PHP-and-MySQL/C3/MySQL-Part-7/Assamese

From Script | Spoken-Tutorial
Revision as of 14:41, 28 October 2020 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 টিউট’ৰিয়েলটোৰ এই অংশটোত, মই আপোনালোকক এটা সৰল প্ৰোগ্ৰাম বনাবলৈ সুবিধা এটা দিম
00:08 এই প্ৰোগ্ৰামটোৱে তালিকা এখনৰ পৰা আমাক নাম এটা নিৰ্বাচিত কৰিবলৈ অনুমতি দিব
00:15 লগতে ই আমাক তথ্যৰ অংশ এটা আপদেত কৰিবলৈ অনুমতি দিব আৰু মই নামটো নিজে আপদেত কৰা সক্ষমতাটো নিৰ্বাচিত কৰিছো
00:25 মই ইয়াত ফাৰ্ষ্টনেম ("firstname")টো ক’ম, উদাহৰণস্বৰূপে
00:28 ইয়াত, আমি তালিকা এখনৰ পৰা নিৰ্বাচিত কৰিব পাৰো আৰু তাৰপাছত সেই তথ্যক আপদেত কৰিব পাৰো
00:33 মই এই পৃষ্ঠাটো অলপ পৰিবৰ্তন কৰিম আমাক নলগা কিছু তথ্য আতৰাবলৈ
00:39 ইয়াত আমাক এই একৌৰ প্ৰয়োজন নাই
00:41 লগতে আমি ইয়াত আমাৰ ফৰ্ম (form) সলনি কৰিম, গতিকে আমাক এতিয়াৰ বাবে ইয়াৰ প্ৰয়োজন নাই
00:47 আহক ইয়াক নাইকীয়া কৰো
00:49 আমাক লগতে এইটোৰো প্ৰয়োজন নাই
00:52 আমাক মাত্ৰ ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname) প্ৰয়োজন হ’ব । দেত অফ বাৰ্থ (Date of birth) আৰু জেন্দাৰ (gender) একেবাৰে বিষয় নহয়
00:59 আহক ইয়াকো নাইকীয়া কৰো । আমাক ইয়াৰ প্ৰয়োজন নাই.... ইয়াৰো নাই
01:04 ঠিক আছে, আগবাঢ়ো
01:06 এই টিউট’ৰিয়েলটো সম্পূৰ্ণ নহ’ব আৰু লগতে সম্পূৰ্ণ শুদ্ধওঁ নহ’ব
01:13 যিকিনহওঁক, ই আপোনাক কেনেদৰে ৰেকৰ্ডচ (records) বিলাক html চিলেক্ত(select) বক্সেচ(boxes) লৈ প্ৰযোজ্য হ’ব দেখুৱাব
01:23 আৰু লগতে আপুনি নিৰ্বাচিত কৰাৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ তথ্য আপদেত কৰা হয় দে্খুৱাই
01:30 আপুনি ইয়াত দেখাৰ দৰে, মই হোৱাইল লোপ (while loop) টোৰ ভিতৰত কিছু দাতা নিৰ্মান কৰিম
01:45 আমি ইয়াত কিছু html দাতা(data) নিৰ্মান কৰিম
01:47 ইয়াত মই একৌ কৰিছো । মোক ইয়াত অলপ সময় ৰবলৈ দিয়ক
01:56 আহক ইয়াত তললৈ যাওঁ
01:58 আমি এটা চিলেক্ত (select) ক্ষেত্ৰ নিৰ্মান কৰিম যিটো হৈছে এটা চিলেক্ত বক্স (select box)
02:02 এইটো এটা দ্ৰপ দাউন (drop down) বক্স আৰু এই প্ৰত্যেক বক্সৰ বাবে, আমাৰ এটা বিকল্প আছে
02:14 উদাহৰণ স্বৰূপে, এইটো 1 বা 2 হ’ব পাৰে
02:17 গতিকে, আহক ইয়ালৈ ঘূৰি আহো আৰু ৰিফ্ৰেছ (refresh) বুটাম । আহক ইয়াক ৰিফ্ৰেছ(refresh) কৰো
02:28 আহক আমি এই দাইলগ বক্স (dialog box)ৰ পৰা পৰিত্ৰান পাওঁ
02:31 ইয়াত আমি 1বা 2 পালো । ইয়াত এইটো htmlৰ অংশ
02:36 ইয়াত আমি এইটো প্ৰয়োগ কৰিম আৰু আমি আমাৰ ৰেকৰ্ডচ (records)ৰ বাবে বিচাৰিম । আমি এটা নাম দিম....এই প্ৰত্যেক অপচন (option) বক্সত
02:44 আমি বিচাৰি পোৱা প্ৰত্যেক ৰেকৰ্ড (record)ত মই এটা অপচন নেম দিম
02:48 যদি আপুনি ইয়াক বুজা নাই, ই বুজাই ক’ডটোৰ ভিতৰত যি প্ৰত্যেক ৰেকৰ্ডৰ বাবে পুনৰাবৃত্তি হ’ব, ইয়াত লোপটোৰ বাহিৰত, আমি আমাৰ html ক’ডটোৰ প্ৰথম অংশটো একৌ (echo) কৰিব বিচাৰিছো
03:00 এইটো চিলেক্ত ("select" ) হ’ব আৰু তাৰ নেম (name)টো নেম ("name") হ’ব
03:08 বা অন্যহাতে মই ইয়াক পিপ’ল নেম (people name) বুলি ক’ম
03:13 ইয়াৰ পাছত, আমাৰ হোৱাইল (while) লোপটোৰ বাহিৰত, ইয়াত আমি শেষৰ টেগ (ends tag)টো একৌ কৰিম । গতিকে, আহক আমি লিখো ফৰওৱাৰ্দ শ্লাছ (forward slash) আৰু চিলেক্ত (select)
03:24 ইয়াত আমাৰ হোৱাইল (while) লোপটোৰ ভিতৰত অন্তৰ্ভুক্ত নকৰাৰ কাৰণটো হৈছে যদি ই পুনৰাবৃত্তি কৰে তেন্তে ই আৰম্ভনী আৰু সামৰনি টেগচ (tags) পুনৰাবৃত্তি কৰিব আৰু অপচন (option) অংশটো নহয় যিটো আমাক লাগে
03:36 ইয়াত অপচন (option) অংশটো লোপটোৰ ভিতৰত যায়
03:39 আহক একৌ কৰো, আহক কওঁ ফাৰ্ষ্টনেম ("$firstname")
03:42 আৰু ই যি কৰে সেইয়া হৈছে, প্ৰত্যেক ৰেকৰ্ডৰ বাবে, ই এই অপচন ক‘ডটো একৌ কৰিব
03:48 আৰু আপোনাৰ যদি মনত আছে ইয়াৰ তলত, আমাৰ অপচন (option) আৰু অপচন ইন্দ (option end) আছে
03:52 এইটো পুনৰ আৰু পুনৰ পুনৰাবৃত্তি হ’ব
03:57 এতিয়া আমাৰ চিলেক্ত ("select") অংশটো ইয়াত আৰু চিলেক্ত ইন্দ ("select end")টো ইয়াত আছে
04:01 আমি ই এবাৰ একৌ হোৱাটো বিচাৰো, ই এবাৰ একৌ হ’ব আৰু এইবোৰ দাতাবেচ (database)ত বা টেবল (table)ত থকা প্ৰত্যেক ৰেকৰ্ড (record)ৰ বাবে একৌ হয়
04:10 আপুনি ৰিফ্ৰেছ কৰি ইয়াক প্ৰতিপন্ন কৰিব পাৰে
04:13 আমাৰ ক’ড ক’লৈ গ’ল ?
04:15 আহক ঘূৰি গৈ চাওঁ ভুলটো ক’ত আছে । প্ৰকৃততে, আমি ইয়াত এই অংশটো সলাব লাগিব - ইফ (if) ষ্টেতমেন্ত (statement)টো
04:25 আমি আমাৰ চাবমিত ("submit") বুটামটো আৰু নাচাওঁ, গতিকে আমি তাক নাইকীয়া কৰিব পাৰো
04:29 গতিকে এতিয়া, সকলো ঠিকে আছে বুলি ভাবি, আমি ৰিফ্ৰেছ (refresh) কৰিম আৰু আমাৰ দাতাবেচত থকা ৰেকৰ্ডচৰ সকলো ফাৰ্ষ্টনেমচ (firstnames)ৰ এটা লিষ্ট বক্স (list box) আছে
04:39 এতিয়া মই এইটো দেখিবলৈ ভাললগা কৰিব বিচাৰিছো আৰু গতিকে মই ক’ডত চাৰনেম ("$surname") বা লাষ্টনেম ("$lastname") ক’ম
04:47 আগবাঢ়ক ! ৰিফ্ৰেছ (Refresh) । এইটো এটা প্ৰকৃততে html ক’ড(code) ব্যৱহাৰ কৰাৰ সৰল পথ, নহয়নে ?
04:52 এতিয়া আমি অপচন (option)ৰ বিষয়ে কথা পাতিম
04:56 আমাক প্ৰতিটো অপচন (option)ৰ বাবে এটা নাম লাগিব আৰু প্ৰত্যেকৰ নেম (name)টো এটা "$id" হ’ব
05:00 যদি মই ৰিফ্ৰেছ (refresh)ত টিপো আৰু মোৰ পৃষ্ঠাৰ উৎসটোলৈ আহো, আপুনি চাব পাৰে যে ইয়াত আমি প্ৰতিটোতে 1,2,3,4, পালো
05:13 এইটো অতিকে দৰকাৰী কাৰণ এতিয়া আমি বিশেষ ৰেকৰ্ডচ আপদেত কৰিব পাৰো মাত্ৰ নামটোৰে যোৱাতকৈ
05:23 গতিকে ইয়াত, মই মোৰ আপদেত ফৰ্ম (update form) নিৰ্মান কৰিবলৈ আৰম্ভ কৰিম
05:28 মই মোৰ চিলেক্ত ("select")ৰ পাছত এটা ইনপুট (input) বক্স থ’ম আৰু এইটো টেক্সত ("text") হ’ব
05:33 নামটো হ’ব টু চেঞ্জ ('tochange') । এইটোৱেই হৈছে আমি সলাব লগাটো
05:40 পাছত আমি চাবমিত (submit) বুটাম নামৰ এটা বুটাম বা আন এটা ইনপুট উপাদান বনাম যাৰ মানটো সলনি ('change') হ’ব
05:53 ইয়াত মই এতিয়াৰ বাবে ফাৰ্ষ্টনেম ($firstname)টো সলাম, মাত্ৰ এটা উদাহৰণ হিচাবে
05:58 গতিকে, ইয়াত এইটো আমাৰ ফৰ্ম (form)ৰ বুনিয়াদ
06:00 ইয়াত আমি নেম ("name")টো পালো আৰু ইয়াক আমি কিহলৈ সলাম
06:04 গতিকে ইয়াত মই ইয়াক এলেক্স ("Alex")ৰ পৰা আলেকজেন্ডাৰ ("Alexander")লৈ সলাম আৰু তাৰপাছত চেঞ্জ (Change)ত টিপিম
06:10 এই মূহুৰ্তত একো হোৱা নাই
06:12 এতিয়া, আমি যি কৰিম সেইয়া হৈছে ইয়াক ফৰ্ম (form)ৰ ভিতৰত থ’ম যাতে মই মোৰ ফৰ্ম (form) শেষ কৰিব পাৰো
06:17 ইয়াত, এইটো অলপ খেলিমেলি হৈছে কিন্তু আশাকৰো আপুনি কি হৈছে চাব পাৰে
06:23 আহক মই ইয়াত তললৈ যাওঁ । ওপৰত ইয়াত, আমি আমাৰ ফৰ্ম (form) আৰম্ভ কৰিব লাগিব
06:27 একচন (action)টো হ’ব আমি এই মূহুৰ্তত থকা পৃষ্ঠাটো যিটো হৈছে "mysql দত(dot) php"
06:33 আনকি, মই এইটো আন এটা পৃষ্ঠাত কৰিম
06:36 গতিকে, এইটো "mysql আপদেত (update) দত (dot) php"লৈ সলাওঁক
06:40 ই আপুনি চাবৰ বাবে ইয়াক অলপ সহজ বনাব আৰু মোৰ বাবে লিখিবলৈ সহজ কৰিব
06:45 তাৰপাছত তাক ৰিফ্ৰেছ কৰি, আমি চাব পাৰো যে আমি নতুন পৃষ্ঠাটোলৈ যাওঁ যিটো এই মূহুৰ্তত পোৱা নগ’ল
06:52 মই তাক ইয়াৰ ভিতৰত নিৰ্মান কৰিম
06:55 মই তাক পোনপতিয়াকৈ "mysql আন্দাৰস্ক’ৰ (underscore) আপদেত (update) দত (dot) php" হিচাবে ছেভ কৰিম
07:00 আমি আমাৰ php টেগচ (tags) আৰম্ভ কৰিব লাগিব
07:03 আমাক "কানেক্ত (connect) দত (dot) php" ৰ প্ৰয়োজন হ’ব কাৰণ আমি আমাৰ দাতাবেচ পুনৰ সংযোগ কৰিছো
07:14 আমি লগতে নামটোৰ মান পাব লাগিব যিটো আমি সলাইছো
07:18 গতিকে, আমি আমাৰ চিলেক্ত নেম (select name) পিপ'ল নেম (peoplename) মাতিম
07:20 গতিকে, আমি ইয়াত লিখিম "পিপ'লনেম ($peoplename)" সমান (equals) $_পষ্ট (POST) আৰু 'পিপ'লনেম (peoplename)'
07:29 সেইটোৱেই হৈছে আমি কথা পাতি থকা html এলিমেন্ত (element) টোৰ নামটো
07:33 ইয়াক 1,2,3 বুলি মাতিম
07:37 এইটো হৈছে আমাৰ id যি আমাৰ দাতাবেচৰ ভিতৰত আছে
07:39 টুচেঞ্জ ("tochange") হৈছে ফিল্ডটো য’ত আমি আমাৰ নতুন মানটো লিখিবলৈ সাজু আছু
07:47 ইয়াত মই বৃষ্টিত ভাবে ইফ (if) ষ্টেতমেন্ত এটা ক’ড কৰিম ক'বলৈ ইফ (if) পিপ'লনেম ($peoplename) এন্ড (AND) (&&) টুচেঞ্জ ($tochange)
07:56 ই আমি তাত আমাৰ দুয়োটা মান পোৱাটো নিশ্বিত কৰে
08:01 তাৰপাছত, আমি লিখিম "চেঞ্জ ($change") সমান (equals) "mysql_(কোৱেৰী) query()" আৰু সেইটো মাত্ৰ আপদেত পিপ'ল ("UPDATE people") যি হৈছে ইয়াত আমাৰ টেবল (table)ৰ নামটো
08:17 আপদেত (UPDATE) পিপ'ল (people) চেট (SET) ফাৰ্ষ্টনেম (firstname) সমান 'টুচেঞ্জ ($tochange)' হোৱেৰ (WHERE) ফাৰ্ষ্টনেম (firstname) সমান (equals)....
08:31 নহয়, আনকি আমি নহয়..... আমি ইয়াক "id" ৰে সলাইছো, নহয়নে ?
08:39 গতিকে আমি লিখিম "id" টো পিপ'লনেম ($peoplename)ৰ মানৰ সমান হয়নে
08:52 ঠিক, আহক ঘূৰি যাওঁ
08:58 আহক ধৰো কাইল("Kyle")ৰ নামটো সলাবলৈ মই কাইল ("Kyle") ললো
09:02 ইয়াৰ নামটো হৈছে 2 গতিকে পিপ'লনেম ("peoplename")টোও লগতে 2 হয়
09:06 গতিকে, আমি ইয়াক ইয়ালৈ সলালো য’ত এইটো হৈছে id
09:11 সেইটো মই আপোনাক টিউট'ৰিয়েলটোৰ পাছৰ অংশত দেখুৱাম কাৰণ মোৰ সময় কম
09:15 গতিকে, সোনকালে দেখা হ’ম । মই মৌচুম হাজৰিকাই স্প'কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, PoojaMoolya