https://script.spoken-tutorial.org/index.php?title=Health-and-Nutrition/C2/General-guidelines-for-Complementary-feeding/Assamese&feed=atom&action=history
Health-and-Nutrition/C2/General-guidelines-for-Complementary-feeding/Assamese - Revision history
2024-03-29T15:47:02Z
Revision history for this page on the wiki
MediaWiki 1.23.17
https://script.spoken-tutorial.org/index.php?title=Health-and-Nutrition/C2/General-guidelines-for-Complementary-feeding/Assamese&diff=53461&oldid=prev
Mausamh9: Created page with "{|border=1 | Time | Narration |- | 00:02 | পৰিপূৰক আহাৰ খুওঁৱাৰ বাবে সাধাৰণ গা..."
2020-08-05T13:37:31Z

Created page with "{|border=1 | Time | Narration |- | 00:02 | পৰিপূৰক আহাৰ খুওঁৱাৰ বাবে সাধাৰণ গা..."

New page

{|border=1

| Time

| Narration

| 00:02

| পৰিপূৰক আহাৰ খুওঁৱাৰ বাবে সাধাৰণ গাইদলাইনচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম

| 00:09

| এই টিউট’ৰিয়েলটোত, আমি শিকিম

| 00:14

| ৬ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰ আৰম্ভ কৰাৰ গুৰূত্ব

| 00:19

| আৰু ৬ ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰ খুওঁৱাৰ গাইদলাইনচৰ বিষয়ে

| 00:27

| আহক আৰম্ভ কৰো

| 00:29

| শিশু এটাক নিৰন্তৰে স্তনপান কৰাব লাগে জন্মৰ পৰা ৬ মাহ বয়সলৈকে

| 00:37

| ৬ মাহ বয়সে শিশু এটাৰ জীৱনৰ ৬ মাহৰ আৰম্ভণীক নুবুজাই

| 00:45

| তাই ৬ মাহ সম্পূৰ্ণ কৰিব লাগে আৰু জীৱনৰ ৭ মাহ আৰম্ভ হ’ব লাগে

| 00:52

| এই বয়সত, শিশু এটাৰ বাবে নিৰন্তৰ স্তনপান যথেষ্ট নহয়

| 00:59

| স্তনৰ গাখীৰৰ উপৰিওঁ, শিশুটোক পুষ্টিকৰ ঘৰতে ৰন্ধা খাদ্য দিব লাগে

| 01:06

| এই খাদ্যক কোৱা হয় পৰিপূৰক আহাৰ

| 01:11

| ইয়াক দিব লাগে ৬ ৰ পৰা ২৪ মাহ বয়্সৰ শিশু এটাক

| 01:18

| ই এটা অত্যন্ত গুৰূত্বপূৰ্ণ ভূমিকা লয় শিশুটোক ওখ, স্বাস্থ্যবান আৰু বুদ্ধিমান বনোৱাত

| 01:26

| ৬ মাহ বয়সত পৰিপূৰক আহাৰ আৰম্ভ কৰাটো দৰকাৰ

| 01:33

| অন্যথা, শিশুটোৰ বৃদ্ধি আৰু বিকাশ ব্যাহত হ’ব

| 01:39

| লগতে শিশুটোৱে পাছৰ বয়সত গোটা খাদ্য নাকচ কৰাৰ সম্ভাৱনা থাকে

| 01:47

| মনত ৰাখিব, পৰিপূৰক আহাৰে স্তনপানক সমৰ্থন কৰে

| 01:53

| সেইবাবে, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব লাগে

| 02:00

| প্ৰকাৰ,

| 02:02

| ঘনত্ব

| 02:04

| আৰু পৰিপূৰক আহাৰৰ পৰিমাণ শিশুটোৰ বয়সৰ সৈতে ভিন্ন হয়

| 02:10

| প্ৰতিটো বয়সৰ গ্ৰোপৰ বাবে নিৰ্দিষ্ট পৰামৰ্শ আছে

| 02:16

| সিহতক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বিতংকৈ আলোচনা কৰা হৈছে

| 02:23

| এতিয়া, আহক সকলো বয়সৰ বাবে পৰিপূৰক আহাৰ খুওঁৱাৰ গুৰূত্বপূৰ্ণ গাইদলাইনচ আলোচনা কৰো

| 02:31

| যিকোনো নতুন খাদ্য শিশু এটাক প্ৰথমে পৃথককৈ দিব লাগে

| 02:37

| ইয়াক অন্য খাদ্যৰ সৈতে সংযুক্ত কৰিব লাগে পাছত

| 02:42

| ই নিৰ্ণয় কৰাত সহায় কৰিব যদি শিশুটো এটা নিৰ্দিষ্ট খাদ্যলৈ এলাৰজিক হয়

| 02:48

| বিভিন্ন ধৰণৰ খাদ্য খোৱাটো আৱশ্যক হয় ভাল পুষ্টিৰ বাবে

| 02:54

| প্ৰতিবাৰে চাৰিদিনৰ পাছত, শিশুটোৰ আহাৰত এটা নতুন খাদ্য যোগ কৰিব

| 03:01

| আগতে দিয়া খাদ্যৰ লগত একেলগে নতুন খাদ্যটোৰ ১ চামোচৰ সৈতে আৰম্ভ কৰক

| 03:08

| লাহে লাহে ইয়াৰ পৰিমাণ বৃদ্ধি কৰক প্ৰতিদিনে

| 03:12

| সকলো ৮ টা খাদ্যৰ গ্ৰোপৰ পৰা পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা খাদ্যক লাহে লাহে যোগ কৰিব লাগে

| 03:20

| প্ৰথম খাদ্যৰ গ্ৰোপ হৈছে খাদ্যশস্য, মূল আৰু কাণ্ডসমূহ

| 03:27

| লেগিমচ, বীজ আৰু বাদাম হৈছে দ্বিতীয় গ্ৰোপ

| 03:32

| তৃতীয় গ্ৰোপ হৈছে গাখীৰৰ বস্তুসমূহ

| 03:37

| চতুৰ্থ গ্ৰোপ হৈছে মাংস, মাছ আৰু চিকেন

| 03:42

| ডিম হৈছে পঞ্চম গ্ৰোপ

| 03:46

| ভিটামিন এ প্ৰচুৰকৈ থকা ফলমূল আৰু শাক-পাছলি হৈছে ষষ্ঠ গ্ৰোপ

| 03:52

| সপ্তম গ্ৰোপ হৈছে আন ফলমূল আৰু শাক-পাছলিসমূহ

| 03:57

| শেষত, স্তনপান হৈছে অষ্টম গ্ৰোপ কিন্তু অতিশয় গুৰূত্বপূৰ্ণ

| 04:04

| ইয়াক প্ৰতিদিনে সংলগ্ন কৰিব লাগে আন খাদ্যৰ গ্ৰোপসমূহৰ সৈতে

| 04:11

| আদৰ্শভাবে, শিশু এটাৰ খাদ্যত সকলো ৮ টা গ্ৰোপ সংলগ্ন কৰিব লাগে

| 04:17

| যদি শিশু এটাৰ খাদ্যত এই গ্ৰোপসমূহৰ ৫ টাতকৈ কম থাকে, ই এটা গভীৰ সমস্যা

| 04:24

| ইয়াক লগে লগে শুধৰাব লাগে

| 04:28

| কিছুমান শিশুৱে স্তনৰ গাখীৰ একেবাৰেই নাপায়

| 04:33

| তেওঁলোকৰ আহাৰত প্ৰতিদিনে বাকীথকা ৭ টা গ্ৰোপৰ পৰা খাদ্য সংলগ্ন কৰক

| 04:40

| লগতে, তেওঁলোকক ৫০০ এম এল জন্তুৰ গাখীৰ আৰু প্ৰতিদিনে দুবাৰকৈ অতিৰিক্ত আহাৰ দিয়ক

| 04:49

| শিশুটোক খুওঁৱাৰ আগতে জন্তুৰ গাখীৰ সদায় উতলাই ল’ব লাগে

| 04:55

| এতিয়া, আহক শিশু এটাৰ আহাৰত নতুন খাদ্যৰ গ্ৰোপচ যোগ কৰাৰ ক্ৰমক আলোচনা কৰো

| 05:02

| স্তনৰ গাখীৰৰ সৈতে, প্ৰথম ৫ টা গ্ৰোপৰ পৰা পৰিপূৰক আহাৰ দিবলৈ আৰম্ভ কৰক

| 05:09

| ৬ মাহ বয়সৰ পাছ্ত শিশুক অধিক পৰিমাণে পুষ্টিকৰ পদাৰ্থ লাগে

| 05:16

| তথাপি, আৰম্ভণীৰ দিনসমূহত দিব পৰা খাদ্যৰ পৰিমাণ কম হয়

| 05:24

| সেইবাবে, পুষ্টিকৰ পদাৰ্থ বেছিকৈ থকা খাদ্য প্ৰথম ৫ টা গ্ৰোপৰ পৰা দিব পাৰি

| 05:31

| এই খাদ্যত পুষ্টিকৰ পদাৰ্থ প্ৰচুৰ থাকে যেনে প্ৰ’টিন আৰু ভাল চৰ্বী

| 05:38

| সিহত দৰকাৰী হয় শিশুটোৰ উচ্চতা আৰু মাংসপেশীৰ বিকাশৰ বাবে

| 05:45

| ভাল চৰ্বী দৰকাৰী হয় শিশুটোৰ মগজুৰ বিকাশৰ বাবে

| 05:50

| এই খাদ্যৰ পাছ্ত, শাক-পাছলি আৰু ফলমূল দিবলৈ আৰম্ভ কৰক

| 05:57

| শাক-পাছলি আৰু ফলমূলত ভিটামিন আৰু খনীজ দ্ৰব্য প্ৰচুৰ থাকে

| 06:03

| তথাপি, সিহত প্ৰ’টিন আৰু চৰ্বীৰ দৰে বেছিকৈ নাথাকে প্ৰথম ৫ টা গ্ৰোপত

| 06:11

| সেইবাবে, সিহতক পাছত আৰম্ভ কৰা হয় ওজন বৃদ্ধি বা হ্ৰাসক অৱজ্ঞা কৰিবলৈ

| 06:18

| লগতে, ফলমূল সোৱাদত মিঠা হয়

| 06:23

| শিশুসমূহে মিঠা সোৱাদৰ আগতে অন্য বেলেগ সোৱাদসমূহ চেষ্টা কৰাটো দৰকাৰ

| 06:31

| অন্য বেলেগ সোৱাদসমূহ চেষ্টা কৰিলে ই শিশুসমূহক অধিক খাদ্য গ্ৰহণ কৰিবলৈ সহায় কৰে

| 06:37

| ই তেওঁলোক পাছলৈ বাছি খোৱা হোৱাৰ সম্ভাৱণাক কমায়

| 06:44

| সেইবাবে, আন সকলো প্ৰকাৰৰ খাদ্য যোগ কৰাৰ পাছত শিশু এটাৰ আহাৰত ফলমূল যোগ কৰা হয়

| 06:51

| সতেজ, ঋতুগত, ল’কেল ফলমূল এদিনত এবাৰ বা দুবাৰ দিব লাগে

| 06:59

| দৈনিক আহাৰৰ পাছত মিষ্টি হিচাবে ফলমূল দিব পাৰে

| 07:05

| শিশুটোৰ দৈনিক আহাৰৰ সৈতে ফলমূলৰ ভৰ্তা মিশ্ৰিত কৰিব নালাগে

| 07:11

| এই বয়সৰ গ্ৰোপৰ বাবে ফলমূলৰ জুইচক পৰামৰ্শ দিয়া নহয়

| 07:16

| ই সংলগ্ন কৰে ঘৰতে প্ৰস্তুত আৰু ৰেদিমেদ ফলমূলৰ জুইচ দুয়োটাকে

| 07:23

| মনত ৰাখিব, ২ বছৰলৈকে স্তনপান কৰাব

| 07:28

| কঠিন খাদ্য দিয়াক ত্যাগ কৰিব যিয়ে শিশু এটাৰ গলাত খুন্দামাৰি ধৰিব পাৰে

| 07:34

| গোটা বাদাম, আঙুৰ, বুট আৰু কেঁচা গাজৰৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ

| 07:44

| সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট

| 07:51

| যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, সুৰক্ষিতভাবে জমা ৰখাৰ আমাৰ টিউট’ৰিয়েলটো চাওঁক

| 07:57

| সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্য খুওঁৱাকো লগতে একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে

| 08:06

| সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক

| 08:10

| খাদ্যৰ লগতে, উতলাই ঠাণ্ডা কৰা পানীওঁ ৬ মাহ বয়সৰ শিশু এটাক দিব পাৰি

| 08:18

| আৰম্ভ কৰক ৩০ ৰ পৰা ৬০ এম এল পানীৰে, এদিনত দুবাৰকৈ

| 08:25

| ইয়াক বৃদ্ধি কৰিব লাগে গৰম বতৰত আৰু শিশুটোৰ প্ৰয়োজন অনুসৰি

| 08:31

| স্তনৰ গাখীৰ আৰু পানী হৈছে শিশু এটাৰ বাবে উৎকৃষ্ট পানীয়

| 08:37

| তথাপি, সিহতক সঠিক সময়ত দিব লাগে

| 08:42

| শিশু এটাক স্তনপান নকৰাব বা পানী নিদিব আহাৰৰ আগতে

| 08:48

| ভোকাতুৰ শিশু এটাই নতুন খাদ্য চেষ্টা কৰিবলৈ অধিক আগ্ৰহী হয়

| 08:54

| শিশুক স্তনপান কৰাব বা পানী দিব পাৰি আহাৰ খোৱাৰ ২০ ৰ পৰা ৩০ মিনিট আগতে বা পাছত

| 09:02

| পৰ্যাপ্ত পৰিমাণৰ পৰিপূৰক আহাৰৰ প্ৰয়োজন হয় শিশু এটা ভালদৰে বৃদ্ধি হ’বলৈ

| 09:08

| ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Mausamh9