Koha-Library-Management-System/C2/Add-Subscription-in-Serials/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
00:01 How to add Subscription in Serials স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি নতুন serial এটাৰ বাবে subscription এটা যোগ কৰিবলৈ শিকিম
00:15 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু

Koha ভাৰ্চন 16.05

00:29 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:35 আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:39 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:50 আগৰ টিউট’ৰিয়েল এটাত, আমি Serial subscriptions catalog কৰিবলৈ শিকিলো
00:57 এই টিউট’ৰিয়েলটোত আমি serials ৰ বাবে নতুন subscription এটা যোগ কৰিবলৈ শিকিম
01:04 SuperlibrarianBella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
01:10 এই চিৰিজত আগৰ টিউট’ৰিয়েল এটাত বৰ্ণোৱা ধৰণে Serials subscription ৰ বাবে নতুন Vendor এটা বনাওঁক
01:18 মই Mumbai Journal supplier নাম দিম । পাছত মই এটা email id যোগ কৰিলো - Mumbaijournals@gmail.com
01:30 নিম্ন চেক-বক্সসমূহ চেক কৰিবলৈ মনত ৰাখিব-

Primary acquisitions contact:,

Primary serials contact:,

Contact about late orders আৰু

Contact about late issues

01:46 এই সবিশেষ এই টিউট’ৰিয়েলটোত পাছত ব্যৱহৃত হ’ব
01:51 এনেদৰেই, আপুনি আপোনাৰ Vendor ৰ সবিশেষ ভৰাব লাগিব
01:56 ইয়াত Journal ৰ স্ক্ৰিনচ’ত আছে যাক আমি চাবস্ক্ৰাইব কৰিব লাগিব
02:01 ইয়াত দৰ্শিত সকলো সবিশেষক মই মোৰ Koha interface ত ভৰাম
02:08 আহক Koha interface লৈ যাওঁ
02:12 এতিয়া, Koha homepage ত, Serials ত ক্লিক কৰক
02:18 খোলখোৱা পৃষ্ঠাটোত, ‘New Subscription’ ত ক্লিক কৰক
02:24 মই আন এটা নতুন পৃষ্ঠা খুলিম যি কয় Add a new subscription (1/2)
02:30 ইয়াত,আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হ’ব
02:35 Vendor ৰ বাবে, দুটা খালি বক্সৰ ওচৰত Search for vendor টেবত ক্লিক কৰক
02:43 নতুন উইন্দ’ এখনত, এটা নতুন পৃষ্ঠা Serial subscription: search for vendor আহিছে
02:50 Vendor name ফিল্দত, মই লিখিম Mumbai Journal Supplier
02:56 আপুনি ইয়াত আপোনাৰ vendor ৰ নাম লিখিব লাগিব । এতিয়া, এই ফিল্দৰ সোফালে OK বুটামত ক্লিক কৰক
03:05 Vendor search results দেখুৱাই নতুন পৃষ্ঠা এটা আহিছে
03:10 তলৰ টেবুলত, Select: চেকচনৰ ভিতৰত, vendor ৰ নামৰ ওচৰত Choose ত ক্লিক কৰক
03:19 একেটা পৃষ্ঠা, Add a new subscription (1/2) পুনৰ আহিছে । এই পৃষ্ঠাটো বন্ধ নকৰিব যিহেতু ই টিউট’ৰিয়েলটোত পাছত পুনৰ ব্যৱ্হাৰ হ’ব
03:31 পাছৰটো হৈছে RecordRecord ৰ ওচৰত দুটা খালি বক্স আছে
03:37 এই খালি বক্স দুটাৰ ভিতৰত দুটা টেব আছে:

Search for record আৰু Create record

03:46 যদি ৰেকৰ্ড ইতিমধ্যে উপলদ্ধ তেন্তে Search for record ত ক্লিক কৰক
03:53 অন্যথা, উক্ত serial ৰ বাবে নতুন এনত্ৰি এটা বনাবলৈ Create record টেবত ক্লিক কৰক
04:01 আগৰ টিউট’ৰিয়েল এটাত, আমি ইতিমধ্যে Indian Journal of Microbiology টাইটলৰ সৈতে serial এটা Catalog কৰিছিলো
04:10 সেইবাবে, আমি Search for record টেবত ক্লিক কৰিম
04:16 এখন নতুন উইন্দ’ আহিছে Catalog search
04:21 Keyword ফিল্দত, Indian ভৰাওঁক
04:27 পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক
04:32 এখন নতুন পৃষ্ঠা আহিছে Search results from 1 to 1 of 1
04:39 ইয়াত আগতে ভৰ্ত্তি কৰা নিম্ন সবিশেষ আছে:

Title- Indian Journal of Microbiology,

Publisher- Springer,

ISSN- 0046-8991

04:58 আপুনি ভৰ্ত্তি কৰা সবিশেষ ইয়াত দেখিব
05:02 পাছত, টেবুলৰ সোফালে চুকত Choose বুটামত ক্লিক কৰক
05:07 একেখন উইন্দ’ বন্ধ হয় আৰু ভৰ্ত্তি কৰা সবিশেষ পৃষ্ঠাটোত আহে-
05:13 Add a new subscription (1/2), ৰেকৰ্ডৰ ফিল্দত । মোৰ ক্ষেত্ৰত, ই নাম্বাৰ 3 দেখায়
05:22 ই আপোনাৰ ইন্তাৰফেচত বেলেগ হ’ব পাৰে আপুনি কৰা এনত্ৰিচৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি
05:29 আগবাহো, মই নিম্ন খিনি তেনেদৰেই এৰিম
05:33 লাইব্ৰেৰীৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচিম
05:41 যদি প্ৰয়োজন হয়, আপুনি ভৰাব পাৰে-

Public note আৰু

Nonpublic note

05:47 মই তাক খালি ৰাখিম
05:50 পাছৰটো হৈছে Patron notification: । দ্ৰপ-দাউনৰ পৰা, Routing List বাচক
05:59 Grace period: ৰ বাবে মই 15 day(s) বাচিম
06:04 Number of issues to display to staff: ৰ বাবে 4 ভৰাওঁক
06:10 Number of issues to display to the public: ৰ বাবে 4 ভৰাওঁক
6:15 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Next ত ক্লিক কৰক
06:22 এটা নতুন পৃষ্ঠা আহিছে Add a new subscription (2/2)
06:27 Serials Planning চেকচনৰ বাবে, নিম্নখিনি ভৰাওঁক-
06:32 First issue publication date: ৰ বাবে মই 01/01/2017 ভৰাম
06:41 Frequency:ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা ⅓ months বাচিম যি হৈছে তিনিমহীয়া
06:48 Subscription length:- issues বাচক, যদি ইতিমধ্যে দ্ৰপ-দাউনৰ পৰা বচা হোৱা নাই । enter amount in numerals ৰ বাবে বক্সত 4 ভৰাওঁক
07:01 Subscription start date:01/01/2017 ভৰাওঁক । Subscription end date:01/12/2017 ভৰাওঁক
07:20 Numbering pattern:- দ্ৰপ-দাউনৰ পৰা, Volume, Number বাচক
07:26 Locale- দ্ৰপ-দাউনৰ পৰা English বাচক । আপুনি দ্ৰপ-দাউনৰ পৰা উপযুক্ত অপচন এটা বাচিব পাৰে, যদিহে ভাষাটো English তকৈ বেলেগ হয়
07:38 পাছ্ত, Volume আৰু Number টেবুলৰ বাবে নিম্নখিনি ভৰাওঁক
07:43 Begins with: Volume= 57,

Begins with: Number =1,

Inner counter: Number =4

07:55 যদিহে আপুনি পেতাৰ্ন-টাইপটো সলাব বিচাৰে তেন্তে Show/Hide advanced pattern ত ক্লিক কৰক
08:04 এনত্ৰিসমূহ edit কৰিবলৈ, Advanced prediction pattern টেবুলৰ তলত modify pattern ত ক্লিক কৰক
08:12 মন কৰিব Pattern name : Volume, Number হ’ব লাগিব
08:18 Numbering formula: Vol.{X}, No.{Y} হ’ব লাগিব
08:24 Advanced prediction pattern টেবুলত, ক’হাই দিফল্টভাবে, নিম্ন মানসমূহ বাচে-

Label: columnX Volume হিচাবে, columnY Number হিচাবে

08:39 Begins with :

columnX ৰ বাবে 57, ColumnY ৰ বাবে 1 আৰু এনেদৰে

08:48 এতিয়া, পৃষ্ঠাটোৰ তলত Test prediction pattern বুটামত ক্লিক কৰক
08:54 Prediction pattern একেটা পৃষ্ঠাত সোফালে দৰ্শিত হ’ব
09:00 Prediction patternNumber, Publication date আৰু Not published ৰ সবিশেষ দেখুৱাব
09:11 শেষত, পৃষ্ঠাটোৰ তলত Save subscription বুটামত ক্লিক কৰক
09:18 এটা নতুন পৃষ্ঠা Subscription for Indian Journal of Microbiology নিম্ন সবিশেষৰ সৈতে আহিছে:

Information, Planning, Issues আৰু Summary

09:34 Planning টেবত ক্লিক কৰক
09:37 নিম্নখিনি পৰীক্ষা কৰক-

Starting with: টেবটো Volume আৰু Number: 57 আৰু 1 হ’ব লাগিব

09:46 Rollover: টেবটোৰ বাবে, Volume আৰু Number 99999 আৰু 12 হ’ব লাগিব
09:56 পাছত, Issues টেবত ক্লিক কৰক । ই নিম্ন সবিশেষ দেখুৱাব-

Issue number: Vol. 57 আৰু No. 1 হিচাবে Planned date: 01/01/2017 হিচাবে

10:17 Published date: 01/01/2017 হিচাবে

Published date (text): খালি হ’ব, Status: Expected

10:31 ইয়াৰ সৈতে, Journal subscription সফলভাবে যোগ হ’ল
10:36 Subscription of Serials যোগ কৰাৰ উদ্দেশ্য নিম্নখিনিৰ ট্ৰেক ৰাখিবলৈ-

Journals, Magazines,

10:43 Serials,

Newspapers আৰু অন্য আইতেমচ যি নিয়মিতভাবে প্ৰকাশ হয়

10:50 আপুনি এতিয়া Koha ৰ পৰা log out কৰিব পাৰে
10:53 তাক কৰিবলৈ, Koha interface ৰ ওপৰত সোফালে চুকলৈ যাওঁক Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, Log out বাচক
11:05 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:09 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি নতুন serial এটাৰ বাবে subscription এটা যোগ কৰিবলৈ শিকিলো
11:18 অনুশিলনী হিচাবে: Journal of Molecular Biology ৰ বাবে নতুন Subscription এটা যোগ কৰক
11:26 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:33 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:42 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
11:46 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:58 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9