Koha-Library-Management-System/C2/Access-to-Library-Account-on-Web/Assamese

From Script | Spoken-Tutorial
Revision as of 19:14, 18 February 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 Access your Library Account on the Web স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম Webpatron হিচাবে আপোনাৰ লাইব্ৰেৰী একাউন্টটো কেনেকৈ এক্সেচ কৰিব,
00:15 আৰু ইয়াৰ লাভ
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই Firefox web browser ব্যৱ্হাৰ কৰিছো
00:24 এই টিউট’ৰিয়েলটোৱে ধৰে যে আপোনাৰ system administratorserver এটাত Koha Library এটা ইনষ্টল কৰিছে
00:32 SuperLibrarian বা Library Staff এ এই Koha Library ত কিছু Item types বনালে
00:40 এই টিউট’ৰিয়েলটোৱে ধৰে যে আপুনি এই Koha LibraryURL টো জানে
00:46 আৰু আপুনি এই library ৰ এজন patron
00:50 যদি নহয়, আপোনাৰ Librarian বা system administrator ক তাৰ বাবে সংযোগ কৰক
00:57 আহক আৰম্ভ কৰো । আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000
01:12 এই URL টো ইনষ্টলেচনৰ সময়ত আপোনাৰ sys-ad এ দিয়া port number আৰু domain name ৰ ওপৰত ভিত্তি কৰি
01:21 এতিয়া, Enter টিপক
01:24 Welcome to Spoken Tutorial Library হেদিঙৰ সৈতে নতুন OPAC পৃষ্ঠা এটা আহিছে
01:32 OPAC পৃষ্ঠাটোৰ ওপৰত সোফালে চুকত, Login to your account ত ক্লিক কৰক
01:40 এই login হৈছে লাইব্ৰেৰীৰ patrons ৰ বাবে
01:44 নতুনকৈ অহা উইন্দ’খনত, আমি আমাৰ patron Login: আৰু Password দিব লাগিব
01:52 মনত ৰাখিব যে আমি আগৰ টিউট’ৰিয়েল এটাত Ms. Reena Shah বুলি Patron এজন বনাইছিলো
02:00 মই Reena হিচাবে ল’গিন কৰিম আৰু ইয়াত তেওঁৰ password লিখিম
02:05 যদি আপুনি এটা বেলেগ partron বনালে, তেন্তে ইয়াত সেই ল’গিন সবিশেষ ব্যৱ্হাৰ কৰক
02:11 এটা নতুন পৃষ্ঠা আহিছে Hello, Reena Shah
02:15 এই পৃষ্ঠাই Patron ৰ summary সবিশেষক দৰ্শাই
02:20 পৃষ্ঠাটোৱে Checked out (1) আইতেমচৰ সবিশেষ দেখুৱায় যেনে:

Title- Exploring Biology,

Sharma, Sanjay,

Due- 10/08/2018,

Barcode- 00002,

Fines- No

02:44 মনত ৰাখিব, এই এনত্ৰি আগৰ টিউট’ৰিয়েল এটাৰ অনুশিলনী এটাত বনোৱা হৈছিলে
02:50 পৃষ্ঠাটোৰ বাওঁফালে থকা আন টেবসমূহ মন কৰক
02:55 your summary, your fines,
02:59 your personal details, your tags,
03:04 change your password, your search history,
03:08 your reading history, your privacy,
03:12 your purchase suggestions, your messaging আৰু your lists
03:20 এই টেবসমূহত ক্লিক কৰিলে, Patron ৰ সবিশেষ খোল খায় । মই এই টেবসমূহৰ বিষয়ে পাছত এই টিউট’ৰিয়েলটোত বৰ্ণনা কৰিম
03:30 OPAC ইন্তাৰফেচৰ ওপৰত বাওঁফালে চুকত, মন কৰিব দুটা টেব আছে: Cart আৰু Lists
03:39 যদি আপুনি cart এটাত যিকোনো Library item যোগ কৰিব বিচাৰে তেন্তে নিম্নভাবে কৰক-
03:45 এই চিৰিজত আগতে বৰ্ণনা কৰা দৰে OPAC ত আইতেমটো চাৰ্চ কৰক
03:51 মই Microbiology কিতাপখন চাৰ্চ কৰিম । আপুনি নিজৰ লাইব্ৰেৰীত বিচৰা আইতেম এটা চাৰ্চ কৰিব পাৰে
04:00 সেই keyword ৰ চাৰ্চ ফলাফল আহিছে
04:04 প্ৰতিটো টাইটলৰ ভিতৰত, নিম্ন অপচনসমূহ আহে- Place Hold, Save to Lists , Add to cart
04:15 মন কৰিব যে Place Hold অপচনটো মাত্ৰ লাইব্ৰেৰীৰ দ্বাৰা ইছু কৰিব পৰা আইতেমচৰ বাবেহে দৰ্শিত হ’ব
04:23 cart ত বিশেষ আইতেম যোগ কৰিবলৈ Add to cart অপচনত ক্লিক কৰক
04:30 যদি বহুতো items কাৰ্তত যোগ কৰিব লাগে তেন্তে নিম্ন ষ্টেপচ কৰক
04:37 items ৰ লিষ্টৰ ওপৰত Select titles to: টেগটো বিচাৰক
04:45 বহুতো items কাৰ্তত যোগ কৰিবলৈ, items ৰ বাওঁফালে ৰেদিঅ বুটামত ক্লিক কৰক
04:53 এতিয়া, ওপৰলৈ যাওঁক । Select titles to টেগটো With selected titles হিচাবে দৰ্শিত হ’ব
05:04 দ্ৰপ-দাউনৰ পৰা, Cart ত ক্লিক কৰক । সকলো নিৰ্বাচিত items cart লৈ যাব
05:12 পাছত, ইন্তাৰফেচৰ ওপৰত বাওঁফালে চুকলৈ যাওঁক আৰু Cart টেবটো বিচাৰক
05:20 দ্ৰপ-দাউনৰ পৰা, Items in your cart:2 ত ক্লিক কৰক
05:25 মন কৰিব: নাম্বাৰ 2 এ নিৰ্বাচিত আইতেমচৰ মুঠ সংখ্যাক বুজায় । যিহেতু মই দুটা আইতেম বাচিছো, ইয়াত সংখ্যাটো হৈছে 2
05:36 যদি আপুনি বেলেগ সংখ্যক আইতেমচ বাচিছে, তেন্তে সেই সংখ্যাটো আপোনাৰ ইন্তাৰফেচত দৰ্শিত হ’ব
05:44 ক্লিক কৰিলে, নিম্ন অপচনচৰ সৈতে Your cart নামৰ নতুন উইন্দ’ এখন আহে:

More details , Send,

05:54 Download , Print,
05:58 Empty and close
06:01 আপুনি এইবোৰ নিজে বিচাৰিব পাৰে
06:04 বিচাৰি হ’লে, এই উইন্দ’ বন্ধ কৰিব
06:08 তাক কৰিবলৈ, পৃষ্ঠাটোৰ ওপৰত বাওঁফালে চুকলৈ যাওঁক আৰু ক্ৰচ বুটামত ক্লিক কৰক
06:15 আমি এতিয়া OPAC interface ত আছো
06:19 যদি item এটা লিষ্টত যোগ কৰিব লাগে, তেন্তে প্ৰতিটো আইতেমৰ তলত Save to Lists ত ক্লিক কৰক
06:31 ক্লিক কৰিলে, এখন নতুন উইন্দ’ Add to a list: বিশেষ আইতেমৰ টাইটলৰ সৈতে খোলে
06:39 মোৰ ক্ষেত্ৰত, Industrial Microbiology, Patel, Arvind H.
06:45 Add to a new list: চেকচনৰ ভিতৰত, List name: ফিল্দত, লিষ্ট খনৰ নামটো লিখক
06:55 এইটো সম্পূৰ্ণকৈ আপোনাৰ সন্দৰ্ভত । মই ইয়াত Microbiology লিখিম
07:02 আপুনি নিজৰ অনুসৰি নাম এটা দিব পাৰে
07:07 পাছত, Category: চেকচনৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা Private ত ক্লিক কৰক যদিহে Koha ই নিৰ্বাচিত কৰা নাই
07:19 ই সুনিশ্বিত কৰে যে লিষ্টখন মাত্ৰ আপোনালৈ দৰ্শিত হ’ব
07:24 পাছত, পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক
07:30 আমি পুনৰ OPAC interface ত আছো । এতিয়া, OPAC interface ৰ ওপৰত বাওঁফালে চুকত, Lists টেবত ক্লিক কৰক
07:42 দ্ৰপ-দাউনৰ পৰা, Microbiology ত ক্লিক কৰিম । যদি আপুনি নিজৰ লিষ্টৰ বাবে বেলেগ নাম এটা দিছে, তেন্তে সেই নামটোত ক্লিক কৰক
07:53 ছেভ হোৱা items এতিয়া লিষ্টখনত দৰ্শিত হৈছে
07:58 এতিয়া আহক বাওঁফালে টেবসমূহ চাওঁ
08:03 আৰম্ভ কৰিবলৈ, মই your personal details টেবত ক্লিক কৰিম
08:09 Ms. Reena Shah ৰ সবিশেষৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
08:16 পাছত, একেটা পৃষ্ঠাৰ বাওঁফালে your reading history ত ক্লিক কৰক
08:24 নিম্ন সবিশেষৰ সৈতে এটা পৃষ্ঠা Checkout history আহিছে:

Title, Item type,

08:33 Call no আৰু Date
08:38 এতিয়া, একেটা পৃষ্ঠাৰ বাওঁফালে your purchase suggestions ত ক্লিক কৰক
08:46 নতুন পৃষ্ঠা এটা আহিছে Your purchase suggestions
08:51 এতিয়া New purchase suggestion টেবত ক্লিক কৰক
08:57 Enter a new purchase suggestion হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে
09:04 ইয়াত আমাক কিছু তথ্য ভৰাবলৈ কোৱা হৈছে
09:09 Title, Author, Copyright date,
09:15 Standard number (ISBN, ISSN or other),
09:21 Publisher, Collection title,
09:26 Publication place, Item type,
09:31 Reason for suggestion: আৰু Notes
09:35 মন কৰিব: ৰঙা ৰঙৰে চিহ্নিত Title ফিল্দ বাধ্যতামূলক
09:41 মই Title Genetics ভৰাম
09:45 পাছত মই Standard number (ISBN, ISSN or other) নাম্বাৰত- 1234567891 ভৰাম
10:00 পৃষ্ঠাটোৰ তলত Submit your suggestion ত ক্লিক কৰক
10:05 নতুন পৃষ্ঠা এটা পুনৰ আহিছে Your purchase suggestions
10:11 ইয়াৰ সৈতে, আমি শিকিলো কেনেকৈ patronOPAC ব্যৱ্হাৰ কৰি Koha Library ত কিতাপ এখন চাৰ্চ কৰে
10:20 শেষত, পৃষ্ঠাটোৰ ওপৰত সোফালে চুকত Logout ত ক্লিক কৰি OPAC একাউন্টৰ পৰা ল’গ আউত কৰক
10:29 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
10:33 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Webpatron হিচাবে আপোনাৰ লাইব্ৰেৰী একাউন্টটো কেনেকৈ এক্সেচ কৰিব পাৰি আৰু ইয়াৰ লাভসমূহ
10:48 অনুশিলনী হিচাবে, আন এখন কিতাপৰ বাবে পাৰচেজ উপদেশ এটা দিয়ক
10:54 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:02 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:12 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
11:16 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:28 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9