Difference between revisions of "Health-and-Nutrition/C2/Protein-rich-vegetarian-recipes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 | <center>Time</center> | <center>Narration</center> |- | 00:00 | '''প্ৰ’টিন''' প্ৰচুৰকৈ থকা নিৰামিষ বিধি...")
 
Line 11: Line 11:
 
| এই টিউট’ৰিয়েলটোত, আমি শিকিম:  
 
| এই টিউট’ৰিয়েলটোত, আমি শিকিম:  
  
 +
|-
 +
| 00:07
 +
| '''প্ৰ’টিনৰ''' লাভসমূহ
 +
 
|-
 
|-
 
| 00:09
 
| 00:09
| '''প্ৰ’টিনৰ''' লাভসমূহ । '''প্ৰ’টিন''' প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি
+
| '''প্ৰ’টিন''' প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি
  
 
|-
 
|-
| 00:14
+
| 00:13
 
| '''প্ৰ’টিনে''' মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে
 
| '''প্ৰ’টিনে''' মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে
  
 
|-
 
|-
| 00:21
+
| 00:19
 
| ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে
 
| ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে
  
 
|-
 
|-
| 00:26
+
| 00:24
 
| '''প্ৰ’টিনৰ''' গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে
 
| '''প্ৰ’টিনৰ''' গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে
  
 
|-
 
|-
| 00:31
+
| 00:30
 
| এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
 
| এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
  
 
|-
 
|-
| 00:35
+
| 00:33
 
| আহক '''প্ৰ’টিনৰ''' নিৰামিষ উৎসসমূহ চাওঁ
 
| আহক '''প্ৰ’টিনৰ''' নিৰামিষ উৎসসমূহ চাওঁ
  
 
|-
 
|-
| 00:39
+
| 00:37
 
| গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ,  
 
| গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ,  
  
 
|-
 
|-
| 00:41
+
| 00:39
 
| ডালি,  
 
| ডালি,  
  
 
|-
 
|-
| 00:43
+
| 00:41
 
| বাদাম আৰু বীজসমূহ হৈছে '''প্ৰ’টিনৰ''' ভাল উৎস
 
| বাদাম আৰু বীজসমূহ হৈছে '''প্ৰ’টিনৰ''' ভাল উৎস
  
 
|-
 
|-
| 00:47
+
| 00:44
 
| এতিয়া, আহক কিছু '''প্ৰ’টিন''' প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ
 
| এতিয়া, আহক কিছু '''প্ৰ’টিন''' প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ
  
 
|-
 
|-
| 00:52
+
| 00:49
 
| আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি)
 
| আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি)
  
 
|-
 
|-
| 00:55
+
| 00:52
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
  
 
|-
 
|-
| 00:58
+
| 00:55
| ৭০ গ্ৰাম বা আধা কাপ পনীৰ
+
| ৭০ গ্ৰাম বা আধা কাপ পনীৰ,
  
 
|-
 
|-
| 01:01
+
| 00:58
| ৭০ গ্ৰাম বা আধা কাপ দৈ
+
| ৭০ গ্ৰাম বা আধা কাপ দৈ,
  
 
|-
 
|-
| 01:04
+
| 01:02
| ১ চামোচ ভজা বেচন
+
| ১ চামোচ ভজা বেচন,
  
 
|-
 
|-
| 01:08
+
| 01:06
| আপোনাক লগতে লাগিব:  
+
| আপোনাক লগতে লাগিব: ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
  
 
|-
 
|-
| 01:10
+
| 01:11
| ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
+
 
+
|-
+
| 01:12
+
 
| আধা চামোচ হালধী পাউদাৰ
 
| আধা চামোচ হালধী পাউদাৰ
  
Line 88: Line 88:
  
 
|-
 
|-
| 01:18
+
| 01:19
 
| আধা চামোচ গৰম মচলা পাউদাৰ
 
| আধা চামোচ গৰম মচলা পাউদাৰ
  
 
|-
 
|-
| 01:21
+
| 01:22
 
| ১ চামোচ তেল বা ঘিউ
 
| ১ চামোচ তেল বা ঘিউ
  
 
|-
 
|-
| 01:23
+
| 01:25
 
| নিমখ সোৱাদ অনুসৰি
 
| নিমখ সোৱাদ অনুসৰি
  
 
|-
 
|-
| 01:25
+
| 01:28
| পদ্ধতি:
+
| পদ্ধতি: দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে
 
+
|-
+
| 01:27
+
| দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে
+
  
 
|-
 
|-
| 01:31
+
| 01:32
 
| মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক  
 
| মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক  
  
 
|-
 
|-
| 01:36
+
| 01:38
 
| সকলোকে পুনৰ মিক্স কৰক  
 
| সকলোকে পুনৰ মিক্স কৰক  
  
 
|-
 
|-
| 01:38
+
| 01:40
 
| ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক
 
| ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক
  
 
|-
 
|-
| 01:43
+
| 01:45
 
| বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক
 
| বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক
  
 
|-
 
|-
| 01:47
+
| 01:51
 
| ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক
 
| ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক
  
 
|-
 
|-
| 01:51
+
| 01:54
 
| দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক
 
| দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক
  
 
|-
 
|-
| 01:55
+
| 01:58
 
| ইয়াত আধা গ্লাচ পানী দিয়ক
 
| ইয়াত আধা গ্লাচ পানী দিয়ক
  
 
|-
 
|-
| 01:58
+
| 02:01
 
| ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে
 
| ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে
  
 
|-
 
|-
| 02:02
+
| 02:07
 
| পনীৰ মচলা তৈয়াৰ হ’ল
 
| পনীৰ মচলা তৈয়াৰ হ’ল
  
 
|-
 
|-
| 02:05
+
| 02:09
 
| আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম '''প্ৰ’টিন''' থাকে   
 
| আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম '''প্ৰ’টিন''' থাকে   
  
 
|-
 
|-
| 02:10
+
| 02:14
 
| পাছৰ বিধিটো হৈছে মগুৰ কাৰি
 
| পাছৰ বিধিটো হৈছে মগুৰ কাৰি
  
 
|-
 
|-
| 02:13
+
| 02:18
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:  
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:  
  
 
|-
 
|-
| 02:16
+
| 02:21
 
| ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ
 
| ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ
  
 
|-
 
|-
| 02:19
+
| 02:25
 
| ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু
 
| ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু
  
 
|-
 
|-
| 02:23
+
| 02:30
 
| ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত
 
| ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত
  
 
|-
 
|-
| 02:27
+
| 02:35
 
| ৪ চামোচ বেচন
 
| ৪ চামোচ বেচন
  
 
|-
 
|-
| 02:30
+
| 02:38
 
| আধা চামোচ হালধী পাউদাৰ
 
| আধা চামোচ হালধী পাউদাৰ
  
 
|-
 
|-
| 02:33
+
| 02:41
 
| ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
 
| ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
  
 
|-
 
|-
| 02:36
+
| 02:44
| আপোনাক লগতে লাগিব:  
+
| আপোনাক লগতে লাগিব: আধা চামোচ সৰিয়হৰ গুটি,
  
 
|-
 
|-
| 02:38
+
| 02:49
| আধা চামোচ সৰিয়হৰ গুটি
+
| আধা চামোচ জীৰা গুটি,
  
 
|-
 
|-
| 02:40
+
| 02:52
| আধা চামোচ জীৰা গুটি
+
| এটা সেউজীয়া জলকীয়া,
  
 
|-
 
|-
| 02:43
+
| 02:54
| এটা সেউজীয়া জলকীয়া
+
| ১ চামোচ তেল,
  
 
|-
 
|-
| 02:45
+
| 02:56
| ১ চামোচ তেল
+
| ৪ বা ৫ টা কাৰি পাত,
  
 
|-
 
|-
| 02:47
+
| 02:59
| ৪ বা ৫ টা কাৰি পাত
+
 
+
|-
+
| 02:49
+
 
| নিমখ সোৱাদ অনুসৰি
 
| নিমখ সোৱাদ অনুসৰি
  
 
|-
 
|-
| 02:51
+
| 03:02
| পদ্ধতি:
+
| I will now explain the procedureপদ্ধতি:
  
 
|-
 
|-
| 02:53
+
| 03:04
 
| আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম  
 
| আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম  
  
 
|-
 
|-
| 02:55
+
| 03:07
 
| মগুখিনি এৰাতি পানীত ভিজাওঁক
 
| মগুখিনি এৰাতি পানীত ভিজাওঁক
  
 
|-
 
|-
| 02:59
+
| 03:11
| ইয়াক ৰাতিপুৱা টোকক আৰু চাফা মখমলৰ কাপোৰ এখনত বান্ধক
+
| ইয়াক ৰাতিপুৱা টোকক আৰু  
 +
 
 +
|-
 +
| 03:13
 +
| চাফা মখমলৰ কাপোৰ এখনত বান্ধক
  
 
|-
 
|-
| 03:03
+
| 03:16
 
| এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে
 
| এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে
  
 
|-
 
|-
| 03:09
+
| 03:23
 
| মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক
 
| মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক
  
 
|-
 
|-
| 03:14
+
| 03:28
 
| যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে
 
| যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে
  
 
|-
 
|-
| 03:19
+
| 03:33
 
| এই পেষ্টক বাতি এটাত থওঁক
 
| এই পেষ্টক বাতি এটাত থওঁক
  
 
|-
 
|-
| 03:21
+
| 03:36
 
| ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক
 
| ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক
  
 
|-
 
|-
| 03:27
+
| 03:43
| এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক আৰু ভাপ দিয়া প্লেত এখনত থওঁক
+
| এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক  
 +
 
 +
| 03:45
 +
| আৰু ভাপ দিয়া প্লেত এখনত থওঁক
  
 
|-
 
|-
| 03:32
+
| 03:48
 
| ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক
 
| ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক
  
 
|-
 
|-
| 03:36
+
| 03:53
 
| ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক
 
| ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক
  
 
|-
 
|-
| 03:40
+
| 03:56
 
| দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক
 
| দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক
  
 
|-
 
|-
| 03:44
+
| 03:59
| ২ চামোচ বেচন আৰু মচলা দিয়ক আৰু সকলোখিনি ভালকৈ মিক্স কৰক
+
| ২ চামোচ বেচন আৰু মচলা দিয়ক  
 +
 
 +
|-
 +
| 04:04
 +
| আৰু সকলোখিনি ভালকৈ মিক্স কৰক
  
 
|-
 
|-
| 03:50
+
| 04:08
 
| ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক
 
| ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক
  
 
|-
 
|-
| 03:55
+
| 04:13
 
| পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক
 
| পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক
  
 
|-
 
|-
| 04:00
+
| 04:18
 
| সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক
 
| সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক
  
 
|-
 
|-
| 04:04
+
| 04:23
 
| ইয়াক মধ্যম জুইত ৰান্ধক
 
| ইয়াক মধ্যম জুইত ৰান্ধক
  
 
|-
 
|-
| 04:07
+
| 04:26
 
| মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে
 
| মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে
  
 
|-
 
|-
| 04:12
+
| 04:30
 
| মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব
 
| মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব
  
 
|-
 
|-
| 04:17
+
| 04:36
 
| মগুৰ কাৰি তৈয়াৰ হ’ল
 
| মগুৰ কাৰি তৈয়াৰ হ’ল
  
 
|-
 
|-
| 04:20
+
| 04:39
 
| ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম '''প্ৰ’টিন''' থাকে
 
| ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম '''প্ৰ’টিন''' থাকে
  
 
|-
 
|-
| 04:25
+
| 04:44
 
| তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে
 
| তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে
  
 
|-
 
|-
| 04:31
+
| 04:50
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:  
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:  
  
 
|-
 
|-
| 04:34
+
| 04:53
| দেৰ চামোচ চ’য়া বিন
+
| দেৰ চামোচ চ’য়া বিন,
  
 
|-
 
|-
| 04:37
+
| 04:57
| ২ চামোচ জোৱাৰ
+
| ২ চামোচ জোৱাৰ,
  
 
|-
 
|-
| 04:40
+
| 04:59
| ২ চামোচ ফলা ক’লা বুট
+
| ২ চামোচ ফলা ক’লা বুট,
  
 
|-
 
|-
| 04:43
+
| 05:02
| ১ চামোচ মিথি গুটি
+
| আৰু ১ চামোচ মিথি গুটি
  
 
|-
 
|-
| 04:45
+
| 05:06
 
| তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব:
 
| তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব:
  
 
|-
 
|-
| 04:49
+
| 05:09
| ২ চামোচ ভজা বঙালী বুট
+
| ২ চামোচ ভজা বঙালী বুট,
  
 
|-
 
|-
| 04:52
+
| 05:12
| ২ চামোচ ফলা ক’লা বুট
+
| ২ চামোচ ফলা ক’লা বুট,
  
 
|-
 
|-
| 04:54
+
| 05:15
| ২ চামোচ তিল
+
| ২ চামোচ তিল,
  
 
|-
 
|-
| 04:57
+
| 05:18
| ২ টা শুকান ৰঙা জলকীয়া
+
| ২ টা শুকান ৰঙা জলকীয়া,
  
 
|-
 
|-
| 04:59
+
| 05:21
| ১ ঠাল কাৰি পাত
+
| ১ ঠাল কাৰি পাত,
  
 
|-
 
|-
| 05:01
+
| 05:23
| নিমখ সোৱাদ অনুসৰি
+
| আৰু নিমখ সোৱাদ অনুসৰি
  
 
|-
 
|-
| 05:03
+
| 05:25
 
| আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ
 
| আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ
  
 
|-
 
|-
| 05:08
+
| 05:30
 
| পদ্ধতি: ধুই লওঁক জোৱাৰ,  
 
| পদ্ধতি: ধুই লওঁক জোৱাৰ,  
  
 
|-
 
|-
| 05:10
+
| 05:32
| ফলা ক’লা বুট, চ’য়া বিনচ
+
| ফলা ক’লা বুট,  
  
 
|-
 
|-
| 05:13
+
| 05:34
| আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে
+
| চ’য়া বিনচ আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে
  
 
|-
 
|-
| 05:16
+
| 05:39
 
| একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব
 
| একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব
  
 
|-
 
|-
| 05:20
+
| 05:43
 
| ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব
 
| ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব
  
 
|-
 
|-
| 05:23
+
| 05:47
 
| ইয়াক বাতি এটাত থওঁক
 
| ইয়াক বাতি এটাত থওঁক
  
 
|-
 
|-
| 05:26
+
| 05:50
 
| বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ
 
| বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ
  
 
|-
 
|-
| 05:31
+
| 05:57
 
| মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ
 
| মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ
  
 
|-
 
|-
| 05:37
+
| 06:04
 
| সিহতক ঠাণ্ডা হ’বলৈ দিয়ক
 
| সিহতক ঠাণ্ডা হ’বলৈ দিয়ক
  
 
|-
 
|-
| 05:39
+
| 06:06
 
| একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক
 
| একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক
  
 
|-
 
|-
| 05:47
+
| 06:12
 
| সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক
 
| সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক
  
 
|-
 
|-
| 05:50
+
| 06:17
 
| ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
 
| ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
  
 
|-
 
|-
| 05:52
+
| 06:20
 
| ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক
 
| ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক
  
 
|-
 
|-
| 05:56
+
| 06:23
 
| আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম
 
| আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম
  
 
|-
 
|-
| 05:59
+
| 06:25
 
| মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব
 
| মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব
  
 
|-
 
|-
| 06:03
+
| 06:30
 
| পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব
 
| পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব
  
 
|-
 
|-
| 06:08
+
| 06:36
 
| ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব
 
| ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব
  
 
|-
 
|-
| 06:14
+
| 06:42
 
| ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব
 
| ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব
  
 
|-
 
|-
| 06:18
+
| 06:45
 
| জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল
 
| জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল
  
 
|-
 
|-
| 06:21
+
| 06:48
 
| ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম '''প্ৰ’টিন''' থাকে
 
| ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম '''প্ৰ’টিন''' থাকে
  
 
|-
 
|-
| 06:25
+
| 06:53
 
| পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ  
 
| পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ  
  
 
|-
 
|-
| 06:29
+
| 06:57
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:  
 
| এই বিধিটো বনাবলৈ, আপোনাক লাগিব:  
  
 
|-
 
|-
| 06:31
+
| 07:00
| ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট
+
| ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট,
  
 
|-
 
|-
| 06:34
+
| 07:03
| ৪০ গ্ৰাম বা দেৰ চামোচ দৈ
+
| ৪০ গ্ৰাম বা দেৰ চামোচ দৈ,
  
 
|-
 
|-
| 06:38
+
| 07:08
| ১ টা সৰূকৈ কাটিলোৱা গাজৰ
+
| ১ টা সৰূকৈ কাটিলোৱা গাজৰ,
  
 
|-
 
|-
| 06:41
+
| 07:10
| ১ টা কাটিলোৱা সৰূ পিঁয়াজ
+
| ১ টা কাটিলোৱা সৰূ পিঁয়াজ,
  
 
|-
 
|-
| 06:44
+
| 07:14
| ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন
+
| ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন,
  
 
|-
 
|-
| 06:48
+
| 07:18
| ২০ গ্ৰাম তিল
+
| আৰু ২০ গ্ৰাম তিল
  
 
|-
 
|-
| 06:51
+
| 07:22
 
| আপোনাক লগতে লাগিব:  
 
| আপোনাক লগতে লাগিব:  
  
 
|-
 
|-
| 06:53
+
| 07:24
| আধা চামোচ হালধী পাউদাৰ
+
| আধা চামোচ হালধী পাউদাৰ,
  
 
|-
 
|-
| 06:56
+
| 07:27
| ১ চামোচ জলকীয়া পাউদাৰ
+
| ১ চামোচ জলকীয়া পাউদাৰ,
  
 
|-
 
|-
| 06:58
+
| 07:31
| ১ চামোচ আদা-নহৰূৰ পেষ্ট
+
| ১ চামোচ আদা-নহৰূৰ পেষ্ট,
  
 
|-
 
|-
| 07:01
+
| 07:34
| ২ চামোচ তেল বা ঘিউ
+
| ২ চামোচ তেল বা ঘিউ,
  
 
|-
 
|-
| 07:03
+
| 07:37
| নিমখ সোৱাদ অনুসৰি
+
| আৰু নিমখ সোৱাদ অনুসৰি
  
 
|-
 
|-
| 07:05
+
| 07:40
| পদ্ধতি:
+
| পদ্ধতি: গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক
  
 
|-
 
|-
| 07:07
+
| 07:45
| গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক
+
 
+
|-
+
| 07:10
+
 
| ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ
 
| ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ
  
 
|-
 
|-
| 07:14
+
| 07:49
 
| ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক
 
| ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক
  
 
|-
 
|-
| 07:19
+
| 07:54
 
| ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক
 
| ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক
  
 
|-
 
|-
| 07:25
+
| 08:01
 
| এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক
 
| এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক
  
 
|-
 
|-
| 07:31
+
| 08:07
 
| সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক
 
| সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক
  
 
|-
 
|-
| 07:35
+
| 08:12
 
| গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক
 
| গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক
  
 
|-
 
|-
| 07:38
+
| 08:14
 
| এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক
 
| এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক
  
 
|-
 
|-
| 07:42
+
| 08:19
 
| পেন এখনত তেল বা ঘিউ গৰম কৰক
 
| পেন এখনত তেল বা ঘিউ গৰম কৰক
  
 
|-
 
|-
| 07:45
+
| 08:22
 
| কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে
 
| কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে
  
 
|-
 
|-
| 07:49
+
| 08:28
 
| বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল
 
| বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল
  
 
|-
 
|-
| 07:52
+
| 08:31
 
| ৪ টা কাটলেটত ১৭ গ্ৰাম '''প্ৰ’টিন''' থাকে
 
| ৪ টা কাটলেটত ১৭ গ্ৰাম '''প্ৰ’টিন''' থাকে
  
 
|-
 
|-
| 07:56
+
| 08:35
 
| খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ '''প্ৰ’টিন''' থাকে
 
| খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ '''প্ৰ’টিন''' থাকে
  
 
|-
 
|-
| 08:00
+
| 08:39
| খাদ্যশস্যত '''methionine''' কম থাকে আৰু ডালিত '''লাইচিন''' কম থাকে  
+
| খাদ্যশস্যত '''methionine''' কম থাকে
 +
 
 +
|-
 +
| 08:42
 +
| আৰু ডালিত '''লাইচিন''' কম থাকে
  
 
|-
 
|-
| 08:04
+
| 08:45
 
| সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে
 
| সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে
  
 
|-
 
|-
| 08:10
+
| 08:51
 
| সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত '''এমিন’ এচিদক''' পৰিপূৰণ কৰিব
 
| সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত '''এমিন’ এচিদক''' পৰিপূৰণ কৰিব
  
 
|-
 
|-
| 08:16
+
| 08:57
 
| ইয়াক কোৱা হয় '''প্ৰ’টিনৰ''' পৰিপূৰক একচন
 
| ইয়াক কোৱা হয় '''প্ৰ’টিনৰ''' পৰিপূৰক একচন
  
 
|-
 
|-
| 08:20
+
| 09:01
 
| ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ
 
| ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ
  
 
|-
 
|-
 
|}
 
|}

Revision as of 20:12, 6 August 2020

Time
Narration
00:00 প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধিসমূহৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:07 প্ৰ’টিনৰ লাভসমূহ
00:09 প্ৰ’টিন প্ৰচুৰকৈ থকা কিছু নিৰামিষ বিধি
00:13 প্ৰ’টিনে মাংসপেশীৰ কলাসমূহৰ বৃদ্ধি, মেৰামতি আৰু ৰক্ষণাবেক্ষণত সহায় কৰে
00:19 ই লগতে তেজৰ শৰ্কৰা লেভেলচ নিয়ণ্ট্ৰণ কৰে
00:24 প্ৰ’টিনৰ গুৰূত্বৰ বিষয়ে আন এটা টিউট’ৰিয়েলত বিতংকৈ বৰ্ণনা কৰা হৈছে
00:30 এই টিউট’ৰিয়েলৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
00:33 আহক প্ৰ’টিনৰ নিৰামিষ উৎসসমূহ চাওঁ
00:37 গাখীৰ আৰু গাখীৰৰ বস্তুসমূহ,
00:39 ডালি,
00:41 বাদাম আৰু বীজসমূহ হৈছে প্ৰ’টিনৰ ভাল উৎস
00:44 এতিয়া, আহক কিছু প্ৰ’টিন প্ৰচুৰকৈ থকা নিৰামিষ বিধি চাওঁ
00:49 আমাৰ প্ৰথম বিধি হৈছে পনীৰ মছলা (টুকুৰা পনীৰৰ কাৰি)
00:52 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
00:55 ৭০ গ্ৰাম বা আধা কাপ পনীৰ,
00:58 ৭০ গ্ৰাম বা আধা কাপ দৈ,
01:02 ১ চামোচ ভজা বেচন,
01:06 আপোনাক লগতে লাগিব: ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
01:11 আধা চামোচ হালধী পাউদাৰ
01:15 আধা চামোচ কাৰি পাতৰ পাউদাৰ
01:19 আধা চামোচ গৰম মচলা পাউদাৰ
01:22 ১ চামোচ তেল বা ঘিউ
01:25 নিমখ সোৱাদ অনুসৰি
01:28 পদ্ধতি: দৈখিনি বাতি এটাত ঘুটি থাকক কোমল নোহোৱালৈকে
01:32 মচলা, নিমখ, কাৰি পাতৰ পাউদাৰ আৰু বেচন যোগ কৰক
01:38 সকলোকে পুনৰ মিক্স কৰক
01:40 ইয়াত, পনীৰৰ টুকুৰাখিনি দি ভালকৈ মিক্স কৰক
01:45 বাতিটোত ঢাকনী এখন দিয়ক আৰু ৩০ মিনিট থাকিব দিয়ক
01:51 ১ চামোচ তেল বা ঘিউ পেন এখনত গৰম কৰক
01:54 দৈৰ মিশ্ৰণৰ সৈতে পনীৰখিনি দিয়ক
01:58 ইয়াত আধা গ্লাচ পানী দিয়ক
02:01 ইয়াক ২ ৰ পৰা ৫ মিনিট ৰান্ধক মিশ্ৰণটো ডাঠ নোহোৱালৈকে
02:07 পনীৰ মচলা তৈয়াৰ হ’ল
02:09 আধা বাতি পনীৰ মচলাত ২২ গ্ৰাম প্ৰ’টিন থাকে
02:14 পাছৰ বিধিটো হৈছে মগুৰ কাৰি
02:18 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
02:21 ১০০ গ্ৰাম বা ৩/৪ কাপ দৈ
02:25 ৩০ গ্ৰাম বা ১/৪ কাপ গঁজালি ওলোৱা মগু
02:30 ১/৪ কাপ ধুই কাটি লোৱা ধনীয়া পাত
02:35 ৪ চামোচ বেচন
02:38 আধা চামোচ হালধী পাউদাৰ
02:41 ১ চামোচ ৰঙা জলকীয়া পাউদাৰ
02:44 আপোনাক লগতে লাগিব: আধা চামোচ সৰিয়হৰ গুটি,
02:49 আধা চামোচ জীৰা গুটি,
02:52 এটা সেউজীয়া জলকীয়া,
02:54 ১ চামোচ তেল,
02:56 ৪ বা ৫ টা কাৰি পাত,
02:59 নিমখ সোৱাদ অনুসৰি
03:02 I will now explain the procedureপদ্ধতি:
03:04 আমি প্ৰথমে গঁজালি মেলাৰে আৰম্ভ কৰিম
03:07 মগুখিনি এৰাতি পানীত ভিজাওঁক
03:11 ইয়াক ৰাতিপুৱা টোকক আৰু
03:13 চাফা মখমলৰ কাপোৰ এখনত বান্ধক
03:16 এদিনৰ বাবে গৰম ঠাইত অংকুৰিত হ’বলৈ সিহতক ৰাখক গঁজালি নোলোৱালৈকে
03:23 মিক্সাৰ এটা ব্যৱ্হাৰ কৰি গঁজালিখিনি আৰু সেউজীয়া জলকীয়াক পিচি ডাঠ পেষ্ট কৰক
03:28 যদি মিক্সাৰ উপলদ্ধ নহয় পাথৰৰ খুন্দনা এটা ব্যৱ্হাৰ কৰিব পাৰে
03:33 এই পেষ্টক বাতি এটাত থওঁক
03:36 ধনীয়া পাত, ২ চামোচ বেচন আৰু নিমখ দিয়ক আৰু ভালকৈ মিক্স কৰক
03:43 এই পেষ্টৰ সৰু সৰু গোলা বনাওঁক 03:45 আৰু ভাপ দিয়া প্লেত এখনত থওঁক
03:48 ইয়াক ষ্টিমাৰ এটাত ৬ ৰ পৰা ৮ মিনিটলৈ ভাপত দিয়ক
03:53 ভাপত দিয়া গোলাখিনিক ঠাণ্ডা হ’বলৈ দিয়ক
03:56 দৈৰ কাৰি বনাবলৈ, বাতি এটাত দৈখিনি ঘোটক
03:59 ২ চামোচ বেচন আৰু মচলা দিয়ক
04:04 আৰু সকলোখিনি ভালকৈ মিক্স কৰক
04:08 ১ কাপ পানী দিয়ক, পুনৰ মিক্স কৰক আৰু এই মিক্সাৰক বেলেগে ৰাখক
04:13 পেন এখনত তেল গৰম কৰক আৰু সৰিয়হ আৰু জীৰা গুটিখিনি দিয়ক
04:18 সিহত ফুটিবলৈ আৰম্ভ কৰিলে, কাৰি পাত আৰু দৈৰ মিক্সাৰ দিয়ক
04:23 ইয়াক মধ্যম জুইত ৰান্ধক
04:26 মাজে মাজে লৰাই থাকিব মিক্সাৰখিনি ডাঠ নোহোৱালৈকে
04:30 মিক্সাৰখিনি ডাঠ হ’লে ভাপত দিয়া গোলাখিনি দিব আৰু ১ মিনিট ৰান্ধিব
04:36 মগুৰ কাৰি তৈয়াৰ হ’ল
04:39 ইয়াৰ আধা বাতি কাৰিত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে
04:44 তৃতীয় বিধিটো হৈছে জোৱাৰ আৰু চ’য়া ড’চা মিক্স তিলৰ সৈতে
04:50 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
04:53 দেৰ চামোচ চ’য়া বিন,
04:57 ২ চামোচ জোৱাৰ,
04:59 ২ চামোচ ফলা ক’লা বুট,
05:02 আৰু ১ চামোচ মিথি গুটি
05:06 তিলৰ মিশ্ৰণটো বনাবলৈ আপোনাক লাগিব:
05:09 ২ চামোচ ভজা বঙালী বুট,
05:12 ২ চামোচ ফলা ক’লা বুট,
05:15 ২ চামোচ তিল,
05:18 ২ টা শুকান ৰঙা জলকীয়া,
05:21 ১ ঠাল কাৰি পাত,
05:23 আৰু নিমখ সোৱাদ অনুসৰি
05:25 আপোনাক লগতে লাগিব ১ চামোচ তেল বা ঘিউ
05:30 পদ্ধতি: ধুই লওঁক জোৱাৰ,
05:32 ফলা ক’লা বুট,
05:34 চ’য়া বিনচ আৰু পানীত ভিজাই ৰাখক ৮ ঘন্টাৰ বাবে
05:39 একেটা পাত্ৰতে মিথি গুটিখিনিওঁ ভিজাব
05:43 ৮ ঘন্টাৰ পাছত, সিহতক খুন্দি কোমল পেষ্ট এটা বনাব
05:47 ইয়াক বাতি এটাত থওঁক
05:50 বাতিটো গৰম ঠাইত ৭ ৰ পৰা ৮ ঘন্টা থওঁক মিশ্ৰিত হ’বলৈ
05:57 মাজতে, পেন এখন গৰম কৰি ৰঙা জলকীয়া আৰু কাৰি পাতখিনিক শুকানকৈ ভাজক মচমচীয়া হোৱাকৈ
06:04 সিহতক ঠাণ্ডা হ’বলৈ দিয়ক
06:06 একেখন পেনত, ফলা বঙালী বুট, ক’লা বুট আৰু তিলখিনি ভাজক
06:12 সিহত পাতল মুগা ৰঙৰ নোহোৱালৈকে ভাজক
06:17 ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক
06:20 ঠাণ্ডা হ’লে, খুন্দি মিহি পাউদাৰ কৰক
06:23 আমি ইয়াক পাছত ব্যৱ্হাৰ কৰিম
06:25 মিশ্ৰণটো প্ৰস্তুত হ’লে নিমখ দিব আৰু ভালকৈ মিহলাব
06:30 পেন এখনত তেল বা ঘিউ গৰম কৰক আৰু মিশ্ৰণখিনি দি লাহেকৈ বহলাই দিব
06:36 ড’চাটো অলপ সিজিলে, ২ চামোচ তৈয়াৰ কৰা পাউদাৰ দিব
06:42 ড’চাটো নিসিজালৈকে ঢাকনি এখন দিব
06:45 জোৱাৰ আৰু চ’য়া ড’চা তৈয়াৰ হ’ল
06:48 ২ টা ড’চাত প্ৰায় ১৭ গ্ৰাম প্ৰ’টিন থাকে
06:53 পাছৰ বিধিটো হৈছে বঙালী বুটৰ কাটলেটচ
06:57 এই বিধিটো বনাবলৈ, আপোনাক লাগিব:
07:00 ৫০ গ্ৰাম গঁজালি উলোৱা বঙালী বুট,
07:03 ৪০ গ্ৰাম বা দেৰ চামোচ দৈ,
07:08 ১ টা সৰূকৈ কাটিলোৱা গাজৰ,
07:10 ১ টা কাটিলোৱা সৰূ পিঁয়াজ,
07:14 ১৫ গ্ৰাম বা ১ চামোচ ভজা বেচন,
07:18 আৰু ২০ গ্ৰাম তিল
07:22 আপোনাক লগতে লাগিব:
07:24 আধা চামোচ হালধী পাউদাৰ,
07:27 ১ চামোচ জলকীয়া পাউদাৰ,
07:31 ১ চামোচ আদা-নহৰূৰ পেষ্ট,
07:34 ২ চামোচ তেল বা ঘিউ,
07:37 আৰু নিমখ সোৱাদ অনুসৰি
07:40 পদ্ধতি: গঁজালি উলোৱা বঙালী বুটক প্ৰেচাৰ কুকাৰত ৩ টা চিটি মাৰক
07:45 ইয়াক এফালে থওঁক প্ৰেচাৰ যাবলৈ
07:49 ঠাণ্ডা হোৱা গঁজালি উলোৱা বঙালী বুটক বাতি এটাত লৈ ভাঙি লওঁক
07:54 ইয়াত পিঁয়াজ, গাজৰ আৰু ভজা বেচন দি ভালকৈ মিহলাওঁক
08:01 এতিয়া, মচলা, নিমখ, আদা নহৰূৰ পেষ্ট আৰু দৈ দিয়ক
08:07 সকলোখিনি সামগ্ৰীকে মিহলাওঁক আৰু ৪ টা গোলা বনাওঁক
08:12 গোলাকেইটাক চেপেটা কৰি কাটলেটচ বনাওঁক
08:14 এই কাটলেটচত তিল লগাওঁক আৰু এফালে থওঁক
08:19 পেন এখনত তেল বা ঘিউ গৰম কৰক
08:22 কাটলেটচক অলপ ভাজক দুয়োফালে সোণালী মুগা ৰঙৰ নোহোৱালৈকে
08:28 বঙালী বুটৰ কাটলেটচ তৈয়াৰ হ’ল
08:31 ৪ টা কাটলেটত ১৭ গ্ৰাম প্ৰ’টিন থাকে
08:35 খাদ্যশস্য আৰু ডালিত অসম্পূৰ্ণ প্ৰ’টিন থাকে
08:39 খাদ্যশস্যত methionine কম থাকে
08:42 আৰু ডালিত লাইচিন কম থাকে
08:45 সেইবাবে, বিভিন্ন খাদ্যৰ গ্ৰোপচ একত্ৰিত কৰা হৈছে এই বিধিসমূহ বনাওঁতে
08:51 সিহতক একেলগে খালে খাদ্যত থকা অপৰ্যাপ্ত এমিন’ এচিদক পৰিপূৰণ কৰিব
08:57 ইয়াক কোৱা হয় প্ৰ’টিনৰ পৰিপূৰক একচন
09:01 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9