Difference between revisions of "Arduino/C3/Mixing-Assembly-and-C-programming/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border = 1 |'''Time''' |'''Narration''' |- | 00:01 | '''Mixing Assembly and C programming''' স্প’কেন টিউট’ৰিয়েলটোলৈ স্ব...")
 
(No difference)

Latest revision as of 13:07, 10 February 2020

Time Narration
00:01 Mixing Assembly and C programming স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: ইনিচিয়েলাইজেচন প্ৰদৰ্শন কৰিবলৈ Assembly routine ত ফাংচন এটা লিখিবলৈ,

AVR-GCC program ত সেই Assembly routine কল কৰি Seven Segment displayDot LED টো ব্লিংক কৰিবলৈ

00:24 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব : ইলেকট্রনিকচ, AVR-GCC আৰু Assembly Programming
00:37 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04
00:50 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard, Seven-Segment Display,
01:00 220 ohm Resistor, Arduino UNO Board আৰু Jumper Wires
01:09 Seven Segment DisplayDot pin টো কানেক্ত হৈছে Arduinopin 13 লৈ
01:16 যিকোনো এটা common pins কানেক্ত হৈছে +5 Volts লৈ resistor এটাৰ দ্বাৰা
01:23 এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ
01:28 এতিয়া, আমি এটা Assembly routine লিখিম ইনিচিয়েলাইজেচন প্ৰদৰ্শন কৰিবলৈ
01:34 যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক
01:38 এই assembly routine প্ৰোগ্ৰামে ইনিচিয়েলাইজ কৰে আৰু Arduinopin 13 ক আউতপুত হিচাবে চেত কৰে
01:45 মই ক’ডটো লাইন বাই লাইন ব্যাখ্যা কৰিম । এই লাইনে Special Function Register offset ক জিৰ’লৈ চেত কৰে
01:54 এই দুটা লাইনচে এই assembly routine ক গ্ল’বেলি গ্ৰহণযোগ্য কৰে । ই আন প্ৰোগ্ৰামক সক্ষম কৰে ইয়াক ব্যৱ্হাৰ কৰিবলৈ
02:03 ইয়াত, init হৈছে subroutine নামটো । এই দুটা লাইনচে Arduinopin 13 ক আউতপুত হিচাবে চেত কৰে
02:13 ক’ডটো ছেভ কৰক initasm.S in capital হিচাবে Downloads ফ’ল্দাৰত ।

যিহেতু এইটো হৈছে subroutine, ই ছেভ হয় .S extension হিচাবে

02:27 এই টিউট’ৰিয়েলত ব্যৱহৃত সকলো ক’ডচ এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
02:37 এতিয়া, আমি এটা AVR-GCC প্ৰোগ্ৰাম লিখিম এই subroutine কল কৰিবলৈ আৰু Dot LED টো ব্লিংক কৰিম
02:45 যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক
02:49 এই ক’ডে Dot LED টো ক্ৰমান্বয়ে ব্লিংক কৰাব
02:54 প্ৰথম লাইনত, "init()" Assembly subroutine কল কৰে । ক’ডৰ এই লাইনচে ক্ৰমান্বয়ে Dot LED টো ON আৰু OFF কৰি ইয়াক ব্লিংক কৰাব
03:08 ক’ডটো ছেভ কৰক blink.c হিচাবে Downloads ফ’ল্দাৰত
03:13 এই টিউট’ৰিয়েলৰ Code files লিংকৰ পৰা Makefile দাউনল’দ কৰক । ইয়াক একেটা ফ’ল্দাৰত থওঁক য’ত blink.c ফাইল ছেভ আছে
03:24 মই Makefile text editor ত খুলিম
03:28 মন কৰিব যে এই Makefile বেলেগ হয় আগতে ব্যৱ্হাৰ কৰাটোতকৈ
03:34 Makefile ত, নিশ্বিত কৰক যে “TARGET = blink” আৰু ASRC = “initasm.S” হয়
03:44 ইয়াত, “blink” হৈছে main প্ৰোগ্ৰাম আৰু “initasm” হৈছে subroutine
03:50 আপুনি filename আৰু subroutine নেম সলাব লাগিব যদি আপুনি এটা বেলেগ নেম দিছে । তেতিয়া Makefile ছেভ কৰক
03:59 terminal টোলৈ যাওঁক
04:02 ফ’ল্দাৰটোলৈ যাওঁক য’ত blink.c ফাইলটো ছেভ আছে । লিখক: make space FNAME in capital = blink আৰু Enter টিপক
04:17 এতিয়া, আপুনি দেখিছে যে Dot LED টো ব্লিংক কৰিছে
04:22 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
04:28 এই টিউট’ৰিয়েলটোত, আমি শিকিলো : ইনিচিয়েলাইজেচন প্ৰদৰ্শন কৰিবলৈ Assembly routine ত ফাংচন এটা লিখিবলৈ আৰু

AVR-GCC program ত সেই Assembly routine কল কৰি Dot LED টো ব্লিংক কৰিবলৈ

04:43 এটা অনুশিলনী হিচাবে - ওপৰৰ প্ৰোগ্ৰামটো সলাওঁক delay টো বৰ্ধিত কৰিবলৈ ।

Dot LED টো ব্লিংক কৰোতে হোৱা delay ক লক্ষ্য কৰক

04:53 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
05:01 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
05:11 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
05:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
05:26 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9