Netbeans/C3/Connecting-to-a-MySQL-Database/Assamese

From Script | Spoken-Tutorial
Revision as of 15:44, 28 October 2020 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল।
00:02 Connecting to a MySQL Database ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত শিকিম:
00:09 MySQL সার্ভাৰ প্রোপার্টিস কনফিগাৰ কৰা।
00:14 MySQL সার্ভাৰ আৰম্ভ কৰা।
00:17 database বনোৱা আৰু কানেক্ট কৰা।
00:20 database টেবোলস বনোৱা, যাৰ দ্বাৰা দুটা মেথড অন্বেষণ কৰিব।
00:26 sql এডিটৰ ব্যবহাৰ কৰা।
00:29 Create table dialog ব্যবহাৰ কৰা আৰু অবশেষত
00:33 এটা SQL স্ক্রিপ্ট ৰান কৰা।
00:37 এইটোক দেখাবলৈ আমি ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v12.04
00:44 আৰু Netbeans IDE v7.1.1
00:48 আপোনাৰ Java Development Kit (JDK) v6
00:54 আৰু MySQL database সার্ভাৰ ও প্রয়োজন।
00:57 এই টিউটোৰিয়েলটো শিকিবলৈ database ব্যবস্থাপনাৰ মৌলিক জ্ঞান থকা দৰকাৰ।
01:03 আৰু জানিবলৈ প্রদর্শিত লিঙ্কত PHPandMySQL ইয়াৰ টিউটোৰিয়েলটো চাওক।
01:10 অন্যান্য স্ট্যান্ডার্ড প্রোগ্রামিং পৰিভাষা এই টিউটোৰিয়েলত ব্যবহৃত হৈছে।
01:16 এই টিউটোৰিয়েলত দেখায়, কিভাবে Netbeans IDE পৰা MySQL database ইয়াৰ বাবে কানেকশন সেট কৰা যায়।
01:24 এবাৰ কানেক্ট হোৱাত IDE's Database এক্সপ্লোৰাৰত MySQL ইয়াৰ সৈতে কাম কৰিম।
01:31 এতিয়া IDE ত যাওক।
01:36 Netbeans IDE MySQL RDBMS ইয়াৰ সমর্থনৰ বাবে এটা বান্ডলৰ সৈতে আহে।
01:42 Netbeans ত MySQL ডাটাবেস সার্ভাৰ অ্যাক্সেস কৰাৰ আগে MySQL server প্রোপার্টিস কনফিগাৰ কৰিব লাগে।
01:51 Services উইন্ডোত Databases নোডত সো ক্লিক কৰক।
01:56 MySQL server properties ডায়ালগ বাক্স খুলিবলৈ Register MySQL Server চয়ন কৰক।
02:05 নিশ্চিত কৰক যে সার্ভাৰ হোস্টৰ নাম আৰু পোর্ট সঠিক হয়।
02:10 লক্ষ্য কৰক IDE ডিফল্ট সার্ভাৰ হোস্টৰ নাম হিসাবে localhost লিখে।
02:18 3306 ডিফল্ট সার্ভাৰ পোর্ট সংখ্যা।
02:23 প্রদর্শিত নহলে Administrator Username লিখক।
02:27 মোৰ সিস্টেমত Administrator Username root আছে।
02:33 Administrator পাসওয়ার্ড লিখক।
02:36 মোৰ সিস্টেমত পাসওয়ার্ড খালি আছে।
02:40 ডায়ালগ বাক্সৰ উপৰত Admin Properties ট্যাবত টিপক।
02:45 এইটোৱে আপোনাক MySQL server নিয়ন্ত্রণ কৰিবলৈ তথ্য লিখাৰ অনুমতি দিয়ে।
02:51 Path/URL to admin tool: ফীল্ডত
02:56 MySQL Administration অ্যাপ্লিকেশনৰ স্থানৰ বাবে টাইপ অথবা ব্রাউজ কৰক।
03:02 আমাৰ সিস্টেমত tool ইয়াৰ বাবে স্থান হল /usr/bin/mysqladmin.
03:12 Arguments ফীল্ডত admin tool ইয়াৰ বাবে যি কোনো আর্গুমেন্ট লিখক।
03:18 এইটোকও খালি ৰাখা যাব পাৰে।
03:22 Path to start command: ফীল্ডত
03:25 MySQL start command ইয়াৰ লোকেশনৰ বাবে টাইপ বা ব্রাউস কৰক।
03:29 মোৰ সিস্টেমত এইটো হল / usr / bin / mysqld_safe.
03:38 Arguments ফীল্ডত start command ইয়াৰ বাবে যি কোনো আর্গুমেন্ট লিখক।
03:42 ইয়াতে আমি লিখিম -u space root space start
03:51 Path to stop command:ত
03:54 MySQL stop command ইয়াৰ লোকেশন লিখক বা ব্রাউস কৰক।
03:58 এইটো সাধাৰণতে MySQL সংস্থাপন ডাইৰেক্টৰিৰ bin ফোল্ডাৰত mysqladmin ইয়াৰ পাথ।
04:06 মোৰ সিস্টেমত এইটো হল /usr/bin/mysqladmin.
04:14 Arguments ফীল্ডত mysqladmin কমান্ড থাকিলে লিখক -u space root space stop.
04:27 সমাপ্ত হলে Admin Properties ট্যাব অনুৰুপ হোৱা উচিত যেনে স্ক্রিনত দেখোৱা হৈছে।
04:33 OK ত টিপক।
04:36 প্রথমে নিশ্চিত কৰক যে MySQL database মেশিনত ৰান হৈছে।
04:42 Service উইন্ডোত MySQL সার্ভাৰ নোড দেখায় যে MySQL database সার্ভাৰ কনেক্ট আছে কি নাই।
04:52 এইটো ৰান হৈছে নিশ্চিত কৰাৰ পিছত Databases >> MySQL server নোডত সো ক্লিক কৰক আৰু Connect চয়ন কৰক।
05:05 বিস্তাৰিত কৰিলে, MySQL সার্ভাৰ নোড সকলো উপলব্ধ MySQL databases প্রদর্শন কৰে।
05:13 SQL এডিটৰ দ্বাৰা databases ইয়াৰ সৈতে কথা কোৱা এটা প্রচলিত উপায়।
05:19 ইয়াৰ বাবে Netbeans ত বিল্ট ইন SQLএডিটৰ থাকে।
05:23 আপোনি এইটোক কনেকশন নোডত সো ক্লিক কৰি অ্যাক্সেস কৰিবলৈ পাৰে।
05:29 এতিয়া SQL এডিটৰ ব্যবহাৰ কৰি নতুন database ইনস্ট্যান্স বনাও।
05:34 Services উইন্ডোত MySQL সার্ভাৰ নোডত সো ক্লিক কৰক আৰু Create Database চয়ন কৰক।
05:44 Create Database dialog ত নতুন database ইয়াৰ নাম লিখক।
05:50 মই ইয়াৰ নাম mynewdatabase দিও।
05:56 আপোনি প্রদত্ত ইউসাৰক পূর্ণ অ্যাক্সসও দিব পাৰে।
06:01 ডিফল্টৰুপে মাত্র অ্যাডমিন ইউসাৰৰ কিছু কমান্ড প্রদর্শনৰ অনুমতি থাকে।
06:08 ড্রপ-ডাউন তালিকায়ে নির্দিষ্ট ইউসাৰৰ বাবে এই অনুমতিবোৰক অ্যাসাইন কৰিবলৈ অনুমতি দিয়ে।
06:13 এইটোৱে মাত্র ড্রপ টেবোল্সক এৰি,  ইউসাৰক সবতচে বেশী অনুমতি দিয়াৰ এটা ভাল অভ্যাস
06:18  অাৰু ইউসাৰক তাৰ অ্যাপ্লিকেশনৰ দ্বাৰা বনোৱা মাত্র সেই databases সংশোধনৰ অনুমতি দিয়ে। 
06:25 কিন্তু এতিয়াৰ বাবে, আমি চেক বাক্সক অচয়নিত কৰি এৰি দিও।
06:30 OK ত টিপক।
06:34 এতিয়া টেবোল বনাও, তথ্যৰ সৈতে তাৰ পূৰণ আৰু টেবোলত বনোৱা তথ্য সংশোধন কৰো।
06:41 mynewdatabase বর্তমানে খালি আছে।
06:44 টেবোলত ডেটা ইনপুট কৰিবলৈ প্রথম মেথড অন্বেষণ কৰো।
06:48 Database এক্সপ্লোৰাৰত, mynewdatabase কনেকশন নোডক প্রসাৰিত কৰক।
06:58 তিনটা sub ফোল্ডাৰ আছে।
07:00 Tables, Views আৰু Procedures
07:04 Tables ফোল্ডাৰত সো ক্লিক কৰক আৰু Execute Command চয়ন কৰক।
07:11 মেন উইন্ডোত SQL এডিটৰত এটা খালি ক্যানভাস খোলে।
07:16 এই SQL এডিটৰত এটা সহজ প্রশ্ন লিখক।
07:30 মই এতিয়া SQL এডিটৰত এটা সহজ প্রশ্ন লিখিছো।
07:36 এইটোৱে Counselor টেবোলৰ বাবে টেবোল পৰিভাষা হয় যাক আমি বনাব বিছাৰিছো।
07:42 এই কোয়েৰি নিস্পাদিত কৰিবলৈ হয়তো উপৰত টাস্ক বাৰত Run SQL আইকনত সো ক্লিক কৰক।
07:51 বা SQL এডিটৰৰ ভিতৰত সো ক্লিক কৰক আৰু Run Statement চয়ন কৰক।
08:00 IDEএ ডেটাবেসত Counselor টেবোল তৈয়াৰ কৰে।
08:04 আপোনি এই ইমেজ Output উইন্ডোত দেখিব পাৰে।
08:12 যাক কয় যে কমান্ড সফলভাবে নিস্পাদিত হৈ গৈছে।
08:17 এই পৰিবর্তনক প্ৰশিক্ষন কৰিবলৈ Database এক্সপ্লোৰাৰত Tables নোডত সো ক্লিক কৰক।
08:25 Refresh চয়ন কৰক।
08:28 এইটোৱে নির্দিষ্ট ডাটাবেসৰ বর্তমান স্ট্যাটাস আপডেট কৰে।
08:32 নতুন Counselor টেবোল এতিয়া Tables বিকল্পৰ তলত প্রদর্শিত হয়।
08:40 Table নোড প্রসাৰিত কৰিলে আপোনাৰ দ্বাৰা তৈয়াৰ কৰা কলম দেখিব পাৰে।
08:46 এতিয়া টেবোলত ডেটা ইনপুট কৰিবলৈ পিছৰ মেথড অন্বেষণ কৰো।
08:51 Create Table Dialog ব্যবহাৰ কৰি
08:54 Database এক্সপ্লোৰাৰত Tables নোডত সো ক্লিক কৰক আৰু Create Table চয়ন কৰক।
09:03 Create Table dialog খোলে।
09:06 Table name টেক্সট ফীল্ডত লিখক Subject.
09:13 Add Column ত টিপক।
09:16 Add Column ডায়ালগত Name ফীল্ডত id লিখক।
09:22 Type ড্রপ-ডাউন মেনুৰ পৰা ডেটা টাইপৰ বাবে SMALLINT চয়ন কৰক।
09:30 Add Column ডায়ালগ বাক্সত Primary Key চেক-বাক্সক চয়ন কৰক।
09:35 এইটোৱে টেবোলৰ বাবে primary key নির্দিষ্ট কৰে।
09:39 Primary Key চেক-বাক্স চয়ন কৰিলে Index আৰু Unique চেক-বাক্স নিজেই চয়নিত হৈ যায়।
09:49 Null চেক-বাক্সও অচয়নিত হয়।
09:53 কাৰণ primary কীস ডেটাবেসত অনন্য সাৰি সিনাক্ত কৰিবলৈ ব্যবহৃত হয়।
09:59 OK ত টিপক।
10:03 যেনে স্ক্রীনত দেখোৱা হৈছে অন্তিম কলম জুড়াবলৈ এই পদ্ধতি পুনৰাবৃত্তি কৰক।
10:09 এতিয়া আমি Subject নামৰ টেবোল বনাইছো যি Name, Description আৰু Counselor ID ইয়াৰ বাবে তথ্য ৰাখে।
10:20 OK ত টিপক।
10:23 ডেটাবেসত SQL কোয়েৰি ৰান কৰি ডেটাবেস গঠনত থকা ডেটাক যোগ, সংশোধন আৰু মুছি পেলাব পাৰো।
10:32 Counselor টেবোলত এটা নতুন ৰেকর্ড যোগ কৰো.
10:35 Tables নোড context মেনুৰ পৰা Execute Command চয়ন কৰক।
10:43 মেন উইন্ডোত এটা নতুন SQL এডিটৰ খোলে।
10:47 SQL এডিটৰত এটা সহজ প্রশ্ন লিখো।
11:00 এই প্রশ্নক নিস্পাদিত কৰিবলৈ সোর্স এডিটৰত সো ক্লিক কৰক আৰু Run Statement চয়ন কৰক।
11:07 প্ৰশিক্ষন কৰো যে যদি নতুন ৰেকর্ড টেবোলত যুক্ত কৰা হৈ থাকে।
11:12 Counselor টেবোলত সো ক্লিক কৰক আৰু View Data চয়ন কৰক।
11:18 নতুন SQL এডিটৰ মেন উইন্ডোত খুলিব।
11:21 টেবোলৰ পৰা সকলো ডেটা চয়ন কৰিবলৈ এটা প্রশ্নৰ সৈতে নিজেই তৈয়াৰ থাকে।
11:27 এই স্টেটমেন্টৰ ফলাফল workspace ইয়াৰ তলত table view ত প্রদর্শিত হয়।
11:41 এতিয়া তৈয়াৰ কৰা এটা নতুন সাৰি ডেটাৰ সৈতে যোগ কৰিছো।
11:46 IDE ত বহিস্থিত SQL সৰাসৰি ৰানও কৰিবলৈ পাৰো।
11:52 প্রদর্শনাত্মক উদ্দেশ্যৰ বাবে ইয়াত এটা SQL কোয়েৰি আছে।
11:59 এই স্ক্রিপ্টে দুটা টেবোল তৈয়াৰ কৰে যি আমি এতিয়া বনোৱাৰ নিচিনা একেই।
12:04 অর্থাৎ Counselor আৰু Subject
12:09 কাৰণ স্ক্রিপ্টে এই টেবোল অধিলিখিত কৰি দিয়ে।
12:12 আমি এই দুটা টেবোল মুছি দিও যদি সিহত ইতিমধ্যে উপস্থিত থাকে।
12:16 টেবোল মুছি পেলাবলৈ Counselor টেবোলত সো ক্লিক কৰক।
12:21 আৰু Delete চয়ন কৰক।
12:24 Confirm Object Deletion ডায়ালগ বাক্সত Yes ত টিপক।
12:31 একেইভাবে Subject ইয়াৰ বাবে পুনৰাবৃত্তি কৰক।
12:38 এতিয়া সিস্টেমৰ পৰা বিদ্যমান SQL কোয়েৰি ফাইলটো খুলক।
12:43 File মেনুৰ পৰা Open File চয়ন কৰক।
12:48 এই ফাইল যুক্ত স্থানৰ বাবে ব্রাউজ কৰক।
12:54 স্ক্রিপ্ট নিজেই SQL এডিটৰত খুলিব।
12:59 নিশ্চিত কৰক যে mynewdatabase ইয়াৰ বাবে কানেকশন চয়নিত।
13:03 এইটোক এডিটৰৰ উপৰত টুলবাৰত কানেকশন ড্রপ ডাউনৰ পৰা চাওক।
13:13 টাস্ক বাৰত Run SQL বোতামত টিপক।
13:17 স্ক্রিপ্ট চয়নিত database ইয়াৰ বিৰুদ্ধে নিস্পাদিত হয়।
13:22 mynewdatabase কানেকশন নোডত সো ক্লিক কৰক আৰু Refresh চয়ন কৰক।
13:28 এইটোৱে নির্দিষ্ট ডাটাবেসৰ বর্তমান স্টেটাসৰ বাবে ডাটাবেস কম্পোনেন্টক আপডেট কৰে।
13:34 এতিয়া এই টেবোলৰ পৰা যি কোনো এটাত সো ক্লিক কৰি View Data চয়ন কৰক।
13:41 Workspace ইয়াৰ তলত আপোনি এই টেবোলত অন্তর্ভুক্ত তথ্য দেখিব পাৰে।
13:52 এই টিউটোৰিয়েলত শিকিছো:
13:54 কম্পিউটাৰত MySQL কনফিগাৰ কৰা।
13:57 IDEৰ পৰা database সার্ভাৰৰ বাবে কানেকশন সেট আপ কৰা।
14:02 ডেটা বনোৱা, মুছি পেলোৱা আৰু সংশোধিত কৰা।
14:06 SQL কোয়েৰি ৰান কৰা।
14:10 নির্দেশিত কাম ৰুপত,
14:11 টেবোল সহ অন্য ডাটাবেস ইনস্ট্যান্স বনোৱা।
14:15 আপোনাৰ ব্যক্তিগত কিতাপৰ লাইব্রেৰি বজায় ৰাখিবলৈ প্রয়োজনীয় তথ্য দি এই টেবোলক পপুলেট কৰক।
14:21 আৰু তথ্য দেখিবলৈ এই SQL স্টেটমেন্টক ৰান কৰক।
14:29 এটা অনুৰুপ ডাটাবেস বনাইছো যি ব্যক্তিগত ফিল্ম লাইব্রেৰিৰ বর্ণন বজায় ৰাখে।
14:37 আপোনাৰ কাম এইৰকমে হোৱা উচিত।
14:44 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
14:48 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
14:51 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
14:56 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
15:01 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
15:04 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
15:10 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
15:15 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
15:20 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
15:27 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
15:30 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya