FrontAccounting-2.4.7/C2/Banking-and-General-Ledger-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 FrontAccounting ত Banking আৰু General Ledger ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
0:07 এই টিউট’ৰিয়েলটোত, আমি বনাবলৈ শিকিম General Ledger Classes
00:13 General Ledger Groups আৰু General Ledger Accounts
00:18 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:26 FrontAccounting ভাৰ্চন 2.4.7
00:30 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং, বুককিপিঙৰ নিয়মসমূহৰ
00:40 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব
00:46 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:52 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
00:58 আহক FrontAccounting ইন্তাৰফেচক খোলো
01:01 ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক
01:09 login পেজ আহিছে
01:12 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । তেতিয়া Login বুটামত ক্লিক কৰক
01:20 FrontAccounting ইন্তাৰফেচ আহিছে
01:23 ক্লিক কৰক Banking and General Ledger টেবত
01:27 Maintenance পানেলত আমি অপচনচ দেখিছো:

GL Accounts

01:33 GL Account Groups আৰু

GL Account Classes

01:38 আমি যিকোনো ট্ৰেনজেকচন আৰম্ভ কৰাৰ আগতে, Charts of Accounts চেত কৰিব লাগিব
01:43 FrontAccountingCharts of Accounts সূচীত হয় Type, Class, Group আৰু Account ৰ দ্বাৰা
01:50 সকলো transactions চাৰ্জ কৰা হয় এটা Account, Group আৰু Classes
01:56 এইবোৰ ব্যৱহৃত হয় reporting উদ্দেশ্যৰ বাবে transactions গ্ৰোপ কৰিবলৈ
02:00 FrontAccounting ত, Account অন্তৰ্ভুক্ত হয় এটা Group লৈ আৰু Group অন্তৰ্ভুক্ত হয় এটা Class লৈ
02:06 ই ৰিফ্লেক্তেদ হ’ব Account Group অনুসৰি Balance Sheet আৰু Profit আৰু Loss account statements
02:13 FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাওঁক
02:17 প্ৰথম ষ্টেপ হৈছে General Ledger Account Classes চেত কৰা
02:22 Maintenance পানেলত GL Account Classes লিংকত ক্লিক কৰক
02:27 ইয়াত, দিফল্টভাবে Class Name আৰু Class Type সূচীত হয়:

Assets , Liabilities , Income আৰু Expense হিচাবে

02:38 লগতে, আমি দেখিছো যে Class ID চেত হৈছে প্ৰতিটো Class Type ৰ বাবে
02:44 আমি এই class চেত কৰিব লাগিব Account Group টো চেত কৰাৰ আগতে
02:49 এতিয়া আমি চাম নতুন class এটা যোগ কৰিবলৈ
02:53 Class ID ফিল্দত, লিখক 5 । Class ID টো এটা বিশেষ ভেলু হ’ব লাগিব
03:00 Class Name ফিল্দত, লিখক Equity
03:04 Class Type দ্ৰপ-দাউন বক্সত ক্লিক কৰক ।

আমি দেখিছো দিফল্ট লিষ্টখন: Assets , Liabilities, Equity, Income, Cost of Goods Sold আৰু Expense

03:21 FrontAccounting এ এই Class Type অনুসৰণ কৰে Balance Sheet ত উপস্থিতিৰ বাবে
03:26 Class Type টো বাচক Equity হিচাবে
03:29 উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
03:33 বাৰ্তা এটা দৰ্শিত হৈছে- 'New account class has been added'
03:38 ইয়াত, আমি দেখিছো যে নতুন Class “Equity” টো তৃতীয় ৰৌত যোগ কৰা হৈছে
03:44 ইয়াৰ কাৰণ হৈছে, দিফল্ট Class Type ত, Equity তৃতীয় hierarchy লেভেলত আছে
03:50 গতিকে, যেতিয়াই এটা নতুন Class যোগ কৰা হয়, ই সেই Class Type ৰ দিফল্ট ঠাইক লয়
03:56 এতিয়া, আহক GL Groups যোগ কৰিবলৈ চাওঁ
04:00 Banking আৰু General Ledger টেবলৈ যাওঁক
04:03 Maintenance পানেলত GL Account Groups লিংকত ক্লিক কৰক
04:08 আমি দেখিছো দিফল্ট Group Name, যি দেখাই GL Account Groups Class টোৰ ভিতৰত
04:15 আপুনি লগতে দেখিছে যে Group ID চেত হৈছে Class টোৰ অনুসৰি
04:20 ID ফিল্দত, নতুন Group ID টো লিখক 12 হিচাবে
04:24 Name ফিল্দত, মই লিখিম Fixed Assets Group Name হিচাবে
04:29 Group Name “Fixed Assets” কোনো subgroup লৈ অন্তৰ্ভুক্ত নহয় যি ইতিমধ্যে উপলদ্ধ হয়
04:35 সেইবাবে, Subgroup ফিল্দত, ফিল্দটো None হিচাবে ৰাখক
04:40 এতিয়া, Class দ্ৰপ-দাউন বক্সত ক্লিক কৰক
04:44 Charts of Accounts অনুসৰি, Fixed Assets আহে Assetsclass ৰ ভিতৰত ।

গতিকে Class বাচক Assets হিচাবে

04:53 পৰিবৰ্তনক ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
04:59 আমি এৰ’ৰ বাৰ্তা এটা দেখিছো যি কয় - "This account Group ID is already in use"
05:06 গতিকে এটা বিশেষ Class ID যোগ কৰিব লাগিব প্ৰতিটো Group Name লৈ
05:11 আহক Group ID টো সলাওঁ 13 লৈ
05:15 উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
05:19 এইবাৰ আমি বাৰ্তা এটা দেখিছো যি কয় - "New account type has been added"
05:25 নতুন Group Name টো ৰেন্দমভাবে যোগ কৰা হ’ল class “Assets” ৰ ভিতৰত
05:30 একেদৰে, আমি নিজা Group Name যোগ কৰিব পাৰো
05:34 এতিয়া, আহক GL Accounts যোগ কৰিবলৈ চাওঁ
05:38 Banking আৰু General Ledger টেবত ক্লিক কৰক
05:42 তেতিয়া Maintenance পানেলত GL Accounts লিংকত ক্লিক কৰক
05:47 ইয়াত লগতে আমি এটা বিশেষ code লিখিব লাগিব । এইটো এটা বাধ্যতামূলক ফিল্দ
05:53 Account Code ফিল্দত, মই লিখিম 1100 ক’ড হিচাবে
06:00 আপুনি নিজৰ পচন্দৰ যিকোনো ক’ড দিব পাৰে যদি বিচাৰে
06:04 Account Name ফিল্দত ক্লিক কৰক । Account Name টো লিখক "Land and Building" হিচাবে
06:11 আপুনি নিজৰ পচন্দৰ যিকোনো নাম দিব পাৰে
06:14 Account Group দ্ৰপ-দাউন বক্সত, Account Group টো Fixed Assets হিচাবে বাচক
06:20 Account Name Land and Building Charts of Accounts অনুসৰি Group Fixed Assets ৰ ভিতৰত আহিব লাগিব
06:28 পাছত, Account status দ্ৰপ-দাউন মেনুত ক্লিক কৰক । status টো বাচক Active হিচাবে
06:35 তেতিয়া উইন্দ’খনৰ তলত Add Account বুটামত ক্লিক কৰক
06:40 আমি বাৰ্তাটো দেখিছো - "New account has been added"
06:45 এতিয়া, ওপৰত New account দ্ৰপ-দাউন বক্সত ক্লিক কৰক । আমি ইয়াত নতুনকৈ যোগ কৰা Account টো দেখিছো
06:54 প্ৰতিটো organisation ৰ নিজা account codes ৰ চেত থাকিব, ইয়াত দেখুৱা দৰে
07:00 একেদৰে, ওপৰৰ ষ্টেপচ অনুসৰণ কৰি, আপুনি নিজৰ GL Accounts বনাব পাৰে
07:06 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:12 এই টিউট’ৰিয়েলত, আমি বনাবলৈ শিকিলো

General Ledger Classes , General Ledger Groups আৰু General Ledger Accounts

07:22 এটা অনুশিলনী হিচাবে ।

নিম্ন সবিশেষৰ সৈতে নতুন GL Accounts - Cash আৰু Capital বনাওঁক । পৰিবৰ্তনক ছেভ কৰক

07:31 এতিয়া আমি আমাৰ Company ৰ বাবে নতুন GL Accounts ৰ সৈতে Charts of Accounts চেত কৰিব লাগিব
07:38 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:46 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:55 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
07:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
08:05 স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9