Difference between revisions of "KTouch/S1/Configuring-Settings/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 202: Line 202:
 
|-
 
|-
 
| 04:55
 
| 04:55
| Lecture Statistics ত ক্লিক কৰো. Training statistics "dialogue box" প্রদর্শিত হয়.
+
| Lecture Statistics ত ক্লিক কৰো. Training statistics "dialog box" প্রদর্শিত হয়.
  
 
|-
 
|-

Latest revision as of 15:18, 28 October 2020

Time Narration
00:00 KTouchত কনফিগুৰীঙ সেতিঙৰ স্পকেন টুূটৰীয়েললৈ আপোনাক স্গতম
00:04 এই টুটৰীয়েলত অামি শিকিম কেনেকৈ
00:08 ট্ৰেইনীঙৰ লেবেল সলনি কৰে. টাইপিঙৰ বেগ নিয়ন্ত্রিত কৰা
00:13 ছোট কাৰ্ট কী কনফিগাৰ কৰা. টুলবাৰ কনফিগাৰ কৰা. টাইপ বৈশিষ্ট্যেৰ মান চোৱা .
00:20 ইয়াত আমি উবুনটু লিনাক্স ১১.১০ত KTouch 1.7.1 বয়ৱহাৰ কৰিছো .
00:27 অাহক KTouch খোলো.
00:33 আমি ১ লেবেলত আছো. আহক আমি দ্বীতিয় লেবেল মানে ২ লৈ যাও.
00:40 ট্ৰেনীঙটো ২ লেবেললৈ বঢ়হাবলৈ লেবেল ফিল্দৰ পিছত উপৰৰ ত্রিভুজ চিহ্নত ক্লিক কৰক,
00:48 মন কৰক যে লেবেলটো ২লৈ সলনি কৰাৰ পিছত কি হয়
00:52 শিক্ষকৰ লাইনত থকা অাক্ষৰ বোৰ পৰিবর্তন হয়
00:56 এই Level fieldত থকা নতুন অাক্ষৰৰ অধীনত প্রদর্শিত অাক্ষৰ খিনিক চাওক. সিহতেও পৰিবর্তন কৰিছে !
01:02 এই নির্বাচিত level ৰ বাবে চর্চা কৰিবলগিয়া হৈছে এই অাক্ষৰবোৰ.
01:07 এতিয়া টাইপিং আৰম্ভ কৰো
01:09 এতিয়া আমি শিক্ষক ৰ লাইনত প্রদর্শন নকৰা এটি অাক্ষৰ টাইপ কৰো.
01:14 শিক্ষার্থী লাইন ৰঙা ৰঙলৈ পৰিবর্তন হয় .
01:17 আপনি আৰু কি দেখিছে?
01:19 Correctness ক্ষেত্রত প্রদর্শন কৰা শতাংশ কমে
01:23 আহক ব্যাকস্পেস প্রেস কৰো আৰু ভুল টো delete মানে মুছি পেলোৱা যাওক.
01:27 প্রশিক্ষণ অপশনবোৰ সেট কৰিবলৈ শিকো আহক
01:31 ট্রেনিং বিকল্প কি ?
01:33 আমি টাইপিংৰ গতি আৰু শুদ্ধতাৰ বাবে ( নির্ভুলতা টাইপিঙৰ শতাংশ )পেৰামিতাৰ পৰিবর্তন কৰিবলৈ প্রশিক্ষণ বিকল্পবোৰ ব্যবহাৰ কৰো.
01:41 আমি এটা নির্দিষ্ট স্তৰত টাইপ কৰিব পৰা লাইনবোৰ কাস্টমাইজ কৰিবও পাৰো.
01:47 প্রধান মেনৰ পৰা, সেটিংস নির্বাচন কৰক আৰু কনফিগাৰ KTouchত ক্লিক কৰক.
01:52 কনফিগাৰ - KTouch ডায়লগ বক্স প্রদর্শিত হয়.
01:56 কনফিগাৰৰ বাও প্যানেলৰ পৰা - KTouch ডায়লগ বক্স , প্রশিক্ষণ অপশনত ক্লিক কৰক.
02:02 সো প্যানেলে এতিয়া বিভিন্ন প্রশিক্ষণৰ বিকল্প প্রদর্শন কৰে.
02:06 টাইপৰ গতি, শুদ্ধি , অাৰু কামৰ ভাৰ ৰ বাবে উচ্চ সীমা সেট কৰা যাওক .
02:13 সীমা অধীনত এটা স্তৰ বৃদ্ধি কৰিবলৈ , আমি :
02:15 টাইপৰ গতি প্রতি মিনিটত 120 অাক্ষৰ,  Correctness মানে শুদ্ধি 85 % লৈ সেট কৰক.
02:24 অবশেষত কামৰ ভাৰ 1 ৰলৈ সেট কৰা যাওক .
02:27 ইয়াৰ মানে যে আমি প্রতিটো স্তৰত মাত্র এটা লাইন সম্পূর্ণ কৰিব লাগে.
02:31 আমি তেন্তে স্বয়ংক্রিয়ভাবে পৰবর্তী স্তৰলৈ যাম .
02:36 আপোনি যদি পৰবর্তী স্তৰলৈ যোৱাৰ আগত এটি স্তৰৰ বাবে প্রশিক্ষণ সম্পন্ন কৰিবলৈ বিছাৰে,তেন্তে "Complete whole training level before proceeding box" ছেক কৰক
02:46 টাইপৰ গতি আৰু শুদ্ধিৰ বাবে নিম্ন সীমা সেট কৰা যাওক .
02:50 সীমা অধীনত এটি স্তৰ হ্রাস কৰিবলৈ , আমি :
02:53 টাইপৰ গতি প্রতি মিনিটত 60 অাক্ষৰ আৰু Correctness মানে শুদ্ধি 60 লৈ সেট কৰক.
03:00 পৰবর্তী প্রোগ্রামৰ বাবে Remember স্তৰ বাক্সটো পৰীক্ষা কৰা যাওক
03:06 Applyত ক্লিক কৰক. OKত ক্লীক কৰক .
03:09 পৰিবর্তনবোৰ প্রয়োগ কৰা হয় মাত্র যেতিয়া আমি এটি নতুন সেশন আৰম্ভ কৰো  .
03:14 Start New Sessionত ক্লিক কৰক আৰু Keep Current Level বাচনি কৰক.
03:20 টাইপ কৰা আৰম্ভ কৰা যাওক .
03:23 মন কৰক যে প্রথমে গতি 0 আছিলৈ. আমি টাইপ কৰা লগে লগে ই বৃদ্ধি পায় অথবা কমি যায়.
03:30 Pause Session ত ক্লিক কৰক . আমি যেতিয়া ৰখি যাও টাইপিংৰ গতি একেই গণনা সময়ত ৰখি থাকে .
03:38 আমি টাইপিং পুনৰায় আৰম্ভ কৰ যাওক.
03:40 গতি 60 ৰ তলত যোৱাৰ লগে লগে, মন কৰক যে গতিৰ পিছত থকা red circle ভাতি উঠে
03:47 ই নির্দেশ দিয়ে যে গতি নিম্ন সীমাৰ তলৰ লৈকে গৈছে, সেয়া হৈছে 60 গতিৰ বাবে সেট কৰা.
03:54 এতিয়া, শিক্ষকৰ লাইনত প্রদর্শন নকৰা সংখ্যা 4 টাইপ কৰক.
03:59 Studentৰ লাইন ৰঙা ৰঙত সক্রিয় হয়  .
04:02 শুদ্ধিৰ শতকৰাও দেখোৱাই.
04:05 আপোনি শিক্ষকৰ লাইনত থকা অাক্ষৰ বা অাক্ষৰবোৰৰ মাজত স্পেছ দেখিছেনে?
04:11 এতিয়া, আমি এই শব্দৰ পিছত স্পেস বাৰ প্ৰেচ নকৰো.
04:15 Student ৰ লাইন আকৌ ৰঙা ৰঙত পৰিণত হৈছে !
04:18 ইয়াৰ মানে স্পেছ বোৰো খুব সঠিকভাবে টাইপ কৰিব লাগিব
04:22 আমি ছাত্রৰ লাইনত এটি লাইন টাইপ কৰা সম্পূর্ণ কৰা যাওক আৰু তাৰপিছতEnter প্ৰেছ কৰো .
04:31 লেভেল টো 3 লৈ পৰিবর্তিত হৈছে !
04:33 লেভেল টো 3 লৈ কিয় পৰিবর্তিত হৈছে? কাৰন আমি Workload মানে কামৰভাৰ 1 লৈ সেট কৰিছো
04:39 সেয়ে, যেতিয়া আমি Level 2ৰ বাবে এটা লাইন সম্পূর্ণ কৰিম আৰু Enter টিপিম, আমি পৰবর্তী স্তৰলৈ যাম
04:47 মন কৰক যে Teacher’s Lineত নতুন অাক্ষবোৰ প্রদর্শন কৰা হৈছে .
04:52 আপোনি আমাৰ টাইপিং সেশানৰ স্কোৰ জানিব বেছাৰে নেকি?
04:55 Lecture Statistics ত ক্লিক কৰো. Training statistics "dialog box" প্রদর্শিত হয়.
05:02 " ট্যাব " ত ক্লিক কৰক আৰু তাৰে প্রতিটোৱে কি নির্দেশ দিয়ে চাওক.
05:07 Current ট্রেনিং সেশনত ক্লিক কৰক.
05:12 এইটোৱে সাধাৰন পৰিসংখ্যানৰ বিবৰণ, টাইপিংৰ ৰেট, টাইপিংৰ সঠিকতা আৰু আপোনাৰ মন কৰিবলগীয়া অাক্ষৰৰ বিৱৰণৰ প্রদর্শন কৰা হয়.
05:22 Current Level Statistics ট্যাবে বিৱৰন কিছো প্রদর্শন কৰে যি Current ট্রেনিং সেশন ট্যাবত প্রদর্শন কৰা এক অনুৰুপ বিবৰণ হয়.
05:31 Monitor Progress ট্যাবে আপনাৰ টাইপিং ৰ অগ্রগতিৰ এটি গ্রাফিকাল ৰুপ প্রদর্শন কৰে
05:38 এই ডাইলগ বাক্স বন্ধ কৰা যাওক.
05:41 আপোনালোকে আপোনাৰ নিজৰ "short cut keys " তৈয়াৰ কৰিব পাৰে.
05:45 short cut keys কি হয়?
05:47 short cut keys হৈছে মেনু অপশন ব্যবহাৰ কৰা পৰিবর্তে কিবোর্ডৰ পৰা ২টা বা অধিক কিচৰ সংযোগ হোৱা .
05:56 আমি Lecture Statistics চাবলৈ এটি ছোট কাৰ্ট কী কনফিগাৰ কৰা যাওক.
06:01 প্রধান মেনুৰ পৰা, সেটিংসত ক্লীক কৰক , কনফিগাৰ কৰক  " শর্ট কাট "
06:06 কনফিগাৰ শর্ট কাট - KTouch ডাইলগ বাক্স প্রদর্শিত হয়.
06:10 অনুসন্ধান বাক্সত Lecture Statistics লিখক .
06:16 Lecture Statistics ত ক্লিক কৰক. কাস্টম নির্বাচন কৰক আৰু Noneত ক্লিক কৰক. আইকন ইনপুটলৈ পৰিবর্তন হয় 
06:24 এতিয়া, কিবোর্ডৰ পৰা , "Shift আৰু A " একেলগে কি টিপক  .
06:30 মন কৰক যে এতিয়া আইকনটোৱে letters " Shift + A " প্রদর্শন কৰে.  OK ত ক্লিক কৰক.
06:38 এতিয়া, " শিফট আৰু A " কী একেলগে প্রেছ কৰক. Training Statistics ডায়ালগ বক্স প্রদর্শিত হয়.
06:45 প্রস্থান কৰিবলৈ Closeত ক্লিক কৰক.
06:49 KTouchএ আপোনাক টুলবাৰ কনফিগাৰ কৰিবলৈ অনুমতি দিয়ে .
06:53 আমি Quit Ktouch command এটি আইকন হিসাবে প্রদর্শন কৰিব বিচাৰো .
06:58 প্রধান মেনুৰ পৰা, সেটিং ত ক্লিক কৰক আৰু কনফিগাৰ টুলবাৰত ক্লিক কৰক.
07:03 কনফিগাৰ টুলবাৰ - KTouch ডাইলগ বাক্স প্রদর্শিত হব.
07:07 বাও প্যানেলত, বিকল্প তালিকাৰ পৰা Quit icon নির্বাচন কৰক. তাত Double ক্লিক কৰক
07:15 আইকনটো সো প্যানেলৰ লৈ যায়. Applyত ক্লিক কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক
07:22 Quit icon এতিয়া KTouch উইন্ডোত প্রদর্শিত হয়.
07:26 অামি এতিয়া এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
07:30 এই টিউটোৰিয়েলত আমি কিভাবে training level সংশোধন কৰা , গতিৰ নিৰীক্ষণ  কৰা ,অাৰু টাইপিং ৰ নির্ভুলতাৰ কৰা হয় .
07:38 আমি কীবোর্ড শর্ট কাট আৰু টুলবাৰ কনফিগাৰ কৰিবলৈ শিকিছো .
07:43 আপোনাৰ বাবে এটি কাৰ্জয়.
07:46 কনফিগাৰ KTouch অধীনত, Workload 2 লৈ পৰিবর্তন কৰক.
07:50 কার্যধাৰা বাক্সৰ আগত Complete whole training স্তৰ পৰীক্ষা কৰক.
07:56 এতিয়া এটি নতুন টাইপিং ছেচন খোলক আৰু টাইপিং অভ্যাস কৰক
08:00 অবশেষত, আপোনাৰ lecture statistic প্ৰশিক্ষন কৰক
08:04 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
08:07 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:10 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:15 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:17 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:20 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:23 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:29 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:33 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:41 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:52 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble