Difference between revisions of "Health-and-Nutrition/C2/Powder-recipes-for-6-to-24-months-old-children/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | Time | Narration |- | 00:00 | ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা...")
 
 
Line 1: Line 1:
 +
{|border=1
  
{| border=1
+
| <center>Time</center>
| Time
+
| <center>Narration</center>
| Narration  
+
  
|-  
+
|-
| 00:00
+
| 00:01
 
| ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ '''স্প’কেন টিউট’ৰিয়েলটোলৈ''' স্বাগতম   
 
| ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ '''স্প’কেন টিউট’ৰিয়েলটোলৈ''' স্বাগতম   
  
Line 13: Line 13:
  
 
|-  
 
|-  
| 00:15
+
| 00:14
 
| '''অমাইলেজ''' পাউদাৰ,  
 
| '''অমাইলেজ''' পাউদাৰ,  
  
Line 21: Line 21:
  
 
|-  
 
|-  
|00:18
+
|00:19
 
| বাদাম আৰু বীজৰ পাউদাৰ,  
 
| বাদাম আৰু বীজৰ পাউদাৰ,  
  
 
|-  
 
|-  
|00:20
+
|00:22
 
| বিনৰ পাউদাৰ,  
 
| বিনৰ পাউদাৰ,  
  
 
|-  
 
|-  
|00:22
+
|00:24
 
| কাৰি পাতৰ পাউদাৰ,  
 
| কাৰি পাতৰ পাউদাৰ,  
  
 
|-  
 
|-  
|00:24
+
|00:26
 
| ড্ৰামষ্টিক পাতৰ পাউদাৰ  
 
| ড্ৰামষ্টিক পাতৰ পাউদাৰ  
  
 
|-  
 
|-  
|00:27
+
|00:29
|   বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি  
+
| বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি  
  
 
|-  
 
|-  
| 00:33
+
| 00:36
আহক এই পুষ্টিকৰ পাউদাৰক বনাবলৈ শিকো 
+
|  এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে
  
 
|-  
 
|-  
| 00:38
+
| 00:42
এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে
+
পৰামৰ্শ দিয়া হয় যে
  
 
|-  
 
|-  
 
| 00:44
 
| 00:44
| শিশুৰ বয়স ৬ মাহ হোৱাৰ পাছত এই পাউদাৰ দিবলৈ পৰামৰ্শ দিয়া হয়  
+
| এই পাউদাৰ শিশুটোক দিব লাগে যেতিয়া তাইৰ বয়স ৬ মাহ হয়  
  
 
|-  
 
|-  
| 00:52
+
| 00:51
|  যেতিয়াই শিশু এটাক নতুন খাদ্য এবিধ দিয়ে, ইয়াক ৩ বা ৪ দিন একেৰাহে দিব লাগে
+
|  যেতিয়াই শিশু এটাক নতুন পাউদাৰ এবিধ দিয়ে  
  
 
|-  
 
|-  
| 01:00
+
| 00:54
|  ৩ বা ৪ দিনৰ পাছত, শিশুটোক নতুন খাদ্য এবিধ দিয়ক
+
ইয়াক শিশুটোৰ খাদ্যত ৩ বা ৪ দিন একেৰাহে দিব লাগে
  
 
|-  
 
|-  
| 01:05
+
| 00:59
এই খাদ্য দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব । আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা
+
বা ৪ দিনৰ পাছত, শিশুটোক নতুন পাউদাৰ এবিধ দিয়ক
  
 
|-  
 
|-  
|01:20
+
| 01:05
| যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান
+
| এই পাউদাৰ দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব
  
 
|-  
 
|-  
| 01:30
+
| 01:10
| ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব
+
| আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা
  
 
|-  
 
|-  
| 01:35
+
|01:19
| অনুগ্ৰহ কৰি, শিশুটোৰ খানাত চেনী, নিমখ বা যিকোনো মচলা তাইৰ এবছৰ বয়স নোহোৱালৈকে নিদিব
+
| যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া
  
 
|-  
 
|-  
| 01:44
+
|01:26
| এতিয়া আহক আমাৰ প্ৰথম বিধি '''অমাইলেজ''' পাউদাৰৰে আৰম্ভ কৰো
+
| এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান
  
 
|-  
 
|-  
| 01:49
+
| 01:31
| কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো
+
| ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব
  
 
|-  
 
|-  
| 01:53
+
| 01:36
'''অমাইলেজ''' হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে
+
| অনুগ্ৰহ কৰি, শিশুটোৰ খানাত নিমখ নিদিব তাইৰ বয়স এবছৰ নোহোৱালৈকে  
  
|-  
+
|-
| 01:59
+
| 01:41
ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয়
+
| লগতে, চেনী আৰু মিঠৈ নিদিব শিশুটোৰ বয়স দুবছৰ নোহোৱালৈকে
  
|-  
+
|-
 +
| 01:47
 +
| এতিয়া আহক এই পুষ্টিকৰ পাউদাৰসমূহক ঘৰত বনাবলৈ শিকো
 +
 
 +
|-
 +
| 01:52
 +
| কিন্তু তাৰ আগতে মনত ৰাখিব-
 +
 
 +
|-
 +
| 01:54
 +
| এই টিউট’ৰিয়েলটোত বিধিসমূহ বনাবলৈ নিম্ন পদ্ধতিসমূহ ব্যৱ্হাৰ কৰা হৈছে-
 +
 
 +
|-
 +
| 02:00
 +
| ভিজোৱা, ভজা
 +
 
 +
|-
 
| 02:03
 
| 02:03
| এই পাউদাৰে অতিৰিক্ত '''অমাইলেজ''' দিয়ে আৰু পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই
+
| অংকুৰণ
  
|-  
+
|-
 +
| 02:05
 +
| আৰু ৰন্ধন
 +
 
 +
|-
 +
| 02:07
 +
| ৰন্ধনত নিম্ন পদ্ধতিৰ যিকোনো এটা বা মিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে:
 +
 
 +
|-
 
| 02:12
 
| 02:12
| সেইবাবে, '''অমাইলেজ''' সম্পন্ন আটা বা পাউদাৰ শিশু এটাক দিব লাগে
+
| শুকানকৈ ভজা
 +
 
 +
|-
 +
| 02:14
 +
| ভাপত দিয়া আৰু সিজোৱা
 +
 
 +
|-
 +
| 02:17
 +
| এই পদ্ধতিসমূহে খাদ্যত ফাইতেত আৰু অক্সালেতক কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে
  
|-  
+
|-
| 02:18
+
| 02:26
 +
| আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব
 +
 
 +
|-
 +
| 02:30
 +
| এতিয়া, আহক আমাৰ প্ৰথম বিধিৰে আৰম্ভ কৰো:
 +
 
 +
|-
 +
| 02:33
 +
| '''অমাইলেজ পাউদাৰ'''
 +
 
 +
কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো
 +
 
 +
|-
 +
| 02:39
 +
| '''অমাইলেজ''' হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে
 +
 
 +
|-
 +
| 02:45
 +
| ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয়
 +
 
 +
|-
 +
| 02:50
 +
| এই পাউদাৰে অতিৰিক্ত '''অমাইলেজ''' দিয়ে আৰু
 +
 
 +
|-
 +
| 02:53
 +
| ইয়াক যোগ কৰিলে পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই
 +
 
 +
|-
 +
| 02:59
 +
| সেইবাবে, '''অমাইলেজ''' সম্পন্ন আটা বা '''অমাইলেজ''' পাউদাৰ শিশু এটাক দিব লাগে
 +
 
 +
|-
 +
| 03:05
 
| আহক '''অমাইলেজ''' পাউদাৰৰ বিধিটো শিকো  
 
| আহক '''অমাইলেজ''' পাউদাৰৰ বিধিটো শিকো  
  
|-  
+
|-
| 02:22
+
| 03:08
| '''অমাইলেজ''' পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে- আধা কাপ ঘেঁহু,
+
| '''অমাইলেজ''' পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
  
|-  
+
|-
| 02:27
+
| 03:13
| আধা কাপ সেউজীয়া মগু আৰু
+
| আধা কাপ ঘেঁহু
  
|-  
+
|-
| 02:29
+
| 03:15
 +
| আধা কাপ সেউজীয়া মগু আৰু
 +
 
 +
|-
 +
| 03:17
 
| আধা কাপ ৰাগী  
 
| আধা কাপ ৰাগী  
  
|-  
+
|-
| 02:32
+
| 03:19
 
| প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক  
 
| প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক  
  
|-  
+
|-
| 02:39
+
| 03:25
| ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব  
+
| ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব  
  
|-  
+
|-
| 02:42
+
| 03:29
 
| ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক  
 
| ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক  
  
|-  
+
|-
| 02:46
+
| 03:33
 
| সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক  
 
| সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক  
  
|-  
+
|-
| 02:50
+
| 03:38
| তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক  
+
| তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
  
|-  
+
|-
| 02:55
+
| 03:43
 
| গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক  
 
| গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক  
  
|-  
+
|-
| 02:58
+
| 03:46
| এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়  
+
| এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়  
  
|-  
+
|-
| 03:01
+
| 03:49
| মন কৰিব কিছুমান বস্তুৱে অংকুৰিত হ’বলৈ বেছি সময় আৰু কিছুমানে কম সময় ল’ব
+
| মন কৰিব -
 +
 
 +
|-
 +
| 03:51
 +
| কিছুমান বস্তুৱে বেছি সময় আৰু
 +
 
 +
|-
 +
| 03:53
 +
| কিছুমানে কম সময় ল’ব অংকুৰিত হ’বলৈ
  
|-  
+
|-
| 03:08
+
| 03:57
 
| ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ   
 
| ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ   
  
|-  
+
|-
| 03:14
+
| 04:02
 
| অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক   
 
| অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক   
  
|-  
+
|-
| 03:19
+
| 04:07
| শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে  
+
| শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
  
|-  
+
|-
| 03:25
+
| 04:14
| মনত ৰাখিব, ভাজোতে, বাৰে বাৰে লৰাই থাকিব
+
| মনত ৰাখিব: ভাজোতে, বাৰে বাৰে লৰাই থকাটো দৰকাৰ
  
|-  
+
|-
| 03:30
+
| 04:20
| পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব  
+
| পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব  
  
|-  
+
|-
| 03:36
+
| 04:26
 
| বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক  
 
| বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক  
  
|-  
+
|-
| 03:41
+
| 04:30
| এতিয়া, এই মিশ্ৰণক মিক্সিত পিচি পাউদাৰ বনাওঁক  
+
| এতিয়া, এই মিশ্ৰণক খুন্দনাত পিচি পাউদাৰ বনাওঁক  
  
|-  
+
|-
| 03:45
+
| 04:35
| আৰু, '''অমাইলেজ''' পাউদাৰ তৈয়াৰ হ’ল  
+
| আৰু, '''অমাইলেজ''' পাউদাৰ তৈয়াৰ হ’ল  
  
|-  
+
|-
| 03:48
+
| 04:39
| এই '''অমাইলেজ''' পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক  
+
| এই '''অমাইলেজ''' পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক  
  
|-  
+
|-
| 03:52
+
| 04:43
| শিশুৰ খাদ্য বনাওঁতে '''অমাইলেজ''' পাউদাৰ এচামুচ দিব পাৰে  
+
| শিশুৰ বিভিন্ন খাদ্য বনাওঁতে ৰন্ধাৰ আগত '''অমাইলেজ''' পাউদাৰ এচামুচ দিব পাৰে যেনে-
  
|-  
+
|-
| 03:59
+
| 04:49
| বা, '''অমাইলেজ''' পাউদাৰৰ খিচিৰি বনাব পাৰে
+
| ডাঠ ডালি
  
|-  
+
|-
| 04:03
+
| 04:51
| এচামুচ '''অমাইলেজ''' পাউদাৰে প্ৰায় ১৮ '''কেল’ৰি''' আৰু ০.৬ '''গ্ৰাম''' প্ৰ’টিন দিয়ে
+
| শাক-পাচলিৰ ভৰ্ত্তা আৰু খিচিৰী
  
|-  
+
|-
| 04:10
+
| 04:54
| ১০০ গ্ৰাম '''অমাইলেজ''' পাউদাৰে প্ৰায় ৩৬০ '''কেল’ৰি''' আৰু ১২ '''গ্ৰাম''' প্ৰ’টিন দিয়ে
+
| বা, '''অমাইলেজ''' পাউদাৰৰ খিচিৰী বনাব পাৰে
  
|-  
+
|-
| 04:17
+
| 04:59
| '''অমাইলেজ''' পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয়
+
| এচামুচ '''অমাইলেজ''' পাউদাৰে দিয়ে
  
|-  
+
|-
| 04:23
+
| 05:02
| ই খাদ্যক কম ডাঠ কৰে আৰু শিশু এটাৰ বাবে অধিক সুস্বাদু কৰে 
+
| প্ৰায় ১৮ '''কেল’ৰি''' আৰু
  
|-  
+
|-
| 04:28
+
| 05:04
| ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু শক্তিৰ ঘনত্বক বঢ়ায়
+
| ০.৬ '''গ্ৰাম''' প্ৰ’টিন
  
|-  
+
|-
| 04:34
+
| 05:07
 +
| '''অমাইলেজ''' পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয়
 +
 
 +
|-
 +
| 05:13
 +
| ই খাদ্যক কম ডাঠ কৰে
 +
 
 +
|-
 +
| 05:16
 +
| গতিকে, শিশুৰ খাদ্যত অধিক '''অমাইলেজ''' পাউদাৰ দিব পাৰি
 +
 
 +
|-
 +
| 05:20
 +
| ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু পুষ্টিৰ ঘনত্বক বঢ়ায়
 +
 
 +
|-
 +
| 05:27
 
| পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম  
 
| পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম  
  
|-  
+
|-
| 04:38
+
| 05:31
| এই পাউদাৰত জিংক, ফাইবাৰ, মেগনেচিয়াম আৰু কেলচিয়াম অধিক থাকে
+
| এই পাউদাৰত প্ৰচুৰকৈ থাকে '''জিংক, ফাইবাৰ,'''
  
|-  
+
|-
| 04:44
+
| 05:35
| এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে  
+
| '''মেগনেচিয়াম''' আৰু '''কেলচিয়াম'''
 +
 
 +
|-
 +
| 05:38
 +
| এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
  
|-  
+
|-
| 04:50
+
| 05:43
 
| লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে  
 
| লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে  
  
|-  
+
|-
| 04:57
+
| 05:50
| এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে- আধা কাপ ক’লা তিল,
+
| এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে-
 +
 
 +
|-
 +
| 05:54
 +
| আধা কাপ ক’লা তিল,
  
|-  
+
|-
| 05:03
+
| 05:57
 
| আধা কাপ শণ বীজ আৰু
 
| আধা কাপ শণ বীজ আৰু
  
|-  
+
|-
| 05:05
+
| 05:59
 
| আধা কাপ কেচা ৰঙালাওঁৰ বীজ  
 
| আধা কাপ কেচা ৰঙালাওঁৰ বীজ  
  
|-  
+
|-
| 05:08
+
| 06:02
| প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব  
+
| প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব
  
|-  
+
|-
| 05:16
+
| 06:10
 
| ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব  
 
| ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব  
  
|-  
+
|-
| 05:20
+
| 06:14
 
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক  
 
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক  
  
|-  
+
|-
| 05:23
+
| 06:18
| শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে  
+
| শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে
  
|-  
+
|-
| 05:29
+
| 06:23
| ই ৩০ '''কেল’ৰি''' আৰু ২.৭ '''গ্ৰাম''' প্ৰ’টিন দিয়ে
+
| ই দিব প্ৰায় ৩০ '''কেল’ৰি''' আৰু  
  
|-  
+
|-
| 05:36
+
| 06:26
| ১০০ গ্ৰাম বীজৰ পাউদাৰে প্ৰায় ৬০০ '''কেল’ৰি''' আৰু ৫৫ '''গ্ৰাম''' প্ৰ’টিন দিয়ে 
+
| ২.৭ '''গ্ৰাম''' প্ৰ’টিন  
  
|-  
+
|-
| 05:43
+
| 06:30
 
| আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ  
 
| আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ  
  
|-  
+
|-
| 05:47
+
| 06:34
| এই পাউদাৰত জিংক, মেগনেচিয়াম, আইৰন আদি খনিজ পদাৰ্থ অধিক থাকে  
+
| এই পাউদাৰত খনিজ পদাৰ্থ প্ৰচুৰকৈ থাকে যেনে জিংক,
  
|-  
+
|-
| 05:53
+
| 06:37
| এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে
+
| '''মেগনেচিয়াম''',
  
|-  
+
|-
| 05:57
+
| 06:39
| লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে 
+
| '''আইৰন''', ইত্যাদি
  
|-  
+
|-
| 06:04
+
| 06:41
| বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
+
| এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে
  
|-  
+
|-
| 06:08
+
| 06:46
| আধা কাপ চিনাবাদাম,  
+
| লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
  
|-  
+
|-
| 06:10
+
| 06:53
| আধা কাপ শুকোৱা নাৰিকল ৰোকা,
+
| বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
 +
 
 +
|-
 +
| 06:58
 +
| আধা কাপ চিনাবাদাম
 +
 
 +
|-
 +
| 07:00
 +
| আধা কাপ শুকোৱা নাৰিকল ৰোকা
  
|-  
+
|-
| 06:12
+
| 07:02
 
| আধা কাপ শণ বীজ আৰু
 
| আধা কাপ শণ বীজ আৰু
  
|-  
+
|-
| 06:15
+
| 07:05
 
| আধা কাপ ক’লা তিল  
 
| আধা কাপ ক’লা তিল  
  
|-  
+
|-
| 06:18
+
| 07:08
| প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব  
+
| প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজ আৰু বাদামক সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব  
  
|-  
+
|-
| 06:26
+
| 07:16
| পাছত, সকলো ভজা বীজক পটাত বা মিক্সিত পিচি পাউদাৰ বনাওঁক  
+
| তেতিয়া, সকলো ভজা বীজক পাথৰৰ খুন্দনা বা মিক্সি এটাত পিচি পাউদাৰ বনাওঁক
  
|-  
+
|-
| 06:33
+
| 07:23
 
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক   
 
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক   
  
|-  
+
|-
| 06:36
+
| 07:26
| শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰে
+
| শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰি
  
|-  
+
|-
| 06:42
+
| 07:32
| ই ২৮ '''কেল’ৰি''' আৰু ০.৯ '''গ্ৰাম''' প্ৰ’টিন দিয়ে 
+
| ই দিয়ে প্ৰায় ২৮ '''কেল’ৰি''' আৰু  
  
|-  
+
|-
| 06:48
+
| 07:35
| ১০০ গ্ৰাম পাউদাৰে প্ৰায় ৬০০ '''কেল’ৰি''' আৰু ১৯ '''গ্ৰাম''' প্ৰ’টিন দিয়ে
+
| ০.৯ গ্ৰাম '''প্ৰ’টিন'''  
  
|-  
+
|-
| 06:56
+
| 07:38
 
| এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম   
 
| এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম   
  
|-  
+
|-
| 06:59
+
| 07:42
| এই পাউদাৰত পটাচিয়াম, প্ৰ’টিন, ফ’লেত, মেগনেচিয়াম আদি অধিক থাকে 
+
| এই পাউদাৰত প্ৰচুৰকৈ থাকে '''পটাচিয়াম,
  
|-  
+
|-
| 07:05
+
| 07:45
| এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
+
| প্ৰ’টিন, ফ’লেত,
  
|-  
+
|-
| 07:11
+
| 07:47
| সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ
+
| মেগনেচিয়াম''' আদি
  
|-  
+
|-
| 07:16
+
| 07:49
| বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে: আধা কাপ সেউজীয়া মগু,
+
| এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
  
|-  
+
|-
| 07:22
+
| 07:54
| আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ,
+
| সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ
  
|-  
+
|-
| 07:24
+
| 07:59
 +
| বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে:
 +
 
 +
|-
 +
| 08:02
 +
| আধা কাপ সেউজীয়া মগু,
 +
 
 +
|-
 +
| 08:05
 +
| আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ,
 +
 
 +
|-
 +
| 08:07
 
| আধা কাপ চানা আৰু  
 
| আধা কাপ চানা আৰু  
  
|-  
+
|-
| 07:27
+
| 08:09
 
| আধা কাপ মথ বিন  
 
| আধা কাপ মথ বিন  
  
|-  
+
|-
| 07:30
+
| 08:11
 
| প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক  
 
| প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক  
  
|-  
+
|-
| 07:35
+
| 08:17
| ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব  
+
| ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব  
  
|-  
+
|-
| 07:40
+
| 08:20
 
| ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক  
 
| ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক  
  
|-  
+
|-
| 07:43
+
| 08:23
 
| সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক  
 
| সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক  
  
|-  
+
|-
| 07:47
+
| 08:27
| তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক  
+
| তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
  
|-  
+
|-
| 07:52
+
| 08:32
 
| গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক   
 
| গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক   
  
|-  
+
|-
| 07:55
+
| 08:34
 
| এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়   
 
| এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়   
  
|-  
+
|-
| 07:59
+
| 08:38
| মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব
+
| মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব
  
|-  
+
|-
| 08:06
+
| 08:45
| অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক   
+
| অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক   
  
|-  
+
|-
| 08:11
+
| 08:50
 
| পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে   
 
| পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে   
  
|-  
+
|-
| 08:17
+
| 08:55
| ভাজোতে, বাৰে বাৰে লৰাই থাকিব  
+
| ভাজোতে, মাজে মাজে লৰাই থাকিব লাগে
  
|-  
+
|-
| 08:20
+
| 08:59
 
| ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব   
 
| ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব   
  
|-  
+
|-
| 08:24
+
| 09:02
 
| ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব  
 
| ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব  
  
|-  
+
|-
| 08:30
+
| 09:09
| এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ বনাওঁক
+
| এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ এটা বনাওঁক
  
|-  
+
|-
| 08:34
+
| 09:13
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক   
+
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক   
  
|-  
+
|-
| 08:38
+
| 09:16
| শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব পাৰে
+
| শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব লাগে
  
|-  
+
|-
| 08:43
+
| 09:21
| এই পাউদাৰৰ দুচামুচে ৩৩ '''কেল’ৰি''' আৰু ১.৮ '''গ্ৰাম''' প্ৰ’টিন দিয়ে
+
| এই পাউদাৰৰ দুচামুচে দিয়ে
  
|-  
+
|-
| 08:49
+
| 09:23
| ১০০ গ্ৰাম পাউদাৰে প্ৰায় ২৫০ '''কেল’ৰি''' আৰু ১৫ '''গ্ৰাম''' প্ৰ’টিন দিয়ে 
+
| প্ৰায় ৩৩ '''কেল’ৰি''' আৰু  
  
|-  
+
|-
| 08:57
+
| 09:26
| পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম
+
| ১.৮ গ্ৰাম '''প্ৰ’টিন'''
  
|-  
+
|-
| 09:00
+
| 09:28
| কাৰি পাতত ফাইবাৰ, আইৰণ, কেলচিয়াম আৰু ভিটামিন চি অধিক থাকে
+
| পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম:
  
|-  
+
|-
| 09:06
+
| 09:32
| এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে 
+
| কাৰি পাতত প্ৰচুৰকৈ থাকে '''ফাইবাৰ,
  
|-  
+
|-
| 09:12
+
| 09:34
| লগতে সিহতে শিশুটোৰ নিৰাপত্তা বৃদ্ধি কৰে
+
| আইৰণ, কেলচিয়াম'''
  
|-  
+
|-
| 09:16
+
| 09:36
| আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব
+
| আৰু '''ভিটামিন চি'''
+
|-
+
| 09:19
+
| প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক
+
  
|-  
+
|-
| 09:23
+
| 09:38
| ছাঁত সুকাবলৈ দিয়ক
+
| এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে
  
|-  
+
|-
| 09:26
+
| 09:43
| এতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ বনাওঁক আৰু তাক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
+
| লগতে সিহতে শিশুটোৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
  
|-  
+
|-
| 09:33
+
| 09:46
| শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে 
+
| আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব
  
|-  
+
|-
| 09:39
+
| 09:49
| ই প্ৰায় ৯ মিলিগ্ৰাম কেলচিয়াম দিয়ে
+
| প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক
  
|-  
+
|-
| 09:42
+
| 09:53
| ১০০ গ্ৰাম পাউদাৰে ৭০০ মিলিগ্ৰাম কেলচিয়াম দিয়ে 
+
| ছাঁত সুকাবলৈ দিয়ক
  
|-  
+
|-
| 09:48
+
| 09:55
| পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো 
+
| তেতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ এটা বনাওঁক আৰু
  
|-  
+
|-
| 09:53
+
| 09:58
| এই পাউদাৰত ভাল পৰিমাণৰ কেলচিয়াম, আইৰণ, ভিটামিন চি, ভিটামিন এ, প্ৰ’টিন আৰু চালফাৰ থাকে
+
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
  
|-  
+
|-
 
| 10:01
 
| 10:01
| এই পুষ্টি উপাদান শিশুটোৰ আলু বিকাশত আৰু সুস্থ চকুৰ বাবে প্ৰয়োজন
+
| শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে
  
|-  
+
|-
 
| 10:07
 
| 10:07
| সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে
+
| ই প্ৰায় ৯ মিলিগ্ৰাম '''কেলচিয়াম''' দিয়ে
  
|-  
+
|-
| 10:12
+
| 10:10
| আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব
+
| পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো -
  
|-  
+
|-
| 10:17
+
| 10:15
| প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক
+
| এই পাউদাৰত ভাল পৰিমাণে থাকে '''কেলচিয়াম''',
  
|-  
+
|-
| 10:22
+
| 10:18
| এই পাতক ছাঁত সুকাবলৈ দিয়ক
+
| '''আইৰণ''',  '''ভিটামিন চি,
  
|-  
+
|-
|10:25
+
| 10:20
| এতিয়া, সকলো শুকোৱা পাতৰ পাউদাৰ বনাওঁক আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ তৈয়াৰ হ’ল
+
| ভিটামিন এ, প্ৰ’টিন'''
  
|-  
+
|-
| 10:31
+
| 10:22
| এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
+
| আৰু '''চালফাৰ'''
  
|-  
+
|-
| 10:33
+
| 10:23
| শিশুৰ খাদ্য খুওঁৱাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে
+
| এই পুষ্টি উপাদান প্ৰয়োজন হয় শিশুটোৰ আলু বিকাশত
  
|-  
+
|-
| 10:40
+
| 10:27
| ই প্ৰায় ৫ মিলিগ্ৰাম কেলচিয়াম দিয়ে
+
| আৰু সুস্থ চকুৰ বাবে
  
|-  
+
|-
| 10:44
+
| 10:30
| ১০০ গ্ৰাম পাউদাৰে প্ৰায় ৩৫০ মিলিগ্ৰাম কেলচিয়াম দিয়ে 
+
| সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে
  
|-  
+
|-
| 10:50
+
| 10:35
| নিম্নখিনি সদায় মনত ৰাখিব: এই বিধিসমূহ বনাবলৈ স্থানীয় আৰু ঋতু অনুযায়ী বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব
+
| আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব
  
|-  
+
|-
| 10:58
+
| 10:39
| প্ৰতিবিধ খাদ্যত এবিধ বেলেগ পাউদাৰ দিব লাগে
+
| প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক
  
|-  
+
|-
| 11:01
+
| 10:45
| যেনে; ৰন্ধা খাদ্যত এচামুচ বাদাম বা বীজৰ পাউদাৰ দিব পাৰে 
+
| এই পাতক ছাঁত সুকাবলৈ দিয়ক
  
|-  
+
|-
| 11:08
+
| 10:47
| বা, ৰন্ধা খাদ্যত কাৰি পাতৰ পাউদাৰৰ বা ড্ৰামষ্টিক পাতৰ পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ দিব পাৰে বা
+
| এতিয়া, এই শুকোৱা ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাওঁক
  
|-  
+
|-
| 11:14
+
| 10:50
| দুচামুচ বিনৰ পাউদাৰ যাক খাদ্যৰ লগত একেলগে ৰান্ধিব লাগে
+
| আৰু এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
  
|-  
+
|-
| 11:21
+
| 10:54
| মন কৰিব যে এই টিউট’ৰিয়েলটোত বিধিসমূহ নিম্ন পদ্ধতিৰে বনোৱা হৈছে-
+
| শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব লাগে
  
|-  
+
|-
| 11:26
+
| 10:59
| ভিজোৱা, ভজা আৰু
+
| ই প্ৰায় ৫ মিলিগ্ৰাম '''কেলচিয়াম''' দিব
  
|-  
+
|-
| 11:28
+
| 11:03
| অংকুৰণ
+
| ইয়াৰ উপৰিওঁ নিম্নখিনি সদায় মনত ৰাখিব -
  
|-  
+
|-
| 11:30
+
| 11:07
| এই পদ্ধতিসমূহে '''ফাইটিক এচিদক''' কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে
+
| কাৰি পাতৰ পাউদাৰ আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ '''কেলচিয়াম''' প্ৰচুৰকৈ থকা খাদ্যৰ সৈতে দিব লাগে যেনে-
  
|-  
+
|-
| 11:38
+
| 11:13
| আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব
+
| ভজা তিল
  
|-  
+
|-
| 11:42
+
| 11:15
| ইয়াৰ দ্বাৰা আমি এই ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ টিউট’ৰিয়েলটোৰ শেষ পালোহি
+
| অংকুৰিত কাবুলী বুট
  
|-  
+
|-
| 11:51
+
| 11:17
| এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিলো যেনে:
+
| অংকুৰিত ব্ঙালী বুট, আদি
  
|-  
+
|-
| 11:57
+
| 11:20
| '''অমাইলেজ''' পাউদাৰ,  বীজৰ পাউদাৰ,  
+
| শিশুটোৰ ৯ মাহ সম্পূৰ্ণ হ’লে,
  
|-  
+
|-
| 12:00
+
| 11:23
| বাদাম আৰু বীজৰ পাউদাৰ,
+
| এই পাউদাৰসমূহ দৈৰ সৈতে দিব পাৰি
  
|-  
+
|-
| 12:02
+
| 11:26
| বিনৰ পাউদাৰ,  
+
| লগতে, এই পাউদাৰ বিধিসমূহ বনাবলৈ যিকোনো স্থানীয় আৰু ঋতুগত বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব পাৰে
  
|-  
+
|-
| 12:04
+
| 11:34
| কাৰি পাতৰ পাউদাৰ আৰু
+
| আপোনাৰ শিশুৰ প্ৰতিবিধ খাদ্যত এই পাউদাৰসমূহ যোগ কৰিবলৈ নাপাহৰিব
  
|-  
+
|-
| 12:06
+
| 11:38
| ড্ৰামষ্টিক পাতৰ পাউদাৰ
+
| আৰু প্ৰতিবিধ পাউদাৰ ৰন্ধাৰ আগতে যোগ কৰিব লাগে যিহেতু আহাৰৰ সৈতে পাউদাৰবিধো ৰান্ধিব লাগে
 
+
|-
+
| 12:08
+
| এই টিউট’ৰিয়েলটো '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্প, IIT বম্বেয়ে''' অবদান দিছে 
+
 
+
|-
+
| 12:14
+
|  '''স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে''' পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
+
 
+
|-
+
| 12:25
+
|  এই টিউট’ৰিয়েলটোক '''WHEELS গ্ল’বেল ফাউন্দেচনে''' এটা উদাৰ অবদানৰ দ্বাৰা আংশিক পুঁজি দিছে
+
 
+
|-
+
| 12:32
+
| এই টিউট’ৰিয়েলটো '''মা আৰু শিশু পোষণ প্ৰকল্পৰ''' এটা অংশ হয় 
+
 
+
|-
+
| 12:36
+
|এই টিউট’ৰিয়েলটোৰ বাবে ড’মেইন পৰ্যালোচক হৈছে- '''ডাঁ ৰুপল দালাল, MD''' শিশুৰোগ চিকিৎসা আৰু '''দিপালী ফাৰ্গাদে''',  পুষ্টিবিজ্ঞানী
+
 
+
|-
+
| 12:46
+
|'''IIT বম্বেৰ''' পৰা পুষ্টিবিজ্ঞানী '''ৰজনী চাৱন্ত''', এনিমেতৰ '''আৰ্থি আনবালাগানে''' আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ
+
  
 +
|-
 +
| 11:47
 +
| ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ
 +
|-
 
|}
 
|}

Latest revision as of 13:35, 21 November 2020

Time
Narration
00:01 ৬ৰ পৰা ২৪ মাহৰ শিশুৰ বাবে পুষ্টিকৰ পাউদাৰ বনোৱা বিধিৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি বিভিন্ন পুষ্টিকৰ পাউদাৰ বনোৱাৰ বিধি শিকিম যেনে-
00:14 অমাইলেজ পাউদাৰ,
00:17 বীজৰ পাউদাৰ,
00:19 বাদাম আৰু বীজৰ পাউদাৰ,
00:22 বিনৰ পাউদাৰ,
00:24 কাৰি পাতৰ পাউদাৰ,
00:26 ড্ৰামষ্টিক পাতৰ পাউদাৰ
00:29 বিভিন্ন পুষ্টিকৰ পাউদাৰ আছে যাক সহজেই ঘৰত বনাব পাৰি
00:36 এই পাউদাৰত পুষ্টি উপাদান থাকে যি শিশুৰ বৃদ্ধি আৰু বিকাশক সমৰ্থন কৰে
00:42 পৰামৰ্শ দিয়া হয় যে
00:44 এই পাউদাৰ শিশুটোক দিব লাগে যেতিয়া তাইৰ বয়স ৬ মাহ হয়
00:51 যেতিয়াই শিশু এটাক নতুন পাউদাৰ এবিধ দিয়ে
00:54 ইয়াক শিশুটোৰ খাদ্যত ৩ বা ৪ দিন একেৰাহে দিব লাগে
00:59 ৩ বা ৪ দিনৰ পাছত, শিশুটোক নতুন পাউদাৰ এবিধ দিয়ক
01:05 এই পাউদাৰ দুবিধ মিলাব পাৰি কিন্তু দুয়োবিধ প্ৰথমে পৃথকভাবে দিব লাগিব
01:10 আৰু শিশুটোৰ কোনো এলাৰ্জি হ’ব নালাগিব যেনে মুখ আৰু শৰীৰত খ্জুৱতি বা ফোলা
01:19 যেতিয়াই শিশু এটাক এলাৰ্জিযুক্ত নতুন খাদ্য এবিধ দিয়ে যেনে বাদাম, তেতিয়া
01:26 এটা সৰু অংশৰে আৰম্ভ কৰিব যেনে চামোচ এখনত অকণমান
01:31 ১০ মিনিট অপেক্ষা কৰিব আৰু তেতিয়া ইয়াক লাহে লাহে শিশুটোক খুৱাব
01:36 অনুগ্ৰহ কৰি, শিশুটোৰ খানাত নিমখ নিদিব তাইৰ বয়স এবছৰ নোহোৱালৈকে
01:41 লগতে, চেনী আৰু মিঠৈ নিদিব শিশুটোৰ বয়স দুবছৰ নোহোৱালৈকে
01:47 এতিয়া আহক এই পুষ্টিকৰ পাউদাৰসমূহক ঘৰত বনাবলৈ শিকো
01:52 কিন্তু তাৰ আগতে মনত ৰাখিব-
01:54 এই টিউট’ৰিয়েলটোত বিধিসমূহ বনাবলৈ নিম্ন পদ্ধতিসমূহ ব্যৱ্হাৰ কৰা হৈছে-
02:00 ভিজোৱা, ভজা
02:03 অংকুৰণ
02:05 আৰু ৰন্ধন
02:07 ৰন্ধনত নিম্ন পদ্ধতিৰ যিকোনো এটা বা মিশ্ৰণ অন্তৰ্ভুক্ত হ’ব পাৰে:
02:12 শুকানকৈ ভজা
02:14 ভাপত দিয়া আৰু সিজোৱা
02:17 এই পদ্ধতিসমূহে খাদ্যত ফাইতেত আৰু অক্সালেতক কমাব যি খাদ্যৰ পৰা খনিজ পদাৰ্থ শোষণত বাধা দিয়ে
02:26 আৰু খাদ্যৰ পৰা পোষক পদাৰ্থ শোষণক উন্নত কৰিব
02:30 এতিয়া, আহক আমাৰ প্ৰথম বিধিৰে আৰম্ভ কৰো:
02:33 অমাইলেজ পাউদাৰ

কিন্তু, আহক প্ৰথমে ইয়াৰ লাভৰ বিষয়ে আলোচনা কৰো

02:39 অমাইলেজ হৈছে এটা এনজাইম বা ৰসায়ন যি খাদ্য হজম হ’বলৈ লাগে
02:45 ই শিশুৰ শৰীৰত সীমিত পৰিমাণে উৎপন্ন হয়
02:50 এই পাউদাৰে অতিৰিক্ত অমাইলেজ দিয়ে আৰু
02:53 ইয়াক যোগ কৰিলে পুষ্টিকৰ উপাদান বৃদ্ধি কৰি খাদ্যৰ পৰা শোষণ বঢ়াই
02:59 সেইবাবে, অমাইলেজ সম্পন্ন আটা বা অমাইলেজ পাউদাৰ শিশু এটাক দিব লাগে
03:05 আহক অমাইলেজ পাউদাৰৰ বিধিটো শিকো
03:08 অমাইলেজ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
03:13 আধা কাপ ঘেঁহু
03:15 আধা কাপ সেউজীয়া মগু আৰু
03:17 আধা কাপ ৰাগী
03:19 প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক
03:25 ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব
03:29 ১০ ঘন্টাৰ পাছত, সকলো বস্তুকে উলিয়াওঁক
03:33 সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক
03:38 তেতিয়া, এটা এটাকৈ, সকলো সামগ্ৰিকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
03:43 গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক
03:46 এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়
03:49 মন কৰিব -
03:51 কিছুমান বস্তুৱে বেছি সময় আৰু
03:53 কিছুমানে কম সময় ল’ব অংকুৰিত হ’বলৈ
03:57 ইয়াত, ৰাগীয়ে বেছি সময় ল’ব আন সামগ্ৰিসমূহতকৈ
04:02 অংকুৰণৰ পাছত সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
04:07 শুকোৱাৰ পাছত, সকলো বস্তুকে কম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
04:14 মনত ৰাখিব: ভাজোতে, বাৰে বাৰে লৰাই থকাটো দৰকাৰ
04:20 পাছত, সকলো বস্তুৰে বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব
04:26 বাকলিবোৰ গুচোৱাৰ পাছত, সকলো সামগ্ৰিকে মিহলাওঁক
04:30 এতিয়া, এই মিশ্ৰণক খুন্দনাত পিচি পাউদাৰ বনাওঁক
04:35 আৰু, অমাইলেজ পাউদাৰ তৈয়াৰ হ’ল
04:39 এই অমাইলেজ পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত জমা কৰক
04:43 শিশুৰ বিভিন্ন খাদ্য বনাওঁতে ৰন্ধাৰ আগত অমাইলেজ পাউদাৰ এচামুচ দিব পাৰে যেনে-
04:49 ডাঠ ডালি
04:51 শাক-পাচলিৰ ভৰ্ত্তা আৰু খিচিৰী
04:54 বা, অমাইলেজ পাউদাৰৰ খিচিৰী বনাব পাৰে
04:59 এচামুচ অমাইলেজ পাউদাৰে দিয়ে
05:02 প্ৰায় ১৮ কেল’ৰি আৰু
05:04 ০.৬ গ্ৰাম প্ৰ’টিন
05:07 অমাইলেজ পাউদাৰত কিছু অনন্য বৈশিষ্ট্য থাকে যি শিশু এটাৰ বাবে বিশেষ হয়
05:13 ই খাদ্যক কম ডাঠ কৰে
05:16 গতিকে, শিশুৰ খাদ্যত অধিক অমাইলেজ পাউদাৰ দিব পাৰি
05:20 ই শিশুৰ খাদ্যৰ গধুৰতাক কমায় আৰু পুষ্টিৰ ঘনত্বক বঢ়ায়
05:27 পাছত, আমি বীজৰ পাউদাৰৰ বিধিটো শিকিম
05:31 এই পাউদাৰত প্ৰচুৰকৈ থাকে জিংক, ফাইবাৰ,
05:35 মেগনেচিয়াম আৰু কেলচিয়াম
05:38 এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
05:43 লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
05:50 এই পাউদাৰ বনাবলৈ লগা তিনিবিধ বীজ হৈছে-
05:54 আধা কাপ ক’লা তিল,
05:57 আধা কাপ শণ বীজ আৰু
05:59 আধা কাপ কেচা ৰঙালাওঁৰ বীজ
06:02 প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজকে সুকানকৈ কম জুইত ৪ৰ পৰা ৫ মিনিট ভাজিব
06:10 ঠাণ্ডা হ’লে, সকলো ভজা বস্তুৰে পাউদাৰ বনাব
06:14 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
06:18 শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব লাগে
06:23 ই দিব প্ৰায় ৩০ কেল’ৰি আৰু
06:26 ২.৭ গ্ৰাম প্ৰ’টিন
06:30 আমাৰ পাছৰ বিধিটো হৈছে বাদাম আৰু বীজৰ পাউদাৰ
06:34 এই পাউদাৰত খনিজ পদাৰ্থ প্ৰচুৰকৈ থাকে যেনে জিংক,
06:37 মেগনেচিয়াম,
06:39 আইৰন, ইত্যাদি
06:41 এই খনিজ পদাৰ্থই লোহিত ৰক্ত কণিকা উৎপন্ন কৰে
06:46 লগতে, এই পাউদাৰত ভাল ফেট থাকে যি শিশুৰ মগজু বিকাশত সহায় কৰে
06:53 বাদাম আৰু বীজৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে-
06:58 আধা কাপ চিনাবাদাম
07:00 আধা কাপ শুকোৱা নাৰিকল ৰোকা
07:02 আধা কাপ শণ বীজ আৰু
07:05 আধা কাপ ক’লা তিল
07:08 প্ৰণালী: এবিধ এবিধকৈ, সকলো বীজ আৰু বাদামক সুকানকৈ মধ্যম জুইত ৪ৰ পৰা ৬ মিনিট ভাজিব
07:16 তেতিয়া, সকলো ভজা বীজক পাথৰৰ খুন্দনা বা মিক্সি এটাত পিচি পাউদাৰ বনাওঁক
07:23 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
07:26 শিশুৰ খাদ্য ৰন্ধাৰ আগত এই পাউদাৰৰ এচামুচ খাদ্যত দিব পাৰি
07:32 ই দিয়ে প্ৰায় ২৮ কেল’ৰি আৰু
07:35 ০.৯ গ্ৰাম প্ৰ’টিন
07:38 এতিয়া, আমি বিনৰ পাউদাৰৰ বিধিটো শিকিম
07:42 এই পাউদাৰত প্ৰচুৰকৈ থাকে পটাচিয়াম,
07:45 প্ৰ’টিন, ফ’লেত,
07:47 মেগনেচিয়াম আদি
07:49 এই পুষ্টি উপাদানে শিশুটোৰ হাড়ৰ বিকাশত আৰু শক্তিৰ বৃদ্ধিত সহায় কৰে
07:54 সিহত লগতে আমাৰ শৰীৰত লোহিত ৰক্ত কণিকা উৎপন্ন কৰিবলৈ দৰকাৰ
07:59 বিনৰ পাউদাৰ বনাবলৈ লগা সামগ্ৰিসমূহ হৈছে:
08:02 আধা কাপ সেউজীয়া মগু,
08:05 আধা কাপ শুকোৱা সেউজীয়া মটৰমাহ,
08:07 আধা কাপ চানা আৰু
08:09 আধা কাপ মথ বিন
08:11 প্ৰণালী: প্ৰথমে, সকলো বস্তুকে পৃথকভাবে পানীত ১০ ঘন্টা ভিজাই ৰাখক
08:17 ভিজাই ৰাখিলে সামগ্ৰিসমূহৰ আদ্ৰতা উন্নত হ’ব
08:20 ১০ ঘন্টাৰ পাছত সকলো বস্তুকে উলিয়াওঁক
08:23 সিহতক চালনী এখনত থওঁক আৰু সকলো পানী ওলাই যাবলৈ দিয়ক
08:27 তেতিয়া, এটা এটাকৈ, সকলো বিনকে এখন চাফা আৰু সুকান কপাহি কাপোৰত বান্ধক
08:32 গজালি নোলোৱালৈকে তেনেকৈয়ে ৰাখক
08:34 এই প্ৰক্ৰিয়াটোক অংকুৰণ বুলি কোৱা হয়
08:38 মন কৰিব আমি আগতে আলোচনা কৰাৰ দৰে, প্ৰতিটো সামগ্ৰিৰ বাবে অংকুৰণৰ সময় ভিন্ন হ’ব
08:45 অংকুৰণৰ পাছত, সিহতক ৰ’দত এদিন বা দুদিন শুকোৱাওঁক
08:50 পাছত, সকলো বিনকে মধ্যম জুইত ভাজক সম্পূৰ্ণ সুকান নোহোৱালৈকে
08:55 ভাজোতে, মাজে মাজে লৰাই থাকিব লাগে
08:59 ই সামগ্ৰিসমূহক জ্বলিবলৈ নিদিব
09:02 ভজাৰ পাছত, সকলো সুকান বিনৰ বাকলিবোৰ চাফা হাতৰ মাজত ঘঁহি গুচাই ল’ব
09:09 এতিয়া সকলো বিনক একেলগে পিচি পাউদাৰ এটা বনাওঁক
09:13 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
09:16 শিশুৰ খাদ্য বনাওঁতে এই পাউদাৰৰ দুচামুচ খাদ্যত দিব লাগে
09:21 এই পাউদাৰৰ দুচামুচে দিয়ে
09:23 প্ৰায় ৩৩ কেল’ৰি আৰু
09:26 ১.৮ গ্ৰাম প্ৰ’টিন
09:28 পাছত, আমি কাৰি পাতৰ পাউদাৰৰ বিধিটো শিকিম:
09:32 কাৰি পাতত প্ৰচুৰকৈ থাকে ফাইবাৰ,
09:34 আইৰণ, কেলচিয়াম
09:36 আৰু ভিটামিন চি
09:38 এই সকলো পুষ্টি উপাদানে হজমত আৰু দাতৰ বিকাশত সহায় কৰে
09:43 লগতে সিহতে শিশুটোৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
09:46 আমাক এই পাউদাৰ বনাবলৈ কাৰি পাত লাগিব
09:49 প্ৰণালি- কাৰি পাতখিনি চাফা পানীত ভালদৰে ধুই লওঁক
09:53 ছাঁত সুকাবলৈ দিয়ক
09:55 তেতিয়া, এই শুকোৱা কাৰি পাতৰ পাউদাৰ এটা বনাওঁক আৰু
09:58 এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
10:01 শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব পাৰে
10:07 ই প্ৰায় ৯ মিলিগ্ৰাম কেলচিয়াম দিয়ে
10:10 পাছত, আহক ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাবলৈ শিকো -
10:15 এই পাউদাৰত ভাল পৰিমাণে থাকে কেলচিয়াম,
10:18 আইৰণ, ভিটামিন চি,
10:20 ভিটামিন এ, প্ৰ’টিন
10:22 আৰু চালফাৰ
10:23 এই পুষ্টি উপাদান প্ৰয়োজন হয় শিশুটোৰ আলু বিকাশত
10:27 আৰু সুস্থ চকুৰ বাবে
10:30 সিহতে সংক্ৰমণৰ বিৰূদ্ধে যুজ কৰে আৰু শিশুটোৰ শক্তি বৃদ্ধি কৰে
10:35 আমাক এই পাউদাৰ বনাবলৈ ড্ৰামষ্টিক পাত লাগিব
10:39 প্ৰণালি: প্ৰথমে সকলো ড্ৰামষ্টিক পাতক চাফা পানীত ভালদৰে ধুই লওঁক
10:45 এই পাতক ছাঁত সুকাবলৈ দিয়ক
10:47 এতিয়া, এই শুকোৱা ড্ৰামষ্টিক পাতৰ পাউদাৰ বনাওঁক
10:50 আৰু এই পাউদাৰক বায়ুৰোধী পাত্ৰ এটাত ৰাখক
10:54 শিশুৰ খাদ্য ৰন্ধাৰ আগতে এই পাউদাৰৰ এচামুচৰ চাৰিভাগৰ এক অংশ খাদ্যত দিব লাগে
10:59 ই প্ৰায় ৫ মিলিগ্ৰাম কেলচিয়াম দিব
11:03 ইয়াৰ উপৰিওঁ নিম্নখিনি সদায় মনত ৰাখিব -
11:07 কাৰি পাতৰ পাউদাৰ আৰু ড্ৰামষ্টিক পাতৰ পাউদাৰ কেলচিয়াম প্ৰচুৰকৈ থকা খাদ্যৰ সৈতে দিব লাগে যেনে-
11:13 ভজা তিল
11:15 অংকুৰিত কাবুলী বুট
11:17 অংকুৰিত ব্ঙালী বুট, আদি
11:20 শিশুটোৰ ৯ মাহ সম্পূৰ্ণ হ’লে,
11:23 এই পাউদাৰসমূহ দৈৰ সৈতে দিব পাৰি
11:26 লগতে, এই পাউদাৰ বিধিসমূহ বনাবলৈ যিকোনো স্থানীয় আৰু ঋতুগত বাদাম, বীজ আৰু বিন ব্যৱ্হাৰ কৰিব পাৰে
11:34 আপোনাৰ শিশুৰ প্ৰতিবিধ খাদ্যত এই পাউদাৰসমূহ যোগ কৰিবলৈ নাপাহৰিব
11:38 আৰু প্ৰতিবিধ পাউদাৰ ৰন্ধাৰ আগতে যোগ কৰিব লাগে যিহেতু আহাৰৰ সৈতে পাউদাৰবিধো ৰান্ধিব লাগে
11:47 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9