Difference between revisions of "Health-and-Nutrition/C2/Complementary-food-for-6-to-24-month-old-babies/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 | <center>Time</center> | <center>Narration</center> |- | 00:00 | ৬ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূ...")
 
 
Line 238: Line 238:
 
| 06:34
 
| 06:34
 
| তেনে সমাহাৰক ৬ মাহ বয়স হোৱাৰ পাছত লগে লগে দিব
 
| তেনে সমাহাৰক ৬ মাহ বয়স হোৱাৰ পাছত লগে লগে দিব
 
  
 
|-
 
|-
 
| 06:41
 
| 06:41
 
| সিহতে শিশু এটাক সম্পূৰ্ণ প্ৰ’টিন প্ৰদান কৰিব
 
| সিহতে শিশু এটাক সম্পূৰ্ণ প্ৰ’টিন প্ৰদান কৰিব
 
  
 
|-
 
|-
 
| 06:46
 
| 06:46
 
| বিভিন্ন কৌশল ব্যৱ্হাৰ কৰক যিয়ে খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থৰ শোষণক বৃদ্ধি কৰে
 
| বিভিন্ন কৌশল ব্যৱ্হাৰ কৰক যিয়ে খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থৰ শোষণক বৃদ্ধি কৰে
 
  
 
|-
 
|-
 
| 06:53
 
| 06:53
 
| কিছু উদাহৰণ হৈছে ভজা, ভিজোৱা, অংকুৰিত কৰা, গজোৱা আৰু ৰন্ধা
 
| কিছু উদাহৰণ হৈছে ভজা, ভিজোৱা, অংকুৰিত কৰা, গজোৱা আৰু ৰন্ধা
 
  
 
|-
 
|-
 
| 07:02
 
| 07:02
 
| এই কৌশলসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলচত বিতংকৈ আলোচনা কৰা হৈছে
 
| এই কৌশলসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলচত বিতংকৈ আলোচনা কৰা হৈছে
 
  
 
|-
 
|-
 
| 07:10
 
| 07:10
 
| সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট
 
| সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট
 
  
 
|-
 
|-
 
| 07:17
 
| 07:17
 
| যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, প্ৰয়োজনীয় সুৰক্ষাৰ গাইদলাইনচ অনুসৰণ কৰক
 
| যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, প্ৰয়োজনীয় সুৰক্ষাৰ গাইদলাইনচ অনুসৰণ কৰক
 
  
 
|-
 
|-
 
| 07:25
 
| 07:25
 
| সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্যক জমা ৰখাক আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
 
| সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্যক জমা ৰখাক আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
 
  
 
|-
 
|-
 
| 07:32
 
| 07:32
 
| শিশুৰ খাদ্যক সুৰক্ষিতভাবে খুওঁৱাৰ বিষয়েওঁ একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
 
| শিশুৰ খাদ্যক সুৰক্ষিতভাবে খুওঁৱাৰ বিষয়েওঁ একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
 
  
 
|-
 
|-
 
| 07:39
 
| 07:39
 
| সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
 
| সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
 
  
 
|-
 
|-
 
| 07:44
 
| 07:44
 
| এতিয়া, আহক ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ বিষয়ে আলোচনা কৰো
 
| এতিয়া, আহক ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ বিষয়ে আলোচনা কৰো
 
  
 
|-
 
|-
 
| 07:51
 
| 07:51
 
| এই বয়সত, খাদ্যৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ প্ৰতিবাৰ আহাৰত আধা কাপ হয়গে
 
| এই বয়সত, খাদ্যৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ প্ৰতিবাৰ আহাৰত আধা কাপ হয়গে
 
  
 
|-
 
|-
 
| 07:58
 
| 07:58
 
| লগতে আহাৰৰ সংখ্যাওঁ বৃদ্ধি হয় প্ৰতিদিনে তিনিবাৰলৈ স্তনপানৰ সৈতে
 
| লগতে আহাৰৰ সংখ্যাওঁ বৃদ্ধি হয় প্ৰতিদিনে তিনিবাৰলৈ স্তনপানৰ সৈতে
 
  
 
|-
 
|-
Line 339: Line 326:
 
| 09:01
 
| 09:01
 
| তেনে খাদ্যৰ এটা উদাহৰণ হৈছে অংকুৰিত আৰু ৰন্ধা বুট
 
| তেনে খাদ্যৰ এটা উদাহৰণ হৈছে অংকুৰিত আৰু ৰন্ধা বুট
 
  
 
|-
 
|-
 
| 09:08
 
| 09:08
 
| শিশুটো যেতিয়া ৯ ৰ পৰা ১১ মাহ বয়সৰ হ’ব, কোমল ফিংগাৰ খাদ্য দিবলৈ আৰম্ভ কৰক
 
| শিশুটো যেতিয়া ৯ ৰ পৰা ১১ মাহ বয়সৰ হ’ব, কোমল ফিংগাৰ খাদ্য দিবলৈ আৰম্ভ কৰক
 
  
 
|-
 
|-
 
| 09:15
 
| 09:15
 
| ফিংগাৰ খাদ্য মানে হৈছে এনে খাদ্য যি পোনপটীয়াকৈ হাতেৰে খাব পাৰি
 
| ফিংগাৰ খাদ্য মানে হৈছে এনে খাদ্য যি পোনপটীয়াকৈ হাতেৰে খাব পাৰি
 
  
 
|-
 
|-
 
| 09:22
 
| 09:22
 
| সিজোৱা ডিম আৰু ৰন্ধা পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ
 
| সিজোৱা ডিম আৰু ৰন্ধা পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ
 
  
 
|-
 
|-
 
| 09:29
 
| 09:29
 
| এই বয়সত, আহাৰৰ সংখ্যাক বৃদ্ধি কৰক প্ৰতিদিনে পাঁচবাৰলৈ
 
| এই বয়সত, আহাৰৰ সংখ্যাক বৃদ্ধি কৰক প্ৰতিদিনে পাঁচবাৰলৈ
 
  
 
|-
 
|-
Line 368: Line 350:
 
| 09:41
 
| 09:41
 
| স্তনপান কৰাই থাকিব
 
| স্তনপান কৰাই থাকিব
 
  
 
|-
 
|-
 
| 09:44
 
| 09:44
 
| ১২ মাহ সম্পূৰ্ণ হ’লে, শিশু এটাই পৰিয়ালৰ আহাৰৰ এটা অংশ খাবলৈ আৰম্ভ কৰিব পাৰে
 
| ১২ মাহ সম্পূৰ্ণ হ’লে, শিশু এটাই পৰিয়ালৰ আহাৰৰ এটা অংশ খাবলৈ আৰম্ভ কৰিব পাৰে
 
  
 
|-
 
|-
 
| 09:52
 
| 09:52
 
| এই বয়সত, খাদ্যৰ পৰিমাণক বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ১ কাপলৈ
 
| এই বয়সত, খাদ্যৰ পৰিমাণক বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ১ কাপলৈ
 
  
 
|-  
 
|-  
 
| 09:59
 
| 09:59
 
| এদিনত পাঁচবাৰ আহাৰ দিব স্তনপানৰ সৈতে
 
| এদিনত পাঁচবাৰ আহাৰ দিব স্তনপানৰ সৈতে
 
  
 
|-
 
|-
 
| 10:05
 
| 10:05
 
| এদিনত পাঁচবাৰ আহাৰ লগতে দিব পাৰি তিনিবিধ প্ৰধান আহাৰ আৰু দুবিধ স্নেকচ হিচাবে
 
| এদিনত পাঁচবাৰ আহাৰ লগতে দিব পাৰি তিনিবিধ প্ৰধান আহাৰ আৰু দুবিধ স্নেকচ হিচাবে
 
  
 
|-
 
|-
 
| 10:12
 
| 10:12
 
| এবিধ স্নেকৰ বাবে, ১ কাপ পুষ্টিকৰ খাদ্য দিব লাগে
 
| এবিধ স্নেকৰ বাবে, ১ কাপ পুষ্টিকৰ খাদ্য দিব লাগে
 
  
 
|-
 
|-
 
| 10:19
 
| 10:19
 
| ফলমূল, দৈ, ৰন্ধা পনীৰ আৰু ৰন্ধা শাক-পাচলি হৈছে স্নেকচৰ উদাহৰণ
 
| ফলমূল, দৈ, ৰন্ধা পনীৰ আৰু ৰন্ধা শাক-পাচলি হৈছে স্নেকচৰ উদাহৰণ
 
  
 
|-
 
|-
 
| 10:28
 
| 10:28
 
| এই স্নেকসমূহ ৰান্ধোতে পুষ্টিকৰ বাদাম, বীজ আৰু পাতৰ পাউদাৰ যোগ কৰিব
 
| এই স্নেকসমূহ ৰান্ধোতে পুষ্টিকৰ বাদাম, বীজ আৰু পাতৰ পাউদাৰ যোগ কৰিব
 
  
 
|-
 
|-
 
| 10:36
 
| 10:36
 
| পুষ্টিকৰ পাউদাৰৰ বিধিসমূহ একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
 
| পুষ্টিকৰ পাউদাৰৰ বিধিসমূহ একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
 
  
 
|-
 
|-
 
| 10:44
 
| 10:44
 
| মনত ৰাখিব, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব
 
| মনত ৰাখিব, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব
 
  
 
|-
 
|-
 
| 10:51
 
| 10:51
 
| শিশুটোৰ প্ৰথম জন্মদিনৰ আগতে, কেঁকোৰা আৰু চেলফিচ নুখুৱাব
 
| শিশুটোৰ প্ৰথম জন্মদিনৰ আগতে, কেঁকোৰা আৰু চেলফিচ নুখুৱাব
 
  
 
|-
 
|-
 
| 10:58
 
| 10:58
 
| লগতে, শিশুটোৰ বাবে প্ৰস্তুত কৰা খাদ্যত নিমখ নিদিব
 
| লগতে, শিশুটোৰ বাবে প্ৰস্তুত কৰা খাদ্যত নিমখ নিদিব
 
  
 
|-
 
|-

Latest revision as of 12:11, 5 August 2020

Time
Narration
00:00 ৬ৰ পৰা ২৪ মাহ বয়্সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি ঘৰতে বনোৱা পুষ্টিকৰ পৰিপূৰক আহাৰৰ বিষয়ে শিকিম
00:16 আমি আলোচনা কৰিম ইয়াৰ পৰিমাণ,
00:18 প্ৰকাৰ
00:20 আৰু ব্যৱধানৰ বিষয়ে
00:23 আহক আমি ৬ মাহ বয়্সৰ শিশু এটাৰ বাবে পৰিপূৰক আহাৰৰ সৈতে আৰম্ভ কৰো
00:29 মনত ৰাখিব, শিশু এটাৰ বয়স ৬ মাহ হোৱাৰ পাছতহে পৰিপূৰক আহাৰ আৰম্ভ কৰিব লাগে
00:38 শিশুৰ প্ৰথম আহাৰ মাত্ৰ এবিধ খাদ্যৰে বনোৱা এটা ডাঠ ভৰ্তা বা পেষ্ট হ’ব লাগে
00:46 আহক কিছু খাদ্যৰ উদাহৰণ চাওঁ যাক এই আহাৰৰ বাবে ব্যৱ্হাৰ কৰিব পাৰি
00:52 হ’ল বিনচ যেনে অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা বুট ব্যৱ্হাৰ কৰিব পাৰি
01:00 খাদ্যশষ্য যেনে অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা ফিংগাৰ মিলেত লগতে বাচিব পাৰি
01:07 ডালি যেনে ভিজোৱা, ৰন্ধা আৰু ভৰ্তা কৰা সেউজীয়া বুটৰ ডালি ব্যৱ্হাৰ কৰিব পাৰি
01:16 আমিস খাদ্য যেনে ৰন্ধা আৰু ভৰ্তা কৰা ডিম, চিকেন, মাছ লগতে ব্যৱ্হাৰ কৰিব পাৰি
01:25 তাৰ যিকোনো এটা বাচক ডাঠ পেষ্ট এটা বনাবলৈ
01:30 ইয়াত, অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা ৰাজমাহক বচা হৈছে প্ৰথম খাদ্য হিচাবে
01:38 যদি প্ৰয়োজন হয়, খাদ্যত অলপ স্তনৰ গাখীৰ যোগ কৰক পেষ্ট বনাবলৈ
01:45 স্তনৰ গাখীৰ উপলদ্ধ নহ’লে উতলাই ঠাণ্ডা কৰা পানী ব্যৱ্হাৰ কৰক
01:53 ভৰ্তা বা পেষ্টৰ ঘনত্বটো অতিশয় দৰকাৰী
01:59 ই যথেষ্ট ডাঠ হ’ব লাগিব যাতে চামুচখন বেকা কৰিলেওঁ ই নপৰে
02:06 শিশুটোক প্ৰথম দিনাখন প্ৰথম আহাৰ হিচাবে প্ৰথম খাদ্যৰ ১ চামোচ খুৱাওঁক
02:14 একেদিনাখন দ্বিতীয় আহাৰ হিচাবে প্ৰথম খাদ্যৰ আৰু ১ চামোচ দিয়ক
02:21 প্ৰথম দিনা এই দুবিধ খাদ্যৰ সৈতে, শিশুটোক মাজে মাজে স্তনপান কৰাব
02:29 মন কৰিব, এই টিউট’ৰিয়েলত ব্যৱ্হাৰ কৰা চামোচত প্ৰায় ১৫ গ্ৰাম আহাৰ ধৰে
02:37 দ্বিতীয় দিনা, আহাৰত একেবিধ খাদ্য ২ চামোচকৈ খুৱাব
02:44 সেইদিনা দুবাৰ তেনেকৈ খাদ্য দিয়ক স্তনপানৰ সৈতে
02:50 তৃতীয় দিনা, প্ৰতিবাৰ আহাৰত একেবিধ খাদ্য ৩ চামোচকৈ দিয়ক
02:57 সেইদিনা দুবাৰ তেনেকৈ খাদ্য দিয়ক স্তনপানৰ সৈতে
03:03 চতুৰ্থ দিনা এবিধ দ্বিতীয় নতুন খাদ্য দিবলৈ আৰম্ভ কৰিব লাগে
03:09 এটা নতুন পুষ্টিকৰ ডাঠ খাদ্য বাচক যিকোনো খাদ্যৰ গ্ৰোপৰ পৰা
03:15 খাদ্যৰ গ্ৰোপৰ বিষয়ে একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
03:22 ইয়াত, অংকুৰিত, ৰন্ধা আৰু ভৰ্তা কৰা ফিংগাৰ মিলেতক বচা হৈছে দ্বিতীয় খাদ্য হিচাবে
03:30 এই খাদ্যৰ এটা ডাঠ পেষ্ট বনাওঁক স্তনৰ গাখীৰ বা উতলাই ঠাণ্ডা কৰা পানীৰ সৈতে
03:38 আৰম্ভ কৰক প্ৰতিবাৰ আহাৰত দ্বিতীয় খাদ্যবিধৰ ১ চামোচৰ সৈতে
03:44 ইয়াক প্ৰথম খাদ্যবিধৰ ৩ চামোচৰ সৈতে একেলগে দিয়ক
03:50 প্ৰতিবাৰ আহাৰত মুঠতে ৪ চামোচ খাদ্যৰ পেষ্ট দিব লাগিব
03:57 চতুৰ্থ দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে
04:03 পঞ্চম দিনা, দ্বিতীয় পেষ্টবিধৰ পৰিমাণ বৰ্ধিত কৰক প্ৰতিবাৰ আহাৰত ২ চামোচলৈ
04:11 প্ৰতিবাৰ আহাৰত প্ৰথম খাদ্যৰ পেষ্টৰ ২ চামোচৰ সৈতে ইয়াক একেলগে দিয়ক
04:18 পঞ্চম দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে
04:24 ষষ্ঠ দিনা, দ্বিতীয় পেষ্টবিধৰ পৰিমাণ বৰ্ধিত কৰক প্ৰতিবাৰ আহাৰত ৩ চামোচলৈ
04:32 প্ৰতিবাৰ আহাৰত প্ৰথম খাদ্যৰ পেষ্টৰ ১ চামোচৰ সৈতে ইয়াক একেলগে দিয়ক
04:39 ষষ্ঠ দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে
04:45 সপ্তম দিনা, এবিধ তৃতীয় নতুন পুষ্টিকৰ ডাঠ খাদ্যৰ পেষ্ট দিবলৈ আৰম্ভ কৰিব লাগে
04:53 এই চিত্ৰখনত, তৃতীয় নতুন খাদ্যৰ পেষ্ট বনাবলৈ ডিমক বচা হৈছে
04:59 আৰম্ভ কৰক প্ৰতিবাৰ আহাৰত তৃতীয় খাদ্যবিধৰ ১ চামোচৰ সৈতে
05:05 প্ৰথম আৰু দ্বিতীয় খাদ্যৰ পেষ্টৰ ৩ চামোচৰ সৈতে ইয়াক একেলগে দিয়ক
05:12 প্ৰতিবাৰ আহাৰত মুঠতে ৪ চামোচ খাদ্যৰ পেষ্ট দিব লাগিব
05:19 সপ্তম দিনা তেনেদৰে দুবাৰ আহাৰ দিয়ক স্তনপানৰ সৈতে
05:25 লাহে লাহে তৃতীয় খাদ্যৰ পেষ্টৰ পৰিমাণ বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ৩ চামোচলৈ
05:33 সদায় ইয়াক দিব আগতে দিয়া পেষ্টমূহৰ সৈতে একেলগে
05:38 প্ৰতিবাৰ আহাৰত মুঠতে ৪ চামোচ খাদ্যৰ পেষ্ট খুৱাব
05:45 ৬ মাহ বয়সৰ শিশু এটাক এদিনত তেনেদৰে দুবাৰ আহাৰ দিব স্তনপানৰ সৈতে
05:53 একেদৰে, এটা চতুৰ্থ নতুন পুষ্টিকৰ ডাঠ খাদ্যৰ পেষ্ট দিব দশম দিনা
06:00 এই চিত্ৰখনত, চতুৰ্থ নতুন খাদ্যৰ পেষ্ট বনাবলৈ মাছ ব্যৱ্হাৰ কৰা হৈছে
06:07 তেতিয়া, এটা পঞ্চম নতুন খাদ্য দিব ত্ৰয়োদশ দিনা আৰু এনেদৰেই
06:14 চাৰিদিনৰ পাছত প্ৰতিবাৰে এটা নতুন খাদ্য যোগ কৰিব
06:19 শিশুটোৱে সকলো খাদ্যৰ গ্ৰোপৰ পৰা বিভিন্ন ধৰণৰ খাদ্য নোখোৱালৈকে ইয়াক কৰি থাকিব
06:26 নতুন খাদ্যশষ্য আৰু ডালি আৰম্ভ কৰাৰ পাছত, সহায় তাক শিশুৰ আহাৰত সংযুক্ত কৰিব
06:34 তেনে সমাহাৰক ৬ মাহ বয়স হোৱাৰ পাছত লগে লগে দিব
06:41 সিহতে শিশু এটাক সম্পূৰ্ণ প্ৰ’টিন প্ৰদান কৰিব
06:46 বিভিন্ন কৌশল ব্যৱ্হাৰ কৰক যিয়ে খাদ্যৰ পৰা পুষ্টিকৰ পদাৰ্থৰ শোষণক বৃদ্ধি কৰে
06:53 কিছু উদাহৰণ হৈছে ভজা, ভিজোৱা, অংকুৰিত কৰা, গজোৱা আৰু ৰন্ধা
07:02 এই কৌশলসমূহ একেটা চিৰিজৰ আন টিউট’ৰিয়েলচত বিতংকৈ আলোচনা কৰা হৈছে
07:10 সতেজভাবে ঘৰতে ৰন্ধা খাদ্য, স্বচ্ছতাৰে প্ৰস্তুত কৰা হৈছে শিশুটোৰ বাবে উৎকৃষ্ট
07:17 যদি শিশুৰ খাদ্যক জমা ৰাখিব লাগে, প্ৰয়োজনীয় সুৰক্ষাৰ গাইদলাইনচ অনুসৰণ কৰক
07:25 সুৰক্ষিত প্ৰস্তুতকৰণ আৰু শিশুৰ খাদ্যক জমা ৰখাক আনএটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে
07:32 শিশুৰ খাদ্যক সুৰক্ষিতভাবে খুওঁৱাৰ বিষয়েওঁ একেটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
07:39 সবিশেষৰ বাবে আমাৰ ওৱেবচাইত চাওঁক
07:44 এতিয়া, আহক ৭ মাহ বয়সৰ শিশুৰ বাবে পৰিপূৰক আহাৰৰ বিষয়ে আলোচনা কৰো
07:51 এই বয়সত, খাদ্যৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ প্ৰতিবাৰ আহাৰত আধা কাপ হয়গে
07:58 লগতে আহাৰৰ সংখ্যাওঁ বৃদ্ধি হয় প্ৰতিদিনে তিনিবাৰলৈ স্তনপানৰ সৈতে
08:06 মন কৰিব, এই টিউট’ৰিয়েলত ব্যৱ্হাৰ কৰা কাপটোত ২৫০ এম এল ধৰে
08:14 এই বয়সত, খাদ্যৰ ঘনত্বক সলাব লাগিব
08:21 ৭ মাহ বয়সৰ শিশু এটাক দিয়া খাদ্য ভৰ্তা কৰা বা লডাযুক্ত হ’ব লাগে
08:28 তেনে খাদ্যৰ এটা উদাহৰণ হৈছে কঠাল গুটিৰ খিচিৰী
08:33 শিশুটো যেতিয়া ৮ মাহ বয়সৰ হ’ব, আহাৰৰ সংখ্যাক বৃদ্ধি কৰিব প্ৰতিদিনে চাৰিবাৰলৈ
08:41 প্ৰতিবাৰ আহাৰত আধা কাপ খাদ্য দিব
08:46 স্তনপান কৰাই থাকিব
08:49 এই বয়সত, শিশুটোক খাদ্যৰ ভৰ্তা আৰু পেষ্টসমূহ দিবলৈ বন্ধ কৰিব
08:56 কোমল গোটা পুষ্টিকৰ খাদ্য দিবলৈ আৰম্ভ কৰক
09:01 তেনে খাদ্যৰ এটা উদাহৰণ হৈছে অংকুৰিত আৰু ৰন্ধা বুট
09:08 শিশুটো যেতিয়া ৯ ৰ পৰা ১১ মাহ বয়সৰ হ’ব, কোমল ফিংগাৰ খাদ্য দিবলৈ আৰম্ভ কৰক
09:15 ফিংগাৰ খাদ্য মানে হৈছে এনে খাদ্য যি পোনপটীয়াকৈ হাতেৰে খাব পাৰি
09:22 সিজোৱা ডিম আৰু ৰন্ধা পাচলিৰ টুকুৰা হৈছে তেনে খাদ্যৰ উদাহৰণ
09:29 এই বয়সত, আহাৰৰ সংখ্যাক বৃদ্ধি কৰক প্ৰতিদিনে পাঁচবাৰলৈ
09:35 প্ৰতিবাৰ আহাৰত আধা কাপ খাদ্য দিব
09:41 স্তনপান কৰাই থাকিব
09:44 ১২ মাহ সম্পূৰ্ণ হ’লে, শিশু এটাই পৰিয়ালৰ আহাৰৰ এটা অংশ খাবলৈ আৰম্ভ কৰিব পাৰে
09:52 এই বয়সত, খাদ্যৰ পৰিমাণক বৃদ্ধি কৰক প্ৰতিবাৰ আহাৰত ১ কাপলৈ
09:59 এদিনত পাঁচবাৰ আহাৰ দিব স্তনপানৰ সৈতে
10:05 এদিনত পাঁচবাৰ আহাৰ লগতে দিব পাৰি তিনিবিধ প্ৰধান আহাৰ আৰু দুবিধ স্নেকচ হিচাবে
10:12 এবিধ স্নেকৰ বাবে, ১ কাপ পুষ্টিকৰ খাদ্য দিব লাগে
10:19 ফলমূল, দৈ, ৰন্ধা পনীৰ আৰু ৰন্ধা শাক-পাচলি হৈছে স্নেকচৰ উদাহৰণ
10:28 এই স্নেকসমূহ ৰান্ধোতে পুষ্টিকৰ বাদাম, বীজ আৰু পাতৰ পাউদাৰ যোগ কৰিব
10:36 পুষ্টিকৰ পাউদাৰৰ বিধিসমূহ একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত আলোচনা কৰা হৈছে
10:44 মনত ৰাখিব, অতিকমেওঁ ২ বছৰ বয়সলৈকে স্তনপান কৰাব
10:51 শিশুটোৰ প্ৰথম জন্মদিনৰ আগতে, কেঁকোৰা আৰু চেলফিচ নুখুৱাব
10:58 লগতে, শিশুটোৰ বাবে প্ৰস্তুত কৰা খাদ্যত নিমখ নিদিব
11:05 ২ বছৰ বয়স সম্পূৰ্ণ নোহোৱালৈকে, শিশুটোক যিকোনো প্ৰকাৰৰ চেনী নিদিব
11:13 ই সংলগ্ন কৰে গুৰ, মৌ আৰু ফলমূলৰ জুইচসমূহক
11:19 লগতে, চাহ, কফি, পেকেট খাদ্য বা পানীয় নিদিব
11:25 আৰু যিকোনো বাহিৰৰ খাদ্য
11:29 এইবোৰ হৈছে নিৰ্দিষ্ট পৰিপূৰক আহাৰ খুওঁৱাৰ গাইদলাইনচ শিশুটোৰ বয়্স অনুসৰি
11:36 লগতে সকলো বয়সৰ শিশুসমূহৰ বাবে আৰু বহুতো দৰকাৰী আহাৰ খুওঁৱাৰ গাইদলাইনচ আছে
11:43 তাক বিতংকৈ আলোচনা কৰা হৈছে একেটা চিৰিজৰ আনএটা টিউট’ৰিয়েলত
11:50 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9