Difference between revisions of "Java/C3/Subclassing-and-Method-Overriding/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | Subclassing and Method overriding ইয়াৰ টিউটোৰিয়েল...")
 
 
Line 182: Line 182:
 
|-
 
|-
 
| 04:43
 
| 04:43
| কিন্তু তথাপিও আমি আউটপুট পাইছো। ইয়াৰ কাৰণ হল, Manager ক্লাসে Employee ক্লাসক প্ৰসাৰিত কৰে।
+
| কিন্তু তথাপিও আমি আউটপুট পাইছো। ইয়াৰ কাৰণ হল, Manager ক্লাসে Employee ক্লাসক extends কৰে।
  
 
|-
 
|-
 
| 04:52
 
| 04:52
| Manager ক্লাসে স্বয়ংক্ৰিয়ভাবে Employee ক্লাসৰ ভ্যাৰিয়েবল্স আৰু মেথডস বনায়।*****
+
| Manager ক্লাসে স্বয়ংক্ৰিয়ভাবে Employee ক্লাসৰ ভ্যাৰিয়েবল্স আৰু মেথডস বনায়।
  
 
|-
 
|-
Line 340: Line 340:
 
|-
 
|-
 
| 09:31
 
| 09:31
| অনুশীলনী হিসাবে, Vehicle ক্লাস বনাওক যত run মেথড আছে যি "The Vehicle is running" প্ৰিন্ট কৰে।  *******
+
| অনুশীলনী হিসাবে, Vehicle ক্লাস বনাওক যত run মেথড আছে যি "The Vehicle is running" প্ৰিন্ট কৰে। 
  
 
|-
 
|-
 
| 09:40
 
| 09:40
| এটা Bike ক্লাসও বনাওক, যত run মেথড আাছে যি The Bike is running safely প্ৰিন্ট কৰে।  *****
+
| এটা Bike ক্লাসও বনাওক, যত run মেথড আাছে যি The Bike is running safely প্ৰিন্ট কৰে।   
  
 
|-
 
|-

Latest revision as of 12:16, 20 June 2019

Time
Narration
00:01 Subclassing and Method overriding ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 ইয়াতে আমি শিকিম: subclassing , extends কীওয়ার্ড আৰু method overriding.
00:15 ইয়াতে ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স সংস্কৰণ 12.04, JDK 1.7, Eclipse 4.3.1.
00:25 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:32 নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইটত যাওক।
00:37 প্ৰথমে আমি শিকিম যে subclassing কি।
00:41 এইটো এটা বিদ্যমান classৰ পৰা নতুন class বনোৱাৰ উপায়।
00:46 নতুন নির্মিত ক্লাস হল subclass বা derived class বা child class.
00:53 ইতিমধ্যে বিদ্যমান ক্লাসক superclass বা base class বা parent class বোলে।
01:00 এতিয়া, আপোনাক subclass বনোৱা দেখাও। মই ইতিমধ্যে MyProject নামৰ এটা প্ৰকল্প বনাইছো।
01:10 মই ইয়াতে Employee নামৰ এটা ক্লাস বনাইছো।
01:15 ইয়াতে variable, name আৰু email_address আছে।
01:19 ইয়াতে ক্লাসৰ বাবে setter আৰু getter মেথডও আছে।
01:24 ইয়াতে getDetails() মেথড আছে। এই মেথডে name আৰু email_address ৰিটার্ন কৰে।
01:31 এতিয়া, Manager ক্লাসত যাও।
01:35 ইয়াতে variable, name, email_address আৰু department আছে।
01:40 আমি দেখো যে কিছু ভ্যাৰিয়েবল Employee আৰু Manager class উভয়ৰ বাবে একেই।
01:47 name আৰু email_address, Employee ক্লাসত আছে। আমি দেখো যে এইটো Manager ক্লাসতও আছে।
01:57 এইভাবে, Manager ক্লাসক Employee ক্লাসৰ subclass বনোৱা যায়।
02:03 ইয়াৰ বাবে, Manager ক্লাসত কিছু পৰিবর্তন কৰিব লাগিব।
02:08 public class Manager ইয়াৰ পিছত, লিখক: extends Employee
02:14 আমি বিদ্যমান ক্লাসৰ পৰা subclass বনাবলৈ extends কীওয়ার্ড ব্যবহাৰ কৰো।
02:21 উভয় ক্লাসৰ অনুৰুপ ডুপ্লিকেট ভ্যাৰিয়েবলক অতৰাওক।
02:26 Manager ক্লাসৰ পৰা name আৰু email_address অতৰাওক।
02:32 লগতে setter আৰু getter মেথডও মুছি পেলাওক।
02:37 Manager ক্লাসত, কেবল এটা department ভ্যাৰিয়েবল থাকিব।
02:43 আমাৰ উচৰত department ইয়াৰ বাবে setter আৰু getter মেথডও আছে।
02:49 এইভাবে, Manager ক্লাসে Employee ক্লাসৰ সদস্যদক ইনহেৰিট কৰে।
02:55 এটা ক্লাসক অন্য ক্লাসত বিস্তাৰ কৰাৰ এই পদ্ধতিক single inheritance বোলে।
03:02 আমি TestEmployee নামৰ আৰু এটা ক্লাস বনাইছো।
03:08 Main মেথডত, আমি Manager ক্লাসৰ object বনাম।
03:14 সেয়ে, main মেথডত লিখক : Manager manager equal to new Manager প্ৰথম বন্ধনী।
03:23 আমি Manager ক্লাসৰ setter মেথড কল কৰিম।
03:28 লিখক, manager dot setName বন্ধনীত আৰু ডবল উদ্ধৃতিত Nikkita Dinesh
03:38 তাৰপিছত লিখক: manager dot setEmail বন্ধনীত আৰু ডাবল উদ্ধৃতিত abc at gmail dot com.
03:49 তাৰপিছত লিখক, manager dot setDepartment বন্ধনীত আৰু ডাবল উদ্ধৃতিত Accounts.
03:57 আপোনি যি কোনো name, email address আৰু department ব্যবহাৰ কৰিব পাৰে।
04:02 এতিয়া, Manager অবজেক্ট দ্বাৰা getDetails() মেথড কল কৰো।
04:08 সেয়ে লিখক: System.out.println বন্ধনীত manager dot getDetails.
04:17 এতিয়া, প্ৰোগ্ৰামটো সংৰক্ষণ কৰি ৰান কৰি।
04:21 আমি দেখো যে আমি আউটপুটটো পাইছো: Name: Nikkita Dinesh Email: abc@gmail.com
04:30 ইয়াতে Manager ক্লাসৰ অবজেক্ট getDetails () মেথডক কল কৰে।
04:36 এতিয়া, Manager ক্লাসত আহক।
04:39 আমি দেখো যে ইয়াতে getDetails() মেথড নাই।
04:43 কিন্তু তথাপিও আমি আউটপুট পাইছো। ইয়াৰ কাৰণ হল, Manager ক্লাসে Employee ক্লাসক extends কৰে।
04:52 Manager ক্লাসে স্বয়ংক্ৰিয়ভাবে Employee ক্লাসৰ ভ্যাৰিয়েবল্স আৰু মেথডস বনায়।
04:59 এইটোৱে parent ক্লাসত চেক কৰে যি হল Employee.
05:04 Employee ক্লাসত উভতি আহো। এইটোৱে ইয়াত getDetails() মেথড পাই।
05:11 আমি department ৰিটার্ন কৰা নাই। ফলস্বৰুপে, এইটোৱে আউটপুটত department প্ৰিন্ট নকৰে।
05:20 getDetails মেথডক privateত সলাওক। ফাইলটো সংৰক্ষণ কৰক।
05:27 আমি দেখো যে আমি TestEmployee ক্লাসত এটা সংকলন এৰৰ পাইছো।
05:34 এইটোৱে দেখায় যে The method getDetails() from the type Employee is not visible.
05:40 ইয়াৰ মানে getDetails () মেথডক ব্যবহাৰ কৰিব নোৱাৰে।
05:45 ইয়াৰ কাৰণ হল আমি getDetails () মেথডক private কৰিছিলো।
05:52 subclass এ superclass ইয়াৰ private সদস্য ইনহেৰিট নকৰে।
05:58 Subclasএ superclass ইয়াৰ private সদস্যদক অ্যাক্সেস কৰিব নোৱাৰে।
06:04 superclassৰ public বা protected মেথড হব পাৰে।
06:09   এই মেথডে তাৰ private ফীল্ড অ্যাক্সেস কৰিব পাৰে।
06:13 subclassএ এই মেথডৰ দ্বাৰা private ফীল্ডও অ্যাক্সেস কৰিব পাৰে।
06:18 সেয়ে এইটোক আকৌ এবাৰ publicত সলাও।
06:21 এতিয়া, Manager ক্লাসত getDetails মেথডক অন্তর্ভুক্ত কৰো।
06:27 এই মেথডে name, email_address আৰু departmentক ৰিটার্ন কৰিব।
06:33 সেয়ে লিখক: public String getDetails প্ৰথম বন্ধনী।
  06:39 মেথডে লিখক: return বন্ধনীত Name প্লাস getName() প্লাস slash n প্লাস Email plus getEmail() প্লাস slash n প্লাস Manager of প্লাস getDepartment() সেমিকোলন। ফাইলটোক সংৰক্ষণ কৰক।
07:07 লক্ষ্য কৰক, এতিয়া getDetails মেথড, Manager আৰু Employee উভয় ক্লাসত আছে।
07:15 মেথডৰ name, return type আৰু argument list উভয় ক্লাসত একেই।
07:22 subclassত থকা মেথডক parent ক্লাসত থকা মেথডক override কৰা বোলি কয় যদি:

name, return type, argument list একে হয়।

07:33 Manager ক্লাসত উভতি আহক।
07:36 getDetails () মেথডৰ আগত লিখক: @Override
07:43 এইটো override annotation হয়. এইটোৱে নির্দেশ কৰে যে এটা মেথড, superclassত থকা মেথডক override কৰিবলৈ অভিপ্ৰেত কৰা হৈছে।
07:53 এতিয়া, দেখো যে annotation কি।
07:57 Annotations: at (@) চিহ্ন দি আৰম্ভ হয়, প্ৰোগ্ৰাম সম্পর্কে ডেটা প্ৰদান কৰে, কোডৰ অপাৰেশনত কোনো প্ৰভাব নাই।
08:10 যদি এটা মেথড @Override সহ annotate হয়, কম্পাইলাৰ এৰৰ উৎপন্ন কৰে যদি মেথডে: superclassত ঘোষিত মেথডক override নকৰে।
08:23 method signature তাৰ superclassত ভিন্ন।
08:28 এতিয়া, IDE ত  উভতো আহো। Manager ক্লাসত উভতি আহক।
08:34 at (@) চিহ্ন ক্যাৰেক্টাৰে কম্পাইলাৰক ইঙ্গিত কৰে যে annotation ইয়াৰ পিছত কি হয়।
08:42 ইয়াতে, এইটোৱে দেখায় যে getDetails() মেথড overridden হয়।
08:48 TestEmployee ক্লাসত উভতি আহক।
08:51 ফাইলটো সংৰক্ষণ কৰি প্ৰোগ্ৰামটো ৰান কৰক।
08:55 আমি নিম্ন আউটপুট পাও: Name: Nikkita Dinesh, Email: abc@gmail.com, Manager of Accounts
09:05 ইয়াতে, Manager ক্লাসৰ অবজেক্টে getDetails () মেথডক কল কৰে।
09:11 কিন্তু এইবাৰ, এইটোৱে নিজেই Manager ক্লাসৰ মেথডক কল কৰিছে।
09:16 এইভাবে, আমি subclass দ্বাৰা parent ক্লাসৰ মেথডক override কৰো।
09:23 সংক্ষেপে, ইয়াতে আমি শিকিছো: Subclassing আৰু Method Overriding.
09:31 অনুশীলনী হিসাবে, Vehicle ক্লাস বনাওক যত run মেথড আছে যি "The Vehicle is running" প্ৰিন্ট কৰে। 
09:40 এটা Bike ক্লাসও বনাওক, যত run মেথড আাছে যি The Bike is running safely প্ৰিন্ট কৰে। 
09:48 আউটপুট The Bike is running safely হোৱা উচিত।
09:52 স্পোকেন টিউটোৰিয়েল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ, এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰে।
10:06 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। এই বিষয়ত বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত  ইমেল কৰক।
10:21 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য,

http://spoken-tutorial.org/NMEICT-Intro

10:42 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi