FrontAccounting-2.4.7/C2/Installation-of-FrontAccounting-on-Linux-OS/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 লিনাক্স অপাৰেতিং চিষ্টেমত FrontAccounting ইনষ্ট’ল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম XAMPP ইনষ্ট’ল কৰিবলৈ
00:13 FrontAccounting চফতৱেৰ দাউনল’দ কৰিবলৈ
00:15 database setup কৰিবলৈ আৰু লিনাক্স OSFrontAccounting ইনষ্ট’ল কৰিবলৈ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:29 Apache, MySQL আৰু PHP পোৱা হৈছে XAMPP 5.5.19 ৰ দ্বাৰা
00:36 FrontAccounting 2.4.7
00:40 Firefox ওৱেব ব্ৰাউজাৰ আৰু এটা কামকৰা ইন্তাৰনেত কানেকচন
00:45 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:50 FrontAccounting হৈছে এটা চাৰ্ভাৰ ভিত্তিক Accounting System
00:54 গতিকে আমি XAMPP ব্যৱ্হাৰ কৰিম আমাৰ মেচিনত ওৱেব চাৰ্ভাৰ চেতাপ কৰিবলৈ
00:59 ওৱেব ব্ৰাউজাৰ এটা খোলক । এদ্ৰেচ বাৰত, এই URL লিখক আৰু Enter টিপক
01:06 ই আমাক XAMPP দাউনল’দ পেজলৈ নিব
01:10 ইয়াত XAMPP উপলদ্ধ হয় সকলো অপাৰেতিংগ চিষ্টেমচৰ বাবে দাউনল’দ কৰিবলৈ
01:15 XAMPP ৰ সৰ্বশেষ ভাৰ্চনক দাউনল’দ কৰিব পাৰি এই সেউজীয়া বুটামত ক্লিক কৰি
01:20 তথাপি, আপোনাৰ চফতৱেৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি, হয়তো আপোনাক XAMPP ৰ এটা ভিন্ন ভাৰ্চন লাগিব পাৰে
01:27 মোৰ ক্ষেত্ৰত মোক লাগে XAMPP ভাৰ্চন 5.5.19
01:33 তললৈ স্ক্ৰ’ল কৰক আৰু বাচক XAMPP Linux
01:37 ৰিদাইৰেক্তেদ পেজটোৱে বৰ্তমান তাৰিখলৈকে সকলো XAMPP ভাৰ্চনচ দেখুৱাব
01:42 এই ইনষ্ট’লেচনৰ বাবে, মই বাচিম XAMPP ভাৰ্চন 5.5.19
01:49 মোৰ চিষ্টেম হৈছে এটা 64bit অপাৰেতিং চিষ্টেম । গতিকে মই দাউনল’দ কৰিম, xampp-linux-x64-5.5.19-0-installer.run
02:05 এতিয়া, Save file বুটামত ক্লিক কৰক আৰু তেতিয়া OK বুটামত ক্লিক কৰক
02:10 মোৰ মেচিনত, ই ছেভ হৈছে Downloads ফ’ল্দাৰত
02:14 আহক Ctrl + Alt + T কীচ একেলগে টিপি টাৰ্মিনেল খোলো
02:21 টাৰ্মিনেলত, কমান্দটো লিখক cd space Downloads আৰু Enter টিপক
02:27 বৰ্তমান কামকৰা দাইৰেক্তৰীক Downloads লৈ সলাব
02:31 তেতিয়া দেখুৱা দৰে কমান্দটো লিখক আৰু Enter টিপক
02:36 এতিয়া ইনষ্ট’লাৰ ফাইলটো ৰান কৰিবলৈ, দেখুৱা দৰে কমান্দটো লিখক আৰু Enter টিপক । admin password লিখক যদি সুধে
02:46 এতিয়া Setup wizard দাইল’গ বক্স আহিছে
02:50 Next বুটামত ক্লিক কৰিব যেতিয়াই সোধে আৰু ইনষ্ট’লেচন ষ্টেপচ অনুসৰণ কৰক দেখুৱা দৰে
02:56 Learn more about Bitnami for XAMPP চেক বক্সক আনচেক কৰক । তেতিয়া আগবাঢ়ক Next বুটামত ক্লিক কৰি
03:05 ইনষ্ট’লেচনটো এবাৰ হ’লে, Launch XAMPP চেক বক্সক আনচেক কৰক
03:10 শেষত, Finish বুটামত ক্লিক কৰক
03:13 এতিয়া আমি চাব লাগিব যে আমাৰ মেচিনত XAMPP সফলভাবে ইনষ্ট’ল হ’ল নে নাই
03:19 টাৰ্মিনেলত, XAMPP চাৰ্ভিচ আৰম্ভ কৰক লিখি

sudo space slash opt slash lampp slash lampp space start

03:31 admin password লিখক যেতিয়াই সুধে আৰু Enter টিপক
03:36 আপুনি ইয়াত দেখুৱা দৰে বাৰ্তা এটা পাব পাৰে । ই সূচাই যে আপোনাৰ চিষ্টেমত XAMPP ইনষ্ট’ল হ’ল আৰু আপুনি চাৰ্ভিচ আৰম্ভ কৰিলে
03:46 যদিহে আপুনি এটা বাৰ্তা পাই যে, Command not found, তেন্তে XAMPP আপোনাৰ মেচিনত ইনষ্ট’ল হোৱা নাই
03:54 আপুনি কিছু এৰ’ৰ বাৰ্তা পাব পাৰে যেনে:

Apache shutdown unexpectedly” বা

04:00 Port 80 ব্যৱহৃত হৈছে Apache Server ৰ বাবে” বা
04:05 কানেক্ত কৰিবলৈ অসমৰ্থ যিকোনো সূচীত MySQL হ’ষ্টলৈ MySQL database ৰ বাবে
04:13 ইয়াৰ কাৰণ হৈছে Apache আৰু MySQL লৈ প্ৰদান কৰা দিফল্ট ports আন চফতৱেৰে লৈছে
04:21 দিফল্ট port নাম্বাৰ Apache ৰ বাবে হৈছে 80 আৰু MySQL ৰ বাবে হৈছে 3306
04:30 এই ports সলাবলৈ, এই টিউট’ৰিয়েলৰ Additional Reading Material চাওঁক
04:36 আৰু আগবঢ়াৰ আগতে সঠিক port নাম্বাৰচ প্ৰদান কৰক । উদাহৰণস্বৰূপে: 8080
04:44 এতিয়া, Firefox ওৱেব ব্ৰাউজাৰ খোলক । এদ্ৰেচ বাৰত, লিখক localhost আৰু Enter টিপক
04:52 আমি XAMPP স্ক্ৰিণ দেখিব লাগিব
04:56 যদি ভাষা বাচিবলৈ সুধে, English বাচক
05:01 আমি এতিয়া XAMPP homepage ত আছো
05:04 স্ক্ৰিণৰ বাওঁফালে থকা মেনুত, ক্লিক কৰক PHPinfo
05:10 এতিয়া Ctrl + F কীচ টিপক আৰু DOCUMENT underscore ROOT ৰ বাবে চাৰ্চ কৰক
05:18 ইয়াক Apache Environment টেবলত পোৱা যাব
05:22 DOCUMENT underscore ROOT ৰ মানটো হ’ব হয়তো

slash opt slash lampp slash htdocs বা slash var slash www

05:35 মোৰ মেচিনত, ই হৈছে slash opt slash lampp slash htdocs
05:41 এই পাথৰ ন’ত এটা বনাব । আমি ইয়াত FrontAccounting ইনষ্ট’ল কৰিম
05:47 আহক Front Accounting দাউনল’দ আৰম্ভ কৰো
05:50 আন এটা টেব খোলক ওৱেব ব্ৰাউজাৰত আৰু এই URL টোলৈ যাওঁক
05:57 ক্লিক কৰক frontaccounting-2.4.7.tar.gz
06:04 তৎক্ষণাত, দাউনল’দ আৰম্ভ হয় । ক্লিক কৰক Save File বুটামত আৰু তেতিয়া ক্লিক কৰক OK বুটামত
06:12 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক
06:15 পাছত, আমি দাউনল’দ কৰা tar.gz ফাইলটোৰ উপাদানবোৰক এক্সত্ৰেক্ত কৰিব লাগিব
06:22 গতিকে, লিখক sudo space tar space hyphen zxvf space frontaccounting hyphen 2.4.7.tar.gz
06:39 admin password লিখক যদি সুধে আৰু Enter টিপক
06:44 এক্সত্ৰেক্ত কৰি হ’লে, মই এক্সত্ৰেক্ত কৰা FrontAccounting ফ’ল্দাৰক account হিচাবে ৰিনেম কৰিম
06:50 কমান্দটো লিখক- mv space frontaccounting space account আৰু Enter টিপক
06:58 ফ’ল্দাৰ নেমক ৰিনেম কৰাটো অপচনেল হয় । তথাপি, ই সহায় কৰে এটা একক মেচিনত ইনষ্ট’ল হৈ থকা বহুতো FrontAccounting ক চিনাক্ত কৰিবলৈ
07:08 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক
07:11 এতিয়া আমি একাউন্ট ফ’ল্দাৰক মোভ কৰিব লাগিব apache home দাইৰেক্তৰীলৈ
07:17 একাউন্ট ফ’ল্দাৰক apache home দাইৰেক্তৰীলৈ মোভ কৰিবলৈ,

লিখক sudo space mv space account space /opt/lampp/htdocs/ আৰু Enter টিপক

07:34 এতিয়া, আহক apache home দাইৰেক্তৰীলৈ যাওঁ
07:37 তাক কৰিবলৈ, লিখক cd space /opt/lampp/htdocs/ আৰু Enter টিপক
07:47 একাউন্ট ফ’ল্দাৰৰ পাৰ্মিচন সলাবলৈ, লিখক

sudo space chmod space -R space 777 space account slash আৰু Enter টিপক

08:01 আমি XAMPP server সফলভাবে ইনষ্ট’ল কৰিলো
08:05 নিশ্বিত কৰক যে FrontAccounting ইনষ্ট’লাৰ যাতে ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীত থাকে
08:11 পাছত আগবাহিবলৈ আমি FrontAccounting ৰ বাবে এটা দেতাবেচ বনাব লাগিব
08:17 আমি ইয়াক phpmyadmin ত কৰিম, যি হৈছে MySQL ৰ বাবে গ্ৰাফিকেল ইউজাৰ ইন্তাৰফেচ । ই XAMPP ইনষ্ট’লেচনৰ লগতে আহে
08:28 আহক আমি ব্ৰাউজাৰত XAMPP পেজ টোলৈ ঘূৰি যাওঁ ।

XAMPP পেজটোত, মেনু বাৰত বাওঁফালে, ক্লিক কৰক phpMyadmin

08:39 ক্লিক কৰক ইউজাৰচ ওপৰৰ মেনুত আৰু তেতিয়া ক্লিক কৰক Add User
08:47 নতুনকৈ অহা উইন্দ’ত আপোনাৰ পচন্দৰ এটা ইউজাৰ নেম লিখক । মই লিখিম frontacc মোৰ ইউজাৰ নেম হিচাবে
08:56 Host দ্ৰপ-দাউন লিষ্টৰ পৰা, বাচক Local
09:01 পাচৱৰ্দ টেকস্ত-বক্সত আপোনাৰ পচন্দৰ এটা পাচৱৰ্দ লিখক
09:06 মই লিখিম admin123 মোৰ পাচৱৰ্দ হিচাবে
09:11 Re-type টেকস্ত-বক্সত একেটা পাচৱৰ্দ লিখক
09:16 এতিয়াৰ বাবে ক্লিক নকৰিব Generate Password prompt
09:21 Database for user ৰ ভিতৰত, আমি অপচনটো দেখিছো-

Create database with the same name and grant all privileges

09:29 আমি সেই অপচনক চেক কৰিম আৰু তললৈ স্ক্ৰ’ল কৰিম
09:33 তেতিয়া পেজটোৰ তলত সোঁফালে Go বুটামত ক্লিক কৰক
09:38 আমি এটা বাৰ্তা দেখিছো “You have added a new user”

ই বুজাই এটা নতুন দেতাবেচ frontacc নামৰ সৈতে আৰু user frontacc বনোৱা হ’ল

09:50 এই ইউজাৰ নেম আৰু পাচৱৰ্দ হৈছে মাত্ৰ দেতাবেচ ল’গিনৰ উদ্দেশ্যৰ বাবে
09:56 ইউজাৰ নেম, পাচৱৰ্দ আৰু দেতাবেচ নামৰ ন’ত এটা বনাব
10:01 এইবোৰ পাছত লাগিব FrontAccounting ইনষ্ট’লেচন সম্পূৰ্ণ কৰিবলৈ
10:06 মন কৰিবঃ দেতাবেচ নাম আৰু ইউজাৰনেম একে হ’ব নালাগে
10:11 বেলেগ নাম হ’বলৈ, দেতাবেচটো প্ৰথমে বনাব আৰু তেতিয়া সেই দেতাবেচৰ বাবে এজন ইউজাৰ বনাব
10:18 লগতে, নামৰ কনভেনচন অনুসৰি, ইউজাৰনেমৰ মাজত কোনো স্পেচ থাকিব নালাগিব
10:25 আমাৰ এতিয়া XAMPP চলি আছে আৰু দেতাবেচ তৈয়াৰ আছে
10:29 আমি এতিয়া Front Accounting ইনষ্ট’লৰ বাবে আগবাহিবলৈ প্ৰস্তুত
10:33 ওৱেব ব্ৰাউজাৰত এটা নতুন টেব খোলক । এদ্ৰেচ বাৰত লিখক localhost/account আৰু Enter টিপক
10:44 আমি দেখিছো FrontAccounting ওৱেবপেজে দেখাইছে

Step 1: System Diagnostics

10:51 নিশ্বিত কৰক যে Select install wizard language যাতে English হয়
10:56 তললৈ স্ক্ৰ’ল কৰক আৰু পেজটোৰ তলত Continue বুটামত ক্লিক কৰক
11:02 পাছৰ ওৱেব পেজটোৰ টাইটল হৈছে Step 2: Database Server Settings
11:08 ইয়াত, মই Server Port খালি ৰাখিম
11:12 যদি আপুনি MySQL ৰ দিফল্ট প’ৰ্ত নাম্বাৰক 3306 ৰ বাহিৰে অন্যলৈ সলালে, তেন্তে সেই প’ৰ্ত নাম্বাৰক ইয়াত লিখক
11:21 নিম্ন সবিশেষ ভৰাওঁক যাক আমি আগতে বনাইছিলো-

দেতাবেচ নেম frontacc হিচাবে

দেতাবেচ ইউজাৰ frontacc হিচাবে

11:33 দেতাবেচ পাচৱৰ্দ admin123 হিচাবে
11:38 বাকী অপচনক অৱজ্ঞা কৰক আৰু তলত Continue বুটামত ক্লিক কৰক
11:45 পাছত, আপুনি নিজৰ company ৰ সবিশেষ দিব লাগিব । মই তাক কেনেকৈ কৰিব লাগে দেখুৱাম
11:53 Company Name ফিল্দত, মই লিখিম ST Company Pvt Ltd
11:59 মই Admin Login admin হিচাবে ৰাখিম
12:02 তেতিয়া মই Admin Password লিখিম spoken হিচাবে ।

আপুনি নিজৰ পচন্দৰ যিকোনো পাচৱৰ্দ দিব পাৰে

12:10 একেটা পাচৱৰ্দ পুনৰ লিখক । মনত ৰাখিব এইটো হৈছে login password
12:16 পাছত আমি Charts of Accounts ৰ বাবে দুটা অপচন দেখিছো
12:21 মই বাচিম Standard new company American COA
12:26 Default Language English হিচাবে বাচক
12:30 Install বুটামত ক্লিক কৰক
12:34 আমি স্ক্ৰিণত অন্তিম বাৰ্তাটো দেখিছো, FrontAccounting ERP has been installed successfully যি নিশ্বিত কৰে যে আমাৰ ইনষ্ট’লেচন সফল হ’ল
12:46 Click here to start লিংকত ক্লিক কৰক, FrontAccounting ইন্তাৰফেচত ল’গিন কৰিবলৈ
12:53 ল’গিন স্ক্ৰিণত, নিম্ন সবিশেষ ভৰাওঁক:

ইউজাৰ নেম admin হিচাবে

পাচৱৰ্দ spoken হিচাবে

13:03 Company ST Company Pvt. Ltd হিচাবে আৰু ল’গিন বুটামত ক্লিক কৰক
13:11 আমাক অনা হ’ল Front Accounting Administration পেজলৈ ।

আমি এই পেজত বিভিন্ন টেবচ দেখিছো

13:18 আমি এই চিৰিজত পাছত এইবোৰৰ বহুতক কেনেকৈ ব্যৱ্হাৰ কৰা হয় শিকিম
13:23 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
13:28 এই টিউট’ৰিয়েলত, আমি শিকিলো XAMPP দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ
13:34 FrontAccounting চফতৱেৰ দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ
13:38 আৰু লিনাক্স OSদেতাবেচ চেতাপ কৰিবলৈ
13:42 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:50 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
14:00 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
14:05 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক
14:12 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
14:15 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে । অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
14:25 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
14:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
14:40 স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9