Difference between revisions of "Linux/C2/Installing-Software-16.04/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 |- || '''Time''' || '''Narration''' |- || 00:01 || নমস্কাৰ আৰু '''উবুন্তো লিনাক্স 16.04''' অপাৰেত...")
 
 
Line 180: Line 180:
 
|-  
 
|-  
 
|| 04:16
 
|| 04:16
|| '''চফতৱেৰ চৌৰ্চেচ''' উইন্দ’ আহিছে স্ক্ৰিণত  
+
|| '''Software & Updates''' উইন্দ’ আহিছে স্ক্ৰিণত  
  
 
|-  
 
|-  

Latest revision as of 18:49, 30 July 2019


Time Narration
00:01 নমস্কাৰ আৰু উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত চফতৱেৰ ইনষ্ট’ল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:10 এই টিউট’ৰিয়েলটোত আমি শিকিম, উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত টাৰ্মিনেলৰ দ্বাৰা চফতৱেৰ ইনষ্ট’ল কৰিবলৈ
00:21 Synaptic পেকেজ মেনেজাৰ আৰু উবুন্তো চফতৱেৰ চেন্তাৰ
00:27 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰিছো
00:34 এই টিউট’ৰিয়েলটোৰ সৈতে আগবাঢ়িবলৈ, আপুনি ইন্টাৰনেতৰ সৈতে কানেক্তেদ হ’ব লাগিব
00:39 আপুনি এজন চিষ্টেম এদমিনিষ্ট্ৰেতৰ হ’ব লাগিব বা চফতৱেৰ ইনষ্ট’ল কৰিবলৈ এদমিনিষ্ট্ৰেতৰ ৰাইতচ থাকিব লাগিব
00:46 Synaptic পেকেজ মেনেজাৰ হৈছে a p t ৰ বাবে এটা গ্ৰাফিকেল প্ৰোগ্ৰাম
00:51 ই হৈছে apt-get কমান্দ লাইন ইউতিলিতিৰ বাবে এটা GUI
00:57 দিফল্টভাবে, Synaptic পেকেজ মেনেজাৰ উবুন্তো লিনাক্স 16.04 ত পূৰ্বে-ইনষ্ট’ল নহয়
01:05 গতিকে, আহক ইয়াক টাৰ্মিনেলৰ দ্বাৰা ইনষ্ট’ল কৰিবলৈ শিকো
01:10 আপোনাৰ কীবৰ্দত Ctrl, Alt আৰু T কীচ একেলগে টিপি টাৰ্মিনেল খোলক
01:18 এতিয়া টাৰ্মিনেলত লিখক, sudo স্পেচ a p t হাইফেন গেত স্পেচ ইনষ্ট’ল স্পেচ s y n a p আৰু Tab কী টিপক
01:34 s y n a p ৰ সৈতে আৰম্ভ হোৱা চফতৱেৰৰ তালিকা দেখুৱাব
01:40 এতিয়া শব্দটো সম্পূৰ্ণ কৰক synaptic হিচাবে আৰু এন্টাৰ টিপক
01:46 আপোনাক এদমিনিষ্ট্ৰেতৰ পাচৱৰ্দ এন্টাৰ কৰিবলৈ দিব
01:51 আপোনাক এদমিন পাচৱৰ্দ এন্টাৰ কৰক
01:54 টাৰ্মিনেলত পাচৱৰ্দ লিখোতে, ই আমালৈ দৰ্শিত নহ’ব । গতিকে ইয়াক সাবধানে লিখিব
02:02 এন্টাৰ টিপক
02:04 এতিয়া টাৰ্মিনেলে ইনষ্ট’ল হ’ব লগা পেকেজসমূহৰ তালিকাখন দেখুৱাব
02:09 আৰু দাউনল’দ কৰিবলগা ফাইলৰ চাইজৰ বিষয়ে তথ্য আৰু ইনষ্ট’লেচনৰ পাছত দিচক স্পেচ
02:17 ইয়াক কনফাৰ্ম কৰিবলৈ Y টিপক
02:19 এন্টাৰ টিপক
02:22 ইনষ্ট’লেচন এতিয়া আৰম্ভ হৈছে । আপোনাৰ ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি, ই সমাপ্ত হ’বলৈ কিছু সময় ল’ব
02:31 এতিয়া আমি Synaptic পেকেজ মেনেজাৰ সফলভাবে ইনষ্ট’ল কৰিলো
02:36 আহক টাৰ্মিনেল বন্ধ কৰো
02:39 ইনষ্ট’লেচন কনফাৰ্ম কৰিবলৈ, দাচ হ’মলৈ যাওঁক । চাৰ্চ বাৰত, লিখক synaptic
02:46 আমি চাৰ্চ ফলাফলত Synaptic পেকেজ মেনেজাৰ আইকন দেখিছো
02:51 এতিয়া আহক Synaptic পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি চফতৱেৰ ইনষ্ট’ল কৰিবলৈ শিকো
02:57 Synaptic পেকেজ মেনেজাৰ আইকনত ক্লিক কৰক
03:01 এটা অথেনতিকেচন দাইল’গ বক্স আহিছে পাচৱৰ্দ সুধি
03:06 আহক এদমিন পাচৱৰ্দ লিখো আৰু এন্টাৰ টিপো
03:10 যেতিয়া আমি Synaptic পেকেজ মেনেজাৰ প্ৰথমবাৰ ব্যৱ্হাৰ কৰো, এটা পৰিচয়ৰ দাইল’গ বক্স আহে
03:17 এই দাইল’গ বক্সত Synaptic পেকেজ মেনেজাৰ কেনেকৈ ব্যৱ্হাৰ কৰিব লাগে তাৰ তথ্য থাকে
03:23 এই দাইল’গ বক্সটো বন্ধ কৰিবলৈ ক্ল’জ বুটামত টিপক
03:27 আহক Synaptic পেকেজ মেনেজাৰত Proxy আৰু ৰেপ’জিতৰি কনফিগাৰ কৰো
03:33 আমি এপ্লিকেচন বা পেকেজ এটা ইনষ্ট’ল কৰাৰ আগতে ইয়াক কৰিব লাগিব
03:38 চেতিংগচলৈ যাওঁক আৰু প্ৰিফাৰেঞ্চেচ ক্লিক কৰক
03:42 প্ৰিফাৰেঞ্চেচ উইন্দ’ত বহুতো টেব আছে, যি স্ক্ৰিণত দৰ্শিত হৈছে
03:48 নেটৱৰ্কত ক্লিক কৰক Proxy চেতিংগচ কনফিগাৰ কৰিবলৈ
03:52 Proxy চাৰ্ভাৰৰ ভিতৰত দুটা অপচন আছে – দাইৰেক্ত কানেকচন আৰু মেনুৱেল Proxy
04:00 মই দাইৰেক্ত কানেকচন ব্যৱ্হাৰ কৰিম । আপুনি নিজৰ পচন্দৰ অপচন বাচিব পাৰে
04:06 উইন্দ’খন বন্ধ কৰিবলৈ তলত OK বুটামত ক্লিক কৰক
04:11 এতিয়া পুনৰ, চেতিংগচলৈ যাওঁক আৰু ৰেপ’জিতৰিচ ক্লিক কৰক
04:16 Software & Updates উইন্দ’ আহিছে স্ক্ৰিণত
04:20 উবুন্তো চফতৱেৰ দাউনল’দ কৰিবলৈ বহুতো চৌৰ্চ আছে
04:24 দাউনল’দ ফ্ৰম দ্ৰপ দাউন মেনুত ক্লিক কৰক আৰু মাউচ বুটামটো ধৰি থাকক, ৰেপ’জিতৰিচ তালিকাখন চাবলৈ
04:31 আদাৰে গ্ল’বৰ চাৰিওফালৰ চাৰ্ভাৰৰ তালিকা এখন দেখুৱায়
04:36 এই উইন্দ’খন বন্ধ কৰিবলৈ তলত Cancel বুটামত ক্লিক কৰক
04:41 মই Server for India ব্যৱ্হাৰ কৰিছো ইয়াত দেখুৱা ধৰণে
04:45 চফতৱেৰ চৌৰ্চেচ উইন্দ’খন বন্ধ কৰিবলৈ Close বুটামত ক্লিক কৰক
04:50 যদি আপুনি Synaptic পেকেজ মেনেজাৰ প্ৰথমবাৰ ব্যৱ্হাৰ কৰিছে, আপুনি পেকেজসমূহ ৰিল’দ কৰিব লাগিব
04:57 ইয়াক কৰিবলৈ, তোলবাৰত Reload বুটামত ক্লিক কৰক
05:02 ই কিছু চেকেন্দ সময় ল’ব
05:05 ইয়াত চাওঁক । আমি দেখিছো পেকেজসমূহ ইন্টাৰনেতৰ দ্বাৰা ট্ৰেনচফাৰ হৈছে আৰু লগতে আপদেত হৈছে
05:13 মই এতিয়া এটা উদাহৰণ হিচাবে VLC প্লেয়াৰ ইনষ্ট’ল কৰিম
05:18 আহক চাৰ্চ ফিল্দলৈ যাওঁ, যি তোলবাৰত অৱস্থিত
05:23 চাৰ্চ দাইল’গ বক্সত, লিখক vlc আৰু তেতিয়া চাৰ্চ বুটামত ক্লিক কৰক
05:29 ইয়াত আমি সকলো VLC পেকেজসমূহ দেখিছো যি তালিকাবদ্ধ হৈছে
05:34 VLC পেকেজ নিৰ্বাচিত কৰিবলৈ, চেক বক্সত ৰাইত ক্লিক কৰক আৰু অহা মেনুৰ পৰা Mark for installation অপচনটো বাচক
05:45 দাইল’গ বক্স এটা আহিছে ৰেপ’জিতৰি পেকেজসমূহৰ সকলো তালিকা দেখুৱাই
05:51 মাৰ্ক বুটামত ক্লিক কৰক সকলো dependencies পেকেজসমূহ স্বয়ংক্ৰিয়ভাবে মাৰ্ক কৰিবলৈ
05:57 তোলবাৰলৈ যাওঁক আৰু এপ্লাই বুটামত ক্লিক কৰক
06:01 Summary উইন্দ’ এখন আহিছে ইনষ্ট’ল কৰিবলগা পেকেজসমূহৰ সবিশেষ দেখুৱাই
06:07 ইনষ্ট’লেচন আৰম্ভ কৰিবলৈ তলত এপ্লাই বুটামত ক্লিক কৰক
06:12 ইনষ্ট’লেচনৰ প্ৰক্ৰিয়াটোৱে কিছু সময় ল’ব
06:16 ই নিৰ্ভৰ কৰিব ইনষ্ট’ল কৰিবলগা পেকেজসমূহৰ সংখ্যা আৰু চাইজৰ ওপৰত
06:21 Applying চেঞ্জেচ উইন্দ’ বন্ধ হ’ব, ইনষ্ট’লেচন সম্পূৰ্ণ হোৱাৰ লগে লগে
06:27 Synaptic পেকেজ মেনেজাৰ উইন্দ’ বন্ধ কৰক
06:31 এতিয়া, আহক VLC প্লেয়াৰ সফলভাবে ইনষ্ট’ল হ’লনে নাই পৰীক্ষা কৰো
06:37 দাচ হ’মলৈ যাওঁক
06:39 চাৰ্চ বাৰত লিখক, vlc
06:42 আমি দৰ্শিত তালিকাত VLC আইকন দেখিছো । ইয়াত ক্লিক কৰক খুলিবলৈ
06:49 একেদৰে, আমি Synaptic পেকেজ মেনেজাৰ ব্যৱ্হাৰ কৰি অন্য এপ্লিকেচনচ ইনষ্ট’ল কৰিব পাৰো
06:56 পাছত আমি শিকিম উবুন্তো চফতৱেৰ চেন্তাৰৰ দ্বাৰা কেনেকৈ চফতৱেৰ ইনষ্ট’ল কৰা হয়
07:02 উবুন্তো চফতৱেৰ চেন্তাৰ হৈছে এটা এপ্লিকেচন যি আমাক উবুন্তো লিনাক্স OS ত চফতৱেৰ মেনেজ কৰিবলৈ অনুমতি দিয়ে
07:10 আপুনি ইয়াক চফতৱেৰ এটা চাৰ্চ, দাউনল’দ, ইনষ্ট’ল, আপদেত বা আনইনষ্ট’ল কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰে
07:17 ই লগতে আনকি আপুনি ব্যৱ্হাৰ কৰাৰ আগতে চফতৱেৰৰ বিষয়ে তথ্য দিয়ে
07:23 উবুন্তো চফতৱেৰ চেন্তাৰ খুলিবলৈ, ল’ঞ্চাৰলৈ যাওঁক
07:27 উবুন্তো চফতৱেৰ আইকনত ক্লিক কৰক
07:31 উবুন্তো চফতৱেৰ চেন্তাৰ উইন্দ’ আহিছে
07:35 একেবাৰে ওপৰত, আমি তিনিটা টেব দেখিছো - All, Installed আৰু আপদেতচ
07:42 All টেবত ক্লিক কৰক
07:44 আমি ওপৰত এদাল চাৰ্চ বাৰ দেখিছো
07:47 ই আমাক উপলদ্ধ চফতৱেৰ চাৰ্চ কৰিবলৈ সহায় কৰিব
07:51 এতিয়া, আহক Inkscape চফতৱেৰক ইনষ্ট’ল কৰো
07:55 চাৰ্চ বাৰত লিখক inkscape
07:59 Inkscape ৰ বিষয়ে এটা চমু তথ্য দৰ্শিত হৈছে
08:03 এতিয়া সোফালে চুকত ইনষ্ট’ল বুটামত ক্লিক কৰক
08:07 অথেনতিকেচন দাইল’গ বক্স আহিছে
08:10 আপোনাৰ এদমিন পাচৱৰ্দ লিখক আৰু অথেনতিকেত বুটামত ক্লিক কৰক
08:16 প্ৰগ্ৰেচ বাৰে সূচায় যে Inkscape ইনষ্ট’ল হৈ আছে
08:21 ইনষ্ট’লেচনে কিছু সময় ল’ব পাৰে ইনষ্ট’ল হ’বলগা পেকেজসমূহৰ সংখ্যা আৰু চাইজৰ ওপৰত নিৰ্ভৰ কৰি
08:28 প্ৰগ্ৰেচ লগতে ওপৰত Installed টেবত সূচীত হয় । ইয়াত ক্লিক কৰক
08:35 ইনষ্ট’লেচন এটা হৈ থাকোতে আপুনি অন্য এপ্লিকেচনচ এক্সেচ কৰিব পাৰে
08:41 Inkscape শব্দটোত ক্লিক কৰক
08:44 Inkscape ৰ বিষয়ে তথ্য দৰ্শিত কৰিব
08:48 Inkscape এবাৰ ইনষ্ট’ল হ’লে, আমি ইয়াৰ কাষত ৰিম’ভ আৰু Launch বুটাম দুটা দেখিম
08:55 যদি আপুনি চফতৱেৰটো আনইনষ্ট’ল কৰিব বিচাৰে, ৰিম’ভ বুটামত ক্লিক কৰক
09:00 এপ্লিকেচনচটো ল’ঞ্চ কৰিবলৈ, Launch বুটামত ক্লিক কৰক । মই ইয়াত ক্লিক কৰিম
09:06 Inkscape এপ্লিকেচনচটো ল’ঞ্চ কৰিব
09:10 উবুন্তো চফতৱেৰ চেন্তাৰলৈ ঘূৰি যাওঁক । ওপৰত বাওঁফালে বেক এৰ’ বুটামত ক্লিক কৰক আৰু মেইন স্ক্ৰিণলৈ ঘূৰি আহক
09:18 এতিয়া আপদেতচ টেবত ক্লিক কৰক
09:21 আমি দেখিছো ই কয়, Software is up to date
09:25 ওপৰত বাওঁফালে ৰিফ্ৰেচ আইকনত ক্লিক কৰক । ই যিকোনো নতুন আপদেতচৰ বাবে চেক কৰিব
09:31 এতিয়া আমি এটা OS আপদেতচ পালো
09:34 ইয়াত ক্লিক কৰক সবিশেষ চাবলৈ । মই ইয়াক বন্ধ কৰিম
09:39 যদি আপুনি এই আপদেত ইনষ্ট’ল কৰিব বিচাৰে, ইনষ্ট’ল বুটামত ক্লিক কৰক । নতুবা ইয়াক এৰক
09:46 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
09:52 এই টিউট’ৰিয়েলটোত আমি শিকিলো, উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেমত টাৰ্মিনেলৰ দ্বাৰা চফতৱেৰ ইনষ্ট’ল কৰিবলৈ
10:02 Synaptic পেকেজ মেনেজাৰ আৰু উবুন্তো চফতৱেৰ চেন্তাৰ
10:07 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে
10:24 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:28 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
10:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
10:44 এই টিউট’ৰিয়েলৰ বাবে স্ক্ৰিপ্ত স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, PoojaMoolya