QGIS/C2/Creating-Dataset-Using-Google-Earth-Pro/Assamese

From Script | Spoken-Tutorial
Revision as of 18:32, 25 January 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Creating Dataset using Google Earth Proৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:10 Google Earth Pro দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ
00:13 Google Earth Pro ব্যৱ্হাৰ কৰি দেতাচেত এটা বনাবলৈ আৰু নেভিগেত কৰিবলৈ
00:19 Google Earth Pro ব্যৱ্হাৰ কৰি Kml ফৰ্মেতত point আৰু polygon ফাইলচ বনাবলৈ
00:26 QGISKml ফাইলচ খুলিবলৈ
00:30 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:38 QGIS ভাৰ্চন 2.18
00:42 Google-Earth Pro ভাৰ্চন 7.3
00:46 Mozilla Firefox ব্ৰাউজাৰ ভাৰ্চন 54.0 আৰু
00:50 এটা কামকৰা Internet কানেকচন
00:55 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
01:01 সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব
01:07 Google Earth হৈছে এটা কম্পিউটাৰ প্ৰোগ্ৰাম যিয়ে পৃথিবীৰ এটা 3D দৰ্শনী দেখাই
01:15 প্ৰোগ্ৰামটোৱে পৃথিবীক মেপ কৰে চুপাৰইম্প’জিং, উপগ্ৰহৰ ইমেজেচ, এৰিয়েল ফ’ট’গ্ৰাফি আৰু GIS data ৰ দ্বাৰা
01:25 প্ৰোগ্ৰামটোৱে ইউজাৰক চহৰ আৰু লেন্দস্কেপক বিভিন্ন এংগলৰ পৰা চাবলৈ অনুমতি দিয়ে
01:32 আহক Google Earth Pro দাউনল’দ আৰু ইনষ্ট’ল কৰো
01:37 আপুনি এই ষ্টেপক এৰিব পাৰে যদিহে প্ৰোগ্ৰামটো আপোনাৰ চিষ্টেমত ইনষ্ট’ল হৈ আছে
01:42 Google Search পেজ খুলক
01:46 search bar ত লিখক “ Download Google Earth Pro” আৰু Enter টিপক
01:53 ফলাফলৰ সৈতে পেজ এটা আহিছে
01:56 প্ৰথম ফলাফলটোত ক্লিক কৰক, Earth Versions-Google Earth
02:02 পেজটো আহিছে Google Earth দাউনল’দ কৰিবলৈ তিনিটা অপচনৰ সৈতে
02:08 স্ক্ৰিণৰ তলত সোফালে থকা Download Earth Pro on desktop বুটামত ক্লিক কৰক
02:15 Download Google Earth Pro (Linux), প্ৰাইভেচি প’লিচি আৰু টাৰ্মচ পেজ আহিছে
02:22 ইয়াত দিয়া সকলোখিনি তথ্যক পঢ়ক
02:26 আপুনি দাউনল’দ কৰিবলৈ লোৱা Google Earth Pro ৰ ভাৰ্চনক ইয়াত দেখুৱা হৈছে
02:32 আপোনাৰ দাউনল’দ পেকেজক বাচক সঠিক ৰেডিঅ’ বুটামত ক্লিক কৰি
02:38 মই বাচিম 64 bit dot deb
02:42 Accept & Download বুটামত ক্লিক কৰক
02:47 দাইল’গ-বক্স এটা আহিছে, Save file অপচনক বাচক আৰু OK বুটামত ক্লিক কৰক
02:54 ফাইলটো Downloads ফ’ল্দাৰলৈ দাউনল’দ হ’ব
02:58 ইনষ্ট’লেচনৰ বাবে, terminal টো খোলক
03:02 দাইৰেক্তৰীটো সলাওঁক Downloads লৈ
03:06 স্ক্ৰিণত দেখুৱা কমান্দটো লিখক । Enter টিপক
03:12 আপোনাৰ system password লিখিব যেতিয়া সুধে
03:18 কিছু চেকেন্দৰ পাছত প্ৰোগ্ৰামটোৰ ইনষ্ট’লেচন সম্পূৰ্ণ হ’ল
03:23 terminal টো বন্ধ কৰক
03:26 Dashboard খোলক আৰু search box ত লিখক Google Earth Pro
03:32 Click on the Google Earth Pro আইকনত ক্লিক কৰক । ই Google Earth Pro ইন্তাৰফেচক খুলিব
03:40 Google Earth ProWindows আৰু Mac ত ইনষ্ট’ল কৰাৰ ষ্টেপসমূহ Additional material ত দিয়া হৈছে
03:48 Start-up Tips পেজটো পঢ়ক
03:52 উইন্দ’খন বন্ধ কৰিবলৈ Close বুটামত ক্লিক কৰক
03:56 এতিয়া আমি Google Earth ব্যৱ্হাৰ কৰি data set এটা বনাম
04:00 বাওঁফালৰ পানেলত, Places টেবৰ ভিতৰত, Temporary Places ফ’ল্দাৰত ৰাইত-ক্লিক কৰক
04:07 চাব-মেনুৰ পৰা বাচক Add আৰু পাছত বাচক Folder
04:12 Google Earth - New Folder দাইল’গ-বক্স আহিছে
04:17 Name ফিল্দত লিখক Places in Maharashtra
04:22 চেক বক্স দুটাক চেক কৰক:
04:24 Allow this folder to be expanded আৰু Show contents as options
04:31 তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক
04:35 Places in Maharashtra ফ’ল্দাৰ Places পানেলত যোগ হৈছে
04:40 এতিয়া আমি এই ফ’ল্দাৰত এটা point data set বনাম
04:45 আমি Google Earth ব্যৱ্হাৰ কৰিম ল’কেচনটোলৈ নেভিগেত কৰিবলৈ
04:50 বাওঁফালৰ পানেলত থকা search box ত, লিখক MumbaiSearch বুটামত ক্লিক কৰক
05:00 Google Earth এ মেপখন জোম কৰিব Mumbai এৰিয়া দেখাবলৈ
05:05 Mumbai ৰ ল’কেচন দেখুৱা হৈছে
05:10 টোলবাৰত হালধীয়া ৰঙৰ পিন হিচাবে দেখুৱা Add placemark tool ত ক্লিক কৰক
05:17 Google-Earth New Placemark দাইল’গ-বক্স আহিছে
05:22 Name ফিল্দত লিখক Mumbai
05:26 Name ফিল্দৰ কাষত থকা Pin আইকনত ক্লিক কৰক
05:31 আইকন বক্স আহিছে বাচিবলৈ অপচনৰ সৈতে । মই বাচিম ৰঙা পিনৰ আইকন
05:39 আইকন দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক
05:46 New placemark দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক
05:51 মন কৰিব যে মেপখনত এটা নতুন placemark যোগ হ’ল
05:56 Mumbai ল’কেচনটো যোগ কৰা হ’ল Places পানেলত
06:01 search panel ত থকা চাৰ্চৰ ফলাফলক ক্লিয়াৰ কৰক । search box ত লিখক Pune
06:09 চাৰ্চৰ অপচনৰ পৰা বাচক Pune MaharashtraSearch বুটামত ক্লিক কৰক
06:17 Google Earth এ মেপখন জোম কৰিব Pune চহৰ দেখাবলৈ
06:22 মেপত Pune ৰ ল’কেচন দেখুৱা হৈছে । আমি Pune ৰ বাবে এটা Placemark যোগ কৰিম
06:31 টোলবাৰত Add placemark ত ক্লিক কৰক
06:35 আমি আগতে placemark Mumbai ৰ বাবে কৰা একেখিনি ষ্টেপক অনুসৰণ কৰক
06:43 সকলোখিনি ষ্টেপক সম্পূৰ্ণ কৰাৰ পাছত, মন কৰিব যে Pune ৰ বাবে এটা placemark যোগ হ’ল
06:50 একেটা পদ্ধতিক অনুসৰণ কৰক আৰু কিছু অধিক চহৰক মাৰ্ক কৰক: Satara, Nashik, Amravati, Chandrapur, Jalna, Latur, আৰু Dhule
07:05 আমি Maharashtra ত কিছু ল’কেচনচৰ বাবে এখন ল’কেচন মেপ বনালো
07:11 এতিয়া আমি এই ল’কেচনসমূহৰ বাবে এখন boundary layer বনাম
07:16 Places in Maharashtra ফ’ল্দাৰ আইকনত ৰাইত-ক্লিক কৰক
07:20 Add অপচনত ক্লিক কৰক । চাব-মেনুৰ পৰা বাচক Folder
07:28 Google Earth New Folder দাইল’গ-বক্স আহিছে
07:33 Name ফিল্দত লিখক Boundary
07:37 স্ক্ৰিণৰ তলত সোফালে চুকত Ok বুটামত ক্লিক কৰক
07:43 Boundary ফ’ল্দাৰ যোগ কৰা হ’ল Places পানেলত
07:48 সোফালে থকা শ্লাইডাৰ দাল দ্ৰাগ কৰক জোম আউত কৰিবলৈ
07:54 শ্লাইডাৰ দাল দ্ৰাগ কৰি থাকক আমি Maharashtra বাউন্দেৰি নেদেখালৈকে
07:59 টোলবাৰৰ পৰা Add polygon অপচনত ক্লিক কৰক
08:04 Name ফিল্দত লিখক Boundary
08:08 Maharashtra ৰ বাউন্দেৰিত ক্লিক কৰিবলৈ আৰম্ভ কৰক আৰু ৰাফকৈ Maharashtra ৰ বাউন্দেৰি আকক
08:31 এবাৰ সম্পূৰ্ণ হ’লে বক্সত থকা OK বুটামত ক্লিক কৰক
08:36 Boundary polygon layer যোগ কৰা হ’ল Places পানেলত
08:41 Places in Maharashtra ফ’ল্দাৰত ৰাইত-ক্লিক কৰক
08:46 চাব-মেনুৰ পৰা Save Place as... ত ক্লিক কৰক
08:51 Save file দাইল’গ-বক্স আহিছে
08:55 আহক ফাইলটোৰ নাম দিওঁ Places in Maharashtra হিচাবে
09:00 ফাইলটো ছেভ কৰিবলৈ সহজ ল’কেচন এটা বাচক । মই বাচিম Desktop
09:07 আপুনি এই ফাইলটোক দুটা বেলেগ ফাইল ফৰ্মেতত ছেভ কৰিব পাৰে
09:12 Files of type” দ্ৰপ-দাউনত আপুনি দেখিব Kml আৰু Kmz অপচনক
09:20 Kmz হৈছে Kml ফাইলৰ কমপ্ৰেচ কৰা ভাৰ্চন
09:25 Kmz ফাইল ফৰ্মেত প্ৰায়েই ব্যৱ্হৃত হয় ডাঙৰ ফাইল এটা ছেভ কৰিবলৈ
09:31 আপুনি ইয়াত উল্লেখ কৰা যিকোনো এটা অপচন বাচিব পাৰে
09:36 মই Kml ফৰ্মেত ব্যৱ্হাৰ কৰিম ফাইলটো ছেভ কৰিবলৈ
09:40 Files of type ফিল্দত Kml format ত ক্লিক কৰক
09:45 দাইল’গ-বক্সটোৰ তলত সোফালে চুকত Save বুটামত ক্লিক কৰক
09:51 একেদৰে Boundary file টোওঁ Kml ফৰ্মেতত ছেভ কৰক
09:56 Places in Maharashtra.kml আৰু Boundary.kml ফাইল দুটাক Desktop ত ছেভ কৰা হ’ল
10:06 পাছত আমি Google Earth Pro ত বনোৱা এই ফাইল দুটাক QGIS ত খুলিম
10:13 QGIS ইন্তাৰফেচক খোলক
10:17 বাওঁফালৰ মেনুৰ পৰা Add Vector Layer টোলত ক্লিক কৰক
10:22 Add Vector Layer দাইল’গ-বক্স আহিছে
10:26 Source ফিল্দৰ ভিতৰত, Browse বুটামত ক্লিক কৰক
10:31 Desktop ফ’ল্দাৰটোলৈ নেভিগেত কৰক
10:35 Places in Maharashtra.kml আৰু Boundary.kml দুয়োটা ফাইলক বাচক
10:42 Open বুটামত ক্লিক কৰক
10:45 Add vector layer দাইল’গ-বক্সত থকা Open বুটামত ক্লিক কৰক
10:50 Select vector Layers to add দাইল’গ-বক্সত Select All বুটামত ক্লিক কৰক । OK বুটামত ক্লিক কৰক
11:01 দুয়োটা ইম্প’ৰ্ত কৰা ফাইলক এতিয়া QGIS কেনভাচত লেয়াৰ্চ হিচাবে যোগ কৰা হ’ল
11:08 এই লেয়াৰ্চক QGIS ত থকা টোলচ ব্যৱহাৰ কৰি পাছত এনালাইচিচৰ বাবে ব্যৱহৃত কৰিব পাৰি
11:15 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো - Google Earth Pro দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ
11:23 Google Earth Pro ব্যৱ্হাৰ কৰি দেতাচেত এটা বনাবলৈ আৰু নেভিগেত কৰিবলৈ
11:29 Google Earth Pro ব্যৱ্হাৰ কৰি Kml ফৰ্মেতত point আৰু polygon ফাইলচ বনাবলৈ
11:36 QGISKml ফাইলচ খুলিবলৈ
11:40 এটা অনুশিলনী হিচাবে - ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজধানীৰ data set এটা বনাওঁক
11:46 point আৰু boundary filesKml ফৰ্মেতত ছেভ কৰক ।

সংকেত: সকলো ৰাজ্যৰ ৰাজধানীসমূহক বিচাৰক আৰু ভাৰতবৰ্ষৰ boundary আকক

11:57 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
12:03 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
12:11 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
12:21 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
12:24 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে
12:31 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9