QGIS/C2/Geometric-Properties-of-Vectors/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Geometric Properties of Vectors টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম - মেপত attribute table ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক দেখাবলৈ
00:14 attribute table ত ক’লমনচ যোগ কৰিবলৈ
00:18 attributes ৰ বাবে পৰিসংখ্যা গণনা কৰিবলৈ
00:22 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18
00:34 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS ইন্তাৰফেচৰ সৈতে পৰিচিত হ’ব লাগিব
00:41 যদি নহয় সংগত টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:46 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰটো দাউনল’দ কৰিব লাগিব
00:56 দাউনল’দ কৰা জিপ ফাইলৰ উপাদানখিনি এক্সত্ৰেক্ত কৰক
01:00 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত IND_rails.shp ফাইলক বিচাৰক
01:08 মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো
01:15 Desktop ত থকা Code-file ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ
01:21 IND_rails.shp ফাইলত ৰাইত-ক্লিক কৰক
01:27 কনটেকস্ত মেনুৰ পৰা, বাচক Open with QGIS Desktop
01:35 QGIS ইন্তাৰফেচ আহিছে
01:38 OK বুটামত ক্লিক কৰক QGIS tips দাইল’গ-বক্স বন্ধ কৰিবলৈ
01:44 ভাৰতবৰ্ষৰ মেপ য’ত লাইনসমূহে ৰেলপথ দৰ্শাই canvas ত আহিছে
01:51 আমি গণনা কৰিম লাইনৰ দৈৰ্ঘ্য ৰেলপথসমূহৰ বাবে যি অপাৰেচনেল হয়
01:57 এই তথ্যক চাবলৈ আমি attribute table খুলিব লাগিব
02:02 ৰাইত-ক্লিক কৰক IND_rails layer Layers Panel
02:09 context menuৰ পৰা বাচক Open Attribute Table অপচনক
02:14 Attribute table আহিছে
02:17 table খনৰ এটা attribute আছে EXS_DESCRI নামৰ
02:25 আমি এই attribute ৰ ভেলুক ব্যৱ্হাৰ কৰিব পাৰো বৈশিষ্ট্যসমূহক নিৰ্বাচিত কৰিবলৈ যি অপাৰেচনেল হয়
02:31 এই ক’লমে এটা নিৰ্দিষ্ট ৰেলপথৰ ষ্টেতাচক দেখাই
02:36 এইবোৰক শ্ৰেণিবিভক্ত কৰা হৈছে Operational, Unexamined বা Unsurveyed আৰু not Usable হিচাবে
02:48 আমি লাইনখিনিক বাচিব লাগিব যি অপাৰেচনেল হয়
02:52 attribute টেবল উইন্দ’ত, টোল বাৰত Select features using an expression টোলত ক্লিক কৰক
03:00 এটা নতুন দাইল’গ-বক্স Select By Expression আহিছে
03:05 Function Editor পানেলত, Fields and Values অপচনৰ কাষত থকা ক’লা ত্ৰিভুজটোত ক্লিক কৰক
03:13 লিষ্টৰ পৰা বাচক EXS_DESCRI attribute
03:21 ইয়াত দুবাৰ ক্লিক কৰক আৰু ইয়াক Expression টেকস্ত এৰিয়াত যোগ কৰক
03:26 Expression টো সম্পূৰ্ণ কৰক লিখি

"EXS_DESCRI" equal to, in single quotes Operational

03:37 মন কৰিব, ইয়াত গাঠণিটো হৈছে case-sensitive
03:42 শব্দসমুহ লিখক সিহত attribute table ত অহাৰ দৰে
03:47 ইয়াত Operational ত থকা “O” হৈছে কেপিতেল লেতাৰ
03:52 টেবলৰ তলত, Select বুটামত ক্লিক কৰক Close বুটামৰ কাষত
03:59 Operational category নিৰ্বাচিত হৈছে attribute table
04:04 attribute table বন্ধ কৰক
04:07 মেপখনত, আপুনি দেখিব যে Operational category ত অহা সকলো লাইনচ নিৰ্বাচিত হৈছে
04:14 এই লাইনসমুহ হালধীয়াকৈ আহিছে
04:17 এতিয়া আহক আমাৰ নিৰ্বাচনক এটা নতুন shapefile লৈ ছেভ কৰো
04:22 ৰাইত-ক্লিক কৰক IND_rail layer ত আৰু বাচক Save As....অপচনক
04:31 Save Vector Layer as ….. দাইল’গ-বক্স আহিছে
04:35 Browse বুটামত ক্লিক কৰক, File name ফিল্দৰ কাষত
04:40 Save Layer As... দাইল’গ-বক্স আহিছে
04:44 আউতপুত ফাইলটোৰ নাম দিয়্ক railway.shp হিচাবে
04:49 ল’কেচন এটা বাচক, মই বাচিম DesktopSave বুটামত ক্লিক কৰক
04:57 এতিয়া আহক CRS বাচো এই layer ৰ বাবে । Select CRS বুটামত ক্লিক কৰক
05:04 Coordinate Reference System Selector দাইল’গ-বক্স আহিছে
05:09 যিহেতু আমি দৈৰ্ঘ্য গণনা কৰিব বিচাৰিছো, আহক এটা equidistance projection বাচো
05:16 লিখক Indian 1975 Filter চাৰ্চ বক্সত
05:22 পৃথিবীৰ Coordinate Reference Systems ৰ ভিতৰত, Geographic Coordinate Systems চেকচনত বাচক Indian 1975 EPSG:4240
05:36 OK বুটামত ক্লিক কৰক
05:39 Save vector layer as... দাইল’গ-বক্সত, দিফল্টভাবে, Add saved file to map ইতিমধ্যে নিৰ্বাচিত হৈছে
05:48 Save only selected features চেক বক্সক চেক কৰক
05:53 OK বুটামত ক্লিক কৰক
05:56 এক্সপ’ৰ্ত প্ৰচেচ সম্পুৰ্ণ হ’লে, আপুনি Layers Panel ত এটা নতুন লেয়াৰ railway ল’দেদ হোৱা দেখিব
06:04 Layers Panel ত, আপুনি IND_rail লেয়াৰৰ কাষত থকা বক্সটো আনচেক কৰিব পাৰে, ইয়াক বন্ধ কৰিবলৈ যিহেতু আমাক ইয়াৰ আৰু প্ৰয়োজন নাই
06:15 কেনভাচত আপুনি ভাৰতবৰ্ষৰ মেপখন দেখিব মাত্ৰ অপাৰেচনেল ৰেলপথসমূহৰ সৈতে
06:22 ৰাইত ক্লিক কৰক railway লেয়াৰত আৰু বাচক Open Attribute Table
06:29 এতিয়া আমি এটা ক’লম যোগ কৰিম প্ৰতিটো বৈশিষ্ট্যৰ দৈৰ্ঘ্যৰ সৈতে
06:34 layer ক এদিতিং মোদত থওঁক tool bar ত থকা Toggle editing টোলত ক্লিক কৰি
06:41 তেতিয়া tool bar ৰ সোফালে চুকত অৱস্থিত Open field calculator বুটামত ক্লিক কৰক
06:49 Field Calculator দাইল’গ-বক্সত, Create a new field check box ক চেক কৰক
06:55 লিখক length hyphen km Output field name টেকস্ত বক্সত
07:02 বাচক Decimal number (real) Output field type হিচাবে
07:07 আউতপুত Precision ক সলাওঁক 2 লৈ
07:10 Function editor panel ত, Geometry ৰ কাষত থকা ত্ৰিভুজত ক্লিক কৰক আৰু বাচক $length
07:20 $length ত দুবাৰ ক্লিক কৰক ইয়াক Expression টেকস্ত বক্সত যোগ কৰিবলৈ
07:26 সমীকৰণটো সম্পূৰ্ণ কৰক $length হৰণ 1000 হিচাবে
07:32 Division Operator বুটামত ক্লিক কৰক টেকস্ত উইন্দ’ৰ ওপৰত
07:37 কীব’ৰ্ডত লিখক 1000
07:40 আমি আউতপুত দৈৰ্ঘ্যক 1000 ৰে হৰণ কৰিব লাগিব, কাৰণ railway লেয়াৰ CRS থাকে মিটাৰ ইউনিতত আৰু আমি আউতপুতটো বিচাৰো কিল’মিটাৰত
07:52 OK বুটামত ক্লিক কৰক
07:55 Toggle editing টোলত ক্লিক কৰক এদিতিং বন্ধ কৰিবলৈ
08:00 Stop editing দাইল’গ-বক্সত, Save বুটামত ক্লিক কৰক , পৰিবৰ্তনসমূহ attribute table ত ছেভ হ’বলৈ
08:07 attribute table লৈ ঘূৰি যাওঁ, এটা নতুন ক’লম Length hyphen km যোগ কৰা হ’ল
08:15 এতিয়া আমাৰ প্ৰতিদাল একক লাইনৰ দৈৰ্ঘ্য আছে Railway layer
08:20 আমি সকলোখিনি যোগ কৰিব পাৰো আৰু সৰ্বমুঠ দৈৰ্ঘ্যক পাব পাৰো
08:25 attribute table বন্ধ কৰক
08:28 মেনু বাৰত Vector মেনুত ক্লিক কৰক । বাচক Analysis Tools অপচনক
08:36 চাব-মেনুৰ পৰা, ক্লিক কৰক Basic Statistics for numeric tools
08:42 দাইল’গ-বক্স এটা আহিছে
08:45 Input vector layer বাচক railway হিচাবে
08:50 Field to calculate statistics on বাচক length hyphen km হিচাবে
08:57 দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক
09:03 Results উইন্দ’ আহিছে
09:06 ইয়াত আপুনি বিভিন্ন পৰিসংখ্যাগত ফলাফলসমূহ দেখিব
09:11 ইয়াত দেখুৱা Sum value হৈছে ৰেলপথসমূহৰ সৰ্বমুঠ দৈৰ্ঘ্য
09:16 মন কৰিব, উত্তৰটো হয়তো অলপ ভিন্ন হ’ব পাৰে যদিহে এটা বেলেগ projection বচা হয়
09:23 অভ্যাস কৰোতে, পথসমূহৰ বাবে লাইনৰ দৈৰ্ঘ্য আৰু আন লিনিয়াৰ বৈশিষ্ট্যসমূহ মাটিত জোখা হয়
09:30 এই মানসমূহক attributes হিচাবে প্ৰদান কৰা হয় dataset টোলৈ
09:35 ওপৰত ব্যাখ্যা কৰা পদ্ধতিটোৱে তেনে attribute ৰ অবিহনেহে কাম কৰে আৰু প্ৰকৃত লাইনৰ দৈৰ্ঘ্যৰ এটা আপেক্ষিক জোখ হিচাবে
09:46 আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত আমি শিকিলো,
09:51 মেপত attribute table ৰ পৰা নিৰ্বাচিত বৈশিষ্ট্যসমূহক দেখাবলৈ ।

attribute table ত ক’লমনচ যোগ কৰিবলৈ আৰু attributes ৰ বাবে পৰিসংখ্যা গণনা কৰিবলৈ

10:04 এটা অনুশিলনী হিচাবে - ক’ড ফাইল world_1.shp ব্যৱ্হাৰ কৰক, Code files লিংকৰ পৰা দাউনল’দ কৰা
10:14 এৰিয়া উলিয়াওঁক স্কোৱাৰ-কিল’মিটাৰত বিভিন্ন দেশসমূহৰ বাবে
10:20 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
10:26 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
10:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে, কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে
10:41 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
10:45 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
10:49 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
11:01 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9