক এতিয়া QGIS ৰেপ’জিত’ৰিচক sources.list ফাইললৈ যোগ কৰো
01:28 নিম্ন কমান্দটো ক’পি কৰক । ক’পি কৰিবলৈ Ctrl C ব্যৱ্হাৰ কৰক
01:34 টাৰ্মিনেল প্ৰমপ্তত, ৰাইত-ক্লিক কৰক আৰু পেষ্ট বাচক আৰু এন্টাৰ টিপক
01:43 Gedit এদিতৰ খোল খাব sources.list ফাইলৰ সৈতে
01:48 QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইললৈ ঘূৰি যাওঁক
01:53 এতিয়া ইয়াত অতিৰঞ্জিত কৰা লাইন দুটাক sources.list ফাইলৰ শেষত যোগ কৰক
02:00 ইয়াত দেখুৱা লাইন দুটাক ক’পি কৰক
02:04 sources.list ফাইলৰ শেষত পেষ্ট কৰক
02:09 Ctrl S টিপক ফাইলটো ছেভ কৰিবলৈ
02:13 এতিয়া ফাইলটো বন্ধ কৰক আপোনাৰ উইন্দ’ৰ বাওঁফালে ওপৰৰ চুকত থকা ক্ৰ্চত ক্লিক কৰি
02:20 টাৰ্মিনেল প্ৰমপ্তত, লিখক sudo space apt-get space update আৰু এন্টাৰ টিপক
02:32 এই প্ৰচেচে হয়্তু কিছু সময় ল’ব পাৰে । আপদেত এতিয়া সম্পূৰ্ণ হ’ল
02:39 এই পইন্টত আমি আৰু কিছু কমান্দচ এক্সিকিউত কৰিব লাগিব
02:44 আহক QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইলটোলৈ ঘূৰি যাওঁ
02:49 তলৰ কমান্দচ তিনিটা ইয়াত দেখাইছে
02:53 আমি সিহতক এটা এটাকৈ এক্সিকিউত কৰিব লাগিব
02:57 এটা কমান্দ এবাৰত ক’পি কৰক আৰু টাৰ্মিনেলত পেষ্ট কৰক
03:03 প্ৰতিটো কমান্দ প্ৰমপ্তত পেষ্ট কৰাৰ পাছত এন্টাৰ টিপক
03:27 তৃতীয় কমান্দটো এক্সিকিউত হোৱাৰ পাছত, আপুনি এটা OK মেচেজ দেখিব
03:32 এতিয়া শেষ কমান্দটো এক্সিকিউত কৰক QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইলটোৰ পৰা । নিম্ন কমান্দটো ক’পি কৰক
03:41 ইয়াক টাৰ্মিনেল প্ৰমপ্তত পেষ্ট কৰক আৰু এন্টাৰ টিপক
03:47 Y টিপক কন্তিনিউ কৰিবলৈ আৰু এন্টাৰ টিপক
03:53 এই প্ৰচেচে কিছু সময় ল’ব
03:57 ইনষ্ট’লেচন এতিয়া সম্পূৰ্ণ হ’ল
04:01 আপোনাৰ কীব’ৰ্ডত Windows কী টিপক আৰু Search barQGIS লিখক
04:09 আপুনি দেখিবলৈ পাব লাগিব QGIS Desktop Application । ইয়াত ক্লিক কৰক QGIS খুলিবলৈ
04:18 এইখন হৈছে QGIS interface
04:22 এতিয়া আহক আগবাহো WindowsQGIS ৰ ইনষ্ট’লেচনলৈ
04:27 QGIS ইনষ্ট’লেচন ৰেপ’জিত’ৰিচ ফাইলটোলৈ ঘূৰি যাওঁক । নিম্ন লিংকটো ক’পি কৰক
04:35 আপোনাৰ চিষ্টেমত যিকোনো ওৱেব ব্ৰাউজাৰ খোলক । মই Chrome খুলিছো
04:42 ক’পি কৰা লিংকটো ওৱেব ব্ৰাউজাৰ এটাত পেষ্ট কৰক আৰু এন্টাৰ টিপক
04:49 এই এৰ’ৰ মেচেজটো অৱজ্ঞা কৰক আৰু OK ত ক্লিক কৰক
04:55 তললৈ স্ক্ৰ’ল কৰক Long term release repository most stable চেকচনলৈ
05:01 সঠিক চেতাপটো বাচক, 64 bit বা 32 bit ৰ মাজৰ পৰা আপোনাৰ চিষ্টেমৰ অনুসৰি
05:09 Download icon ত ক্লিক কৰক, প্ৰদত্ত setup ফাইলটোৰ বাওঁফালে দি থোৱা
05:16 installer ফাইলটোৰ দাউনল’দে কিছু সময় ল’ব, আপোনাৰ Internet স্পীদৰ ওপৰত নিৰ্ভৰ কৰি
05:23 মই ইতিমধ্যে এই setup ফাইলটো দাউনল’দ কৰিলো আৰু ইয়াক Downloads folder ত ছেভ কৰিলো
05:30 এতিয়া আহক Downloads folder লৈ যাওঁ
05:34 task bar ত উপলদ্ধ search বক্সত, লিখক downloads
05:40 Downloads অপচনত ক্লিক কৰক
05:43 Downloads ফ’ল্দাৰ খুলিছে
05:46 QGIS installer file ক বিচাৰক
05:50 ইয়াত দুবাৰ ক্লিক কৰক ইনষ্ট’লেচন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ
05:55 দাইল’গ-বক্স এটা আহিব আপোনাৰ চিষ্টেমত । আগবাহিবলৈ Yes টিপক
06:02 Installation Wizard আহিছে
06:05 নিৰ্দেশসমূহ পঢ়ক আৰু Next বুটামত ক্লিক কৰক
06:10 software license agreement পৃষ্ঠাত, I Agree বুটামত ক্লিক কৰক
06:16 software টো ক’ত ইনষ্ট’ল কৰিব বাচক, দিফল্ট ল’কেচনত এৰক যদিহে নিশ্বিত নহয়
06:24 আপুনি ইনষ্ট’লেচনৰ বাবে কোনো অতিৰিক্ত উপাদানক বাচিব নালাগে, মাত্ৰ QGIS ৰ সৈতে আগবাহক
06:32 Install বুটামত ক্লিক কৰক
06:35 ইনষ্ট’লেচনটোৱে কিছু সময় ল’ব
06:40 এবাৰ হ’লে, Finish বুটামত ক্লিক কৰক ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ । QGIS এতিয়া আপোনাৰ চিষ্টেমত ইনষ্ট’ল হ’ল
06:51 taskbarত উপলদ্ধ search বক্সত, লিখক QGIS
06:57 তালিকাখনত, আপুনি QGIS Desktop Application দেখিব লাগিব
07:04 ইয়াত ক্লিক কৰক QGIS খুলিবলৈ
07:09 এইখন হৈছে QGIS interface
07:13 এতিয়া আহক আগবাহো Mac OSQGIS ৰ ইনষ্ট’লেচনলৈ
07:19 QGIS দাউনল’দ ওৱেব পেজটোলৈ ঘূৰি যাওঁক আমি আগতে খোলা
07:25 খোলক Download ফৰ Mac OS X টেব
07:29 তললৈ স্ক্ৰ’ল কৰক Long term release most stable চেকচনলৈ
07:34 Download icon ত ক্লিক কৰক, প্ৰদত্ত setup ফাইলটোৰ বাওঁফালে দি থোৱা
07:40 দাইল’গ-বক্স এটা আহিছে
07:43 আমি দিফল্ট ফাইল নেমটো সলনি নকৰো
07:47 Downloads ফ’ল্দাৰক এটা ল’কেচন হিচাবে বাচক ফাইলটো ছেভ কৰিবলৈ
07:52 Save বুটামত ক্লিক কৰক
07:55 installer ফাইলটোৰ দাউনল’দে কিছু সময় ল’ব, আপোনাৰ Internet স্পীদৰ ওপৰত নিৰ্ভৰ কৰি
08:02 মই ইতিমধ্যে এই setup ফাইলটো দাউনল’দ কৰিলো আৰু ইয়াক Downloads folder ত ছেভ কৰিলো
08:08 এতিয়া আহক Downloads folder লৈ যাওঁ
08:12 স্ক্ৰিণৰ ওপৰত সোফালে চুকত search আইকনত ক্লিক কৰক
08:18 লিখক Downloads, Downloads ফ’ল্দাৰ অপচনত দুবাৰ ক্লিক কৰক
08:25 QGIS Installer ফাইলক বিচাৰক, ইয়াত ক্লিক কৰক ইনষ্ট’লেচন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ
08:33 চেতাপ ফ’ল্দাৰ এটা আহিছে বহুতো ফাইলচৰ সৈতে
08:37 তাত চাৰিটা package আছে, প্ৰতিটো আৰম্ভ হৈছে এটা নাম্বাৰৰে
08:42 ই আপোনাক অৰ্দাৰটো ক’ব packages ইনষ্ট’ল কৰিবলৈ
08:46 এপলৰ বাহিৰে বেলেগ দেভেল’পাৰে ৰিক’গনাইজ কৰা চফতৱেৰৰ ইনষ্ট’লেচনক এলাউ কৰিবলৈ,

প্ৰথমে আপোনাৰ Mac Security Preferences সলাওঁক Allow apps downloaded from: Anywhere লৈ

08:58 স্ক্ৰিণৰ ওপৰত সোফালে চুকত search আইকনত ক্লিক কৰক । লিখক System Preferences আৰু এন্টাৰ টিপক
09:09 উইন্দ’ এখন system preferences ৰ সৈতে খুলিব
09:13 Security & Privacy ক্লিক কৰক
09:17 Security & Privacy উইন্দ’ৰ পৰা, General টেবত । তলত বাওঁফালে চুকত লক আইকনত ক্লিক কৰক পৰিবৰ্তনক এলাউ কৰিবলৈ
09:28 আপোনাৰ system password লিখক দাইল’গ বক্সত
09:32 তেতিয়া Unlock বুটামত ক্লিক কৰক
09:35 Allow apps downloaded from চেকচনত, Anywhere ৰেডিঅ’ বুটামত ক্লিক কৰক
09:42 দাইল’গ-বক্স এটা আহিছে, Allow from anywhere বুটামত ক্লিক কৰক
09:49 তলত বাওঁফালে চুকত খোলখোৱা লক আইকনত ক্লিক কৰক চেতিংগচক লক কৰিবলৈ
09:55 উইন্দ’খন বন্ধ কৰক
09:57 এতিয়া চেতাপ ফ’ল্দাৰলৈ যাওঁক আৰু পেকেজ নাম্বাৰ 1 ত দুবাৰ ক্লিক কৰক
10:03 নিৰ্দেশসমূহ্ক অনুসৰণ কৰক এই Installation wizard ত আৰু package টো ইনষ্ট’ল কৰক
10:09 Continue ত ক্লিক কৰক
10:12 প্ৰদত্ত দৰকাৰি নিৰ্দেশসমূহ্ক পঢ়ক আৰু Continue ত ক্লিক কৰক
10:17 license agreement পঢ়ক আৰু Continue ত ক্লিক কৰক
10:22 software license agreement ক সন্মতি দিয়ক, খোলখোৱা দাইল’গ বক্সত Agree বুটামত ক্লিক কৰি
10:30 install ত ক্লিক কৰক
10:33 খোলখোৱা দাইল’গ বক্সত system password লিখক
10:38 আৰু Install Software বুটামত ক্লিক কৰক
10:45 ইনষ্ট’লেচন সম্পূৰ্ণ হ’লে Close বুটামত ক্লিক কৰক
10:50 এই প্ৰক্ৰিয়াক ৰিপিত কৰক পেকেজ নাম্বাৰ 2,3 আৰু 4 ৰ বাবে
11:19 এবাৰ ইনষ্ট’লেচনটো সকলো চাৰিটা পেকেজৰ বাবে সম্পূৰ্ণ হ’লে, QGIS আপোনাৰ চিষ্টেমত ইনষ্ট’ল হ’ব
11:27 চাৰ্চ আইকনত ক্লিক কৰক । লিখক QGIS
11:33 QGIS এপ্লিকেচনত দুবাৰ ক্লিক কৰক QGIS ল’নচ কৰিবলৈ
11:39 এইখন হৈছে QGIS ইন্তাৰফেচ
11:43 ইন্তাৰফেচ আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে অধিক তথ্যক সামৰা হ’ব আহিবলগীয়া টিউট’ৰিয়েলসমূহত
11:51 আহক মূলভাৱ চাওঁ । এই টিউট’ৰিয়েলত, আমি শিকিলো:
11:57 QGIS ভাৰ্চন 2.18 ৰ ইনষ্ট’লেচন, উবুন্তো লিনাক্স ভাৰ্চন 16.04, উইন্দ’চ 10 আৰু Mac OS X 10.10 ত
12:11 এটা অনুশীলনী হিচাবে, আপোনাৰ মেচিনত QGIS ইনষ্ট’ল কৰক
12:17 QGIS ইন্তাৰফেচ খোলক আৰু এক্সপ্ল’ৰ কৰক
12:21 মেনু আৰু টোলবাৰসমূহৰ দ্বাৰা যাওঁক
12:25 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
12:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
12:48 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব
12:55 মিনিট আৰু ছেকেন্দ বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো চমুকৈ বৰ্ণনা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
13:07 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ নিৰ্দিষ্ট প্ৰশ্নসমূহৰ বাবে
13:13 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব । ই অব্যৱস্থা কমোৱাত সহায় কৰিব
13:21 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
13:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক জানিবলৈ, দেখুৱা লিংকটো চাওঁক
13:40 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9