FrontAccounting-2.4.7/C2/Journal-Entry-and-Balance-Sheet-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Revision as of 11:40, 2 April 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 FrontAccounting ত Journal Entry আৰু Balance sheet ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম Journal Entry এটা কেনেকৈ পাচ কৰা হয়
00:12 Balance Sheet ত ৰিফ্লেকচনটো চোৱা আৰু transaction এটা Void কৰা
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:26 FrontAccounting ভাৰ্চন 2.4.7
00:30 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং
00:37 বুককিপিঙৰ নিয়মসমূহৰ
00:40 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation/Company চেতাপ কৰিব লাগিব
00:46 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:52 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
00:58 আহক FrontAccounting ইন্তাৰফেচক খোলো
01:02 ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক
01:10 login পেজ আহিছে
01:12 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক
01:20 FrontAccounting ইন্তাৰফেচ আহিছে
01:23 আমি ব্যৱসায়ত capital কেনেকৈ পৰিচয় কৰা হয় চাম
01:27 Journal Entry হৈছে ব্যৱ্সায় আৰম্ভ কৰা Rs. 5,00,000 ৰ কেপিতল এটাৰ সৈতে
01:32 Entry টো হৈছে Cash account debit 5,00,000 To Capital Account 5,00,000

(Being Capital introduced in the business)

01:41 আমি ইয়াৰ বাবে এটা Journal Entry পাচ কৰিম
01:45 ক্লিক কৰক Banking and General Ledger টেবত আৰু তেতিয়া ক্লিক কৰক Journal Entry লিংকত
01:52 Journal date ফিল্দত, আপুনি দেখিছে যে দিফল্ট দেতটো আজি হিচাবে চেত হৈছে
01:57 আমি লগতে transaction ৰ বাবে reference number দেখিছো । ই স্ব-উৎপন্ন হয়
02:05 Account Description দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু Cash অপচনক বাচক
02:11 Debit টেকস্ত বক্সত ক্লিক কৰক আৰু এমাউন্টটো Five lakhs হিচাবে লিখক
02:17 Debit entry টো ছেভ কৰিবলৈ, সেই ৰৌত Add Item বুটামত ক্লিক কৰক
02:23 পুনৰ, Account Description দ্ৰপ-দাউন বক্সত ক্লিক কৰক আৰু Capital অপচনক বাচক
02:30 তেতিয়া, Credit টেকস্ত বক্সত ক্লিক কৰক আৰু এমাউন্টটো Five lakhs হিচাবে লিখক
02:38 Credit entry টো ছেভ কৰিবলৈ, সেই ৰৌত Add Item বুটামত ক্লিক কৰক
02:44 এতিয়া, Memo ফিল্দত ক্লিক কৰক, এই Journal Entry ৰ নেৰেচনৰ বাবে
02:49 ইয়াত, টেকস্তটো লিখক- Being capital introduced in the business
02:54 entry টো ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Process Journal Entry বুটামত ক্লিক কৰক
03:01 আপুনি ওপৰত বাৰ্তাটো দেখিছে যি কয়, “Journal entry has been entered”
03:07 আপুনি লগতে অপচনচ দেখিছে: View this Journal Entry , Enter New Journal Entry
03:12 Add an Attachment আৰু Back
03:17 আহক ইহঁতক এটা এটাকৈ চাওঁ
03:20 View this Journal Entry লিংকত ক্লিক কৰক
03:24 এখন নতুন popup উইন্দ’ আহিছে
03:27 General Ledger Transaction Details দেখুৱাই যি আমি বৰ্তমান ভৰ্ত্তি কৰিছিলো
03:33 Print লিংক হৈছে এই transaction ৰ প্ৰিন্ট-আউত এটা পাবলৈ আমাৰ ভবিষ্যতত ব্যৱ্হাৰৰ বাবে
03:39 এই উইন্দ’ বন্ধ কৰিবলৈ Close লিংকত ক্লিক কৰক
03:43 এতিয়া, Enter New Journal Entry অপচনত ক্লিক কৰক
03:48 এটা নতুন পেজ আহিছে পাছৰ নতুন Journal Entry ৰ বাবে
03:52 টিউট’ৰিয়েলটো ৰখাওঁক আৰু নিম্ন অনুশিলনীটো কৰক
03:56 Journal Entry এটা পাচ কৰক Goods Purchased for Rs 50,000 ৰ বাবে
04:01 Entry টো হৈছে: Office furniture আৰু Equipments Account debit

To cash Account for Rs 50,000

04:09 Memo: Purchased Office furniture আৰু Equipments for Rs 50,000
04:15 Process the journal entry ত ক্লিক কৰক
04:19 এতিয়া, Add an Attachment লিংকত ক্লিক কৰক
04:23 আমি ফিল্দচ দেখিছো Transaction
04:27 Description আৰু Attached file
04:31 Attached file হৈছে পাচ কৰা Journal entry লৈ সংগত যিকোনো দ’কোমেন্ত সংলগ্ন কৰিবলৈ
04:38 মই এটা sample voucher সংলগ্ন কৰিম যাক মই ইতিমধ্যে মোৰ কম্পিউটাৰত বনালো আৰু ছেভ কৰিলো
04:44 Browse বুটামত ক্লিক কৰক আৰু ফ’ল্দাৰটো বিচাৰক য’ত ফাইলটো ছেভ আছে
04:51 মই Sample-Voucher.pdf ফাইলটো বাচিম মোৰ Desktop ফ’ল্দাৰৰ পৰা
04:57 আপুনি দেখিছে যে ইয়াত এতিয়া ফাইলটো সংলগ্ন হৈছে
05:01 এই voucher এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ
05:06 ইয়াক দাউনল’দ কৰক আৰু অভ্যাস কৰোতে ফাইলটো ব্যৱ্হাৰ কৰক
05:11 তেতিয়া Add new বুটামত ক্লিক কৰক
05:14 বাৰ্তা এটা আহিছে যি কয়: Attachment has been inserted
05:19 লগতে, আপুনি দেখিছে যে আপল’দ কৰা ফাইলটো টেবলত যোগ কৰা হ’ল
05:25 Back অপচনত ক্লিক কৰক ঘূৰি যাবলৈ
05:28 পাছত, আহক এই Journal Entry ৰ ৰিফ্লেকচনটো Balance Sheet ত চাওঁ
05:34 তাক কৰিবলৈ, Banking and General Ledger টেবত ক্লিক কৰক
05:39 তেতিয়া Balance Sheet Drilldown লিংকত ক্লিক কৰক
05:43 আমি দেখিছো যে transaction টো ইয়াত ৰিফ্লেক্তেদ হৈছে
05:47 ভবিষ্যতত, যেতিয়া আমাৰ বহুতো journal entries হ’ব, দৰ্শিত হোৱা লিষ্টখন দীঘল হ’ব
05:54 পাছ্ত, আহক চাওঁ transaction এটা void কৰিবলৈ
05:58 Setup টেবত ক্লিক কৰক । Maintenance পানেলত, Void a transaction লিংকত ক্লিক কৰক
06:06 এই অপচন ব্যৱহৃত হয় entry এটা দিলিত বা ৰিমোভ কৰিবলৈ
06:11 আমি ৰিফাৰেঞ্চ নাম্বাৰটো দেখিছো, যি entry টো দেখাই
06:15 আহক ৰিফাৰেঞ্চ 002/2019 বাচো transaction এটা void কৰিবলৈ
06:23 GL কৌলমত থকা আইকনটোত ক্লিক কৰক entry টো দিলিত কৰাৰ আগতে দিতেইলচ ভেৰিফাই কৰিবলৈ
06:30 আমি দেখিছো এই entry হৈছে Rs 50,000 ৰ সামগ্ৰী কিনাৰ বাবে Office furniture আৰু Equipments ৰ বাবে
06:38 উইন্দ’ৰ তলত Close লিংকত ক্লিক কৰক
06:42 এতিয়া, Select কৌলমত থকা আইকনত ক্লিক কৰক
06:46 আইকনটো চিলেক্ত কৰিলে, transaction নাম্বাৰ আৰু voiding দেত আহে
06:52 Void Transaction বুটামত ক্লিক কৰক
06:55 ই বাৰ্তা এটা দেখাই: Are you sure you want to void this transaction? This action cannot be undone
07:03 মই Proceed বুটামত ক্লিক কৰিম
07:07 তৎক্ষণাত আনএটা বাৰ্তা আহে আৰু কয়: Selected transaction has been voided
07:14 এনেদৰেই আমি প্ৰয়োজন হ’লে transaction এটা void কৰিব পাৰো
07:19 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:25 এই টিউট’ৰিয়েলত, আমি শিকিলো Journal Entry এটা পাচ কৰিবলৈ
07:30 Balance Sheet ত ৰিফ্লেকচনটো চাবলৈ আৰু transaction এটা Void কৰিবলৈ
07:35 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:43 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:51 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
07:55 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
08:00 স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9