QGIS/C2/Creating-a-Map/Assamese

From Script | Spoken-Tutorial
Revision as of 18:30, 25 January 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 QGISMap এখন বনোৱাৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম, মেপ এখন বনাবলৈ Print Composer ব্যৱ্হাৰ কৰি
00:14 Print composer ত মেপৰ উপাদানসমূহ যোগ কৰিবলৈ
00:18 মেপখন এক্সপ’ৰ্ত কৰিবলৈ
00:20 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:28 QGIS ভাৰ্চন 2.18
00:32 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:39 সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:44 প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত দিয়া ফ’ল্দাৰক দাউনল’দ কৰক
00:50 দাউনল’দ কৰা জিপ ফাইলৰ উপাদানক এক্সত্ৰেক্ত কৰক আৰু ইয়াক ফ’ল্দাৰ এটাত ছেভ কৰক
00:57 এইটো হৈছে মোৰ Code files folder
01:00 ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ
01:03 এই ফ’ল্দাৰত আপুনি ভাৰতবৰ্ষ আৰু পৃথিবীৰ মেপৰ বাবে চেপ ফাইলচ পাব
01:09 indiaboundary.shp ফাইলটো বিচাৰক
01:14 এই ফাইলটো QGIS ত খুলিবলৈ, ফাইলটোত ৰাইত-ক্লিক কৰক
01:19 context menu আহিছে
01:22 অপচনটো বাচক, Open with QGIS Desktop
01:27 মেপখন পোনপটীয়াকৈ QGIS ইন্তাৰফেচত আহিছে
01:32 যদি আপুনি Open with QGIS Desktop অপচনটো নেদেখে, প্ৰথমে QGIS ইন্তাৰফেচ খোলক
01:41 ইয়াত মই QGIS ইন্তাৰফেচক খুলিছো
01:45 বাওঁফালে টোলবাৰত Add Vector Layer টোলত ক্লিক কৰক
01:50 Add Vector Layer দাইল’গ-বক্স আহিছে
01:54 বক্সটোত, Dataset টেকস্ত বক্সৰ কাষত থকা Browse বুটামত ক্লিক কৰক
02:00 দাইল’গ-বক্স এটা আহিছে
02:03 Desktop ত থকা Code files ফ’ল্দাৰলৈ যাওঁক
02:07 ফাইলটো বাচক, indiaboundary.shpOpen বুটামত ক্লিক কৰক
02:15 Add Vector Layer দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক
02:20 কেনভাচত ভাৰতবৰ্ষৰ বাউন্দেৰিৰ মেপখন আহিছে
02:24 এতিয়া আহক ভাৰতবৰ্ষৰ কিছু চহৰক দৰ্শোৱা চেপ ফাইলটো যোগ কৰো
02:30 পুনৰ, টোলবাৰত Add Vector Layer টোলত ক্লিক কৰক
02:36 Add Vector Layer দাইল’গ-বক্স আহিছে
02:40 বক্সটোত Browse বুটামত ক্লিক কৰক
02:44 দাইল’গ-বক্স এটা আহিছে
02:47 Desktop ত থকা Code files ফ’ল্দাৰলৈ যাওঁক
02:51 places.shp ফাইলটো বাচক । Open বুটামত ক্লিক কৰক
02:58 Add Vector Layer দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক
03:03 মেপখনত চহৰসমূহ দেখুৱা হৈছে পইন্ত বৈশিষ্ট্য হিচাবে
03:07 আহক এই চহৰসমূহক লেবেল কৰো
03:10 Layers পানেলত থকা Places লেয়াৰত ৰাইত-ক্লিক কৰক
03:15 context menu ৰ পৰা, Properties অপচনত ক্লিক কৰক
03:20 Layer Properties দাইল’গ-বক্সত labels টেবক বাচক
03:25 ওপৰত থকা দ্ৰপ-দাউনত, Show labels for this layer অপচনক বাচক
03:32 Label with দ্ৰপ-দাউনত, name বাচক প্ৰদত্ত অপচনচৰ পৰা
03:38 Text টেবত, আমাৰ অপচনচ আছে বাচিবলৈ - fonts
03:46 style
03:49 size
03:51 color ইত্যাদি
03:57 Apply বুটাম আৰু OK বুটামত ক্লিক কৰক
04:02 কেনভাচত, ভাৰতবৰ্ষৰ মেপখন কিছু চহৰ আৰু লেবেলচৰ সৈতে দৰ্শিত হৈছে
04:08 এই মেপ ফাইলক ইমেজ ফৰ্মেতলৈ এক্সপ’ৰ্ত কৰিব পাৰি প্ৰিন্ট বা পাবলিচ কৰাৰ উদ্দেশ্যে
04:15 QGIS ত এটা টোল আছে Print Composer নামৰ
04:19 ই আপোনাক পঢ়িবলৈ সহজ হোৱা ফৰ্মেতত মেপচ বনাবলৈ অনুমতি দিয়ে
04:24 মেনু বাৰত Project মেনুত ক্লিক কৰক আৰু বাচক New Print Composer
04:31 Composer title দাইল’গ-বক্স আহিছে
04:35 আপোনাক composer ৰ বাবে টাইটল এটা এন্টাৰ কৰিবলৈ ক’ব
04:40 লিখক India-Map টাইটল হিচাবে
04:44 OK বুটামত ক্লিক কৰক
04:47 Print composer উইন্দ’ আহিছে
04:50 Print Composer এ আপোনাক এখন খালী কেনভাচ দিব
04:54 কেনভাচৰ কাষত সোফালে, আপুনি দুখন পানেল পাব
04:59 আপাৰ পানেল আৰু ল’ৱাৰ পানেল
05:03 পানেলচক এনাবল কৰিবলৈ, View মেনুত ক্লিক কৰক
05:08 মেনুৰ পৰা তললৈ স্ক্ৰ’ল কৰক আৰু বাচক Panels
05:13 চাব-মেনুৱে দেখুৱাই পানেলচৰ লিষ্টখনক । ইয়াত কিছু পানেলচ ইতিমধ্যে নিৰ্বাচিত হৈছে
05:21 পানেল নেমত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ
05:24 পানেলখন আহিছে কেনভাচৰ সোফালে
05:28 সকলো Print Composer টোলচ আছে মেনুসমূহত আৰু আইকনচ হিচাবে টোলবাৰচত
05:37 টোলবাৰচ পোৱা যায় বাওঁফালে আৰু লগতে Composer উইন্দ’ৰ ওপৰত
05:45 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই টিউট’ৰিয়েলৰ সৈতে দিয়া এদিচনেল মেতেৰিয়েল চাওঁক
05:52 এতিয়া আহক আমাৰ মেপক এচেম্বল কৰিবলৈ আৰম্ভ কৰো
05:56 Print Composer window ৰ ভিতৰত, টোলবাৰত Zoom full বুটামত ক্লিক কৰক
06:03 ই লেআউতটোক ইয়াৰ ফুল এক্সটেন্ত ৰূপত দেখাব
06:07 এতিয়া আমি QGIS Canvas ত দেখা মেপখনৰ দৰ্শনীক Composer টোলৈ আনিব লাগিব
06:14 টোলবাৰত Add new map টোলত ক্লিক কৰক
06:19 কাৰ্চৰ দাল composer উইন্দ’লৈ নিয়ক
06:23 কাৰ্চৰ দাল এতিয়া দেখা গৈছে plus (+) চিম্বল হিচাবে
06:27 ই দেখাই যে Add Map বুটাম এক্তিভ হৈ আছে
06:31 Composer উইন্দ’ত মাউচৰ বাওঁফালৰ বুটামটো ক্লিক আৰু দ্ৰাগ কৰক ৰেক্তেংগল এটা আকিবলৈ
06:37 এদজসমূহৰ সৈতে মাৰ্জিনচ এৰক
06:40 আপুনি দেখিব যে প্ৰধান QGIS কেনভাচত থকা মেপখনৰ সৈতে ৰেক্তেংগল উইন্দ’খন ৰেন্দাৰ হ’ব
06:48 ৰেন্দাৰ হোৱা মেপখনে সম্পূৰ্ণ উইন্দ’খন ক’ভাৰ নকৰিব পাৰে
06:53 বাওঁফালৰ টোলবাৰত Move item content টোলত ক্লিক কৰক
06:59 মাউচৰ বাওঁফালৰ বুটামটো ব্যৱ্হাৰ কৰি, মেপখন উইন্দ’লৈ নিয়ক আৰু মাজত থওঁক
07:05 ওপৰত ঠাই এৰক টাইটলটোৰ বাবে
07:09 এতিয়া আমি প্ৰধান মেপখনত grid এটা আৰু zebra ব’ৰ্দাৰ যোগ কৰিম
07:14 Item Properties Panel ত, তললৈ স্ক্ৰ’ল কৰক Grids চেকচনলৈ
07:19 Grids ৰ কাষত থকা সৰু ক’লা ত্ৰিভুজটোত ক্লিক কৰক এক্সপান্দ কৰা মেনুখন চাবলৈ
07:25 সেউজীয়া প্লাচ (+), Add a new grid বুটামত ক্লিক কৰক
07:30 এতিয়া গ্ৰিদ চেকচনত থকা সকলোখিনি বৈশিষ্ট্য এনাবল হ’ল
07:35 যদি প্ৰয়োজন হয়, CRS সলাবলৈ এটা অপচন আছে । মই ইয়াক তেনেদৰেই ৰাখিম
07:43 Interval ভেলুচ বাচক 10 ডিগ্ৰী হিচাবে X আৰু Y দুয়োটা দিশত দ্ৰপ-দাউন এৰ’চ ব্যৱ্হাৰ কৰি
07:51 তললৈ স্ক্ৰ’ল কৰক Grid frame চেকচনলৈ আৰু Frame style এটা বাচক । মই বাচিম Zebra
07:59 তাত অপচনচ আছে সলাবলৈ ফ্ৰেম চাইজ, থিকনেচ, কালাৰ, ইত্যাদি
08:07 অপচনচ বাচক যিয়ে আপোনাৰ প্ৰয়োজনীয়্তাক পূৰাই
08:12 তললৈ স্ক্ৰ’ল কৰক আৰু Draw Coordinates চেক-বক্সক চেক কৰক
08:17 Distance to map frame ক মিলাই থাকক ক’ৰদিনেতচ legible নোহোৱালৈকে
08:23 আপৱাৰ্দ বা দাউনৱাৰ্দ এৰ’ত ক্লিক কৰক লেবেলচ মোভ কৰিবলৈ
08:30 Coordinate precision ক বাচক 1 হিচাবে
08:34 ই ক’ৰদিনেতচ দৰ্শিত কৰিব প্ৰথম দেচিমেল লৈকে
08:38 পাচত, আমি মেপখনত ন’ৰ্থ এৰ’ এদাল যোগ কৰিম
08:43 Print Composer আহে মেপ সংগতীয় ইমেজসমূহৰ এটা ভাল সংগ্ৰহৰ সৈতে
08:49 টোলবাৰত Add image icon ত ক্লিক কৰক
08:54 কাৰ্চৰ দাল মেপ কম্প’জাৰ উইন্দ’লৈ আনক
08:58 আপোনাৰ মাউচৰ বাওঁফালৰ বুটামটো ধৰি থাকি, মেপখনৰ কেনভাচৰ ওপৰত সোফালৰ চুকত ক্লিক কৰক আৰু সৰু ৰেক্তেংগল এটা আকক
09:07 সোফালৰ পানেলত Item Properties টেবৰ ভিতৰত, Search directories চেকচনক এক্সপান্দ কৰক
09:14 আপুনি ভালপোৱা ন’ৰ্থ এৰ’ ইমেজত ক্লিক কৰি নিৰ্বাচিত কৰক
09:20 মেপখনৰ Composer উইন্দ’ত থকা বক্সটোত ইমেজখন আহিছে
09:25 মেপখনৰ Composer উইন্দ’ত ক্লিক কৰক
09:28 আপুনি মেপখনৰ ওপৰত সোফালৰ চুকত ন’ৰ্থ এৰ’ ইমেজটো দেখিব
09:34 এতিয়া আমি মেপখনত স্কেল বাৰ এদাল যোগ কৰিম
09:38 টোলবাৰত Add new scalebar tool ত ক্লিক কৰক
09:43 মেপখনত ক্লিক কৰক য’ত আপুনি স্কেল বাৰ দাল অহাতো বিচাৰিছে
09:47 মই স্কেল বাৰ দাল তলত বাওঁফালে চুকত যোগ কৰিম
09:52 সোফালৰ পানেলত Segments চেকচনৰ ভিতৰত, আপুনি মিলাব পাৰে চেগমেন্তচৰ নাম্বাৰ আৰু সিহতৰ চাইজক
10:00 আমি এতিয়া আমাৰ মেপখনৰ টাইটলক যোগ কৰিম
10:04 বাওঁফালৰ টোলবাৰৰ পৰা Add new Label টোলত ক্লিক কৰক
10:09 কাৰ্চৰ দাল মেপ composer উইন্দ’লৈ আনক
10:13 আপোনাৰ মাউচৰ বাওঁফালৰ বুটামটো ধৰি থকি, মেপখনৰ ওপৰত মাজত বক্স এটা আকক
10:19 সোফালৰ পানেলত আপুনি দেখিব লেবেলৰ বাবে Item Properties টেব
10:24 Main Properties ৰ ভিতৰত, টেকস্ত বক্সটোত, লিখক Map of India
10:31 Appearance চেকচনত, Font টেবত ক্লিক কৰক
10:36 Select Font দাইল’গ-বক্স আহিছে, ভাললগা Font, Font style আৰু Size বাচক
10:49 OK বুটামত ক্লিক কৰক
10:52 ফন্ত কালাৰ, মাৰ্জিনচ আৰু এলাইনমেন্ত সলাওঁক আপোনাৰ প্ৰয়োজনীয়তা অনুসৰি
11:03 আপুনি সলোৱা সমাপ্ত কৰাৰ পাছত, কম্প’জাৰ উইন্দ’ত ক্লিক কৰক পৰিবৰ্তনক চাবলৈ
11:10 নিৰ্বাচিত ফন্ত আৰু চাইজৰ সৈতে লেবেলটো মেপখনৰ Composer উইন্দ’ত আহিছে
11:17 পাছত আহক এখন Inset map যোগ কৰো
11:21 প্ৰধান QGIS উইন্দ’লৈ যাওঁক
11:24 টোলবাৰত Zoom In বুটামত ক্লিক কৰক
11:28 কাৰ্চৰ দাল মেপখনলৈ আনক, মুম্বাইৰ চাৰিওঁফালৰ এৰিয়াক জোম কৰক
11:34 মুম্বাইৰ চাৰিওঁফালে ৰেক্তংগল এটা আকক এৰিয়াখিনি জোম কৰিবলৈ
11:39 আমি এতিয়া মেপ ইনচেত যোগ কৰিবলৈ সাজু
11:43 Print Composer উইন্দ’লৈ যাওঁক
11:46 টোল বাৰত Add new map টোলত ক্লিক কৰক
11:51 Composer উইন্দ’ৰ ওপৰত বাওঁফালে চুকত ৰেক্তংগল এটা আকক
11:57 টোল বাৰৰ পৰা Move item Content টোলক বাচক
12:02 কাৰ্চৰ দাল inset map ত থওঁক
12:05 inset ত থকা মেপখনক আপোনাৰ পচন্দৰ ল’কেচনলৈ নিয়ক
12:10 আপোনাৰ দুটা মেপ অবজেক্ত থাকিব Print Composer, Main map আৰু inset মেপত
12:17 Item Properties পানেলত, তললৈ স্ক্ৰ’ল কৰক Frame চেকচনলৈ আৰু ইয়াৰ কাষত থকা বক্সটো চেক কৰক
12:26 ফ্ৰেম ব’ৰ্দাৰৰ কালাৰ আৰু থিকনেচক সলাওঁক inset map খনৰ বাবে
12:36 inset মেপ খনৰ বাবে বেকগ্ৰাউন্দ কালাৰক সলাওঁক, যাতে ইয়াক চিনি পাবলৈ সহজ হয় মেপ বেকগ্ৰাউন্দৰ সৈতে
12:45 আন মেপৰ উপাদানসমূহক চাওঁক যেনে লিজেন্দচ, চেপচ, এৰ’চ ইত্যাদি
12:53 প্ৰয়োজনীয় সাল-সলনীখিনি কৰি সমাপ্ত হ’লে, আপুনি মেপখন ছেভ বা এক্সপ’ৰ্ত কৰিব পাৰে
12:59 মেনু বাৰত Composer মেনুত ক্লিক কৰক
13:03 ইয়াত আমাৰ অপচনচ আছে মেপখন এক্সপ’ৰ্ত কৰিবলৈ Image, PDF বা SVG হিচাবে
13:12 আহক মেপখনক এক্সপ’ৰ্ত কৰো এটা ইমেজ হিচাবে । Export as Image অপচনক বাচক
13:20 Save composition as দাইল’গ-বক্স আহিছে । এটা ভাললগা ফাইল নেম, ল’কেচন আৰু ফৰ্মেত দিয়ক
13:29 মই বাচিম PNG ফৰ্মেতক । Save বুটামত ক্লিক কৰক
13:35 Image export options দাইল’গ-বক্স আহিছে
13:39 সঠিক ৰিজ’লিউচন, পেজৰ বহলতা আৰু উচ্চতা বাচক
13:44 মই পেজৰ বহলতা চেত কৰিম 800 পিকচেলচ হিচাবে
13:49 Save বুটামত ক্লিক কৰক
13:52 ইয়াত মেপখন ছেভ হৈছে এটা ইমেজ ফাইল হিচাবে
13:56 এই মেপখনক এতিয়া প্ৰিন্ট বা পাবলিচ কৰিব পাৰি
14:01 আহক মূলভাব চাওঁ, এই টিউট’ৰিয়েলটোত, আমি শিকিলো,
14:06 মেপচ বনাবলৈ Print Composer ব্যৱ্হাৰ কৰি, Composer ত মেপৰ উপাদানসমূহ যোগ কৰিবলৈ, মেপখন এক্সপ’ৰ্ত কৰিবলৈ
14:16 অনুশিলনী - Code files লিংকত দিয়া পৃথিবীৰ dataset ব্যৱ্হাৰ কৰি, এছিয়া মহাদেশৰ মেপ এখন বনাওঁক
14:25 ভাৰতবৰ্ষৰ inset মেপ এখন বনাওঁক । মেপ লিজেন্দ এটা যোগ কৰক
14:31 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
14:36 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
14:44 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
14:54 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
14:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
15:09 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9