Difference between revisions of "Arduino/C3/Interfacing-LCD-through-AVR-GCC-programming/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border = 1 | '''Time''' |'''Narration''' |- | 00:01 | '''Interfacing LCD through AVR-GCC programming''' স্প’কেন টিউট’ৰিয়েলটোলৈ...")
 
(No difference)

Latest revision as of 13:04, 10 February 2020

Time Narration
00:01 Interfacing LCD through AVR-GCC programming স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board লৈ LCD এটা ইন্তাৰফেচ কৰিবলৈ, LCD ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC প্ৰোগ্ৰাম এটা লিখিবলৈ
00:22 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব : ইলেকট্রনিকচ, C Programming আৰু AVR-GCC
00:34 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board, উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04
00:47 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard, LCD 16 by 2, Arduino UNO Board,
01:00 Potentiometer, Jumper Wires আৰু Pin headers
01:07 এই পৰীক্ষাটোত, আমি এটা 16 by 2 LCD ব্যৱ্হাৰ কৰিম । LCD ৰ বিষয়ে অধিক জানিবলৈ এই চিৰিজৰ বেচিক লেভেলৰ টিউট’ৰিয়েলচ চাওঁক
01:20 Arduino pinsLCD টোলৈ কানেক্ত কৰিবলৈ প্ৰদত্ত টেবল ব্যৱ্হাৰ কৰক
01:26 এই টেবল এই টিউট’ৰিয়েলৰ Additional reading material লিংকত উপলদ্ধ
01:32 এইটো হৈছে circuit কানেকচন
01:35 potentiometer টোৰ এটা extreme লিদ কানেক্ত কৰক LCD টোৰ pin 1 লৈ
01:42 আনটো extreme end কানেক্ত হৈছে LCD টোৰ pin 2 লৈ । মাজৰ পিনটো কানেক্ত হৈছে LCD টোৰ pin 3 লৈ
01:53 এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ
01:58 এতিয়া, আমি এটা AVR-GCC প্ৰোগ্ৰাম লিখিম LCD ত দিজিত 5 দৰ্শিত কৰিবলৈ
02:05 যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক
02:09 avr/io.h ত সকলোখিনি বেচিক libraries থাকে যি প্ৰয়োজন হয় ইনপুত আৰু আউতপুত অপাৰেচনচ প্ৰদৰ্শন কৰিবলৈ
02:19 Util slash delay.h libraries থাকে delay ফাংচনৰ বাবে
02:26 stdlib.hlibraries থাকে variable types সূচীত কৰিবলৈ আৰু আন সাধাৰণভাবে ব্যৱহৃত functions ৰ বাবে
02:36 ClearBit(x comma y) সমতুল্য হয় cbi(x comma y) ৰ । ই ব্যৱহৃত হয় PORTxyth bit ক ক্লিয়াৰ কৰিবলৈ
02:47 SetBit(x comma y) সমতুল্য হয় sbi(x comma y) ৰ । ই ব্যৱহৃত হয় PORTxyth bit ক চেত কৰিবলৈ
02:58 LCD ৰ সকলো নিউমেৰিকেল pins ৰিপ্লেচ হয় hash define ব্যৱ্হাৰ কৰা নেমচৰ সৈতে
03:05 ইয়াক কৰা হয় প্ৰোগ্ৰামটো সহজে বুজি পাবলৈ
03:10 PulseEnableLine ফাংচন ব্যৱহৃত হয় LCD টোৰ এনাবল পিনক toggle কৰিবলৈ
03:17 SetBit চেত হ’ব high লৈ আৰু Clearbit চেত হ’ব low লৈ, মাজত এটা delay ৰ সৈতে
03:25 SendNibble ফাংচন ব্যৱহৃত হয় এটা nibble ৰ দেতাক PORTB লৈ পঠাবলৈ
03:33 SendByte ফাংচন ব্যৱহৃত হয় এটা byte ৰ দেতাক PORTB লৈ পঠাবলৈ
03:40 LCD underscore Cmd ফাংচন ব্যৱহৃত হয় LCD টোলৈ কমান্দ এটা পঠাবলৈ
03:47 LCD underscore Char ফাংচন ব্যৱহৃত হয় LCD টোলৈ character data এটা পঠাবলৈ
03:55 LCD underscore Init ফাংচন ব্যৱহৃত হয় LCD টো ইনিচিয়েলাইজ কৰিবলৈ
04:02 LCD underscore Clear ফাংচন ব্যৱহৃত হয় display ক্লিয়াৰ কৰিবলৈ
04:09 LCD underscore Message ফাংচন ব্যৱহৃত হয় LCD টোত দৰ্শিত হ’বলৈ দেতাৰ string এটা পঠাবলৈ
04:18 LCD underscore Integer ফাংচন ব্যৱহৃত হয় LCD টোলৈ integer data এটা পঠাবলৈ
04:27 এইটো হৈছে main ফাংচন য’ত আমি display টোলৈ ভেলু 5 পাচ কৰো
04:33 এই ক’ড এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
04:41 মই ক’ডটো ছেভ কৰিম lcd.c ফাইল হিচাবে Downloads ফ’ল্দাৰত । নিশ্বিত কৰক যাতে Makefile লগতে একেটা ফ’ল্দাৰত উপস্থিত হোৱাটো
04:53 terminal টোলৈ যাওঁক
04:56 ফ’ল্দাৰটোলৈ যাওঁক য’ত lcd.c ফাইলটো ছেভ আছে । লিখক: make space FNAME in capital = lcd আৰু Enter টিপক
05:12 এই command এ এটা dot hex ফাইল বনাব আৰু ইয়াক Arduino লৈ আপল’দ কৰিব
05:18 এতিয়া, আপুনি দেখিছে যে দিজিত 5 LCD ত দৰ্শিত হৈছে
05:25 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
05:31 এই টিউট’ৰিয়েলটোত, আমি শিকিলো : Arduino board লৈ LCD এটা ইন্তাৰফেচ কৰিবলৈ আৰু LCD ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC প্ৰোগ্ৰাম এটা লিখিবলৈ
05:43 এটা অনুশিলনী হিচাবে - ওপৰৰ ক’ডক ম’দিফাই কৰক 0-9 ৰ পৰা আন যিকোনো দিজিত দৰ্শিত কৰিবলৈ ।

ওপৰৰ ক’ডক ম’দিফাই কৰক counter এটা বনাবলৈ যি 0 to 9 কাউন্ট কৰে

05:57 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:05 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
06:15 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
06:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
06:29 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9