Moodle-Learning-Management-System/C2/Plugins-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 15:11, 26 December 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Installing plugins in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Plugins ৰ বিষয়ে আৰু Moodleplugin এটা কেনেকৈ ইনষ্ট’ল কৰা হয়
00:15 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:

উবুন্তো লিনাক্স OS 16.04

00:23 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা
00:31 Moodle 3.3
00:33 Firefox ওৱেব ব্ৰাউজাৰ আৰু কামকৰা ইন্টাৰনেট কানেকচন
00:40 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:44 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:52 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ওৱেবচাইতত কিছু কৌৰ্চেচ আৰু ইউজাৰচ থাকিব লাগিব
00:59 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:06 plugins কি হয়?

Plugins হৈছে এদ-অন টুলচ যিয়ে এটা উপলদ্ধ চফতৱেৰত বিশেষ বৈশিষ্ট্যসমূহ যোগ কৰে

01:15 Moodle ত বহুতো দৰকাৰি plugins আছে টিচাৰচ আৰু লগতে চাইত এদমিনিষ্ট্ৰেতৰৰ বাবে
01:22 এইবোৰ plugins দাইৰেক্তৰীত উপলদ্ধ হয়
01:26 ব্ৰাউজাৰ খোলক আৰু লিখক https://moodle.org/plugins
01:36 পৃষ্ঠাটোত ফিল্টাৰচ আছে Purpose আৰু Plugin Type ৰ ওপৰত ভিত্তি কৰি
01:41 তাত লগতে এটা search বক্স আছে, কাষ্টম চাৰ্চৰ বাবে
01:46 ওপৰত সোঁফালে কিছুমান সংখ্যা দৰ্শিত হৈছে । তলৰ টেকস্তে সিহঁত কি হয় সূচাইছে
01:53 এই টিউট’ৰিয়েলটোত, আমি attendance plugin ইনষ্ট’ল কৰিবলৈ শিকিম
01:59 চাৰ্চ বক্সত লিখক attendance আৰু চাৰ্চ বুটামত ক্লিক কৰক
02:05 আমি দেখিছো যে বহুতো plugins আছে এই কীৱৰ্দৰ সৈতে, হয়তো সিহঁতৰ টাইটলত বা বিৱৰণত
02:13 Attendance plugin ক্লিক কৰক ।

বিৱৰণত আহে “A plugin that allows an attendance log to be kept

02:22 নিশ্বিত কৰিবলৈ যে আপুনি একেটা plugin ত ক্লিক কৰিলে যি মই উল্লেখ কৰিছিলো, নতুন পৃষ্ঠাটোত টাইটল চাওঁক
02:30 ই ক’ব লাগিব Activities colon Attendance টাইটল হিচাবে
02:36 এই plugin এ টিচাৰ এজনক Moodleattendance log এখন ৰাখিবলৈ অনুমতি দিয়ে
02:42 যিকোনো নতুন plugin এটা ইনষ্ট’ল কৰাৰ আগতে, নিশ্বিত কৰক যে ই আপুনি ব্যৱ্হাৰ কৰি থকা Moodle ভাৰ্চনৰ বাবে উপলদ্ধ হয়
02:50 ভেৰিফাই কৰিবলৈ, Versions লিংকত ক্লিক কৰক ই সমৰ্থন কৰা ভাৰ্চনচ চাবলৈ
02:56 তললৈ স্ক্ৰ’ল কৰক চাবলৈ যে ই উপলদ্ধ হয়নে আমাৰ ভাৰ্চন Moodle 3.3 ৰ বাবে
03:03 Description লিংকলৈ ঘূৰি যাওঁক
03:06 বিৱৰণ পঢ়ক বুজিবলৈ যে plugin এ আপোনাৰ উদ্দেশ্যক সম্পূৰ্ণ কৰে নে নাই
03:12 ই লগতে উল্লেখ কৰে plugin টো ব্যৱ্হাৰ কৰিবলৈ লগা পূৰ্বেপ্ৰয়োজনীয়খিনি আৰু ব্যৱ্হাৰৰ নিৰ্দেশাৱলীসমূহ
03:20 আমি দেখিছো যে ই কিছু সংখ্যক ওৱেবচাইতত ব্যৱহৃত হৈছে আৰু বহুতো অনুৰাগী আছে
03:27 ই অনুমোদন দিয়ে যে plugin টো দৰকাৰি আৰু ব্যৱ্হাৰ কৰিবলৈ সহজ
03:33 আপুনি হয়তো লগতে বিচাৰিব পাৰে তললৈ স্ক্ৰ’ল কৰিবলৈ আৰু প্ৰশ্নসমূহ চাবলৈ যি আনে সুধিছে এই plugin ৰ বিষয়ে
03:40 যেতিয়া আপুনি সন্মত হয় যে আপুনি plugin টো ইনষ্ট’ল কৰিব বিচাৰে, Versions লিংকলৈ ঘূৰি যাওঁক
03:46 Download বুটামত ক্লিক কৰক
03:49 ফাইলটো আপোনাৰ ল’কেল চিষ্টেমত ছেভ কৰক । মই ইয়াক ইতিমধ্যে মোৰ চিষ্টেমত ছেভ কৰিলো
03:55 নতুন টেব এটা খোলক আৰু আপোনাৰ Moodle ওৱেবচাইতত site administrator হিচাবে ল’গিন কৰক
04:02 XAMPP service চলি থকাটো নিশ্বিত কৰক
04:06 আমি এতিয়া admin dashboard ত আছো
04:09 বাওঁফালে Site Administration ক্লিক কৰক
04:13 তেতিয়া Plugins টেবত আৰু পাছত Install plugins লিংকত ক্লিক কৰক
04:20 plugin এটা ইনষ্ট’ল কৰাৰ দুটা পদ্ধতি আছে - Moodle plugins directory ৰ দ্বাৰা আৰু এটা zip আপল’দৰ দ্বাৰা
04:29 আমি মাত্ৰ দ্বিতীয় পদ্ধতিটো সামৰিম
04:33 প্ৰথম পদ্ধতিটোত আমাৰ moodle.org ত এটা একাউন্ট থাকিব লাগিব, সেইবাবে আমি ইয়াক এৰিছো
04:41 Zip package ৰ কাষত Choose a file বুটামত ক্লিক কৰক
04:46 বাওঁফালে Upload a file লিংকত ক্লিক কৰক, যদিহে ই ইতিমধ্যে নিৰ্বাচিত হোৱা নাই
04:52 Browse বুটামত ক্লিক কৰক আৰু সেই ঠাইলৈ ব্ৰাউজ কৰক য’ত আপুনি plugin ফাইলটো ছেভ কৰিছিলে
04:59 জিপ ফাইলটো নিৰ্বাচিত কৰক যাক আমি আগতে দাউনল’দ কৰিছিলো
05:03 তেতিয়া এই উইন্দ’ৰ তলত Upload this file বুটামত ক্লিক কৰক
05:08 এতিয়া তলত Install plugin from the ZIP file বুটামত ক্লিক কৰক
05:14 আপুনি হয়তো এই পৃষ্ঠাটোত এৰ’ৰ এটা পাব পাৰে
05:18 এৰ’ৰ বাৰ্তাটোৱে কয় Validating mod_attendance ... Error
05:24 Cancel লিংকত ক্লিক কৰক
05:27 ই হৈছে আমাৰ বাবে এটা সূচক এই দাইৰেক্তৰীটোক write permission দিবলৈ
05:33 গতিকে Control + Alt + T কীচ টিপি টাৰ্মিনেলটো খোলক
05:39 লিখক sudo space chmod space 777 space slash opt slash lampp slash htdocs slash moodle slash mod slash
05:56 administrative password লিখক যদি সুধে আৰু Enter টিপক
06:02 আহক ব্ৰাউজাৰটোলৈ ঘূৰি যাওঁ আৰু প্ৰক্ৰিয়াটো পুনৰ কৰো
06:09 এইবাৰ আমি ভেলিদেচন সফলতাৰ বাৰ্তা পাওঁ । Continue বুটামত ক্লিক কৰক
06:17 মন কৰিব যে এই অতিৰিক্ত ষ্টেপটো প্ৰয়োজন হয় যদিহে আপুনি ওপৰৰ এৰ’ৰ স্ক্ৰিণ পায়
06:25 এতিয়া, plugin দাউনল’দ আৰু ভেলিদেত কৰা হ’ল Moodle ৰ এই ভাৰ্চনৰ বাবে
06:31 পাছত, আমি পৃষ্ঠা এটা পাম টাইটল Plugins check ৰ সৈতে
06:36 মন কৰিব ইয়াত status তথ্যটো সেউজীয়া, যি কয় To be installed
06:43 Upgrade Moodle database now বুটামত ক্লিক কৰক
06:47 এই ষ্টেপে কিছু সময় ল’ব পাৰে । ব্ৰাউজাৰ উইন্দ’খন ৰিফ্ৰেচ বা বন্ধ নকৰিব
06:53 যেতিয়া আপুনি সফলতাৰ বাৰ্তাটো দেখে, তেতিয়া Continue বুটামত ক্লিক কৰক
06:58 আমি এতিয়া New settings পৃষ্ঠাত আছো
07:02 সকলোবোৰ settings চাওঁক যদি আপুনি তাৰ যিকোনো এটাক সলাব বিচাৰে ।

মই কোনো পৰিবৰ্তন কৰিব নিবিচাৰো

07:10 চোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save Changes বুটামত ক্লিক কৰক
07:16 আপুনি হয়তো কিছু সাৱধানী বাৰ্তা দেখিব পাৰে যাক আপুনি সেই সময়ত অৱজ্ঞা কৰিব পাৰে
07:21 plugin সফলভাবে ইনষ্ট’ল হ’ল নে নাই তাক চাবলৈ, বাওঁফালৰ পানেলত Site Administration ক্লিক কৰক
07:29 তেতিয়া Plugins টেবত আৰু পাছত Plugins overview ক্লিক কৰক
07:36 ই আপোনাক সকলো plugins ৰ তালিকাখন দেখুৱাব
07:40 দিফল্টভাবে ইনষ্ট’ল হোৱাখিনি আৰু আপুনি ইনষ্ট’ল কৰাখিনি
07:46 মোৰ চাইতত, ই দেখুৱায় এই বহুতো plugins ইনষ্ট’ল কৰা হৈছে
07:51 অতিৰিক্তভাবে ইনষ্ট’ল হোৱা plugins চাবলৈ, টেবলৰ ওপৰত Additional plugins লিংকত ক্লিক কৰক
07:59 এইবোৰ হৈছে লিংকচ Settings লৈ যাবলৈ আৰু এই পৃষ্ঠাটোৰ পৰা plugin uninstall কৰিবলৈ
08:05 Teachers আৰু administrators এ এতিয়া তেওঁলোকৰ কৌৰ্চসমূহৰ বাবে attendance বনাব পাৰে
08:11 পুনৰ এবাৰ বাওঁফালৰ পানেলত Site administration ক্লিক কৰক
08:16 তেতিয়া ক্লিক কৰক Courses আৰু Manage Courses and categories
08:21 বাওঁফালে Course category1st year Maths ক্লিক কৰক
08:26 সোঁফালে Calculus course ক্লিক কৰক
08:30 তললৈ স্ক্ৰ’ল কৰক Calculus course দিতেইলচ চেকচনলৈ আৰু View টেবত ক্লিক কৰক Calculus course চাবলৈ
08:40 ওপৰত সোঁফালে gear icon ত ক্লিক কৰক আৰু তেতিয়া Turn editing on ক্লিক কৰক
08:47 টপিকচৰ আগৰ এৰিয়াৰ তলত সোঁফালে Add an activity or resource ক্লিক কৰক
08:54 Attendance এক্তিভিতিত দুবাৰ ক্লিক কৰক এতেনদেঞ্চ এটা বনাবলৈ
09:00 ইয়াত দেখুৱা ধৰণে নামটো আৰু বিৱৰণ এন্টাৰ কৰক
09:04 Grade চেকচনক প্ৰসাৰিত কৰক
09:07 এই দ্ৰপদাউনে নিৰ্ধাৰিত কৰে এতেনদেঞ্চৰ বাবে ব্যৱহৃত হোৱা গ্ৰেদিংৰ প্ৰকাৰক
09:12 যদি আপুনি এতেনদেঞ্চে কৌৰ্চ গ্ৰেদলৈ অৱদান দিয়াটো বিচাৰে, এটা উচ্চতম পইন্তৰ ভেলু চেত কৰক ।

দিফল্টটো হৈছে 100

09:21 মই Grade None হিচাবে বাচিম
09:24 আন অপচনচ দিফল্ট হিচাবে ৰাখক
09:27 তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক
09:31 আমি এতিয়া এটা নতুন পৃষ্ঠাত আছো
09:34 ইয়াত Status set টেবত ক্লিক কৰক
09:38 attendance ৰ বাবে চাৰিটা দিফল্ট ষ্টেতাচ আছে:

Present , Late , Excused , Absent

09:47 আপোনাৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি হয়তো এইবোৰ দিলিত বা অধিক যোগ কৰিব পাৰে
09:53 আপুনি লগতে ষ্টেতাচৰ নামবোৰ ম’দিফাই কৰিব পাৰে যদি আপুনি তাক কিবা বেলেগ নামেৰে মাতে
09:59 মই Excused ষ্টেতাচ দিলিত কৰিম কাৰণ মই তাক মোৰ ক্লাচত ব্যৱ্হাৰ নকৰো
10:07 এটা অনুমোদন বাৰ্তাৰ বক্স আহিছে ।

Continue বুটামত ক্লিক কৰক

10:13 এতিয়া Add session টেবত ক্লিক কৰক
10:16 আপুনি যোগ কৰিব বিচৰা প্ৰথম চেচনটোৰ তাৰিখক বাচক ।

মই ইয়াক ৰাখিম 4th June 2019 হিচাবে

10:24 চেচনটোৰ বাবে আৰম্ভ আৰু শেষ হোৱাৰ সময়ক বাচক
10:27 মন কৰিব যে সময়ৰ ফিল্দে এটা ২৪-ঘন্টাৰ ঘড়িক ব্যৱ্হাৰ কৰে ।

গতিকে এটা 3:15pm ৰ পৰা 4:05pm ৰ ক্লাচ হ’ব 15:15 ৰ পৰা 16:05 লৈকে

10:43 চেচনটোৰ বাবে এটা চমু বিৱৰণ লিখক
10:46 যদি আপুনি বিৱৰণ ফিল্দক খালি ৰাখে, দিফল্টভাবে বিৱৰণটো হ’ব “Regular class session”
10:54 Multiple sessions চেকচনত ক্লিক কৰক ইয়াক প্ৰসাৰিত কৰিবলৈ
10:59 যদি আপোনাৰ ক্লাচ নিয়মিত ব্যৱধানত হয়, আপুনি একে সময়তে বহুতো চেচন বনাব পাৰে
11:06 Repeat the session above as follows চেকবক্সত ক্লিক কৰক
11:11 যদি আপোনাৰ ক্লাচ সপ্তাহৰ নিৰ্দিষ্ট দিনত হয়, সপ্তাহৰ দিনবোৰক বাচক ।

মোৰ ক্লাচৰ বাবে, মই বাচিম Monday

11:20 পাছৰ অপচন হৈছে Repeat every দ্ৰপদাউন ।

যদি ক্লাচ প্ৰতিটো সপ্তাহতে হয়, 1 বাচক

11:28 যদি ক্লাচ প্ৰথম চেচনৰ তাৰিখৰ পৰা ২ সপ্তাহত হয়, 2 বাচক আৰু এনেদৰেই
11:35 মই ইয়াক 1 হিচাবে থাকিবলৈ দিম
11:38 ই বুজায় মোৰ ক্লাচ প্ৰতিটো সোমবাৰে 3:15pm ত ৫০ মিনিটৰ বাবে হয়
11:45 Repeat until হৈছে শেষৰ চেচনটোৰ তাৰিখ
11:49 মই ইয়াক 30th March 2020 হিচাবে থ’ম
11:54 পাছত Student recording চেকচনত ক্লিক কৰক ইয়াক প্ৰসাৰিত কৰিবলৈ
12:00 যদি আপুনি বিচাৰে যে ষ্টুদেন্তে তেওঁলোকৰ এতেনদেঞ্চক নিজে ৰেকৰ্ড কৰে, এই চেকচনত ফিল্দচ ভৰাওঁক
12:07 মই এই চেকচনক এৰিম
12:09 তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Add বুটামত ক্লিক কৰক
12:15 অনুমোদন বাৰ্তা এটা আহিছে কৈ 43 sessions were successfully generated
12:22 আপুনি হয়তো চেচনৰ এটা বেলেগ সংখ্যা দেখিব পাৰে, যদি আপুনি মোৰ সলনি বেলেগ তাৰিখ বাচে
12:28 প্ৰতিটো চেচনৰ কাষৰ আইকণচ চাওঁক
12:32 সিহঁতে টিচাৰক attendance ল’বলৈ দিয়ে, চেচনটো এদিত বা দিলিত কৰিবলৈ
12:39 সপ্তাহটোৰ বাবে Take attendance আইকনত ক্লিক কৰক যাৰ আপুনি attendance ল’ব বিচাৰে
12:46 আপুনি এই কৌৰ্চত অন্তৰ্ভুক্ত হোৱা সকলো ষ্টুদেন্তৰ তালিকা এখন দেখিব পাৰে আৰু আপুনি সিহঁতৰ attendance মাৰ্ক কৰিব পাৰে
12:53 P, L আৰু A হৈছে ষ্টেতাচ যাক আমি আগতে settings ত বাচিছিলো
12:59 'P' ৰ তলতে থকা ৰেদিঅ’ বুটাম চেক কৰক সকলো ইউজাৰৰ ষ্টেতাচক 'Present' লৈ চেত কৰিবলৈ আৰু মাত্ৰ অনুপস্থিত থকাৰ বাবে 'A' মাৰ্ক কৰক
13:10 আপুনি এতেনদেঞ্চ মাৰ্ক কৰি হ’লে, পৃষ্ঠাটোৰ তলত Save attendance বুটামত ক্লিক কৰক
13:18 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
13:24 এই টিউট’ৰিয়েলত, আমি শিকিলো:

Plugins ৰ বিষয়ে আৰু Moodleplugin এটা কেনেকৈ ইনষ্ট’ল কৰা হয়

13:32 আপোনাৰ বাবে এটা অনুশিলনী হৈছে:
13:35 Projectes TAC Dept এ মেন্তেইন কৰা plugin Font family এটাৰ বাবে চাৰ্চ কৰক
13:42 plugin টো ইনষ্ট’ল কৰক ইয়াৰ দিফল্ট চেতিংগচৰ সৈতে
13:46 Plugins overview চেকচনৰ পৰা ভেৰিফাই কৰক যে plugin টো ইনষ্ট’ল কৰা হ’ল
13:52 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
14:00 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
14:10 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
14:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ
14:27 মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9