Koha-Library-Management-System/C2/Global-System-Preferences/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search


Time
Narration
00:01 Global System Preferences স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিম
00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:39 আৰু, আপোনাৰ KohaAdmin এক্সেচ থাকিব লাগিব
00:44 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:50 আহক আৰম্ভ কৰো
00:52 SuperlibrarianBella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
00:58 'Koha' Home pageKoha administration ত ক্লিক কৰক
01:04 পাছত, Global system preferences ত ক্লিক কৰক
01:09 Acquisitions preferences পৃষ্ঠা খুলিছে
01:13 বাওঁফালে, Enhanced Content টেবত ক্লিক কৰক
01:20 Enhanced Content preferences পৃষ্ঠা খুলিছে
01:25 All চেকচনৰ ভিতৰত, Preference লৈ যাওঁক
01:30 FRBR Editions ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
01:37 OPAC FRBR Editions দ্ৰপ-দাউনৰ পৰা Show বাচক
01:44 পাছত, Amazon ৰ বাবে, Preference টেবলৈ যাওঁক
01:49 মই Amazon Tag ক খালি ৰাখিম
01:53 AmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
01:59 মই AmazonLocale ক এনেদৰেই থ’ম
02:03 OPACAmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
02:11 পাছত, HTML5 Media ৰ বাবে, Preference- টেবৰ ভিতৰত
02:18 HTML5MediaEnabled ৰ বাবে, দ্ৰপ-দাউনৰ পৰা in OPAC and staff client বাচক
02:28 HTML5MediaExtensions এনেদৰেই এৰক
02:33 HTML5MediaYouTube ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Embed বাচক
02:41 Library Thing ৰ ভিতৰত, Preference টেবলৈ যাওঁক
02:46 ThingISBN ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Use বাচক
02:52 সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক
02:57 পৃষ্ঠাটোৰ ওপৰত Save all Enhanced Content preferences ত ক্লিক কৰি ইয়াক কৰক
03:06 এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু OPAC ত ক্লিক কৰক
03:16 OPAC preferences পৃষ্ঠাটো খুলিছে
03:20 Appearance ৰ ভিতৰত, Preference টেবলৈ যাওঁক
03:26 LibraryName ৰ বাবে, উক্ত Library নামটো ভৰাওঁক
03:31 মই লিখিম: Spoken Tutorial Library
03:35 আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব
03:40 পাছত, OPACBaseURL লৈ যাওঁক আৰু domain নামটো ভৰাওঁক । মই এইটো লিখিম
03:51 আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি OPAC ৰ বাবে domain নামটো চেত কৰিব পাৰে
03:56 পাছত, Opaccredits ৰ বাবে, Click to Edit ত ক্লিক কৰক
04:03 footer ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম
04:10 পাছত Opacheader আহে । ইয়াত, Click to Edit ত ক্লিক কৰক
04:18 header ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম
04:25 Features চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক
04:31 পাছত, OPACpatronimages লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Show বাচক
04:39 পাছত, OpacResetPassword লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা allowed বাচক
04:49 Privacy চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক
04:55 পাছত, OPACPrivacy লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Allow বাচক
05:03 সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক
05:08 পৃষ্ঠাটোৰ ওপৰত Save all OPAC preferences ত ক্লিক কৰি ইয়াক কৰক
05:16 এতিয়া, আপোনাৰ Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক
05:22 তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক
05:31 পাছত, দ্ৰপ-দাউনৰ পৰা Log out বাচক
05:36 এতিয়া, OPAC ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ Web Browser খুলিম আৰু লিখিম: http://127.0.1.1/8000
05:53 মন কৰিব - এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত
06:01 গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত Enter টিপক
06:08 এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: OPAC হ’মপেজৰ টাইটল- Welcome to Spoken Tutorial Library
06:20 পৃষ্ঠাটোৰ তলত Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved
06:30 ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ Library OPAC ক কাষ্ট’মাইজ কৰা হয় আৰু লগতে প্ৰতিটো module ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ
06:41 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:44 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিলো
06:54 অনুশিলনীৰ বাবে, OPACBooks ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক
07:00 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:07 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:17 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
07:21 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:33 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9