FrontAccounting-2.4.7/C2/Installation-of-FrontAccounting-on-Windows-OS/Assamese

From Script | Spoken-Tutorial
Revision as of 11:19, 2 April 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Windows OSFrontAccounting ইনষ্ট’ল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম XAMPP ইনষ্ট’ল কৰিবলৈ
00:12 FrontAccounting চফতৱেৰ দাউনল’দ কৰিবলৈ
00:15 database setup কৰিবলৈ আৰু Windows OSFrontAccounting ইনষ্ট’ল কৰিবলৈ
00:21 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

Windows OS ভাৰ্চন 10

00:26 Apache, MySQL আৰু PHP পোৱা হৈছে XAMPP 5.5.19 ৰ দ্বাৰা
00:32 FrontAccounting ভাৰ্চন 2.4.7
00:36 Firefox ওৱেব ব্ৰাউজাৰ আৰু এটা কামকৰা ইন্তাৰনেত কানেকচন
00:41 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:44 FrontAccounting হৈছে এটা চাৰ্ভাৰ ভিত্তিক Accounting System

গতিকে আমি XAMPP ব্যৱ্হাৰ কৰিম আমাৰ মেচিনত ওৱেব চাৰ্ভাৰ চেতাপ কৰিবলৈ

00:52 ওৱেব ব্ৰাউজাৰ এটা খোলক । এদ্ৰেচ বাৰত, এই URL লিখক আৰু Enter টিপক
00:59 ই আমাক XAMPP দাউনল’দ পেজলৈ নিব
01:03 ইয়াত XAMPP উপলদ্ধ হয় সকলো অপাৰেতিংগ চিষ্টেমচৰ বাবে দাউনল’দ কৰিবলৈ
01:08 XAMPP ৰ সৰ্বশেষ ভাৰ্চনক দাউনল’দ কৰিব পাৰি এই সেউজীয়া বুটামত ক্লিক কৰি
01:13 তথাপি, আপোনাৰ চফতৱেৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি, হয়তো আপোনাক XAMPP ৰ এটা ভিন্ন ভাৰ্চন লাগিব পাৰে
01:19 মোৰ ক্ষেত্ৰত মোক লাগে XAMPP ভাৰ্চন 5.5.19
01:24 XAMPP Windows লিংকত ক্লিক কৰক
01:28 ৰিদাইৰেক্তেদ পেজটোৱে বৰ্তমান তাৰিখলৈকে সকলো XAMPP ভাৰ্চনচ দেখুৱাব
01:32 এই ইনষ্ট’লেচনৰ বাবে, মই বাচিম XAMPP ভাৰ্চন 5.5.19
01:39 লিংকত ক্লিক কৰক দাউনল’দ কৰিবলৈ
01:43 এতিয়া, Save file বুটামত ক্লিক কৰক । exe ফাইলটো আমাৰ মেচিনত দাউনল’দ হ’ব
01:51 ফ’ল্দাৰটো খোলক য’ত আপুনি ফাইলটো দাউনল’দ কৰিছিলে
01:55 ফাইলটোত দুবাৰ-ক্লিক কৰক ইনষ্ট’লেচন আৰম্ভ হ’বলৈ
01:59 এটা User Account Control দাইল’গ বক্স আহিছে । Yes বুটামত ক্লিক কৰক
02:06 যদি আপুনি মেচিনত যিকোনো antivirus চফতৱেৰ ইনষ্ট’ল কৰিছে, আপুনি হয়তো আন এখন প’প আপ উইন্দ’ পাব পাৰে । Yes বুটামত ক্লিক কৰক
02:15 পাছৰ উইন্দ’ত, OK বুটামত ক্লিক কৰক সাবধানী বাৰ্তাক অৱজ্ঞা কৰিবলৈ
02:21 এতিয়া Setup wizard দাইল’গ বক্স আহিছে
02:25 Next বুটামত ক্লিক কৰিব যেতিয়াই সোধে আৰু ইনষ্ট’লেচন ষ্টেপচ অনুসৰণ কৰক দেখুৱা দৰে
02:31 Learn more about Bitnami for XAMPP চেক বক্সক আনচেক কৰক । তেতিয়া আগবাঢ়ক Next বুটামত ক্লিক কৰি
02:40 ইনষ্ট’লেচনটো এবাৰ হ’লে, Do you want to start the Control Panel now? চেক বক্সক আনচেক কৰক
02:47 শেষত, Finish বুটামত ক্লিক কৰক
02:51 এতিয়া আমি চাব লাগিব যে আমাৰ মেচিনত XAMPP সফলভাবে ইনষ্ট’ল হ’ল নে নাই
02:56 স্ক্ৰিণৰ তলত বাওঁফালে Windows search bar ত ক্লিক কৰক আৰু লিখক xampp
03:02 আমি চাৰ্চ লিষ্টত XAMPP Control Panel দেখিছো
03:06 XAMPP Control Panel ত ৰাইত-ক্লিক কৰক আৰু Run as administrator বাচক
03:12 XAMPP Control Panel ত, Apache আৰু MySQL services চলি থকাটো নিশ্বিত কৰক
03:18 যদি নাই, তেন্তে এই services আৰম্ভ কৰক START বুটামত ক্লিক কৰি উক্ত services
03:24 আপুনি কিছু এৰ’ৰ বাৰ্তা পাব পাৰে যেনে: “Apache shutdown unexpectedly
03:30 Port 80 ব্যৱহৃত হৈছে Apache Server ৰ বাবে'
03:34 কানেক্ত কৰিবলৈ অসমৰ্থ যিকোনো সূচীত MySQL হ’ষ্টলৈ MySQL database ৰ বাবে
03:41 ইয়াৰ কাৰণ হৈছে Apache আৰু MySQL লৈ প্ৰদান কৰা দিফল্ট port টো আন চফতৱেৰে লৈছে
03:47 দিফল্ট port নাম্বাৰ Apache ৰ বাবে হৈছে 80 আৰু MySQL ৰ বাবে হৈছে 3306
03:55 এই ports সলাবলৈ, এই টিউট’ৰিয়েলৰ Additional Reading Material চাওঁক
04:00 আৰু আগবঢ়াৰ আগতে সঠিক port নাম্বাৰচ প্ৰদান কৰক । উদাহৰণস্বৰূপে: 8080
04:07 এতিয়া, Firefox ওৱেব ব্ৰাউজাৰ খোলক
04:11 এদ্ৰেচ বাৰত, লিখক localhost আৰু Enter টিপক । আমি XAMPP স্ক্ৰিণ দেখিব লাগিব
04:19 যদি ভাষা বাচিবলৈ সুধে, English বাচক । আমি এতিয়া XAMPP homepage ত আছো
04:27 আহক FrontAccounting দাউনল’দ কৰিবলৈ আৰম্ভ কৰো
04:30 আন এটা টেব খোলক ওৱেব ব্ৰাউজাৰত আৰু এই URL টোলৈ যাওঁক
04:37 ক্লিক কৰক frontaccounting-2.4.7.zip
04:42 তৎক্ষণাত, দাউনল’দ আৰম্ভ হয় । ক্লিক কৰক Save File বুটামত আৰু তেতিয়া ক্লিক কৰক OK বুটামত
04:49 দাউনল’দটো সম্পূৰ্ণ হ’লে, ফ’ল্দাৰটো খোলক য’ত আপুনি ফাইলটো দাউনল’দ কৰিছিলে
04:54 এইটো হৈছে মই দাউনল’দ কৰা ফাইলটো
04:57 ফাইলটোত ৰাইত-ক্লিক কৰক আৰু বাচক Extract Here
05:01 এক্সত্ৰেক্ত কৰি হ’লে, মই এক্সত্ৰেক্ত কৰা FrontAccounting ফ’ল্দাৰক account হিচাবে ৰিনেম কৰিম
05:07 ফ’ল্দাৰ নেমক ৰিনেম কৰাটো অপচনেল হয় । তথাপি, ই সহায় কৰে এটা একক মেচিনত ইনষ্ট’ল হৈ থকা বহুতো FrontAccounting ক চিনাক্ত কৰিবলৈ
05:17 এতিয়া আমি account ফ’ল্দাৰক মোভ কৰিব লাগিব ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীলৈ
05:22 ৰোত দাইৰেক্তৰীৰ বাবে পাথটো হৈছে “c:\xampp\htdocs
05:29 account ফ’ল্দাৰত ৰাইত-ক্লিক কৰক আৰু বাচক Copy
05:33 বাওঁফালে, ক্লিক কৰক “This PC” যাক লগতে কোৱা হয় “My Computer
05:39 তেতিয়া দুবাৰ ক্লিক কৰক “Local Disk (C:)” যি হৈছে C drive আৰু যাওঁক xampp আৰু htdocs লৈ
05:47 htdocs ৰ ভিতৰত, খালি ঠাইত ৰাইত-ক্লিক কৰক আৰু বাচক Paste
05:53 আমি XAMPP server সফলভাবে ইনষ্ট’ল কৰিলো
05:57 নিশ্বিত কৰক যে FrontAccounting ইনষ্ট’লাৰ যাতে ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীত থাকে
06:02 পাছত আগবাহিবলৈ আমি FrontAccounting ৰ বাবে এটা দেতাবেচ বনাব লাগিব
06:07 আমি ইয়াক phpmyadmin ত কৰিম, যি হৈছে MySQL ৰ বাবে গ্ৰাফিকেল ইউজাৰ ইন্তাৰফেচ । ই XAMPP ইনষ্ট’লেচনৰ লগতে আহে
06:17 আহক আমি ওৱেব ব্ৰাউজাৰত XAMPP পেজ টোলৈ ঘূৰি যাওঁ
06:21 XAMPP পেজটোত, মেনু বাৰত বাওঁফালে, ক্লিক কৰক phpMyadmin
06:27 ক্লিক কৰক ইউজাৰচ ওপৰৰ মেনুত আৰু তেতিয়া ক্লিক কৰক Add User
06:33 নতুনকৈ অহা উইন্দ’ত আপোনাৰ পচন্দৰ এটা ইউজাৰ নেম লিখক । মই লিখিম frontacc মোৰ ইউজাৰ নেম হিচাবে
06:42 Host দ্ৰপ-দাউন লিষ্টৰ পৰা, বাচক Local
06:46 পাচৱৰ্দ টেকস্ত-বক্সত আপোনাৰ পচন্দৰ এটা পাচৱৰ্দ লিখক
06:50 মই লিখিম admin123 মোৰ পাচৱৰ্দ হিচাবে
06:54 Re-type টেকস্ত-বক্সত একেটা পাচৱৰ্দ লিখক
06:58 এতিয়াৰ বাবে ক্লিক নকৰিব Generate Password prompt
07:02 Database for user accountৰ ভিতৰত, আমি অপচনটো দেখিছো-

Create database with the same name and grant all privileges

07:10 আমি সেই অপচনক চেক কৰিম আৰু তললৈ স্ক্ৰ’ল কৰিম
07:14 তেতিয়া পেজটোৰ তলত সোঁফালে Go বুটামত ক্লিক কৰক
07:18 আমি এটা বাৰ্তা দেখিছো “You have added a new user”
07:22 ই বুজাই এটা নতুন দেতাবেচ frontacc নামৰ সৈতে আৰু user frontacc বনোৱা হ’ল
07:29 এই ইউজাৰ নেম আৰু পাচৱৰ্দ হৈছে মাত্ৰ দেতাবেচ ল’গিনৰ উদ্দেশ্যৰ বাবে
07:34 ইউজাৰ নেম, পাচৱৰ্দ আৰু দেতাবেচ নামৰ ন’ত এটা বনাব
07:38 এইবোৰ পাছত লাগিব FrontAccounting ইনষ্ট’লেচন সম্পূৰ্ণ কৰিবলৈ
07:43 দেতাবেচ নাম আৰু ইউজাৰনেম একে হ’ব নালাগে ।

বেলেগ নাম হ’বলৈ, দেতাবেচটো প্ৰথমে বনাব আৰু তেতিয়া সেই দেতাবেচৰ বাবে এজন ইউজাৰ বনাব

07:53 লগতে, নামৰ কনভেনচন অনুসৰি, ইউজাৰনেমৰ মাজত কোনো স্পেচ থাকিব নালাগিব
07:59 আমাৰ এতিয়া XAMPP চলি আছে আৰু দেতাবেচ তৈয়াৰ আছে
08:02 আমি এতিয়া Front Accounting ইনষ্ট’লৰ বাবে আগবাহিবলৈ প্ৰস্তুত
08:07 ওৱেব ব্ৰাউজাৰত এটা নতুন টেব খোলক । এদ্ৰেচ বাৰত লিখক localhost/account আৰু Enter টিপক
08:17 আমি দেখিছো FrontAccounting ওৱেবপেজে দেখাইছে

Step 1: System Diagnostics

08:22 নিশ্বিত কৰক যে Select install wizard language যাতে English হয়
08:26 তললৈ স্ক্ৰ’ল কৰক আৰু পেজটোৰ তলত Continue বুটামত ক্লিক কৰক
08:31 পাছৰ ওৱেব পেজটোৰ টাইটল হৈছে Step 2: Database Server Settings
08:37 ইয়াত মই Server Host localhost হিচাবে ৰাখিম । মই Server Port খালি ৰাখিম
08:44 যদি আপুনি MySQL ৰ দিফল্ট প’ৰ্ত নাম্বাৰক 3306 ৰ বাহিৰে অন্যলৈ সলালে, তেন্তে সেই প’ৰ্ত নাম্বাৰক ইয়াত লিখক
08:52 নিম্ন সবিশেষ ভৰাওঁক যাক আমি আগতে বনাইছিলো-

দেতাবেচ নেম frontacc হিচাবে

09:00 দেতাবেচ ইউজাৰ frontacc হিচাবে
09:03 আৰু দেতাবেচ পাচৱৰ্দ admin123 হিচাবে
09:07 বাকী অপচনক অৱজ্ঞা কৰক আৰু তলত Continue বুটামত ক্লিক কৰক
09:12 পাছত, আপুনি নিজৰ company ৰ সবিশেষ দিব লাগিব । মই তাক কেনেকৈ কৰিব লাগে দেখুৱাম
09:19 Company Name ফিল্দত, মই লিখিম ST Company Pvt Ltd
09:24 মই Admin Login admin হিচাবে ৰাখিম । তেতিয়া মই Admin Password লিখিম spoken হিচাবে
09:31 আপুনি নিজৰ পচন্দৰ যিকোনো পাচৱৰ্দ দিব পাৰে
09:34 একেটা পাচৱৰ্দ পুনৰ লিখক । মনত ৰাখিব এইটো হৈছে login password
09:40 পাছত আমি Charts of Accounts ৰ বাবে দুটা অপচন দেখিছো
09:44 মই বাচিম Standard new company American COA
09:49 Default Language English হিচাবে বাচক
09:52 Install বুটামত ক্লিক কৰক
09:55 আমি স্ক্ৰিণত অন্তিম বাৰ্তাটো দেখিছো, FrontAccounting ERP has been installed successfully যি নিশ্বিত কৰে যে আমাৰ ইনষ্ট’লেচন সফল হ’ল
10:06 Click here to start লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচত ল’গিন কৰিবলৈ
10:12 ল’গিন স্ক্ৰিণত, নিম্ন সবিশেষ ভৰাওঁক:

ইউজাৰ নেম admin হিচাবে

পাচৱৰ্দ spoken হিচাবে

10:22 Company ST Company Pvt. Ltd হিচাবে আৰু ল’গিন বুটামত ক্লিক কৰক
10:28 আমাক অনা হ’ল Front Accounting Administration পেজলৈ
10:32 আমি এই পেজত বিভিন্ন টেবচ দেখিছো । আমি এই চিৰিজত পাছত এইবোৰৰ বহুতক কেনেকৈ ব্যৱ্হাৰ কৰা হয় শিকিম
10:39 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
10:44 এই টিউট’ৰিয়েলত, আমি শিকিলো XAMPP দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ
10:50 FrontAccounting চফতৱেৰ দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ
10:53 Windows 10 OSদেতাবেচ চেতাপ কৰিবলৈ
10:57 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:05 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:13 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
11:18 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
11:27 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
11:32 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব । ই অব্যৱস্থা কমোৱাত সহায় কৰিব
11:39 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
11:44 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
11:49 স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9