Koha-Library-Management-System/C2/Global-System-Preferences/Assamese

From Script | Spoken-Tutorial
Revision as of 19:09, 18 February 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 Global System Preferences স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিম
00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:39 আৰু, আপোনাৰ KohaAdmin এক্সেচ থাকিব লাগিব
00:44 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:50 আহক আৰম্ভ কৰো
00:52 SuperlibrarianBella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
00:58 'Koha' Home pageKoha administration ত ক্লিক কৰক
01:04 পাছত, Global system preferences ত ক্লিক কৰক
01:10 Acquisitions preferences পৃষ্ঠা খুলিছে
01:14 বাওঁফালে, Enhanced Content টেবত ক্লিক কৰক
01:21 Enhanced Content preferences পৃষ্ঠা খুলিছে
01:26 All চেকচনৰ ভিতৰত, Preference লৈ যাওঁক
01:31 FRBR Editions ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
01:38 OPAC FRBR Editions দ্ৰপ-দাউনৰ পৰা Show বাচক
01:45 পাছত, Amazon ৰ বাবে, Preference টেবলৈ যাওঁক
01:51 মই Amazon Tag ক খালি ৰাখিম
01:55 AmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
02:01 মই AmazonLocale ক এনেদৰেই থ’ম
02:05 OPACAmazonCoverImages ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Show বাচক
02:13 পাছত, HTML5 Media ৰ বাবে, Preference- টেবৰ ভিতৰত
02:20 HTML5MediaEnabled ৰ বাবে, দ্ৰপ-দাউনৰ পৰা in OPAC and staff client বাচক
02:30 HTML5MediaExtensions এনেদৰেই এৰক
02:35 HTML5MediaYouTube ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Embed বাচক
02:43 Library Thing ৰ ভিতৰত, Preference টেবলৈ যাওঁক
02:49 ThingISBN ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Use বাচক
02:55 সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক
03:00 পৃষ্ঠাটোৰ ওপৰত Save all Enhanced Content preferences ত ক্লিক কৰি ইয়াক কৰক
03:09 এতিয়া, একেটা পৃষ্ঠাত, বাওঁফালে অৱস্থিত অপচনলৈ যাওঁক আৰু OPAC ত ক্লিক কৰক
03:19 OPAC preferences পৃষ্ঠাটো খুলিছে
03:23 Appearance ৰ ভিতৰত, Preference টেবলৈ যাওঁক
03:30 LibraryName ৰ বাবে, উক্ত Library নামটো ভৰাওঁক
03:35 মই লিখিম: Spoken Tutorial Library
03:39 আপুনি নিজে বনোৱা লাইব্ৰেৰী নামটো ভৰাব লাগিব
03:44 পাছত, OPACBaseURL লৈ যাওঁক আৰু domain নামটো ভৰাওঁক । মই এইটো লিখিম
03:55 আপোনাৰ প্ৰিফাৰেঞ্চ অনুসৰি, আপুনি OPAC ৰ বাবে domain নামটো চেত কৰিব পাৰে
04:00 পাছত, Opaccredits ৰ বাবে, Click to Edit ত ক্লিক কৰক
04:07 footer ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম
04:14 পাছত Opacheader আহে । ইয়াত, Click to Edit ত ক্লিক কৰক
04:22 header ৰ বাবে HTML টেগটো লিখক । মই এইটো লিখিম
04:29 Features চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক
04:35 পাছত, OPACpatronimages লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Show বাচক
04:43 পাছত, OpacResetPassword লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা allowed বাচক
04:53 Privacy চেকচনৰ ভিতৰত, Preference টেবলৈ যাওঁক
05:00 পাছত, OPACPrivacy লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Allow বাচক
05:08 সকলো প্ৰয়োজনীয় সলনি কৰাৰ পাছত, পৃষ্ঠাটো save কৰক
05:13 পৃষ্ঠাটোৰ ওপৰত Save all OPAC preferences ত ক্লিক কৰি ইয়াক কৰক
05:21 এতিয়া, আপোনাৰ Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক
05:27 তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক
05:36 পাছত, দ্ৰপ-দাউনৰ পৰা Log out বাচক
05:41 এতিয়া, OPAC ত হোৱা সলনিক পৰীক্ষা কৰিবলৈ, মই মোৰ Web Browser খুলিম আৰু লিখিম: http://127.0.1.1/8000
05:59 মন কৰিব - এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত
06:08 গতিকে, আপুনি অনুগ্ৰহ কৰি উল্লেখ কৰা ধৰণে লিখক । পাছত Enter টিপক
06:15 এতিয়া আপুনি পৰিবৰ্তনক ন’ত কৰিব পাৰে যেনে: OPAC হ’মপেজৰ টাইটল- Welcome to Spoken Tutorial Library
06:26 পৃষ্ঠাটোৰ তলত Copyright@2017 Spoken Tutorial Library, Mumbai. All Rights Reserved
06:37 ইয়াৰ সৈতে আমি শিকিলো কেনেকৈ Library OPAC ক কাষ্ট’মাইজ কৰা হয় আৰু
06:42 লগতে প্ৰতিটো module ত প্ৰয়োজনীয় চেতিংগচক সংশোধিত কৰিবলৈ
06:48 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:52 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Library OPAC ক কাষ্ট’মাইজ কৰিবলৈ Global System Preferences চেত কৰিবলৈ শিকিলো
07:03 অনুশিলনীৰ বাবে, OPACBooks ৰ ক’ভাৰ ইমেজ পৰীক্ষা কৰক
07:10 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:17 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:27 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
07:31 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:42 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9