FrontAccounting-2.4.7/C2/Overview-of-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Revision as of 11:14, 2 April 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Overview of FrontAccounting স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: FrontAccounting
00:11 FrontAccounting ৰ বৈশিষ্ট্য আৰু
00:14 এই চিৰিজৰ বিভিন্ন টিউট’ৰিয়েলচত উপলদ্ধ উপাদানৰ বিষয়ে
00:19 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 আৰু FrontAccounting ভাৰ্চন 2.4.7

00:31 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ
00:40 FrontAccounting হৈছে এটা অপেন চৌৰ্চ, ওৱেব ভিত্তিক একাউন্টিং চফতৱেৰ
00:45 ই উপযুক্ত হয় সৰুৰ পৰা মধ্যম আকাৰৰ প্ৰতিষ্ঠানৰ বাবে
00:49 Linux, Windows আৰু Mac অপাৰেতিং চিষ্টেমচত কাম কৰে
00:54 ই একাউন্টিং কামবোৰ স্বয়ংক্ৰিয়ভাবে কৰে
00:57 ই এৰ’ৰৰ সম্ভাৱনাক কমায়
01:00 FrontAccounting এ এটা প্ৰফেচনেল আউতপুত দিয়ে
01:03 ইয়াত কিছু ব্যৱহাৰৰ বাবে প্ৰস্তুত ৰিপ’ৰ্তচ থাকে
01:07 ই ব্যৱসায়ৰ সকলো সম্ভাৱনাক মেনেজ কৰিবলৈ সহায় কৰে । যেনে জব কষ্টিঙৰ পৰা ইনভেনত’ৰি মেনেজমেন্তলৈ আৰু ফাইনেনচিয়েল ষ্টেতমেন্তচ
01:16 FrontAccounting ব্যৱহাৰ কৰিব পাৰে একাউনতেন্তচ, ফাইনেঞ্চ প্ৰফেচনেলচ
01:21 কমাৰ্চ টিচাৰচ আৰু ষ্টুদেন্তে
01:24 এতিয়া, আমি এই চিৰিজৰ একক টিউট’ৰিয়েলচৰ দ্বাৰা সংক্ষিপ্তকৈ যাম
01:30 এই চিৰিজৰ প্ৰথম টিউট’ৰিয়েলটোৱে ব্যাখ্যা কৰে-

Ubuntu Linux অপাৰেতিং চিষ্টেমত FrontAccounting ৰ ইনষ্ট’লেচন

01:38 ইনষ্ট’লেচনৰ বাবে পূৰ্বেপ্ৰয়োজনীয়খিনি যেনে Apache, PHP5 আৰু MySQL server
01:46 FrontAccounting ৰ বাবে দেতাবেচ এটা বনাবলৈ
01:50 এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস
----Add Audio @01:54 from tutorial Installation of FrontAccounting on Linux OS timing- 12:26 to 12:40 ---
02:10 পাছৰ টিউট’ৰিয়েলটো হৈছে Windows OSFrontAccounting ৰ ইনষ্ট’লেচন
02:16 এই টিউট’ৰিয়েলে ব্যাখ্যা কৰে FrontAccounting চফতৱেৰ দাউনল’দ কৰিবলৈ
02:21 FrontAccounting ৰ বাবে দেতাবেচ এটা বনাবলৈ আৰু Windows OS ত FrontAccounting ইনষ্ট’ল কৰিবলৈ
02:28 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
---Add the audio @02:32 from the tutorial nstallation of FrontAccounting on Window OS timing 08:10 to 08:30---
02:54 পাছৰ টিউট’ৰিয়েলটো হৈছে 'চেতাপ ইন FrontAccounting'
02:58 ইয়াত আমি শিকিম FrontAccounting ইন্তাৰফেচ
03:03 Setup টেবত বিভিন্ন modules
03:06 আমাৰ নিজা Organization বা Company বনোৱা
03:10 user accounts চেতাপ কৰা
03:13 access পাৰমিচনচ চেতাপ আৰু দিচপ্লে চেতাপ কৰা
03:19 এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস
---Add the audio @03:23, from the tutorial Setup in FrontAccounting timing- 03:43 to 03:57 ---
03:38 পাছৰ টিউট’ৰিয়েলটো হৈছে 'FrontAccounting ত Banking আৰু General Ledger'
03:43 ই আমাক জানিবলৈ সহায় কৰিব কেনেকৈ বনোৱা হয়
03:46 জেনেৰেল লেদজাৰ ক্লাচেচ
03:49 জেনেৰেল লেদজাৰ গ্ৰোপচ
03:52 আৰু জেনেৰেল লেদজাৰ একাউন্টচ
03:55 মই এই টিউট’ৰিয়েলটো প্লে কৰিম
---Add the audio@03:58, from the tutorial Banking and General Ledger in FrontAccounting: timing - 02:22 to 02:37 ---
04:15 পাছৰ টিউট’ৰিয়েলটো হৈছে 'FrontAccounting ত Journal Entry আৰু Balance sheet'
04:20 ইয়াত, আমি শিকিম Journal Entry এটা পাচ কৰিবলৈ
04:24 Balance Sheet ত ৰিফ্লেকচনটো চাবলৈ আৰু transaction এটা Void কৰিবলৈ
04:30 মই এই টিউট’ৰিয়েলটো প্লে কৰিম
04:34 ----Add the audio@ from the tutorial Journal Entry and Balance sheet in FrontAccounting timing : 02:44 to 03:06 ----
04:57 পাছৰ টিউট’ৰিয়েলটোৱে ব্যাখ্যা কৰিব FrontAccounting ত Items আৰু Inventory
05:02 এই টিউট’ৰিয়েলত, আমি চেত কৰিবলৈ শিকিম Units of Measure, Items
05:08 Item Category আৰু Sales Pricing
05:12 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
---Add the audio @05:15 from the tutorial Items and Inventory in FrontAccounting timing : 03:28 to 03:47 ---
05:36 পাছৰ টিউট’ৰিয়েলটো হৈছে 'FrontAccounting ত Taxes আৰু Bank Accounts'
05:41 ইয়াত, আমি শিকিম এটা নতুন Tax যোগ কৰিবলৈ
05:45 চেতাপ Bank Accounts
05:47 Deposits যোগ কৰিবলৈ
05:49 Bank Account ত এমাউন্ট ট্ৰাঞ্চফাৰ কৰিবলৈ আৰু
05:52 Bank Account টো Reconcile কৰিবলৈ
05:55 এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস
--- Add the audio @05:58 from the tutorial Taxes and Bank Accounts in FrontAccounting timing :02:28 to 02:51 ---
06:22 পাছৰ টিউট’ৰিয়েলটো হৈছে FrontAccounting ত চেলচৰ বাবে চেতাপৰ বিষয়ে
06:27 ই ব্যাখ্যা কৰে setupSales Types
06:31 Sales Persons Sales Areas
06:35 Add and manage customers আৰু Branches
06:40 এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস
---Add the audio @06:43 from the tutorial Setup for Sales in FrontAccounting timing :02:33 to 02:50 ---
07:01 পাছৰ টিউট’ৰিয়েলটো হৈছে FrontAccounting ত চেলচ অৰ্দাৰ প্লেচ কৰাৰ বিষয়ে
07:06 ইয়াত, আমি বনাবলৈ শিকিম: Sales Quotation Entry Sales Order Entry
07:14 Make Delivery আৰু Sales Order Inquiry
07:19 এইটো হৈছে টিউট’ৰিয়েলটোৰ এটা আভাস
--- Add the audio @07:22 from the tutorial Place Sales Order in FrontAccounting timing :03:46 to 04:05 ---
07:43 পাছৰ টিউট’ৰিয়েলটোৱে ব্যাখ্যা কৰিব FrontAccounting ত Purchases আৰু Reports
07:49 ইয়াত আমি শিকিম Suppliers যোগ কৰিবলৈ
07:53 Purchase Order Entry এটা বনাবলৈ
07:56 Suppliers invoice বনাবলৈ আৰু transactions ত বিভিন্ন reports জেনেৰেত কৰিবলৈ
08:04 আহক এই টিউট’ৰিয়েলটো এবাৰ চাওঁ
----Add the audio @08:07 from the tutorial Purchases and Reports in FrontAccounting timing : 04:47 to 05:02---
08:24 এই টিউট’ৰিয়েলচৰ চেতে একাউন্টিঙৰ মূল সম্ভাৱনাক সামৰে
08:29 ভবিষ্যতত, আমি এই চিৰিজত আৰু টপিকচ যোগ কৰিব পাৰো
08:34 FrontAccounting ত কিছু উচ্চতৰ লেভেলৰ ক্ৰিয়াকলাপক সামৰিব পাৰে
08:39 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:44 এই টিউট’ৰিয়েলত, আমি FrontAccounting ৰ বিষয়ে শিকিলো আৰু এই চিৰিজৰ বিভিন্ন টিউট’ৰিয়েলচৰ দ্বাৰা গ’লো
08:52 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:07 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
09:12 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক
09:19 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
09:22 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
09:27 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
09:32 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
09:41 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9