QGIS/C2/Importing-Spreadsheets/Assamese

From Script | Spoken-Tutorial
Revision as of 18:22, 25 January 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Importing spreadsheets ইন QGIS টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম,
00:10 CSV ফৰ্মেতত স্প্ৰেদচিতচ ইম্প’ৰ্ত কৰি Point Layer এটা বনাবলৈ
00:16 Point Layer ক এটা Polyline Layer লৈ কনভাৰ্ত কৰিবলৈ আৰু
00:20 WMS (ওৱেব মেপ চাৰ্ভিচ) লেয়াৰ QGIS ত ল’দ কৰা
00:25 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:32 QGIS ভাৰ্চন 2.18
00:36 আৰু এটা কামকৰা ইন্তাৰনেত কানেকচন
00:39 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব
00:47 যদি নহয় সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:52 প্ৰায়েই GIS দেতা উপলদ্ধ হয় টেবল বা স্প্ৰেদচিত ফৰ্মেতত
00:59 স্প্ৰেদচিত ফৰ্মেতত থকা দেতাক QGIS লৈ ইম্প’ৰ্ত কৰিব পাৰি
01:05 দেতা ফাইলত দুটা ক’লমনচ থাকিব লাগিব য’ত X আৰু Y coordinates থাকিব
01:12 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰিব লাগিব
01:21 দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক
01:25 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত Places.txt আৰু Places.csv ফাইলক বিচাৰক
01:33 মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো
01:41 মই Code files ফ’ল্দাৰত দুবাৰ ক্লিক কৰিম উপাদানখিনি চাবলৈ
01:46 ইয়াত আপুনি দুটা ফাইল দেখিব Places.csv আৰু Places.txt
01:54 Places.csv ফাইলত দুবাৰ ক্লিক কৰক
02:02 CSV ফৰ্মেতত স্প্ৰেদচিত এখন আহিছে
02:06 ইয়াত চহৰসমূহৰ নাম আছে latitude আৰু longitude দেতাৰ সৈতে
02:14 CSV ফাইলটো বন্ধ কৰক
02:17 দুবাৰ ক্লিক কৰক আৰু Places.txt ফাইলটো খোলক
02:22 ইয়াতো লগতে, আমাৰ চহৰসমূহৰ নাম আছে , longitude আৰু latitude দেতাৰ সৈতে
02:32 টেকস্ত ফাইলটো বন্ধ কৰক
02:35 Code-files ফ’ল্দাৰটো বন্ধ কৰক আৰু QGIS ইন্তাৰফেচ খোলক
02:41 মেনু বাৰত Layer মেনুত ক্লিক কৰক
02:45 দ্ৰপ-দাউন লিষ্টৰ পৰা, Add layer বাচক
02:49 চাব-মেনুৰ পৰা, বাচক Add Delimited Text Layer
02:54 দাইল’গ-বক্স এটা আহিছে
02:57 Browse বুটামত ক্লিক কৰক File Name টেকস্ত বক্সৰ কাষত
03:02 দাইল’গ-বক্স এটা আহিছে
03:05 আপুনি আগতে দাউনল’দ কৰি ছেভ কৰি থোৱা csv ফাইলটোলৈ যাওঁক
03:11 Open বুটামত ক্লিক কৰক
03:14 create a layer দাইল’গ-বক্সত, file path টো এতিয়া দেখা গৈছে File Name টেকস্ত বক্সত
03:21 File format চেকচনত, দিফল্টভাবে CSV অপচন নিৰ্বাচিত হৈছে
03:28 যদি নহয়, CSV ৰেডিঅ’ বুটামত ক্লিক কৰক ইয়াক বাচিবলৈ
03:33 যেতিয়া আপুনি .txt ফাইল ব্যৱ্হাৰ কৰে, Custom Delimiters অপচনক বাচক
03:39 Geometry definition চেকচনত স্বয়ংক্ৰিয়ভাবে সোমাব Latitude আৰু Longitude দেতা
03:47 অনুগ্ৰহ কৰি মন কৰিব X-coordinate হৈছে longitude আৰু Y-coordinate হৈছে latitude
03:55 Longitude এ সূচাই পইন্ট এটাৰ পূব-পশ্বিম প’জিচনক
04:01 আৰু Latitude এ সূচাই পইন্ট এটাৰ উত্তৰ-দক্ষিণ প’জিচনক
04:06 OK বুটামত ক্লিক কৰক
04:09 Coordinate Reference System Selector দাইল’গ-বক্স আহিছে
04:14 বাচক WGS 84 EPSG 4326
04:21 OK বুটামত ক্লিক কৰক
04:24 দেতাটো ইম্প’ৰ্ত কৰা হ’ল আৰু QGIS canvas ত দৰ্শিত হৈছে
04:30 ভাৰতবৰ্ষৰ মেপ এখন আহিছে পইন্টসমূহৰ সৈতে
04:34 এই পইন্টসমূহে সংগতি ৰাখে CSV ফাইলটোত লিষ্টেদ হৈ থকা বিভিন্ন চহৰসমূহলৈ
04:40 এই পইন্টৰ বৈশিষ্ট্যসমূহৰ ষ্টাইল আৰু কালাৰক সলাব পাৰি
04:45 এই বিষয়ে বিতংকৈ ব্যাখ্যা কৰা হ’ব আহিবলগীয়া টিউট’ৰিয়েলসমূহত
04:51 এটা অনুশিলনী হিচাবে,
04:53 Places.txt ফাইলক QGIS ত ইম্প’ৰ্ত কৰক
04:58 Places.txt ফাইল উপলদ্ধ আছে Code files লিংকৰ পৰা দাউনল’দ কৰা ফ’ল্দাৰটোত
05:06 এতিয়া আহক এই Point লেয়াৰক Polyline লেয়াৰলৈ পৰিবৰ্তন কৰো
05:12 ইয়াত আমি সকলোখিনি চহৰক পাথ এটাৰ সৈতে সংযুক্ত কৰিম
05:17 পাথটোৱে সংযুক্ত কৰিব দক্ষিণৰ-দিশে থকা চহৰক উত্তৰ-দিশে থকা চহৰৰ সৈতে
05:23 ই হৈছে প্ৰতিখন চহৰৰ latitude দেতাৰ ওপৰত ভিত্তি কৰি
05:28 মেনু বাৰত Processing মেনুত ক্লিক কৰক
05:32 দ্ৰপ-দাউনৰ পৰা বাচক Toolbox
05:36 Processing Toolbox পানেল খোল খাইছে স্ক্ৰিণৰ সোফালে
05:41 ই বিভিন্ন ব্লকত গ্ৰোপ হৈ থকা সকলো উপলদ্ধ algorithms ৰ লিষ্টখন দেখাইছে
05:47 QGIS geoalgorithm এক্সপান্দ কৰক ইয়াৰ কাষত থকা ক’লা ত্ৰিভুজত ক্লিক কৰি
05:55 দৰ্শিত লিষ্টখনৰ পৰা, Vector creation tools অপচনক এক্সপান্দ কৰক
06:01 এক্সপান্দেদ মেনুৰ পৰা, Points to path টোলত দুবাৰ ক্লিক কৰক algorithm টো এক্সিকিউত কৰিবলৈ
06:08 Points to path দাইল’গ-বক্স আহিছে
06:12 Input layer বাচক Places হিচাবে
06:16 Group field দ্ৰপ-দাউনৰ পৰা , বাচক type comma C comma 16
06:23 এই ফিল্দত চহৰসমূহৰ নামখিনি থাকে চেপ ফাইলত থকা সকলোখিনি বৈশিষ্ট্যৰ বাবে
06:29 Order field দ্ৰপ-দাউনৰ পৰা , বাচক Latitude comma N comma 19 comma 11
06:37 ই সূচাই যে পাথটো latitude ৰ বৰ্ধিত ক্ৰম অনুসৰি যাব
06:42 Paths ফিল্দৰ কাষত থকা বুটামত ক্লিক কৰক
06:46 চাব-মেনুৰ পৰা, বাচক Save to file অপচন
06:51 Save file দাইল’গ-বক্স আহিছে
06:55 এটা সহজ ল’কেচন বাচক ফাইলটো ছেভ কৰিবলৈ । মই বাচিম Desktop
07:02 ফাইলটোৰ নামটো হৈছে Path-1
07:06 Save বুটামত ক্লিক কৰক
07:09 ফাইল-নেমৰ সৈতে পাথটো, Paths ফিল্দত দৰ্শিত হৈছে
07:14 চেক বক্সত ক্লিক কৰক Open output file after running algorithm
07:19 দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক
07:24 কেনভাচত মেপখন মন কৰক
07:27 চহৰ দুখনৰ মাজৰ আউতপুত পাথটো দৰ্শিত হৈছে
07:31 এই algorithm ব্যৱ্হাৰ কৰি মেপত থকা যিকোনো দুটা পইন্টক পাথ এটাৰ দ্বাৰা সংযুক্ত কৰিব পাৰি
07:38 এটা অনুশিলনী হিচাবে, পাথ এটা বনাওঁক পশ্বিমৰ পৰা পূবৰ দিশে থকা চহৰসমূহৰ মাজত
07:45 সংকেত: Points to path দাইল’গ-বক্সত, Order field দ্ৰপ-দাউনৰ পৰা Longitude comma N comma 19 comma 11 অপচন ব্যৱ্হাৰ কৰক
07:57 এতিয়া আহক এটা WMS লেয়াৰ যোগ কৰো QGIS
08:03 WMS ৰ বিষয়ে
08:06 WMS মানে হৈছে Web Map Services
08:11 WMS হৈছে এটা অপেন GIS ষ্টেনদাৰ্দ বৈশিষ্ট্য ইন্তাৰেক্তিভ মেপিংৰ বাবে
08:17 ই হৈছে ইন্টাৰনেতত থকা server এটাৰ পৰা মেপৰ ইমেজসমূহক বিচৰাৰ ওপৰত ভিত্তি কৰি
08:23 এই বৰ্ণনাৰ বাবে আপুনি ইন্টাৰনেতৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব
08:28 যিকোনো ওৱেব ব্ৰাউজাৰ খোলক
08:31 এদ্ৰেচ বাৰত লিখক bhuvan.nrsc.gov.in এন্টাৰ টিপক
08:41 Bhuvan হ’ম পেজ আহিছে
08:44 Thematic Services টেবত ক্লিক কৰক
08:48 Thematic Services পেজ আহিছে নতুন উইন্দ’ এখনত
08:52 বাওঁফালৰ পানেলত, Search টেবৰ ভিতৰত, Select Theme দ্ৰপ-দাউনৰ ভিতৰত,

বাচক Land Use Land Cover (50K):2005-06

09:06 Select Geography দ্ৰপ-দাউনৰ ভিতৰত, বাচক Karnataka
09:12 Web Services টেবত ক্লিক কৰক
09:15 চেকচন For QGIS, uDig, ArcGIS and Other Users, Web Map Service (WMS)URL ৰ ভিতৰত
09:25 এই layer ৰ বাবে Layer id টো মনত ৰাখিব আৰু URL টো হাইলাইত কৰক
09:31 ৰাইত-ক্লিক কৰক আৰু URL টো ক’পি কৰক
09:36 QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক,

Layers পানেলত, Paths আৰু Place layers আনচেক কৰক লুকুৱাবলৈ

09:47 মেনু বাৰত Layer মেনুত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা, বাচক Add Layer
09:55 চাব-মেনুৰ পৰা, বাচক Add WMS/WMTS layer
10:01 Add Layer দাইল’গ-বক্স আহিছে
10:04 Layers টেবত New বুটামত ক্লিক কৰক
10:08 Create a new WMS Connection দাইল’গ-বক্স আহিছে
10:13 Name ফিল্দত লিখক Bhuvan
10:16 URL ফিল্দত, Bhuvan ওৱেবচাইতৰ পৰা ক’পি কৰা URL লিংকটো পেষ্ট কৰক
10:23 দাইল’গ-বক্সৰ তলত সোফালৰ চুকত থকা OK বুটামত ক্লিক কৰক
10:29 Save Connection দাইল’গ-বক্সত, OK বুটামত ক্লিক কৰক
10:34 Add Layers দাইল’গ-বক্সত, Connect বুটামত ক্লিক কৰক
10:40 id চেকচনত, বাচক id 971
10:46 এই id এ সংগতি ৰাখে Bhuvan ওৱেবচাইতৰ পৰা WMS layerid layer লৈ
10:53 দাইল’গ-বক্সৰ তলত সোফালৰ চুকত থকা Add বুটামত ক্লিক কৰক
10:59 Close বুটামত ক্লিক কৰক
11:02 canvas ত, কৰ্ণাটাকাৰ বাবে Land Use Land Cover layer দেখাইছে
11:08 একেদৰে আমি বিভিন্ন থিমচৰ যিকোনো উপলদ্ধ লেয়াৰ ল’ড কৰিব পাৰো
11:15 আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত, আমি শিকিলো
11:21 CSV ফৰ্মেতত স্প্ৰেদচিতচ ইম্প’ৰ্ত কৰি Point Layer এটা বনাবলৈ
11:27 Point Layer ক এটা Polyline Layer লৈ কনভাৰ্ত কৰিবলৈ আৰু,
11:31 WMS(ওৱেব মেপ চাৰ্ভিচ) লেয়াৰ ল’ড কৰক Bhuvan ওৱেবচাইতৰ পৰা QGIS
11:37 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
11:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
11:58 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
12:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
12:14 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9