Koha-Library-Management-System/C2/Place-order-for-a-book/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 How to place an order for a book স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম - কিতাপ এখনৰ বাবে অৰ্দাৰ এটা দিবলৈ,
00:11 Basket (Order) এটা বন্ধ কৰিবলৈ,
00:13 আৰু shipment এটা ৰিচিভ কৰিবলৈ
00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু

Koha ভাৰ্চন 16.05

00:30 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:36 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:42 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:47 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:53 আৰম্ভ কৰিবলৈ, KohaSuperlibrarian Bella হিচাবে ল’গিন কৰক
01:00 সৰ্বপ্ৰথমে, আমি ‘receiving an order’ ক এনাবল কৰি আৰম্ভ কৰিম
01:06 আমি এই তথ্য পাছত টিউট’ৰিয়েলটোত ব্যৱ্হাৰ কৰিম
01:11 Koha Administration লৈ যাওঁক
01:15 Global System Preferences ত ক্লিক কৰক
01:19 Acquisitions preferences পৃষ্ঠা আহিছে
01:23 Preference চেকচনৰ ভিতৰত, AcqCreateItem ৰ বাবে, দ্ৰপ-দাউনৰ পৰা 'placing an order' ‘receiving an order’ লৈ সলাওঁক
01:37 পাছত পৃষ্ঠাটোৰ ওপৰত Save all Acquisitions preferences ত ক্লিক কৰক
01:45 আহক আগবাহো
01:47 Koha Homepage লৈ যাওঁক, Acquisitions লৈ যাওঁক আৰু plus New vendor ত ক্লিক কৰক
01:58 নতুন পৃষ্ঠা এটা আহিছে Add vendor
02:02 Company details চেকচনৰ ভিতৰত, Name লৈ যাওঁক
02:08 আৰু ফিল্দত লিখক: Powai Book Agency
02:13 অনুগ্ৰহ কৰি মন কৰিব: আমি এনেদৰেই বহুতো বিক্ৰেতা যোগ কৰিব পাৰো
02:20 Contact details ৰ দৰে সবিশেষ ভৰাওঁক । মই ইয়াত কিছু সবিশেষ ভৰালো
02:24 আপুনিও এনেদৰে কৰিব পাৰে
02:30 চেক-বক্সসমূহ চেক কৰিবলৈ মনত ৰাখিব Primary acquisitions contact
02:36 Primary serials contact
02:39 Contact about late orders আৰু Contact about late issues
02:46 এই চেক-বক্সত ক্লিক কৰিলে বিক্ৰেতাই এই অপচনসমূহ সম্বন্ধীয় email ন’তিফিকেচন পাব
02:55 যদি আপোনাৰ বিশেষ ফিল্দ এটাৰ বাবে তথ্য নাই, তেন্তে তাক খালি ৰাখক
03:01 Ordering information চেকচনৰ ভিতৰত, List Prices are ৰ বাবে, Koha ই দিফল্টভাবে, RUPEE বাচে
03:11 আৰু, একেদৰে Invoice prices are ৰ বাবে, Koha ই দিফল্টভাবে, RUPEE বাচে
03:19 Tax number registered: ৰ বাবে, Yes বাচক
03:25 List prices: ৰ বাবে, Include tax বাচক
03:30 Invoice prices: ৰ বাবে, Include tax বাচক
03:35 মই Tax rate ক এনেদৰেই এৰিম
03:39 পাছত মই Discount 10% হিচাবে আৰু Delivery time 14 days হিচাবে ভৰ্ত্তি কৰিম
03:50 মই Notes ফিল্দক খালি ৰাখিম
03:54 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক
04:01 নতুন পৃষ্ঠা এটা আহিছে
04:04 এতিয়া, বিক্ৰেতাৰ নামৰ ওচৰত, plus New basket ত ক্লিক কৰক
04:11 নতুন পৃষ্ঠা Add a basket to Powai Book Agency ত, Basket name: ৰ বাবে সবিশেষ ভৰাওঁক
04:20 মই IITB/ST/Books/2017-10 যোগ কৰিম
04:30 কিছু সবিশেষ Koha ই দিফল্টভাবে ভৰ্ত্তি কৰিব
04:35 দিফল্ট সবিশেষ Billing place, Delivery place আৰু Vendor ত যিকোনো সলনিৰ বাবে, প্ৰয়োজনীয় অপচনটো দ্ৰপ-দাউনৰ পৰা বাচক
04:46 Internal note আৰু Vendor note যোগ কৰক যদি আছে
04:52 Internal note ত মই For Biology Section লিখিম
04:57 Vendor note ত মই ‘To be delivered on 22 May 2017’ লিখিম
05:05 প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি, Orders are standing: ত ক্লিক কৰক । মই চেক-বক্সটো খালি ৰাখিম
05:14 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক
05:21 নতুনকৈ অহা পৃষ্ঠাটোত, plus Add to basket টেবত ক্লিক কৰক
05:29 এটা দাইল’গ-বক্স ‘Add order to basket’ আহিছে
05:34 এতিয়া, তলৰ অপচনৰ পৰা অৰ্দাৰ কৰিবলৈ কিতাপ এখন বাচক
05:39 মই From a new (empty) record ত ক্লিক কৰিম
05:44 'New order' হেদিঙৰ সৈতে আন এটা পৃষ্ঠা আহিছে
05:49 অৰ্দাৰ কৰিব লগীয়া কিতাপখনৰ টাইটলটো লিখক
05:53 মই Industrial Microbiology লিখিম
05:57 পাছত Accounting details আহে
06:01 Quantity ৰ বাবে 5 লিখক
06:05 Fund ৰ বাবে, Koha ই দিফল্টভাবে Books Fund বাচে
06:10 ইয়াত মনত ৰাখিব, যদি একাধিক ফান্দ উপলদ্ধ হয় তেন্তে আমি প্ৰয়োজন অনুসৰি ইয়াক বাচিব পাৰো
06:17 পাছত, Currency ৰ বাবে সবিশেষ ভৰাওঁক
06:21 ইয়াত, Koha ই দিফল্টভাবে, RUPEE বাচিছে
06:26 আপুনি নিজৰ প্ৰয়োজন অনুসৰি দ্ৰপ-দাউনৰ পৰা বাচিব পাৰে
06:31 Vendor price 1000 লিখক
06:35 পাছৰটো হৈছে Uncertain price:
06:38 এই চেক-বক্সটো বাচক যদি আপুনি দামৰ বিষয়ে অনিশ্বিত হয় । মই ইয়াক খালি ৰাখিম
06:46 পাছৰটো হৈছে Tax rateKoha ই দিফল্টভাবে, Tax rate 0% বাচে
06:55 মই Discount 20% বাচিম
07:00 মন কৰিব যে Koha ই নিজে গণনা কৰিব- Replacement cost 1000 হিচাবে,
07:06 Budgeted cost 800 হিচাবে,
07:09 Total 4000 হিচাবে আৰু Actual cost 0.00 হিচাবে
07:17 লগতে মন কৰিব যে Replacement cost আৰু Actual cost এদিত কৰিব পাৰি
07:23 Internal note আৰু Vendor note লিখক যদি আছে
07:27 মই Statistic 1 আৰু Statistic 2 খালি ৰাখিম
07:32 আৰু তেতিয়া পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
07:37 দাইল’গ-বক্স এটাৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
07:41 Warning! You will exceed 10.00% of your fund
07:47 Do you want to confirm this order? Yes, I confirm ত ক্লিক কৰক
07:54 Basket সবিশেষ - Basket IITB/ST/Books/2017-10 (2) for Powai Book Agency ৰ সৈতে পৃষ্ঠা এটা আহিছে
08:07 ই লগতে বিভিন্ন টেবচ দেখুৱায়
08:10 আমি এতিয়া basket এটা বন্ধ কৰিবলৈ শিকিম
08:14 একেটা Basket details পৃষ্ঠাত, Close this basket টেবত ক্লিক কৰক
08:21 ই বুজায় Order টো অন্তিম হয় আৰু উপযুক্ত বিক্ৰেতালৈ পঠাব পাৰি
08:27 দাইল’গ-বক্স এটা আহিছে- Are you sure you want to close Basket IITB/ST/Books/2017-10?
08:41 Yes বুটামত ক্লিক কৰক
08:44 বিক্ৰেতা Powai Book Agency নামৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
08:50 এই পৃষ্ঠাটো এতিয়া বন্ধ নকৰিব, যিহেতু আমি ইয়াত আৰু কিছু কথা শিকিব লাগিব
08:56 আগবাহো, আমি shipment ৰিচিভ কৰিবলৈ শিকিম
09:01 একেটা পৃষ্ঠাত, Receive Shipment টেবত ক্লিক কৰক
09:06 নতুন পৃষ্ঠা এটা আহিছে- Receive shipment from vendor Powai Book Agency
09:13 Receive a new shipment চেকচনৰ ভিতৰত, Vendor invoiceIITB/ST/Books/2017-10 ভৰাওঁক
09:28 KohaShipment date নিজে বাচিব
09:32 মন কৰিব ৰচিদৰ তাৰিখটো Shipment Date হয়
09:37 মই Shipment Cost আৰু Shipment Fund এৰিম
09:41 পৃষ্ঠাটোৰ তলত অৱস্থিত Next বুটামত ক্লিক কৰক
09:46 আন এটা পৃষ্ঠা আহিছে- Receipt summary for Powai Book Agency
09:52 তললৈ Scroll কৰক আৰু পৃষ্ঠাটোৰ তলত Finish receiving ত ক্লিক কৰক
09:57 Invoice: IITB/ST/Books/2017-10 হেদিঙৰ সৈতে আন এটা পৃষ্ঠা আহিছে
10:07 Shipment Date আগতে ভৰ্ত্তি কৰা সবিশেষ অনুসৰি Koha ই ভৰাই
10:13 আৰু মই Billing Date 05/23/2018 হিচাবে বাচিম
10:21 মই Shipping cost খালি ৰাখিম
10:25 Close ত আৰু পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
10:31 এটা নতুন পৃষ্ঠা, Invoice has been modified আহিছে
10:36 Go to receipt page ত ক্লিক কৰক
10:40 এতিয়া আপুনি Receipt summary for Powai Book Agency দেখিবলৈ সক্ষম হ’ব
10:46 আপুনি এতিয়া Koha ৰ পৰা log out কৰিব পাৰে
10:49 Koha ইন্তাৰফেচৰ ওপৰত সোফালে চুকলৈ যাওঁক
10:54 Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা Logout বাচক
11:01 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:04 আহক মূলভাব চাওঁ
11:07 এই টিউট’ৰিয়েলটোত, আমি শিকিলো কিতাপ এখনৰ বাবে অৰ্দাৰ এটা দিবলৈ,
11:13 Basket (Order) এটা বন্ধ কৰিবলৈ আৰু shipment এটা ৰিচিভ কৰিবলৈ
11:19 অনুশিলনী হিচাবে, ‘Books’ ৰ বাবে Budget এটা তৈয়াৰ কৰক
11:25 ইয়াৰ ভিতৰত, ‘Civil Engineering’ ৰ বাবে ফান্দ বনাওঁক
11:30 উপলদ্ধ বিক্ৰেতা ‘Powai Book Agency’ ৰ দ্বাৰা কিতাপ এখন অৰ্দাৰ কৰক
11:36 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:44 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:52 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
11:56 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:07 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9