FrontAccounting-2.4.7/C2/Purchase-and-Reports-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Revision as of 11:52, 2 April 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 FrontAccounting ত Purchases আৰু Reports ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম Suppliers যোগ কৰিবলৈ
00:13 Purchase Order Entry এটা বনাবলৈ
00:15 Suppliers invoice বনাবলৈ আৰু transactions ত বিভিন্ন reports জেনেৰেত কৰিবলৈ
00:24 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:32 আৰু FrontAccounting ভাৰ্চন 2.4.7
00:37 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ
00:47 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব
00:53 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:59 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
01:05 আহক Purchase ৰ অৰ্থটো বুজো
01:09 Purchase এ বুজাই এটা প্ৰদাক্ত বা চাৰ্ভিচক যাক এজন লোক বা ব্যৱসায়ে কিনে
01:17 এটা ব্যৱসায়ে বস্তু বা চাৰ্ভিচক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ
01:24 Now, আহক FrontAccounting ইন্তাৰফেচক খোলো
01:28 ব্ৰাউজাৰ টো খোলক, লিখক localhost slash account আৰু Enter টিপক
01:36 login পেজ আহিছে
01:39 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক
01:47 FrontAccounting ইন্তাৰফেচ আহিছে । Purchases টেবত ক্লিক কৰক
01:53 আহক FrontAccountingPurchases ৰ বাবে প্ৰণালীটো চাওঁ
01:58 Purchase Entry এটাৰ বাবে অনুসৰণ কৰিবলগীয়া ষ্টেপচ হৈছে: Suppliers যোগ কৰা
02:04 Purchase Order Entry এটা বনোৱা
02:07 Supplier এজন আৰু Suppliers invoice ৰ পৰা Receivable note
02:13 কিন্তু প্ৰথমে আহক Supplier ৰ অৰ্থটো বুজো
02:18 Supplier হৈছে এজন লোক বা ব্যৱসায় যি বস্তু বা চাৰ্ভিচেচ চাপ্লাই কৰে
02:24 FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক
02:27 Maintenance পানেলত, Suppliers লিংকত ক্লিক কৰক
02:32 ইয়াত, আমি Supplier এজনলৈ সংগত সকলো আৱশ্যকীয় তথ্য ভৰ্ত্তি কৰিব লাগিব ।

মই আৱশ্যকীয় সবিশেষ ভৰালো ইয়াত দেখুৱা দৰে

02:42 তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Add New Supplier Details বুটামত ক্লিক কৰক
02:50 আমি ছেভ কৰা entry টোৰ বাবে কনফাৰমেচন বাৰ্তাটো দেখিছো
02:55 আমি নতুন Purchase Order Entry টোৰ বাবে এই পৰিবৰ্তনক এপ্লাই কৰিব লাগিব
03:00 তললৈ স্ক্ৰ’ল কৰক আৰু উইন্দ’খনৰ তলত Update Supplier বুটামত ক্লিক কৰক
03:06 সফলতাৰ বাৰ্তাটোৱে দেখাই যে আমি supplier আপদেত কৰিলো
03:11 তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক
03:17 আহক Purchase Order Entry এটা বনাওঁ । ই ব্যৱহৃত হয় চিষ্টেমত সকলো Purchase Orders পঞ্জীয়ণ কৰিবলৈ
03:25 Transactions পানেলত, Purchase Order Entry লিংকত ক্লিক কৰক
03:30 আমি সবিশেষ দেখিছো Supplier নেম আৰু আন সংগত তথ্যৰ সৈতে
03:36 ইয়াৰ কাৰণ হৈছে আমি ইতিমধ্যে আগতে supplier ৰ সবিশেষ আপদেত কৰিছিলো
03:42 Supplier’s reference দিয়াটো বাধ্যতামূলক
03:46 গতিকে, মই Supplier’s reference লিখিম S001 হিচাবে
03:53 Item Description দ্ৰপ-দাউন মেনুত, Item বাচক Dell laptop হিচাবে
04:00 Quantity ফিল্দত, মই কোৱানতিতি হিচাবে 2 লিখিম
04:05 Required Delivery Date বাচক অনুসৰি
04:09 দিফল্টভাবে, ই হ’ব অৰ্দাৰ দেতৰ পাছত ১০ দিন । মই একে ৰাখিম
04:15 এতিয়া, Price before Tax ফিল্দত, মই Price টো লিখিম 48,000 হিচাবে
04:22 entry টো ছেভ কৰিবলৈ, ৰৌটোৰ সোঁফালে Add Item বুটামত ক্লিক কৰক
04:28 আমি GST ৰ সৈতে Amount Total দেখিছো
04:32 এতিয়া, উইন্দ’খনৰ তলত Place Order বুটামত ক্লিক কৰক
04:37 সফলতাৰ বাৰ্তাটোৱে দেখাই যে Purchase Order টো প্লেচ কৰা হ’ল
04:42 এতিয়া, আমি Purchase Order টোৰ বাবে items ৰিচিভ কৰিব লাগিব
04:47 উইন্দ’খনত, Receive Items on this Purchase Order লিংকত ক্লিক কৰক
04:53 আমাৰ Purchase Order ৰ বাবে ৰিচিভ কৰা items ৰ সবিশেষ আমি দেখিছো
04:58 উইন্দ’খনৰ তলত Process Receive Items বুটামত ক্লিক কৰক
05:03 আমি বাৰ্তা এটা দেখিছো, “Purchase Order delivery has been processed”
05:08 তাৰ তলত, আমি আৰু কিছু অপচনচ দেখিছো
05:12 আপুনি পাছত নিজে এই অপচনচ চাব পাৰে
05:16 ইয়াৰ পাছত, আমি Purchase invoice এটা ৰিচিভ কৰিব লাগিব
05:21 গতিকে, Entry purchase invoice for this receival লিংকত ক্লিক কৰক
05:27 ইয়াত, আমি Supplier invoice এন্টাৰ কৰিবলৈ সবিশেষ দেখিছো
05:32 লিখক S001 Supplier’s reference হিচাবে
05:37 ই এটা এৰ’ৰ দিব যদি আপুনি supplier reference নিদিয়ে
05:42 ৰৌটোৰ সোঁফালে Add বুটামত ক্লিক কৰক । তললৈ স্ক্ৰ’ল কৰক
05:47 আমি GST ৰ সৈতে invoice ৰ বাবে সবিশেষ দেখিছো
05:52 উইন্দ’খনৰ তলত Enter Invoice বুটামত ক্লিক কৰক
05:56 আমি বাৰ্তা এটা দেখিছো যে আমি সফলভাবে Supplier invoice প্ৰচেচ কৰিলো
06:02 পাছত, আমি বনোৱা invoice খনৰ বাবে Supplier ক পে কৰিব লাগিব
06:08 Entry supplier payment for this invoice লিংকত ক্লিক কৰক
06:13 আমি Supplier Invoice সবিশেষ দেখিছো যি দেখাই যে আমি Supplier ক পে কৰিব লাগিব
06:19 লগতে, তাত কিছু Bank Balance থাকিব লাগিব Supplier ক পে কৰিবলৈ
06:24 Memo ফিল্দত, লিখক ‘Being payment made to the supplier - S001’
06:31 তেতিয়া উইন্দ’খনৰ তলত Enter Payment বুটামত ক্লিক কৰক
06:36 কনফাৰমেচন বাৰ্তাটোৱে দেখাই যে আমি সফলভাবে Payment কৰিলো
06:41 তাৰ তলত, আমি আৰু কিছু অপচনচ দেখিছো । আপুনি পাছত নিজে এই অপচনচ চাব পাৰে
06:48 View the GL journal Entries for this Payment লিংকত ক্লিক কৰক
06:55 উইন্দ’খনৰ তলত close লিংকত ক্লিক কৰক
06:59 এটা অনুশিলনী হিচাবে, নিম্নখিনি কৰক: Suppliers অপচন ব্যৱ্হাৰ কৰি, Purchases ৰ বাবে এটা নতুন Supplier যোগ কৰক
07:07 এটা নতুন Purchase Order Entry বনাওঁক
07:10 এটা Supplier payment for this invoice বনাওঁক
07:14 আৰু সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক
07:20 এতিয়ালৈকে, আমাৰ company ত, আমি Sales আৰু Purchases লৈ সংগত কিছু transactions কৰিলো
07:27 এতিয়া আহক এই transactions লৈ সংগত বিভিন্ন reports চাওঁ
07:33 Banking and General Ledger টেবত ক্লিক কৰক
07:37 Inquiries and Reports পানেলৰ ভিতৰত, Banking Reports লিংকত ক্লিক কৰক
07:43 সোঁফালৰ পানেলত Bank statement লিংকত ক্লিক কৰক
07:47 সোঁফালৰ পানেলত, Bank Accounts ফিল্দক Current account হিচাবে ৰাখক
07:52 transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ
07:58 ওপৰত সোঁফালৰ চুকত Display:Bank statement বুটামত ক্লিক কৰক
08:04 আমি এটা consolidated Bank statement report দেখিছো
08:08 এই উইন্দ’ বন্ধ কৰক
08:10 পাছত, Sales টেবত ক্লিক কৰক
08:13 Inquiries and Reports পানেলত, Customer and Sales Reports লিংকত ক্লিক কৰক
08:19 পাছৰ উইন্দ’ত, Report Classes ৰ ভিতৰত, General Ledger লিংকত ক্লিক কৰক
08:26 তেতিয়া সোঁফালৰ পানেলত List of Journal Entries লিংকত ক্লিক কৰক
08:31 transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ
08:37 ওপৰত সোঁফালৰ চুকত Display:List of journal entries বুটামত ক্লিক কৰক
08:44 আমি সকলো Journal Entries দেখিছো যাক company ত এন্টাৰ কৰা হৈছে
08:50 আহক এই উইন্দ’ বন্ধ কৰো
08:52 Report classes ৰ ভিতৰত, General Ledger লিংকত ক্লিক কৰক
08:57 সোঁফালৰ পানেলত, Trial Balance লিংকত ক্লিক কৰক
09:01 transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ
09:07 ওপৰত সোঁফালে Display:Trial balance বুটামত ক্লিক কৰক
09:12 আমি সংগত report দেখিছো
09:15 ই ভিত্তি কৰে সকলো General Ledger accounts ৰ লিষ্টখনৰ ওপৰত
09:20 উইন্দ’খন বন্ধ কৰক
09:22 Report classes ৰ ভিতৰত, General Ledger লিংকত ক্লিক কৰক
09:27 সোঁফালৰ পানেলত, Balance Sheet লিংকত ক্লিক কৰক
09:31 transactions ৰ বাবে Start Date আৰু End Date বাচক report চাবলৈ
09:37 ওপৰত সোঁফালে Display:Balance sheet বুটামত ক্লিক কৰক
09:42 আমি Assets and Liabilities ৰ সংগত report দেখিছো
09:48 উইন্দ’খন বন্ধ কৰক
09:50 Report classes ৰ ভিতৰত, Customer লিংকত ক্লিক কৰক
09:55 ইয়াত আমি দেখিছো Price listing, customer detail listing, Customer trial balance
10:02 আপুনি নিজে এই reports চাওঁক
10:05 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
10:11 এই টিউট’ৰিয়েলত, আমি শিকিলো - Suppliers যোগ কৰিবলৈ
10:16 Purchase Order Entry এটা বনাবলৈ
10:19 Suppliers invoice বনাবলৈ
10:22 আৰু transactions ত বিভিন্ন reports জেনেৰেত কৰিবলৈ
10:26 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:43 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
10:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
10:53 স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9