Difference between revisions of "Avogadro/C3/Stereoisomerism/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | <center>Time</center> | <center>Narration</center> |- ||00:01 ||নমস্কাৰ! '''Stereoisomerism'''-এৰ টিউটোৰিয়েলটোত...")
 
 
Line 30: Line 30:
 
|-
 
|-
 
||00:56
 
||00:56
||পৰমাণুৰ অভ্যন্তৰীণ বিন্যাসত পাৰ্থক্যৰ কাৰণে '''stereoisomers''' উৎপন্ন হয়।
+
||পৰমাণুৰ অভ্যন্তৰীণ বিন্যাসত পাৰ্থক্যৰ কাৰণে '''stereoisomerism''' উৎপন্ন হয়।
 
|-
 
|-
 
||01:03
 
||01:03

Latest revision as of 07:41, 20 June 2019

Time
Narration
00:01 নমস্কাৰ! Stereoisomerism-এৰ টিউটোৰিয়েলটোত স্বাগতমম।
00:06 এই টিউটোৰিয়েলত, আমি শিকিম:উদাহৰণ সহ Conformational isomerism

Geometrical isomerism আৰু R-S configurations

00:18 ইয়াতে মই ব্যবহাৰ কৰিছো,

উবুন্টু লিনাক্স OS সংস্কৰণ 14.04 Avogadroসংস্কৰণ 1.1.1

00:28 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro ইন্টাৰফেসৰ সৈতে পৰিচয় হোৱা উচিত।

যদি নাই, তেনেহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইটত চাওক।

00:39 এই টিউটোৰিয়েলত ব্যবহৃত ফাইলবোৰ, কোড ফাইল হিসাবে প্ৰদান কৰা আছে ।
00:45 এই টিউটোৰিয়েলত আমি Avogadro ব্যবহাৰ কৰি stereoisomers তৈয়াৰ কৰিব শিকিম।
00:51 মই stereoisomers সম্পৰ্কে এটা সংক্ষিপ্ত ভূমিকা প্ৰদান কৰিম।
00:56 পৰমাণুৰ অভ্যন্তৰীণ বিন্যাসত পাৰ্থক্যৰ কাৰণে stereoisomerism উৎপন্ন হয়।
01:03 Isomers বোৰৰ একেই গঠন হয় আৰু সেইবোৰৰ বৈশিষ্ট্যবোৰত বেশি পাৰ্থক্য নাথাকে।
01:09 ইয়াতে এই স্লাইডটো isomers এৰ শ্ৰেণীবিভাগ দেখায়।
01:16 মই Conformational isomerism দি আৰম্ভ কৰিম।
01:21 এইটো stereoisomerism-এৰ এটা ৰূপ।
01:23 ইয়াতে, isomers'-বোৰক একক বন্ড সাপেক্ষে ঘূৰ্ণন দ্বাৰা এটাৰ পৰা অন্যটোলৈ ৰূপান্তৰিত কৰা যাব পাৰে ।
01:30 একক বন্ড সাপেক্ষে ঘূৰ্ণনক rotational energy barrier দ্বাৰা সীমাবদ্ধ।
01:36 এতিয়া 1,2-dichloroethane এৰ কনফাৰফৰ্মাৰ কি আমৰ্ভ কৰো।
01:41 1,2-dichloroethane তিনটা conformersত বিদ্যমান:

Eclipsed, Gauche আৰু Anti

01:50 মই Avogadro উইন্ডো খুলিছো ।
01:53 ড্ৰ টুল ত ক্লিক কৰক।
01:55 Adjust Hydrogens চেক বক্সত আনছেক কৰক।
01:59 প্যানেল ত ক্লিক কৰক আৰু টানি আনি দুটা পৰমাণু আঁকক ।
02:04 এলিমেন্ট 'ড্ৰপ ডাউন' পৰা ক্লোৰিন নিৰ্বাচন কৰক।
02:08 প্ৰত্যেক কাৰ্বন ত এটা বন্ড আঁকক।
02:11 বিল্ড মেনুত যাওক আৰু Add Hydrogens ত ক্লিক কৰক।
02:15 1,2-dichloroethane প্যানেলত আঁকা হৈছে।
02:19 ইয়াৰ গঠনক অপ্টিমাইজ কৰা যাওক।
02:22 অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক।
02:25 ফোৰ্স ফিল্ডত নিৰ্বাচন কৰক MMFF94 আৰু Start বোতামত ক্লিক কৰক।
02:35 optimization প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ Stop ক্লিক কৰক।
02:40 সঠিকভাবে স্থাপনাৰ বাবে গঠনক ঘোৰাবলৈ ন্যাভিগেশন' টুলত ক্লিক কৰক ।
02:45 আমাৰ প্যানেলত Gauche conformer'' আছে।
02:49 1,2-dichloroethane এৰ conformers দেখোৱাবলৈ, মই ঘূৰ্ণনৰ তলক ঠিক কৰিম।
02:55 'বন্ড সেন্ট্ৰিক ম্যানিপুলেশন 'টুল ত ক্লিক কৰক।
02:59 দুটা কাৰ্বন পৰমাণুৰ মাজত থকা বন্ডৰ উপৰত ক্লিক কৰক।
03:03 পৰমাণুবোৰৰ মাজত থকা তলটো নীলা বা হালধীয়া ৰঙত দেখা যায়।
03:08 Chlorine পৰমাণুৰ উপৰত কাৰ্সাৰ ৰাখক।
03:10 ঘড়িৰ কাঁটাৰ দিশত বন্ড ঘোৰাওক।
03:14 ন্যাভিগেশন টুলত ক্লিক কৰক আৰু গঠনটো ঘোৰাওক।
03:18 আমাৰ প্যানেলত Anti conformer আছে।
03:21 আকৌ এবাৰ বন্ডসেন্ট্ৰিক ম্যানিপুলেশন টুলটো ব্যবহাৰ কৰি C-C bond' ঘোৰাওক ।
03:25 আমাৰ প্যানেলEclipsed conformer আছে।
03:30 এতিয়া মই Cyclohexane'-এৰ বিভিন্ন conformers দেখোৱাম ।
03:35 এটা নতুন উইন্ডো খুলক
03:38 ড্ৰ সেটিংস মেনুত,কাৰ্বনক ডিফল্ট এলিমেন্ট হিসাবে নিৰ্বাচন কৰে ।
03:44 Adjust Hydrogens চেক বাক্সক অানছেক কৰক ।
03:48 boat formসাইক্লোহেক্সেন গঠন আঁকক ।
03:53 প্যানেল cyclohexane এৰ boat conformer আঁকিবলৈ ক্লিক কৰি আৰু টানি আনক।
04:01 পৰমাণুক লেবেল কৰাৰ বাবে, Display Types মেনুত Label চেক বক্সত ক্লিক কৰক।
04:07 দয়া কৰি মনত ৰাখিব যে লেবেলটো সকলো সময়ত একে নহবও পাৰে ।
04:11 আমাৰ প্ৰয়োজন অনুসাৰে conformersক লেবেল কৰো।
04:16 সিলেকশন টুল ত ক্লিক কৰক, তাৰপিছত প্ৰথম কাৰ্বন পৰমাণুত সো-ক্লিক কৰক।
04:21 এটা মেনু প্ৰৰ্দশিত হৈছে । Change label নিৰ্বাচন কৰক
04:25 Change label of the atom টেক্সট বাক্স খোলে ।
04:30 New Label ক্ষেত্ৰত টাইপ কৰক 1 আৰু ওকে ক্লিক কৰক।
04:35 ইয়াৰ পিছত দ্বিতীয় পৰমাণুত সো-ক্লিক কৰক আৰু লেবেলটোক ২ হিসাবে পৰিবৰ্তন কৰক।
04:41 একেইভাবে, মই পৰমাণুবোৰৰ লেবেলবোৰ পৰিবৰ্তন কৰি ৩,৪,৫, আৰু ৬ কৰিম ।
04:50 মই boattwist boat conformerলৈ ৰূপান্তৰ কৰিম ।
04:54 ম্যানিপুলেশন টুলত ক্লিক কৰক। ২ ত ক্লিক কৰক আৰু উপৰলৈ টানক।
04:57 5 টোত ক্লিক কৰক আৰু উপৰৰ ফালে টানক. 3 ত ক্লিক কৰক আৰু উপৰলৈ টানক
05:08 প্যানেলত twist boat আছে।
05:10 এতিয়া মই twist boathalf chair conformerলৈ ৰূপান্তৰ কৰিম ।
05:16 ২-এৰ উপৰত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানি আনক।
05:19 ৫-ত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানি আনক
05:23 ৪-ত ক্লিক কৰক আৰু সেইটোক অনুভূমিক অবস্থানত টানক।
05:27 সঠিক গঠন পাবলৈ, প্ৰয়োজন হলে কাৰ্বন পৰমাণুৰ অবস্থানবোৰক সমন্বয় কৰক।
05:33 আমৰ প্যানেলhalf chair আছে।
05:36 এতিয়া মই 'half chairchair conformer ত ৰূপান্তৰ কৰিম।
05:41 ৪ত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানক
05:44 ১ত ক্লিক কৰক আৰু সেইটোক তলৰ ফালে টানক
05:47 সঠিক গঠন পাবলৈ, প্ৰয়োজন হলে কাৰ্বন পৰমাণুৰ অবস্থানবোৰক সমন্বয় কৰক।
05:53 আমাৰ প্যানেল- ত chair conformer আছে।
05:56 অনুশীলনী হিসাবে, Butane আৰু Cyclopentane-এৰ বিভিন্ন conformers আঁকক।
06:03 এতিয়া মই geometrical isomerism প্ৰদৰ্শন কৰিবলৈ গঠনবোৰ আঁকিম।
06:09 double-bond এৰ চাৰিউফালে থকা পৰমাণুবোৰৰ বিভিন্ন স্থানিক বিন্যাস-এৰ বাবে geometrical isomerism সৃষ্টি হয়।
06:17 ইয়াতে double-bonded carbon এৰ চাৰিউফালে থকা পৰমাণু অথবা গোষ্ঠীৰ ঘূৰ্ণন সীমিত।
06:24 প্ৰদৰ্শনৰ বাবে মই diamminedichloroplatinum(II) আঁকিম যি cisplatin' নামৰেও পৰিচিত ।
06:33 এটা নতুন উইন্ডো খুলক
06:36 ড্ৰ সেটিংস মেনুত, এলিমেন্ট ড্ৰপ ডাউন ত ক্লিক কৰক আৰু Other নিৰ্বাচন কৰক।

Periodic table উইন্ডো খোলে।

06:44 টেবোলৰ পৰা Platinum(Pt) নিৰ্বাচন কৰক। Periodic table উইন্ডো বন্ধ কৰক।
06:50 প্যানেল ত ক্লিক কৰক।
06:53 এলিমেন্ট 'ড্ৰপ ড্ৰাউনৰ পৰা নিৰ্বাচন কৰক ক্লোৰিন
06:55 প্ল্যাটোনাম পৰমাণুৰ একেই ফালে দুটা ক্লোৰিন বন্ড আঁকক।
07:00 এলিমেন্ট ড্ৰপ ডাউন পৰা নাইট্ৰোজেন নিৰ্বাচন কৰক । আগৰ নিচিনা দুটা nitrogen bonds আঁকক ।
07:07 গঠনক সম্পূৰ্ণ কৰিবলৈ, আমাক নাইট্ৰোজেন পৰমাণুৰ সৈতে তিনটা হাইড্ৰোজেন সংযুক্ত থকা প্ৰয়োজন।
07:13 এলিমেন্ট 'ড্ৰপ ডাউন পৰা হাইড্ৰোজেন নিৰ্বাচন কৰক।
07:16 তৃতীয় বন্ধনী আঁকিবলৈ প্ৰতিটো নাইট্ৰোজেন পৰমাণুত ক্লিক কৰক।
07:21 ইয়াৰ গঠনক অপ্টিমাইজ কৰা যাওক।
07:24 অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক।
07:27 ফোৰ্স ফিল্ডUFF নিৰ্বাচন কৰক আৰু স্টাৰ্ট বোতামত ক্লিক কৰক।
07:35 অপটোমাইজেশন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক।
07:39 প্ৰদৰ্শনৰ বাবে আমাক দুটা গঠনৰ প্ৰয়োজন হব।
07:43 মই গঠনবোৰক কপি আৰু পেস্ট কৰিম।
07:46 গঠনক নিৰ্বাচন কৰিবলৈ Selection টুলটোত ক্লিক কৰক।
07:50 কপি কৰাৰ বাবে CTRL+C আৰু পেস্ট কৰাৰ বাবে CTRL + V টিপক । পেস্ট কৰা গঠনটোক সোফালে টানক
07:57 সুবিধাৰ বাবে মই পৰমাণুবোৰক লেবেল কৰিম।
08:00 Display Types মেনুত লেবেল চেক বাক্সত ক্লিক কৰক।
08:05 হাইড্ৰোজেন অতৰাবলৈ , বিল্ড মেনুত যাওক আৰু Remove Hydrogens নিৰ্বাচন কৰক।
08:11 আমাৰ প্যানেলcisplatin এৰ দুটা isomers আছে
08:16 মই দ্বিতীয় cis isomerট্ৰান্স আইসোমাৰলৈ ৰূপান্তৰ কৰিম।
08:21 ম্যানিপুলেশন টুলত ক্লিক কৰক।
08:24 Cl4 ক্লিক কৰক আৰু বাওফালে টানক । N4ত ক্লিক কৰক আৰু সো ফালে টানক।
08:32 তাৰপিছত যথাযথভাবে দেখোৱাবলৈ সমস্ত বন্ডৰ অবস্থানবোৰক সমন্বয় কৰক।
08:38 বিল্ড মেনুত যাওক আৰু Add Hydrogens নিৰ্বাচন কৰক।
08:43 আগৰ নিচিনা, প্ৰত্যেক নাইট্ৰোজেন এৰ সৈতে দুটা পৰমাণু সংযুক্ত থাকে ।
08:48 ড্ৰ টুল পৰা Hydrogen ব্যবহাৰ কৰি তৃতীয় 'হাইড্ৰোজেন' যোগ কৰক।
08:53 ইয়াৰ গঠনক অপ্টিমাইজ কৰা যাওক।
08:55 অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক।
08:59 ফোৰ্স ফিল্ডত নিৰ্বাচন কৰক UFF ত ক্লিক কৰক আৰু স্টাৰ্ট বোতামত ক্লিক কৰক।
09:05 অপটোমাইজেশন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক।
09:09 আমাৰ এতিয়া প্যানেলdiamminedichloroplatinum(II) এৰ দুটা geometrical isomers 'আছে।
09:17 একেইভাবে, আমাৰ diamminetetracyanoferrate(III)ion এৰ geometrical isomers আছে

[Fe(NH3</sub)2(CN)4]-.।

09:25 মই ইয়াৰ পিছত RS কনফিগাৰেশন সম্পৰ্কে আলোচনা কৰিম।
09:29 RS কনফিগাৰেশন এটা Chiral centre উপস্থিতিৰ কাৰণে সৃষ্টি হয়।
09:35 Chiral centre চাৰিটা বিভিন্ন উপাদানৰ সৈতে সংযুক্ত এটা পৰমাণু।
09:41 কনফিগাৰেশনবোৰ একে ইটো সিটোৰ non-superimposable mirror images
09:47 R-S configurations এৰ প্ৰদৰ্শনৰ বাবে, মই amino acid - Alanine ব্যবহাৰ কৰিম।
09:53 এটা নতুন উইন্ডো খুলক
09:56 মই Fragment library পৰা Alanine গঠন লোড কৰিম ।
10:01 Fragment library পৰা উপলব্ধ সকলো amino acids হল optically active
10:07 আপোনি আপোনাৰ নিজেৰটো লোড কৰি চাব পাৰে।
10:11 গঠনটো অনিৰ্বাচন কৰিবলৈ CTRL+SHIFT আৰু A টিপক
10:15 ন্যাভিগেশন টুল ব্যবহাৰ কৰি যথাযথ অবস্থানৰ বাবে গঠনটো ঘুৰাওক।
10:22 কেন্দ্ৰীয় কাৰ্বন পৰমাণুটো হল chiral,যি 4 টা বিভিন্ন গোষ্ঠীৰ সৈতে যুক্ত।
10:26 R S configuration হল ঘড়িৰ কাঁটাৰ ফালে বা কাঁটাৰ উল্টা ফালে substituent বোৰক প্ৰদত্ত অগ্ৰাধিকাৰ
10:35 পাৰমাণবিক সংখ্যাৰ উপৰত ভিত্তি কৰি substituent অগ্ৰাধিকাৰ পায় ।
10:40 উচ্চতৰ পাৰমাণবিক সংখ্যাৰ উপৰ ভিত্তি কৰি substituent অগ্ৰাধিকাৰ পায়।
10:45 এতিয়া মই ঘড়িৰ কাঁটাৰ ফালে অগ্ৰাধিকাৰ দেখো ।
10:49 এই গঠনত, নাইট্ৰোজেন-ক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয়।
10:53 অক্সিজেন এৰ সৈতে সংযুক্ত কাৰ্বন ক দ্বিতীয় অগ্ৰাধিকাৰ দিয়া হয়। আৰু মিথাইল-ক তৃতীয় অগ্ৰাধিকাৰ দিয়া হয়।
11:02 গঠনত R configuration আছে ।
11:05 মই chiral carbon ত সংযুক্ত গ্ৰুপবোৰৰ অবস্থান পৰিবৰ্তন কৰিম।
11:10 বিল্ড মেনুত যাওক আৰু Remove Hydrogens নিৰ্বাচন কৰক।
11:15 ম্যানিপুলেশন টুলত ক্লিক কৰক।
11:17 carbonক সো ফালে আনক ।
11:20 অক্সিজেন এৰ সৈতে থকা 'কাৰ্বন-ক বাও ফালে আনক।
11:25 বিল্ড মেনুত যাওক আৰু Add Hydrogens নিৰ্বাচন কৰক।
11:29 এতিয়া মই ঘড়িৰ কাঁটাৰ বিপৰীত ফালে অগ্ৰাধিকাৰ দেখো ।
11:33 নাইট্ৰোজেন-এৰ প্ৰথম অগ্ৰাধিকাৰ আছে।অক্সিজেনৰ সৈতে সংযুক্ত থকা কাৰ্বন -এৰ দ্বিতীয় অগ্ৰাধিকাৰ আছে । আৰু মিথাইল-ক তৃতীয় অগ্ৰাধিকাৰ দিয়া হয়।
11:45 গঠনটোৰ S configuration আছে।
11:48 একেইভাবে, আমাৰ প্যানেলGlyceraldehyde এৰ R আৰু S configurations আছে।
11:55 সংক্ষেপে দেখা যাওক
11:57 এই টিউটোৰিয়েলত মই শিকিছো, :

1,2-dichloroethane এৰ Conformations cyclohexane এৰ Conformations cisplatin এৰ Geometrical isomers amino acid Alanine এৰ R-S configurations

12:15 এটা অনুশীলনী হিসাবে, 2-butene আৰু 1,2-dichloroetheneএৰ জ্যামিতিক isomers, bromochloroiodomethane এৰ R-S configurations আঁকক ।
12:29 এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়। আপোনাৰ উচৰত যদি ভাল ব্যান্ডউইথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে ।
12:37 আমি টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি ওয়াৰ্কশপ পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক.
12:44 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
12:51 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।

যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi