Koha-Library-Management-System/C2/OPAC/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 How to use OPAC স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Search ব্যৱ্হাৰ কৰি item এটা কেনেকৈ বিচৰা হয়
00:13 আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:32 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:38 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:44 আৰু, আপোনাৰ Koha ত কামকৰা জ্ঞান থাকিব লাগিব
00:49 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:56 আৰম্ভ কৰিবলৈ, মই Microbiology ত দুখন কিতাপ বেছিকৈ যোগ কৰিলো
01:02 এখন লেখক Powar and Daginawala আৰু আনখন লেখক Heritage ৰ সৈতে
01:12 মোৰ লাইব্ৰেৰীত মুঠতে তিনিখন কিতাপ আছে
01:17 আগবহাৰ আগতে, আগৰ টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে আপোনাৰ লাইব্ৰেৰীত নিজৰ পচন্দৰ আৰু দুখন কিতাপ যোগ কৰক
01:27 আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000
01:39 এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত
01:47 অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, Enter টিপক
01:54 Welcome to Spoken Tutorial Library হ’মপেজটো খুলিছে
02:00 ওপৰত বাওঁফালে Library catalog পৰা দ্ৰপ-দাউনত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো:
02:09 Title, Author , Subject, ISBN , Series আৰু Call number
02:22 মই Search ফিল্দত Microbiology লিখিম আৰু, ফিল্দৰ সোফালে Go ত ক্লিক কৰক
02:33 Microbiology শব্দটো থকা সকলো Library items ফলাফলত তালিকাবদ্ধ হৈছে
02:40 চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা items, পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি
02:47 তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু Relevance টেবত ক্লিক কৰক
02:54 দ্ৰপ-দাউনৰ পৰা, মই Author (A-Z) বাচিম
03:00 আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে
03:06 Author (A-Z) নিৰ্বাচিত কৰিলে, Authors ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয়
03:14 তালিকাবদ্ধ items ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো
03:26 গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ?
03:31 আমি বাওঁফালে ‘Refine Your Search' টেবত ক্লিক কৰি তাক কৰিব পাৰো
03:39 পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: Availability, Authors, Item Types আৰু Topics
03:52 এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে
04:01 Search Catalog পৃষ্ঠাটোত, Advanced Search লিংকত ক্লিক কৰক
04:07 Search for টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে
04:13 একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো
04:21 বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:

Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN আৰু Barcode

04:40 মই Subject বাচিম আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক
04:51 মই ইয়াত Microbiology লিখিম
04:55 দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই AuthorPatel বাচিম
05:03 তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই PublisherPearson বাচিম
05:11 একেটা পৃষ্ঠাত, Item Type চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক-
05:18 Book, Reference আৰু Serial
05:23 অপচনচৰ সৈতে যেনে - Publication date range, Language আৰু Sorting
05:34 গতিকে, Item Type চেকচনৰ ভিতৰত, মই Books ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম
05:41 মই Publication date range খালি ৰাখিম
05:46 Language ৰ বাবে দ্ৰপ-দাউনৰ পৰা English বাচক
05:52 Sorting চেকচনত, Sort by: ৰ বাবে মই Author (A-Z) বাচিম
06:00 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক
06:07 এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:

SubjectMicrobiology,

06:16 Author Patel Arvind H.,
06:20 PublisherPearson
06:23 এতিয়া,আহক Advanced Search পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু Search for: চেকচনৰ তলত More Options বুটামত ক্লিক কৰো
06:36 তেনে কৰিলে, Advanced search পৃষ্ঠাটোৰ লেআউত সলনি হয়
06:42 পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই Subject বাচিম
06:48 পাছত মই লিখিম Microbiology
06:52 এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক
06:56 প্ৰথম দ্ৰপ-দাউনত, মই “and” অপচনক এনেদৰেই ৰাখিম
07:03 আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম
07:08 পাছত ইয়াৰ সোফালে, মই লিখিম “Patel”
07:13 পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই “or” অপচনটো বাচিম
07:22 আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম
07:28 পাছত ইয়াৰ সোফালে, মই লিখিম “Heritage”
07:33 যদি প্ৰয়োজন হয়, আপুনি Item type চেকচনৰ ভিতৰত search অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে
07:45 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত Search বুটামত ক্লিক কৰক
07:52 এনেদৰেই আমি OPAC ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো
07:58 এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে
08:05 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
08:08 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
08:17 আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ
08:22 অনুশিলনীৰ বাবে-

Biology কীৱৰ্দ ব্যৱ্হাৰ কৰি, OPACJournals ৰ তালিকা বিচাৰক

08:30 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:37 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:47 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
08:51 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:03 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9