Linux-Old/C2/Synaptic-Package-Manager/Assamese

From Script | Spoken-Tutorial
Revision as of 10:44, 20 March 2014 by Desicrew (Talk | contribs)

Jump to: navigation, search
VISUAL CUE NARRATION
0:00 vচাইন’পটিক পেকেজ মেনেজাৰৰ ব্যৱহাৰ শিকিবলৈ আপোনাক স্পোকেন টিউটোৰিয়েললৈ স্বাগতম৷
0:06 এই টিউটৰিয়েলট্, আমি চাইনপটিক্ পেকেজ মেনেজাৰ ব্যৱহাৰ ইউ বুন্টোত কেনেকৈ এপ্লিকেচন্ ইনষ্টল কৰিব পাৰি তাক শিকোৱা হব৷
0:17 এই টিউটৰিয়েলটো ব্যাখা কৰিবলৈ মই জিনম্ এন্টাৰটেইনমেন্ট ডেক্সটপৰ সৈতে ইউ বুন্টো. ০৪ ব্যৱহাৰ কৰিছো৷
0:24 আপনি Synaptic Package Manager ব্যবহার প্রশাসনিক অধিকার থাকা প্রয়োজন.
0:29 ইনটাৰনেট সংযোগে ভালদৰে কাম কৰিব লাগিব৷ সেয়ে আহক আমি প্ৰথমে চাইনাপটিক পেকেজ মেনেজাৰ অপেন কৰো৷
0:36 ডাৰ বাবে অনুগ্ৰহ কৰি চিষ্টম - এডমিনিষ্ট্ৰেচনলৈ ঘাওক আৰু চাইনাপটিক পেকেজ মেনেজাৰত ক্লিক কৰক৷
0:47 ইয়াত, পাচৱৰ্ড, বিচাৰি এটা অ’থেন্টিকেচন ডাইলগ বক্স প্ৰত্যক্ষ হব৷
0:55 পাচৱৰ্ড টাইপ কৰক আৰু এন্টাৰ দবাওক৷
1:06 ঘেতিয়া আমি প্ৰথম বাৰৰ বাবে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰিম, এটা পৰিচয়সূচক ডাইলগ বক্স প্ৰত্যক্ষ হব৷
1:13 চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰৰ বিৱৰণ এই ডাইলগ বক্স ত থাকিব৷
1:20 এটা এপ্লিকেচন বা পেকেজ ইনষ্টল কৰিবৰ বাবে চাইনাপটিক পেকেজ মেনেজাৰত প্ৰক্সি আৰু ৰিপজিটৰি কনফিগাৰ কৰক৷
1:29 এইটো কৰিবলৈ চাইনাপটিক পেকেজ মেনেজাৰ উইন্দো লৈ যাওক৷
1:36 অনুগ্ৰহ কৰি চেটিংচ লৈ যাওক আৰু প্রিফাৰেঞ্চচত ক্লিক কৰক৷
1:44 প্ৰিফাৰেঞ্চ উইন্দোত থকা বহুতো টেব্ স্ক্ৰিনত প্ৰত্যক্ষ হব৷ এতিয়া প্ৰিস্কচেটিংচ কনিফিগাৰ কৰিবলৈ নেটৰ্ৱকত ক্লিক কৰক৷
1:55 প্রক্সি চাৰভাৰত দুটা অপচন থাকিব - ডাইৰেক্ট কানেকচন আৰু মেনৱেল প্ৰস্কি কন্ফিগাৰেচন৷ মই ইয়াত দেখুওৱাৰ ধৰণে মেনুৱেৰ প্ৰস্কি কনফিগাৰেচন ব্যৱহাৰ কৰিছো৷আপুনি আপোনাৰ মতে অপচন্ বাচি লওক আৰু অথন্টিকেচন বাটনত ক্লিক কৰক৷HTTP অথেন্টিকেচন উইন্দো স্ক্ৰিনত প্ৰত্যক্ষ হব
2:21 প্ৰয়োজন হলে ইউজাৰনেম আৰু পাছৱৰ্ড দিয়ক আৰ অ’কেত ক্লিক কৰক৷ পৰিবৰ্তন খিনিৰ বাবে এপ্লাই ত ক্লিক্ কৰক ৷উইন্দোখন বন্ধ বন্ধ কৰিবলৈ OK ত ক্লিক কৰক
2:38 এতিয়া আকৌ “চেটিংচলৈ” ঘাওক আৰু ৰিপ’জিটৰিজ ত ক্লিক কৰক৷
2:46 চফটৱেৰ চ’ৰচেচ্ উইন্দো স্ক্ৰিনত প্ৰত্যক্ষ হব৷
2:51 বহুত উৎসৰ পৰাই ইউ বুন্টউ চফটৱেৰ ডাউনলোড কৰিব পৰা ঘায়৷ মেনুখন তললৈ Download From ত ক্লিক কৰক আৰু ৰিপ’জিঠৰৰিজৰ তালিকাখন চাৱলৈ মাউচৰ বাটনটো ধৰি ৰাখক৷
3:05 প্ৰ’বৰ সকেলা চাৰডাৰৰ তালিকা ‘‘আদাৰে’’ দেখুৱায়৷
3:12 এই উইন্দো ক্ল’জ কৰিবলৈ কেঞ্চেল ক্লিক কৰক৷ ইয়াত দেখুওৱা ধৰণে মই চাৰডাৰ ফ’ৰ ইণ্ডিয়া ব্যৱহাৰ কৰিছো৷ ‘‘চফটৱেৰ চ’ৰচেচ’’ উইন্দো বন্ধ কৰিবলৈ ক্লজত ক্লিক কৰক৷
3:26 Tools ৰ ব্যৱহাৰ কেনেকৈ কৰা যায় এইটো শিকিবলৈ উদাহৰণ স্বৰূপে আমি vlc player install কৰোঁ।
3:34 যদি আপুনি চাইনাপটিক পেকেজ মেনেজাৰ প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছে তেন্তে আপুনি পেকেজচ্ ৰিলোড কৰিব লাগিব৷ এইটো কৰিবলৈ টুলবাৰত থকা ‘‘ৰিলোড’’ বাটনত ক্লিক কৰক৷ ইয়াত হয়তো কিছু ছেকেণ্ডৰ প্ৰয়োজন হব৷ ইয়াত আমি ইন্টাৰনেটৰ ঘোগেদি পেকেজচবোৰ ট্ৰেঞ্চফাৰ হোৱা আৰু আপদেট হোৱা দেখা পাম৷
3:59 ৰিলোডিং সম্পূৰ্ণ হোৱাৰ লগে লগে টুল-বাৰত থকা কুইক বক্সত ঘাওক আৰু vlc টাইপ কৰক৷
4:14 ইয়াত আমি সকলো vlc পেকেজৰ তালিকাখন দেখা পাম৷
4:19 vlc পেকেজ চিলেক্ট কৰিবলৈ, চেকবক্সত ক্লিক কৰক আৰু মেনুবাৰত থকা ‘‘মাৰ্কফ’ৰ ইনষ্টলেচন অপচনটো চিলেক্ট কৰক।
4:34 সকলো ৰিপ’জিটৰী পেকেজৰ তালিকাখন দেখুৱাই এটা ডাইলগবক্স প্ৰত্যক্ষ হব৷ সকলো dependencies পেকেজবোৰ আপোনা আপুনিকৈ মাৰ্ক কৰিবলৈ ‘‘মাৰ্ক’’ বাটনটোত ক্লিক কৰক৷
4:46 টুলবাৰলৈ ঘাওক আৰু এপ্লাই বাটনটো ক্লিক কৰক৷
4:52 ইষ্টল হবলগীয়া পেকেজৰ বিৱৰণ দেখুৱাই এটা চামাৰী-উইন্দো প্ৰত্যক্ষ হব৷ ইনষ্টলেচন ষ্টাৰ্ট কৰিবলৈ ‘‘এপ্লাই’’বাটনত ক্লিক কৰক৷
5:05 ইষ্টলেচন হবলগীয়া পেকেজৰ সংখ্যা আৰু আকাৰৰ ডিত্তিত ইনষ্টলেচন প্ৰকিয়াটোৱে কিছু সময় লব৷
5:25 ইনষ্টলেচন সমাপ্তহোৱাৰ লগে-লগে ‘‘ডাইনলোডিং পেকেজ ফাইল’’ উইন্দো বন্ধ হব৷
5:43 এতিয়া আমি সলনিবোৰ এপ্লাই হোৱা দেখা পাম৷
6:00 এতিয়া আমি vlc ইনষ্টল হোৱা দেখিলো চাইনপটিক পেকেজ মেনেজাৰ window খন বন্ধ কৰক৷
6:09 এতিয়া vlc প্লেয়াৰ সফলডাৰে ইনষ্টল হৈছেনে নাই তাক প্ৰমানণকৰো আহক৷
6:15 এইটো কৰিবলৈ এপ্লিকেচন চাউক আৰু ডিডিঅ’লৈ ঘাওক৷ ইয়াত আমি দেখিম ঘে vlc মিডিয়া প্লেয়াৰ তালিকাঘুক্ত হৈছে৷ ইয়াৰ অৰ্থ হৈছে vlc সাফল্যভাৱে ইনষ্টল হৈছে৷ একেদৰে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি আমি বেলেগ এপ্লিকেচনো ইনষ্টল কৰিব পাৰো৷
6:36 মই সংক্ষেপ কৰিব বিছাৰিছো - এই টিউটোৰিয়েলত, আমি টিউটোৰিয়েলত চাইনাপটিক পেকেজ মেনেজাৰ প্ৰস্কি আৰু ৰিপ’জিটোৰ ক’নফিগাৰ কৰিব পাৰি কেনেকে চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি এপ্লিকেচন বা পেকেজ ইনষ্টল কৰিব পাৰি৷
6:51 স্পোকেন টিউটৰিয়েল প্ৰজেক্ট, ট’ক টুত্ৰ টিচাৰ প্ৰজেক্টৰ এটা অংশ হয়, নেচ’নেল মিচন অ’ন এডুকেচন থৰৰ দ্বাৰা ICT সমৰ্থিত৷ এই সন্দর্ভত অধিক জানিবলৈ হ’লে এই লিঙ্কটোত চাব পাৰ http://spoken-tutorial.org/

NMEICT-Intro

7:19 এই টিউটোৰিয়েলখন আগবঢ়াইছে ………………………………………….(অনুবাদক আৰু বর্ণনাকাৰীৰ নাম)

আৰু এইয়া হ’ল --------------------------(ৰেকর্ডাৰজনৰ নাম) পৰা ---------------(ঠাইখনৰ নাম) স্বাক্ষৰ। চোৱাৰ বাবে ধন্যবাদ যোগদান কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Desicrew, Mousumi, Nancyvarkey, Pratik kamble