LaTeX-Old-Version/C2/LaTeX-on-Windows-using-TeXworks/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LaTeX on Windows using TeXworksৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 MikTeX ডাউনলোড আৰু ইনস্টল কৰা
00:11 TeXworks ব্যবহাৰ কৰি মৌলিক লেটেক ডকিউমেন্ট লিখা
00:15 অনুপস্থিত প্যাকেজ ডাউনলোড কৰিবলৈ MikTeXক কনফিগাৰ কৰা
00:19 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে আমি Windows7 অপাৰেটিং সিস্টেম আৰু MikTeX2.9 ব্যবহাৰ কৰিছো,
00:27 আমি এতিয়া TeXworksৰ প্রধান বৈশিষ্ট্য চাও.
00:31 এইটো এটা প্ল্যাটফর্ম স্বাধীনভাবে.
00:33 ইয়াত এটা এমবেডেড পিডিএফ ৰিডাৰ আছে.
00:36 ই এটা ভাৰতীয় ভাষা টাইপচেটিঙ সমর্থন কৰে.
00:39 আমি TeXwork ৰ সৈতে আৰম্ভ কৰাৰ পূর্বে, আমি MikTeX ইনস্টল কৰিব লাগিব.
00:44 MikTeX, টেক্স বা লেটেকৰ আৰু উইন্ডোজৰ বাবে বিষয়ক কার্যক্রমৰ এটা up-to-date বাস্তবায়ন(implementation) হয়.
00:52 এইটোৱে উইন্ডোজত লেটেকত মৌলিক ডকিউমেন্ট তৈয়াৰ কৰাৰ প্রয়োজন প্যাকেজ আছে.
00:58 সেয়ে, TeXwork MikTeX ইনস্টলেশনৰ সৈতে উপলব্ধ এটা ডিফল্ট এডিটৰ হয়.
01:04 ওয়েবসাইটত যাওক www.miktex.org
01:10 প্রস্তাবিত(recommended) MikTeX ইনস্টলাৰ বাবে 'ডাউনলোড লিঙ্ক' 'ত ক্লিক কৰক.
01:15 এইটোৱে MikTeX ইনস্টলাৰ ডাউনলোড কৰে.
01:18 ডাউনলোড কৰি আৰু আপোনাৰ ডেস্কটপত এইটো সংৰক্ষণ কৰক.
01:22 এইটো এটা ডাঘৰ ফাইল কমেও 154 মেগা বাইট.
01:25 সেয়ে এইটোৱে কিছু সময় লব ডাউনলোড কৰিবলৈ.
01:27 মই ইতিমধ্যে এই ফাইলটো ডাউনলোড কৰিলো. এইতো ইয়াত আছে.
01:32 এই ফাইলত ডাবল ক্লিক কৰি ইনস্টলেশন আৰম্ভ কৰক.
01:36 চেক বক্সত ক্লিক কৰক আৰু Nextত ক্লিক কৰক.
01:40 সকলো ডিফল্ট অপশন নির্বাচন কৰক.
01:43 ইনস্টলেশনে প্রায় 5ৰ পৰা 10 মিনিট সময় লগাব.
01:47 মই ইতিমধ্যে মোৰ কম্পিউটাৰত MikTeX ইনস্টল কৰি থৈছো.
01:50 সেয়ে মই ইনস্টলেশন প্রক্রিয়াৰ সৈতে আগলৈ নাযাও.
01:54 সফলভাবে আপোনাৰ কম্পিউটাৰত MikTeX ইনস্টল কৰাৰ পাছত
01:58 আমি MikTeXৰ সৈতে আহা 'TeXworks আৰু editorৰ ব্যবহাৰ চাও.
02:03 উইন্ডোজ Start' 'বাটনত ক্লিক কৰক.
02:07 All Programsত ক্লিক কৰক.
02:09 MikTeX2.9ত ক্লিক কৰক.
02:12 'TeXworks' ত ক্লিক কৰক
02:15 TeXworks editor খোল খাব
02:18 আমি ইতিমধ্যে বিদ্যমান 'লেটেক ডকিউমেন্ট' খুলো.
02:21 মই Fileত ক্লিক কৰিম, তাৰ পিছত Openত আৰু directory বাছিম.
02:28 তাৰপিছত মই ফাইল "hello.tex" খুলিম.
02:32 আপোনি দেখিব পাৰে যে এই ফাইলত লিখিত টেক্সট ৰঙ্গিন হয়
02:37 এইটোক সিনট্যাক্স হাইলাইটিং বোলা হয়.
02:41 এইটোৱে ব্যবহাৰকাৰীক কন্টেন্ট ব্যবহাৰকাৰী আৰু 'লেটেক সিনট্যাক্সৰ মাজৰ পার্থক্য কৰিবলৈ সাহায্য কৰে.
02:47 যদি,লেটেক সিনট্যাক্স হাইলাইট হোৱা নাই তেনেহলে নিম্নোক্ত কাম কৰক.
02:52 TeXwork উইন্ডোত, 'মেনু বাৰত পোৱা 'Format বাটনত ক্লিক কৰক.
02:58 Syntax Colouring' নির্বাচন কৰক আৰু তাৰপিছত 'লেটেক' 'ত ক্লিক কৰক.
03:03 আপোনি যদি লেটেক ডকিউমেন্ট তৈয়াৰ কৰাত প্রত্যেকবাৰে সিনট্যাক্স হাইলাইটিং প্রয়োগ কৰিব বিছাৰে তেনেহলে নিম্নলিখিত কামবোৰ কৰক.
03:10 মেনুবাৰত, Editত ক্লিক কৰক তাৰপিছত Preferencesত ক্লিক কৰক.
03:16 ' Editor 'ট্যাবত, ড্রপডাউন বাটনত ক্লিক কৰক যিয়ে Syntax Colouringৰ বাবে অপশন দিয়ে.
03:22 'লেটেক' নির্বাচন কৰক আৰু তাৰপিছত OKত ক্লিক কৰক.
03:26 এই ভাবে, সিনট্যাক্স হাইলাইটিংএ ভবিষ্যতত তৈয়াৰ হব লগীয়া সকলো ডকিউমেন্টত প্রয়োগ কৰা হব.
03:32 এতিয়া আমি আমাৰ লেটেক ডকিউমেন্ট কম্পাইল কৰাৰ বাবে প্রস্তুত হয়.
03:36 Ctrl আৰু t কিচ একেলগে টিপক সংকলন(compilation) আৰম্ভ কৰাৰ বাবে.
03:42 ডকিউমেন্টখন এবাৰ এৰৰ নোহোৱাকৈ কম্পাইল হোৱাত, ফলত 'পিডিএফ' খোলা খাব.
03:49 উল্লেখ্য যে এই পিডিএফ ৰিডাৰ TeXworkৰ সৈতে আহে.
03:53 এটা কম্পাইল পিডিএফ ফাইল প্রদর্শন কৰাৰ বাবে এইটো TeXworkৰ দ্ৱাৰা ব্যবহৃত ডিফল্ট পিডিএফ ৰিডাৰ হয়.
03:59 এতিয়া আমি এটা 'Beamer' ডকিউমেন্ট কম্পাইল কৰো.
04:02 'আমি ইনস্টল কৰা MikTeX সেটআপত ডিফল্টৰুপে' Beamer package অন্তর্ভুক্ত কৰা হোৱা নাই.
04:08 মানে আমি কি কৰিব লাগিব
04:10 কিছু সোর্সৰ পৰা এইটোক ডাউনলোড কৰি আৰু আমাৰ বর্তমান MikTeX distributionত এইটোক যোগ কৰক.
04:15 এটা অনুপস্থিত প্যাকেজ ইনস্টল কৰাৰ দুটা উপায় আছে.
04:19 এটা পদ্ধতি হৈছে লেটেক ডকিউমেন্ট কম্পাইল কৰি থাকোতে ফ্লাইত(fly) এইটোক ইনস্টল কৰা হয়.
04:24 এই লেটেক ডকিউমেন্টে সাধাৰণতে আপোনাৰ MikTeX ডিস্ট্রিবিউশনত নোপোৱা এটা পেকেজৰ প্রয়োজন হব.
04:31 অন্যান্য উপায়টো হৈছে, MikTeX ৰ Package Manager ব্যবহাৰ কৰি নিজে পছন্দ কৰি এটা পেকেজ ইনস্টল কৰা হয়.
04:37 আমি প্রথম পদ্ধতিটো চাও.
04:40 আমি লেটেক ডকিউমেন্টক খোলি আৰু কম্পাইল কৰো যাক ইন্টাৰনেটৰ পৰা প্যাকেজ ইনস্টল কৰাৰ বাবে MikTeXৰ প্রয়োজন হয়.
04:47 প্রথমে TeXworks editor বন্ধ কৰক.
04:51 এইটা প্রয়োজন বোধ হয় যে আমি 'tex file' বিশেষাধিকাৰ প্রশাসক(administrator privileges) এৰ সৈতে খোলো.
04:56 Start' 'বাটনত ক্লিক কৰক.
04:59 তাৰপিছত All programs ত ক্লিক কৰক.
05:02 'MikTeX2.9' 'ত ক্লিক কৰক.
05:05 'TeXworks' 'ত সো ক্লিক কৰক আৰু Run as Administratorত ক্লিক কৰক.
05:11 এইটোৱে administrator privilegesৰ সৈতে TeXworks editor আৰম্ভ কৰে.
05:16 এতিয়া File. ত ক্লিক কৰক.
05:19 তাৰপিছত Openত ক্লিক কৰক'
05:21 ফাইল 'beamer.tex' নির্বাচন কৰক.
05:24 সংকলন(compilation) আৰম্ভ কৰিবলৈ Ctrl আৰু t 'কিচ একেলগে টিপক.
05:29 এটা 'প্যাকেজ ইনস্টলেশন' ডায়লগ বক্স খুলিব.
05:33 এইটোৱে অনুপস্থিত প্যাকেজ 'beamer.cls' ইনস্টল কৰাৰ অনুৰোধ কৰে.
05:38 এই ডায়লগ বক্সত থকা Change বোতামত ক্লিক কৰক.
05:43 'Change Package Repository ' ডায়লগ বক্স খুলিব.
05:47 বিকল্প Packages shall be installed from the internet নির্বাচন কৰক.
05:52 ক্লিক কৰক Connection Settings ত.
05:55 এইটোৱে আপোনাক প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে অনুৰোধ জনায়.
05:59 আপোনি যদি এটা প্রক্সি নেটওয়ার্কত নাথাকে, তেনেহলে Use proxy server চেক বক্স আনচেক কৰক.
06:06 যিহেতু মই এটা প্রক্সি নেটওয়ার্কত আছো, মই চেক বক্সত ক্লিক কৰি অপশনটো সক্রিয় কৰিম.
06:12 মই প্রক্সি 'ঠিকানা' লিখিম.
06:16 মই প্রক্সি 'পোর্ট' সংখ্যা লিখিম.
06:19 মই সংশ্লিষ্ট চেক বক্সত ক্লিক কৰি Authentication required অপশনটো সক্রিয় কৰাম.
06:25 ' OKত ক্লিক কৰক আৰু তাৰপিছত Nextত ক্লিক কৰক.
06:30 এইটোৱে মোক proxy ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড অনুৰোধ কৰে.
06:34 মই তথ্যবোৰ লিখিম আৰু OK.ত ক্লিক কৰিম
06:39 এইটৱে মোক বিভিন্ন Remote Package Repositoriesৰ 'এখন তালিকা প্রদর্শন কৰে.
06:44 তালিকাৰ পৰা এটা নির্বাচন কৰক আৰু 'Finishত ক্লিক কৰক.
06:48 Installত ক্লিক কৰক.
06:51 এইটোৱে 'beamer.cls' প্যাকেজ ইনস্টল কৰিব.
06:55 আকৌ এবাৰ 'প্যাকেজ ইনস্টলেশন' ডায়লগ বক্স খুলিব.
07:00 এইটোৱে অনুপস্থিত পেকেজ 'pgfcore.sty' ইনস্টল কৰাৰ বাবে অনুৰোধ জনায়.
07:06 আপোনি বিকল্পক আনচেক কৰিব পাৰে. সর্বদা প্যাকেজ ইনস্টল কৰাৰ পূর্বে এই ডায়লগ প্রদর্শন কৰাব.
07:12 যদি আপোনি এইটো কাম কৰে MikTeXএ আপোনাক অনুৰোধ নজনাই যদি এইটোৱে অনুপস্থিত প্যাকেজক সম্মুখীন কৰে
07:19 ইনস্টল ত ক্লিক কৰক.
07:21 এতিয়া তাত যদি কোনো অনুপস্থিত প্যাকেজ আছে, এইটোৱে স্বয়ংক্রিয়ভাবে আপোনাৰ অনুমতি নোহোৱাকে ইনস্টল কৰিব.
07:31 এবাৰ ইনস্টলেশন সমাপ্ত হোৱাত, এইটোৱে সংকলনক(compilation) শেষ কৰি আৰু 'পিডিএফ' আউটপুট খুলিব.
07:38 আমি দেখিব পাৰো যে সফলভাবে আমি এটা 'Beamer ডকিউমেন্টক' কম্পাইল কৰিলো.
07:42 এতিয়া, আমি অনুপস্থিত প্যাকেজক ইনস্টল কৰাৰ দ্বিতীয় পদ্ধতি চাও.
07:47 উইন্ডোজ 'Start ' 'বাটনত ক্লিক কৰক.
07:50 All Programsত ক্লিক কৰক.
07:53 'MikTeX2.9' 'ত ক্লিক কৰক.
07:55 Maintenance (Admin)ত ক্লিক কৰক.
07:58 'প্যাকেজ ম্যানেজাৰ (অ্যাডমিন)' 'ত ক্লিক কৰক.
08:02 এইটোৱে উপলব্ধ বিভিন্ন প্যাকেজৰ তালিকা প্রদর্শন কৰায়.
08:07 এতিয়া আমি এই তালিকাখন চোৱা যাওক.
08:10 এই তালিকাত ছয়টা কলম আছে.
08:13 এইবোৰ হৈছে Name, Category, Size, Packaged date, Installed on date আৰু Title.
08:21 "Installed on column" আমাৰ বাবে খুবেই গুৰুত্বপূর্ণ হয়.
08:25 যি প্যাকেজৰ বাবে এই কলম খালি আছে প্যাকেজবোৰ ইনস্টল কৰা হোৱা নাই.
08:32 আমি এটা বিশেষ প্যাকেজ ইনস্টল কৰাৰ পদ্ধতি চাও.
08:36 আমি উদাহৰণস্বৰুপে, "abc", পেকেজ চয়ন কৰো.
08:41 আমি প্যাকেজ নির্বাচন কৰা মুহূর্তত, উপৰৰ বাওফালে থকা প্লাস বাটন সক্রিয় হৈ যায়.
08:48 প্লাস বাটনটো হৈছে ইনস্টল বাটন.
08:51 plus ' বাটনত ক্লিক কৰক.
08:53 এটা উইণ্ডোয়ে আপোনি ইনস্টল বা আনইনস্টল কৰাৰ বাবে চয়ন কৰাৰ প্যাকেজৰ সংখ্যা তালিকা প্রস্তুত কৰে.
09:00 Proceedত ক্লিক কৰক.
09:04 যিহেতু মই এটা প্রক্সি নেটওয়ার্ক সংযোগ কনফিগাৰ কৰিছো, এইটোৱে proxy ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লেখাৰ অনুৰোধ জনায়.
09:11 আমি নাম আৰু পাসওয়ার্ড টাইপ কৰো.
09:14 'OKত ক্লিক কৰক.
09:16 এটা উইণ্ডো খোলিব যিয়ে ইনস্টলশনৰ বাবে নির্বাচিত প্যাকেজৰ ডাউনলোড অগ্রগতি দেখায়.
09:23 ইয়াৰ কাৰণ হব পাৰে যে 'ৰিমোট সার্ভাৰ সংযোগ' বিষয়ৰ বাবে অনুৰোধ প্যাকেজ ডাউনলোড কৰিবলৈ ব্যর্থ হয়.
09:29 সেই ক্ষেত্রত, package repository পৰিবর্তন কৰক আৰু এবাৰ চেষ্টা কৰক.
09:34 আমি নির্বাচিত প্যাকেজৰ ইনস্টলেশন সম্পন্ন হোৱা দেখিব পাৰো.
09:39 'Closeত ক্লিক কৰক.
09:41 প্যাকেজৰ তালিকা ৰিফ্রেশ হব.
09:44 মন কৰক যে 11 সেপ্টেম্বৰ 2013, বাক্স ""abc"" কলমত "Installed on"ত প্রদর্শিত হব.
09:52 ইয়াতে TeXworks ব্যবহাৰ কৰি উইন্ডোজত লেটেকৰ এই টিউটোৰিয়েলৰ সমাপ্ত হয়.
09:58 এই টিউটোৰিয়েলত আমি শিকিছো:
10:00 MikTeX ডাউনলোড আৰু ইনস্টল কৰা.
10:02 TeXworks ব্যবহাৰ কৰি মৌলিক লেটেক ডকিউমেন্ট লিখক.
10:06 MikTeXক কনফিগাৰ কৰি 2টা বিভিন্ন উপায়েৰে অনুপস্থিত প্যাকেজক ডাউনলোড কৰা.
10:11 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
10:14 এইটোৱে স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:17 আপোনাৰ ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰি চাব পাৰে.
10:21 স্পোকেন টিউটৰিয়েল প্রকল্প দলে
10:23 কর্মশালাৰ আয়োজন কৰে.
10:27 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়।
10:30 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:36 স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:40 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:48 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য http:// spoken-tutorial.org/NMEICT-Intro
10:59 এই পাঠটি অনামিকা মেধিৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Nancyvarkey