Koha-Library-Management-System/C3/Installation-of-MarcEditor/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 WindowsInstallation of MarcEditor ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি 64-bit Windows মেচিন এটাত MarcEditor ইনষ্টল কৰিবলৈ শিকিম
00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Windows 10 Pro Operating System আৰু

Firefox web browser

00:27 এই টিউট’ৰিয়েলটো লাইব্ৰেৰী ষ্টাফৰ বাবে সকলোতকৈ উপযুক্ত
00:32 আগবহাৰ আগতে, অনুগ্ৰহ কৰি আপোনাৰ মেচিনত নিম্নখিনি থকাটো নিশ্বিত কৰক-

Windows 10, 8 বা 7,

00:43 যিকোনো ওৱেব ব্ৰাউজাৰ । যেনে: Internet Explorer, Firefox বা Google Chrome
00:51 আপোনাৰ লাইব্ৰেৰীত, Excel spreadsheet এটাত লাইব্ৰেৰী ৰেকৰ্ডচ থাকিব পাৰে
00:58 আৰু, আপোনাৰ লাইব্ৰেৰী এতিয়া Koha Library Management System লৈ মাইগ্ৰেত হ’ল
01:05 গতিকে, সকলো খিনি ৰেকৰ্ড Excel ৰ পৰা MARC format লৈ পৰিবৰ্তন কৰিব লাগিব
01:12 এইটো জনা দৰকাৰ যে:

Excel spreadsheet ত থকা ৰেকৰ্ডখিনি প্ৰথমে MARC ফৰ্মেতলৈ পৰিবৰ্তন কৰিব লাগিব আৰু পাছত Koha লৈ import কৰিব লাগিব

01:26 ইয়াৰ কাৰণটো হৈছে KohaExcel format ত থকা দাতা পোনপটীয়াকৈ ইম্প’ৰ্ত কৰিবলৈ সুবিধা নাই
01:35 আহক আৰম্ভ কৰো
01:37 Excel dataMARC ফাইললৈ পৰিবৰ্তন কৰিবলৈ যি হৈছে (dot) mrc ফৰ্মেত, আমি MarcEdit software ব্যৱ্হাৰ কৰিম
01:48 এই চফতৱেৰটো ইনষ্টল কৰিবলৈ, ব্ৰাউজাৰলৈ যাওঁক আৰু এই URL টো লিখক
01:55 Downloads হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
02:00 Current Development ৰ ভিতৰত, MarcEdit 7.0.x/MacOS 3.0.x লৈ যাওঁক, Windows 64-bit download বিচাৰক
02:17 যদিহে আপোনাৰ এটা 32-bit মেচিন আছে, তেন্তে আপুনি Windows 32-bit download লিংকত ক্লিক কৰিব লাগিব
02:26 আপোনাৰ মেচিনটো 32-bit নে 64-bit তাক চাবলৈ, মেচিনটোৰ তলত বাওঁফালে চুকলৈ যাওঁক
02:35 Start আইকনত ক্লিক কৰক
02:38 ওপৰলৈ Scroll কৰক আৰু Settings ত ক্লিক কৰক
02:43 এই আইকনচৰ পৰা, System- Display, notifications, apps, power ত ক্লিক কৰক
02:51 ই বাওঁফালে কিছু অপচনৰ সৈতে আন এখন উইন্দ’ খোলে
02:56 About টেবটো বিচাৰক আৰু ইয়াত ক্লিক কৰক
03:00 একেটা পৃষ্ঠাত, সোফালে, PC চেকচনৰ ভিতৰত, System type বিচাৰক
03:08 আপোনাৰ মেচিনৰ operating system দৰ্শিত হ’ব
03:13 মোৰ মেচিনৰ বাবে, ই কয় 64-bit operating system, x64-based processor
03:21 সবিশেষ পঢ়াৰ পাছত, window খন বন্ধ কৰক
03:25 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু ক্ৰচ চিহ্নত ক্লিক কৰক
03:31 আমি পুনৰ একেটা পৃষ্ঠা Downloads লৈ ঘূৰি আহিম
03:36 যিহেতু মোৰ মেচিনটো হৈছে 64-bit, মই 64-bit download ত ক্লিক কৰিম
03:42 আন এখন নতুন উইন্দ’ 64-bit download হেদিঙৰ সৈতে খুলিছে যাৰ দুটা চেকচন আছে-

Non-Administrator আৰু

Administrator

03:53 পাছত, Administrator চেকচনৰ তলত Download MarcEdit 7 লিংকত ক্লিক কৰিম
04:02 ইয়াৰ কাৰণটো হৈছে মই মোৰ লাইব্ৰেৰীৰ নিৰ্দিষ্ট Koha administrator
04:09 MacrEdit_Setup64Admin.msi দাইল’গ-বক্স এটা আহিছে
04:16 আমি ইয়াত দুটা অপচন দেখিছো-

Save File আৰু

Cancel

04:22 তলত Save File বুটামত ক্লিক কৰক
04:26 তাক কৰাৰ পাছত, আপোনাৰ মেচিনৰ Downloads ফল্দাৰলৈ যাওঁক
04:31 ইয়াত, আপুনি দেখিছে যে MacrEdit_Setup64Admin.msi ফাইলটো ছেভ কৰা হ’ল
04:40 এতিয়া, ছেভ কৰা ফাইলটোত ৰাইত-ক্লিক কৰক আৰু অহা অপচনৰ পৰা, Install ত ক্লিক কৰক
04:48 User Account Control দাইল’গ বক্সত, Yes ত ক্লিক কৰক
04:56 Welcome to the MarcEdit 7 Setup Wizard নামৰ আন এখন উইন্দ’ আহিছে
05:04 পৃষ্ঠাটোৰ তলত Next বুটামত ক্লিক কৰক
05:08 License Agreement টাইটলৰ সৈতে আন এখন নতুন উইন্দ’ আহিছে
05:14 License Agreement সাবধানে পঢ়ক
05:18 আৰু I do not agree আৰু I agree অপচন দুটাৰ পৰা, I Agree ৰেদিঅ বুটামত ক্লিক কৰক
05:28 পাছত, উইন্দ’ খনৰ তলত Next বুটামত ক্লিক কৰক
05:33 Select Installation Folder নামৰ নতুন উইন্দ’ এখন আহিছে
05:39 ই ফল্দাৰৰ পাথটো দেখুৱায় য’ত ইনষ্টল কৰা চফতৱেৰটো ছেভ হ’ব
05:45 বিকল্পভাবে, আপুনি এই চফতৱেৰটো নিজৰ পচন্দ মতে এটা বেলেগ ফল্দাৰত ইনষ্টল কৰিব পাৰে । Folder ফিল্দত প্ৰয়োজনীয় পাথটো দি তাক কৰক
05:56 আপুনি লগতে Browse টেবত ক্লিক কৰি ইচ্ছা কৰা পাথটো বাচিব পাৰে
06:03 তথাপি, মই ফল্দাৰৰ পাথটো এনেদৰেই Folder ফিল্দত ৰাখিম
06:09 এতিয়া উইন্দ’ খনৰ তলত Next বুটামত ক্লিক কৰক
06:14 আন এখন নতুন উইন্দ’ Confirm Installation আহিছে
06:19 এতিয়া একেখন উইন্দ’ৰ তলত Next বুটামত ক্লিক কৰক
06:25 Installing MarcEdit 7 উইন্দ’ আহিছে
06:30 ইয়াৰ পাছত, আমি সফল বাৰ্তাৰ উইন্দ’ এখন দেখিছো । ই কয়-

Installation Complete.

MarcEdit 7 has been successfully installed

06:42 এই উইন্দ’ৰ পৰা বাহিৰ ওলাবলৈ Close বুটামত ক্লিক কৰক
06:47 MarcEdit 7.0.250 By Terry Reese টাইটলৰ সৈতে উইন্দ’ এখন আহিছে
06:56 এতিয়া খোলখোৱা সকলো উইন্দ’ক মিনিমাইজ কৰক
07:01 আপুনি দেস্কটপত shortcut এটা দেখিবলৈ পাব
07:06 ইয়াৰ সৈতে, আমি 64-bit Windows মেচিন এটাৰ DesktopMarcEditor সকলভাবে ইনষ্টল কৰিলো
07:14 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:22 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:32 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
07:36 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:48 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9