FrontAccounting-2.4.7/C2/Taxes-and-Bank-Account-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 FrontAccounting ত Taxes আৰু Bank Accounts ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম এটা নতুন Tax যোগ কৰিবলৈ
00:12 Bank Accounts চেতাপ কৰিবলৈ, Deposits যোগ কৰিবলৈ
00:16 Bank Account ত এমাউন্ট ট্ৰাঞ্চফাৰ কৰিবলৈ আৰু Bank Account টো Reconcile কৰিবলৈ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:30 FrontAccounting ভাৰ্চন 2.4.7
00:35 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু
00:42 বুককিপিঙৰ নিয়মসমূহৰ
00:45 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব
00:51 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:57 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
01:03 আহক FrontAccounting ইন্তাৰফেচক খোলো
01:07 ওৱেব ব্ৰাউজাৰ এটা খোলক । লিখক localhost slash account আৰু Enter টিপক
01:16 login পেজ আহিছে
01:19 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক
01:26 FrontAccounting ইন্তাৰফেচ আহিছে । Setup টেবত ক্লিক কৰক
01:33 In the Company Setup পানেলত, Taxes লিংকত ক্লিক কৰক । আমি এটা দিফল্ট entry দেখিছো Tax হিচাবে
01:42 Percentage, Sales GL Account আৰু Purchasing GL Account সূচীত হৈছে ইয়াত দেখুৱা দৰে
01:51 আমাৰ ব্যৱসায়ে ব্যৱ্হাৰ কৰা প্ৰতিটো tax লৈ আমি GL accounts এচাইন কৰিব লাগিব
01:57 উইন্দ’খনৰ ওপৰত, আমি বাৰ্তা এটা দেখিছো
02:00 প্ৰতিটো tax লৈ এটা পৃথক Sale and purchase GL account এচাইন কৰাটো আৱশ্যকীয়
02:09 আহক আমাৰ company ৰ বাবে GST আৰু Service tax যোগ কৰিবলৈ চাওঁ
02:15 দিফল্ট entry Tax ৰৌত Edit আইকনত ক্লিক কৰক
02:20 মই Tax তু GST এদিত কৰিম, যিহেতু আমাৰ company এ দিফল্ট entry Tax ব্যৱ্হাৰ নকৰে
02:28 মই সলাম বিৱৰণক GST লৈ আৰু পাৰচেন্তেজক 12 লৈ
02:35 মই Sales GL account আৰু Purchase GL Account Sales tax হিচাবে ৰাখিম
02:42 উইন্দ’খনৰ তলত Update বুটামত ক্লিক কৰক
02:46 আমি দিফল্ট এনট্ৰি TaxGST লৈ সফলভাবে সলালো
02:52 এতিয়া আহক Service tax যোগ কৰো । তাৰ আগতে আমি Service tax ৰ বাবে এটা GL Account বনাব লাগিব
03:00 Banking and General Ledger টেবত ক্লিক কৰক
03:04 Maintenance পানেলত, GL Accounts লিংকত ক্লিক কৰক
03:09 মানসমূহ লিখক দেখুৱা দৰে: তেতিয়া উইন্দ’খনৰ তলত Add Account বুটামত ক্লিক কৰক
03:17 এতিয়া, ক্লিক কৰক Setup টেবত আৰু তেতিয়া Taxes লিংকত
03:22 আহক Tax Types ৰ ভিতৰত Service tax যোগ কৰো
03:27 মানসমূহ লিখক দেখুৱা দৰে
03:30 Sales GL Account দ্ৰপ-দাউন বক্সত ক্লিক কৰক
03:35 Service Tax বাচক যি Current Liabilities ৰ ভিতৰত আছে
03:39 একেদৰে, Purchase GL Account ৰ বাবে Service Tax বাচক
03:46 উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
03:50 আমি দেখিছো যে এতিয়া দুটা taxes যোগ কৰা হ’ল
03:55 আহক FrontAccountingSales মদিউলত এই taxes কেনেকৈ কেলকুলেত কৰা হয় চাওঁ
04:03 আমি প্ৰথমে company টোৰ বাবে এটা Bank Account চেতাপ কৰিম
04:07 Banking and General ledger টেবত ক্লিক কৰক
04:11 Maintenance পানেলত, Bank Accounts লিংকত ক্লিক কৰক
04:16 এই অপচন ব্যৱহৃত হয় bank আৰু cash accounts setup আৰু কনফিগাৰ কৰিবলৈ
04:22 দিফল্টভাবে, আপুনি দেখিছে Current account আৰু Petty Cash account সবিশেষ
04:29 Currency কৌলমটো দিফল্টভাবে US Dollar ত আছে । আহক ইয়াক Indian currency লৈ সলাওঁ
04:38 Current account row ত, Edit আইকনত ক্লিক কৰক
04:43 Account type টো Chequing Account লৈ সলাওঁক
04:48 Bank account currency টো Indian Rupees লৈ সলাওঁক
04:53 তেতিয়া পৰিবৰ্তনক আপদেত কৰক তলত Update বুটামত ক্লিক কৰক
04:59 একেদৰে, লগতে Petty Cash account টো Indian Rupees লৈ সলাওঁক । আৰু পৰিবৰ্তনক আপদেত কৰক
05:11 পাছত আহক ST Company Pvt. Ltd. bank account ত কিছু এমাউন্ট যোগ কৰো
05:17 Banking and General ledger টেবলৈ যাওঁক । Transactions পানেলত, Deposits লিংকত ক্লিক কৰক
05:25 কাষ্টমাৰ্চ, miscellaneous চেলচ ইত্যাদিৰ পৰা দিপ’জিতচ ইয়াত এন্টাৰ কৰিব পাৰি
05:31 From ফিল্দটো Miscellaneous হিচাবে ৰাখক । মই মানি দিপ’জিত কৰা লোকজনৰ নামটো লিখিম দেখুৱা দৰে
05:41 Account description ফিল্দত, বাচক Cash
05:45 Amount ফিল্দত, লিখক 3 lakhs
05:49 Memo ফিল্দত, দিপ’জিতৰ উদ্দেশ্যটো লিখক
05:54 তেতিয়া ৰৌটোৰ সোঁফালে Add item বুটামত ক্লিক কৰক
05:59 উইন্দ’খনৰ তলত Process Deposit বুটামত ক্লিক কৰক
06:04 নতুন উইন্দ’খনত, আমি বাৰ্তা এটা দেখিছো যে deposit এন্টাৰ কৰা হ’ল
06:10 পাছৰ লিংক হৈছে View the GL postings for this Deposit । ইয়াত ক্লিক কৰক
06:17 প’প আপ উইন্দ’ এখন আহিছে deposit কৰা এমাউন্টৰ ট্ৰানজেকচন সবিশেষৰ সৈতে
06:24 উইন্দ’খনৰ তলত Close লিংকত ক্লিক কৰক
06:28 যদি আপুনি আন এটা deposit এন্টাৰ কৰিব বিচাৰে, তেন্তে “Enter Another Deposit” লিংকত ক্লিক কৰক
06:34 উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
06:41 পাছত আমি bank account ৰ পৰা cash বা অন্য account লৈ মানি ট্ৰাঞ্চফাৰ কৰিবলৈ চাম
06:49 Transactions পানেলত, Bank Account Transfers লিংকত ক্লিক কৰক
06:55 মন কৰিব যে Bank Balance ইয়াত দেখুৱা হৈছে তিনি লাখ টকা হিচাবে । মনত ৰাখিব, এই এমাউন্ট আগতে deposited হৈছিলে
07:05 To Account ফিল্দত, বাচক Petty Cash account
07:10 Amount ফিল্দত, লিখক 20,000
07:14 Memo ফিল্দত, দেখুৱা দৰে লিখক
07:17 উইন্দ’খনৰ তলত Enter Transfer বুটামত ক্লিক কৰক
07:22 নতুন উইন্দ’খনত, আমি বাৰ্তা এটা দেখিছো - “Transfer has been entered”
07:27 নতুন লিংক হৈছে View The GL Journal Entries for this Transfer । ইয়াত ক্লিক কৰক entries চাবলৈ
07:35 প’প আপ উইন্দ’ এখন আহিছে ট্ৰাঞ্চফাৰ কৰা এমাউন্টৰ transaction সবিশেষৰ সৈতে
07:42 উইন্দ’খনৰ তলত Close লিংকত ক্লিক কৰক
07:46 উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
07:53 পাছত, আমি Bank Statements চেক কৰিম
07:57 Transactions পানেলত, সোঁফালে, Reconcile Bank Account লিংকত ক্লিক কৰক
08:04 company accounts ত থকা deposits ৰ লগত Bank statement টো মিলিছে
08:10 আমি Account total, Bank Deposits আৰু Fund transfer সবিশেষ দেখিছো
08:17 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:22 এই টিউট’ৰিয়েলত, আমি শিকিলো - এটা নতুন Tax যোগ কৰিবলৈ
08:27 Bank Accounts চেতাপ কৰিবলৈ
08:30 Deposits যোগ কৰিবলৈ
08:32 Bank Account ত এমাউন্ট ট্ৰাঞ্চফাৰ কৰিবলৈ আৰু
08:35 Bank Account টো Reconcile কৰিবলৈ
08:39 এটা অনুশিলনী হিচাবে - Deposits অপচন ব্যৱ্হাৰ কৰক আৰু Petty Cash account ত Rs.10,000 deposit কৰক
08:48 From ফিল্দত Miscellaneous বাচক । Name টো লিখক Mr. Rahul হিচাবে
08:54 Petty Cash account ৰ বাবে Reconcile Bank Account চেক কৰক
08:59 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:07 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:18 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
09:22 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
09:28 স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9